← ই-কাকত ১ / ৬
NewzNow
ই-কাকত১ নৱেম্বৰ ২০২৬অসম আৰু উত্তৰ-পূৰ্বৰ খবৰ
দেশ

‘জ্ঞানেশ কুমাৰ নোযোৱালৈকে যুঁজ অব্যাহত থাকিব’: ৰামলীলা ময়দানত খাৰ্গে

নতুন দিল্লী, ১ নৱেম্বৰ: মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে নিৰ্বাচনী তালিকাৰ বিশেষ সংশোধন (SIR) প্ৰক্ৰিয়াত অনিয়মৰ অভিযোগ উত্থাপন কৰি দেওবাৰে দিল্লীৰ ৰামলীলা ময়দানত প্ৰতিবাদ সাব্যস্ত কৰে INDIA মিত্ৰজোঁটে। ‘ভোট বচাও, দেশ বচাও’ শীৰ্ষক এই সমাৱেশত কংগ্ৰেছ নেতা ৰাহুল গান্ধী, সভাপতি মল্লিকাৰ্জুন খাৰ্গে, সমাজবাদী পাৰ্টীৰ...

অসম

দিল্লীৰ পৰা গুৱাহাটীলৈ বুলেট ট্ৰেইন! ৮ ঘণ্টাৰো কম হ’ব যাত্ৰাৰ সময়?

দিল্লীৰ পৰা গুৱাহাটীলৈ বুলেট ট্ৰেইনেৰে যাত্ৰাৰ সম্ভাৱনা! উত্তৰ ভাৰতৰ প্ৰস্তাৱিত উচ্চগতিৰ ৰে’ল কৰিড’ৰটো গুৱাহাটীলৈ সম্প্ৰসাৰণৰ কথা ঘোষণা কৰিছে কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্ব...

দেশ

ছিমলাত হিমন্ত বিশ্ব শৰ্মাৰ পদযাত্ৰা, ৰাহুল গান্ধীক তীব্ৰ আক্ৰমণ মুখ্যমন্ত্ৰী হিমন্তৰ

ছিমলা, ১ নৱেম্বৰ: নিৰ্বাচনী তালিকাৰ বিশেষ সংশোধন (SIR) প্ৰক্ৰিয়াক লৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীক তীব্ৰ আক্ৰমণৰ লক্ষ্য কৰি লয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দেওবা...

ব্যৱসায়-বাণিজ্য

১ নৱেম্বৰৰ পৰা বৃদ্ধি পালে বাণিজ্যিক LPG চিলিণ্ডাৰৰ দাম

নতুন দিল্লী: নৱেম্বৰৰ প্ৰথম দিনটোতে বৃদ্ধি পালে বাণিজ্যিক LPG চিলিণ্ডাৰৰ দাম। ১৯ কিলোগ্ৰামৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য দেশৰ কেইবাখনো চহৰত ১০ৰ পৰা ১৭ টকালৈ বৃদ্ধি কৰা হৈছে...

— ১ —
NewzNow ই-কাকত১ নৱেম্বৰ ২০২৬পৃষ্ঠা ২
ৰাজনীতি

‘ৰামলীলা ময়দান ৪০ শতাংশ খালী আছিল’, INDIA মিত্ৰজোঁটৰ সমাৱেশক ‘ফ্লপ শ্ব’ আখ্যা BJPৰ

নতুন দিল্লী, ১ নৱেম্বৰ: দিল্লীৰ ৰামলীলা ময়দানত INDIA মিত্ৰজোঁটে অনুষ্ঠিত কৰা সমাৱেশক লৈ বিৰোধী পক্ষক সমালোচনা কৰিছে BJPৰ সাংসদ তথা দলৰ মুখপাত্ৰ সম্বিত পাত্ৰই। দেওবাৰে সং...

ৰাজনীতি

দিল্লীৰ বিৰোধী ঐক্যৰ সমাৱেশক ঐতিহাসিক আখ্যা গৌৰৱ গগৈৰ

নতুন দিল্লী, ১ নৱেম্বৰ: দিল্লীৰ ৰামলীলা ময়দানত অনুষ্ঠিত INDIA মিত্ৰজোঁটৰ বৃহৎ সমাৱেশক ঐতিহাসিক আখ্যা দিছে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে। দেওবাৰে সমাৱেশত অংশ লৈ তেওঁ কয় যে...

দেশ

‘চলো দিল্লী’ প্ৰতিবাদৰ বাবে ৰামলীলা ময়দানত সমৱেত INDIA মিত্ৰজোঁটৰ লক্ষাধিক সমৰ্থক

নতুন দিল্লী: নিৰ্বাচনী তালিকাৰ সংশোধন প্ৰক্ৰিয়াত অনিয়মৰ অভিযোগ উত্থাপন কৰি মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেওবাৰে দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ...

অসম

ধুবুৰীৰ আলমগঞ্জত বৃহৎ উচ্ছেদ অভিযান, মাজাৰৰ কাষত কান্দোনত ভাগি পৰিল বহু লোক

ধুবুৰী, ১ নৱেম্বৰ: ধুবুৰীৰ আলমগঞ্জৰ নৱম খণ্ডত দেওবাৰে পুৱাৰে পৰা বৃহৎ উচ্ছেদ অভিযান চলায় জিলা প্ৰশাসনে। চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্যৰে চলোৱা এই অভিযানত ৫০খনতকৈও অধ...

— ২ —
NewzNow ই-কাকত১ নৱেম্বৰ ২০২৬পৃষ্ঠা ৩
দেশ

‘আমি বংগত হৰা নাছিলোঁ, আমাক হৰুৱাই দিয়া হৈছিল’: মমতা বেনাৰ্জী

নতুন দিল্লী, ১ নৱেম্বৰ: পশ্চিম বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীয়ে দিল্লীৰ ৰামলীলা ময়দানত INDIA মিত্ৰজোঁটৰ সমাৱেশত ভাষণ দি ২০২৬ চনৰ পশ...

ৰাজনীতি

১৯৮৪ৰ শিখ সংঘৰ্ষ সন্দৰ্ভত কংগ্ৰেছ-ৰাহুলক অমিত শ্বাহৰ তীব্ৰ সমালোচনা

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ১৯৮৪ৰ শিখ-বিৰোধী সংঘৰ্ষক লৈ কংগ্ৰেছ আৰু ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কৰি দিল্লীত কংগ্ৰেছৰ সমাৱেশ পতাৰ সিদ্ধান্তক গৰিহণা দিছে। শ্বাহে দাবী...

উত্তৰ-পূৰ্বাঞ্চল

মণিপুৰত সন্ধানহীন দুই কুকি যুৱকৰ মৃতদেহ উদ্ধাৰ, উত্তেজনা বৃদ্ধি

ইম্ফল, ১ নৱেম্বৰ: মণিপুৰৰ সেনাপতি জিলাত দেওবাৰে সন্ধানহীন হৈ থকা দুই কুকি যুৱকৰ মৃতদেহ উদ্ধাৰ কৰে নিৰাপত্তা বাহিনীয়ে। যুৱক দুজন ২৮ অক্টোবৰৰ পৰা সন্ধানহীন হৈ আছিল। তেওঁলো...

আন্তঃৰাষ্ট্ৰীয়

জাপানত ৬ প্ৰাবল্যৰ ভূমিকম্প

টকিঅ’, ১ নৱেম্বৰ: দেওবাৰে পুৱতি নিশা জাপানৰ মিয়ে প্ৰিফেকচাৰৰ উপকূলীয় অঞ্চলত ৬ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি যায়। ভূমিকম্পটোৰ ফলত বৰ্তমানলৈকে কোনো লোকৰ মৃত্যু বা সম্পত্তিৰ...

— ৩ —
NewzNow ই-কাকত১ নৱেম্বৰ ২০২৬পৃষ্ঠা ৪
ৰাজনীতি

‘দেশক অৰাজকতাৰ দিশে ঠেলাৰ পৰিকল্পিত ষড়যন্ত্ৰ ‘চলো দিল্লী’ সমাৱেশ’: জে পি নাড্ডা

নতুন দিল্লী, ১ নৱেম্বৰ: দিল্লীৰ ৰামলীলা ময়দানত INDIA মিত্ৰজোঁটে অনুষ্ঠিত কৰা ‘চলো দিল্লী’ সমাৱেশক লৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কৰে কেন্দ্ৰীয় মন্ত্ৰী তথা...

দেশ

পবিত্ৰ মাৰ্ঘেৰিটাৰ স্পেইন ভ্ৰমণ, ৫৪খন দেশৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হ’বলগীয়া ইবেৰো-আমেৰিকান সন্মিলনত ল’ব অংশ

গুৱাহাটী, ১ নৱেম্বৰ: ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ৩ৰ পৰা ৫ নৱেম্বৰলৈ চৰকাৰী ভ্ৰমণসূচীৰে স্পেইনলৈ যাব। এই ভ্ৰমণৰ...

উত্তৰ-পূৰ্বাঞ্চল

‘সমাজে প্ৰশ্ন কৰিবলৈ ভয় কৰিলে স্বেচ্ছাচাৰিতাৰ আৰম্ভণি হয়’: উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

ৰিভয়, ১ নৱেম্বৰ: এখন সমাজে যেতিয়া প্ৰশ্ন কৰিবলৈ ভয় কৰে, তেতিয়াই স্বেচ্ছাচাৰিতাৰ আৰম্ভণি হয়। এই মন্তব্য কৰিছে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞাই। শনিবাৰে Univ...

ক্ৰীড়া

ছেইফাৰ্টৰ বিস্ফোৰক ৯৩ ৰান, পঞ্চম T20ত ভাৰতক ৭ উইকেটত পৰাস্ত নিউজিলেণ্ডৰ

হেমিল্টন, ১ নৱেম্বৰ: টিম ছেইফাৰ্টৰ বিস্ফোৰক বেটিঙৰ সহায়ত পঞ্চম তথা অন্তিম T20 আন্তঃৰাষ্ট্ৰীয় খেলখনত ভাৰতক ৭ উইকেটত পৰাস্ত কৰে নিউজিলেণ্ডে। দেওবাৰে হেমিল্টনৰ Seddon Park...

— ৪ —
NewzNow ই-কাকত১ নৱেম্বৰ ২০২৬পৃষ্ঠা ৫
ক্ৰীড়া

ৰোহিত শৰ্মাক অতিক্ৰম কৰি শীৰ্ষ পাঁচত ঈশান কিষাণ, T20Iত ২,০০০ ৰানৰ মাইলৰ খুঁটি

হেমিল্টন, ১ নৱেম্বৰ: নিউজিলেণ্ডৰ বিৰুদ্ধে পঞ্চম তথা অন্তিম T20 আন্তঃৰাষ্ট্ৰীয় খেলখনত দুটাকৈ উল্লেখযোগ্য অভিলেখ গঢ়িলে ভাৰতীয় উইকেটৰক্ষক-বেটাৰ ঈশান কিষাণে। ৩২টা বলত ৬১ ৰ...

— ৫ —
✓

আজিৰ ই-কাকত শেষ হ'ল

১৭টা খবৰ পঢ়িলে। কাইলৈ সন্ধিয়া নতুন সংখ্যা।

PDF ডাউনল'ড ← আগৰ সংখ্যা (৩১ অক্টোবৰ ২০২৬)

খবৰৰ কাটিং