মোদীয়ে মোৰ ফোন টেপ কৰাইছে: ৰাহুল গান্ধী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ফোন টেপ কৰাইছে বুলি অভিযোগ উত্থাপন কৰি মুখামুখি ৰাজহুৱা বিতৰ্কৰ প্ৰত্যাহ্বান জনাইছে ৰাহুল গান্ধীয়ে।
গুৰুত্বপূৰ্ণ খবৰ ফোন বা কম্পিউটাৰত পোনপটীয়াকৈ পাওক।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ফোন টেপ কৰাইছে বুলি অভিযোগ উত্থাপন কৰি মুখামুখি ৰাজহুৱা বিতৰ্কৰ প্ৰত্যাহ্বান জনাইছে ৰাহুল গান্ধীয়ে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে একক ৰাজহুৱা বিতৰ্কৰ দাবী পুনৰ দোহাৰে ৰাহুল গান্ধীয়ে। এনে বিতৰ্কৰ পাছত মোদী প্ৰধানমন্ত্ৰী পদত নাথাকিব বুলি…
শিশুৰ ছ’চিয়েল মিডিয়া আৰু অনলাইন গেমিং ব্যৱহাৰ সুৰক্ষিত কৰিবলৈ NCPCR-এ নতুন নিৰ্দেশনাৰ খচৰা ডিচেম্বৰত ৰাজহুৱা মতামতৰ বাবে প্ৰকাশ কৰিব। ২০২৭…
ভাৰতৰ মধ্যম্যাদী ৬.৮ শতাংশ সম্ভাৱ্য বৃদ্ধিৰ লক্ষ্য পূৰণৰ বাবে উৎপাদনশীলতা বৃদ্ধি, ব্যক্তিগত বিনিয়োগ শক্তিশালীকৰণ আৰু মানসম্পন্ন চাকৰি সৃষ্ট…
লেহ জিলা প্ৰশাসনে সোনম ৱাংচুকক ৬০ দিনলৈ অননুমোদিত মিছিল, জমায়েত আৰু প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰাত বাধা দিছে।
ওড়িশাৰ চাঁদিপুৰত ব্যক্তিগত উদ্যোগত নিৰ্মিত স্বল্প দূৰত্বৰ ভূমিৰ পৰা ভূমিলৈ নিক্ষেপযোগ্য ক্ষেপণাস্ত্ৰই নিৰ্ধাৰিত লক্ষ্যত সফলতাৰে আঘাত হানিছে…
পৰীক্ষাৰ স্বচ্ছতা আৰু নিৰাপত্তা শক্তিশালী কৰিবলৈ এনটিএই অৱসৰপ্ৰাপ্ত সামৰিক আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ বিষয়াসকলক পৰ্যবেক্ষক হিচাপ…
হিমাচল প্ৰদেশৰ বিৰ বিলিঙত পেৰাগ্লাইডিং কৰাৰ সময়ত দুৰ্ঘটনাত গ্ৰেটাৰ নয়ডাৰ শুভম দোবলিয়ালৰ মৃত্যু হৈছে। পাইলটৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে প…
উত্তৰ প্ৰদেশৰ সম্ভল জিলাৰ কুতুবপুৰ সাট্টা গাঁৱত ৰাজহুৱা ভূমিত নিৰ্মাণ কৰা বুলি অভিযোগ উঠা এটা মছজিদ উচ্ছেদৰ অভিযান আৰম্ভ কৰিছে প্ৰশাসনে। প্ৰ…
বিদেশী আদালতৰ বিবাহ বিচ্ছেদৰ ৰায় ভাৰতত স্বয়ংক্ৰিয়ভাৱে স্বীকৃত নহয় বুলি স্পষ্ট কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে।
পুৰণি যৌন নিৰ্যাতনৰ অভিযোগ পুনৰ উত্থাপন কৰি অংকিতা ভাণ্ডাৰী হত্যাকাণ্ডত ন্যায়ৰ দাবীৰ পৰা জনতাৰ দৃষ্টি আঁতৰোৱাৰ চেষ্টা চলিছে বুলি ৰাৱটে অভিয…
লোকসভা আৰু ৰাজ্য বিধানসভাসমূহত মহিলাৰ বাবে সংৰক্ষণ কাৰ্যকৰী কৰিবলৈ সংবিধান সংশোধনী বিধেয়ক আনিবলৈ বিশেষ অধিৱেশন আহ্বানৰ কথা চিন্তা কৰিছে কেন…
উৎসৱকালত ভাৰতৰ অনলাইন বিক্ৰী ১.৪১ লাখ কোটি টকালৈ বৃদ্ধি পালেও প্ৰতিটো লেনদেনত গ্ৰাহকৰ গড় ব্যয় ১৩ শতাংশ কমিছে।
Z for Zubeen Garg’ লিখা বৰ্ণমালাৰ কিতাপৰ পৃষ্ঠা সামাজিক মাধ্যমত ভাইৰেল। অৱশ্যে সেয়া উত্তৰ প্ৰদেশ চৰকাৰৰ চৰকাৰী পাঠ্যক্ৰমৰ অংশ নহয়, ব্যক্তি…
নাগপুৰৰ দীপাৱলী মিলন অনুষ্ঠানত আৰএছএছৰ প্ৰধান মোহন ভাগৱতে উৎসৱ-সম্পৰ্কীয় পৰম্পৰাৰ আঁৰত বৈজ্ঞানিক যুক্তি থকা বুলি কয়।
অৰবিন্দ কেজৰিৱাল আৰু তেওঁৰ কন্যা হৰ্ষিতাক হত্যাৰ ভাবুকি দি ৭ কোটি টকা দাবী কৰাৰ অভিযোগত মোহালীত গোচৰ ৰুজু কৰা হৈছে।
পুৱাৰ খোজ কাঢ়িবলৈ গৈ সংজ্ঞাহীন হৈ পৰা প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ক নতুন দিল্লীৰ এআইআইএমএছত ভৰ্তি কৰোৱা হৈছে।
বীৰ শ্বহীদ সুজিত নাৰ্জাৰী মেৰিট স্কলাৰশ্বিপৰ অধীনত ২০২৬ বৰ্ষৰ HSLC আৰু HSSLCৰ মেধাৱী শিক্ষাৰ্থীক ৩ লাখ আৰু ৫ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান…
মণিপুৰ বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে গঠন কৰা তিনিখন গুৰুত্বপূৰ্ণ সমিতিত সাংসদ বিমল আকইজামক অন্তৰ্ভুক্ত কৰা হৈছে। এই সিদ্ধান্তক লৈ বিজেপিয…
জম্মু-কাশ্মীৰৰ কিস্তৱাৰ জিলাৰ ডাচ্ছান-মাৰৱাহ অঞ্চলত সন্ধানহীন হৈ থকা দুজন বিশেষ আৰক্ষী বিষয়াৰ মৃতদেহ উদ্ধাৰ হৈছে। ঘটনাটোৰ তদন্ত অব্যাহত আছে…