← ই-কাকত ১ / ১১
NewzNow
ই-কাকত৩১ অক্টোবৰ ২০২৬অসম আৰু উত্তৰ-পূৰ্বৰ খবৰ
দেশ

জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে INDIA মিত্ৰজোঁটৰ ‘জনতাৰ মহাভিযোগ’ , খাৰ্গেৰ বাসগৃহত প্ৰতীকী সংসদ

নতুন দিল্লী, ৩১ অক্টোবৰ: মুখ্য নিৰ্বাচন আয়ুক্ত (CEC) জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ‘জনতাৰ মহাভিযোগ’ শীৰ্ষক প্ৰতীকী প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিলে বিৰোধী INDIA মিত্ৰজোঁটে। শনিবাৰে নতুন দিল্লীত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ ১০, ৰাজাজী মাৰ্গস্থিত বাসগৃহত এই কাৰ্যসূচী অনুষ্ঠিত হয়। বিশেষ নিবিড় ভোটাৰ তালিকা সংশোধন (SIR...

অসম

মুখ্যমন্ত্ৰীক SITয়ে জেৰা নকৰালৈকে জুবিন গাৰ্গে ন্যায় লাভ কৰাত সন্দেহ আছে: নীলমণি সেন ডেকা

গুৱাহাটী: জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি চলি থকা আন্দোলনক লৈ বিস্ফোৰক মন্তব্য কৰিছে অসমৰ প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা নীলমণি সেন ডেকাই। তেওঁৰ অভিযোগ, অখিল গগৈ, আ...

স্বাস্থ্য

GMCHত স্থাপন হ’ব ভাৰতৰ ৰাজহুৱা খণ্ডৰ প্ৰথমটো প্ৰ’টন বিম থেৰাপি কেন্দ্ৰ

গুৱাহাটী, ৩১ অক্টোবৰ: অসমত কৰ্কট ৰোগৰ উন্নত চিকিৎসাৰ ক্ষেত্ৰত নতুন অধ্যায়ৰ সূচনা হোৱাৰ সম্ভাৱনা। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (GMCH)ত স্থাপন কৰা হ’ব ভাৰত...

অসম

ঘনকান্ত গগৈৰ বাসগৃহত তিনিঘণ্টাৰ তালাচীত আৰক্ষীয়ে নাপালে লীজৰ নথি, গাড়ীৰ চাবি

ৱাহাটী, ৩১ অক্টোবৰঃ গুৱাহাটীৰ হোটেল বিলাস ইনত সংঘটিত পাঁচজন লোকৰ মৃত্যুৰ ঘটনাৰ তদন্তত নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে আৰক্ষী। গোচৰটোৰ মূল অভিযুক্ত ঘনকান্ত গগৈৰ সাউকুচিস্...

— ১ —
NewzNow ই-কাকত৩১ অক্টোবৰ ২০২৬পৃষ্ঠা ২
অসম

‘অখিল গগৈয়ে গছত উঠাই গুৰি কাটিছে’—জুবিনৰ ন্যায়ৰ যুঁজত অখিলৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে ৰাতুল বৰাই

গুৱাহাটী, ৩১ অক্টোবৰ: ‘অখিল গগৈয়ে গছত উঠাই গুৰি কাটিছে!’ প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ যুঁজক লৈ এইবাৰ শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে গোচৰ...

দেশ

INDIA মিত্ৰজোঁটৰ দিল্লী সমাৱেশৰ পূৰ্বে কংগ্ৰেছলৈ পাঁচটা প্ৰশ্ন কিৰেন ৰিজিজুৰ

নতুন দিল্লী, ৩১ অক্টোবৰঃ কংগ্ৰেছক পাঁচটা প্ৰশ্নৰে প্ৰত্যাহ্বান জনাইছে কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে। ১ নৱেম্বৰত দিল্লীৰ ৰামলীলা ময়দানত INDIA মিত্ৰজো...

প্ৰযুক্তি

ইতিহাসৰ সৰ্ববৃহৎ ক্ৰিপ্টো হেকিংৰ অভিযোগ! Binanceৰ ৬.৩ বিলিয়ন ডলাৰৰ সম্পত্তি প্ৰভাৱিত

৩১ অক্টোবৰঃ বিশ্বৰ সৰ্ববৃহৎ ক্ৰিপ্টোকাৰেন্সী বিনিময় মঞ্চ Binanceত সংঘটিত এক বৃহৎ চাইবাৰ আক্ৰমণত প্ৰায় ৬.৩ বিলিয়ন ডলাৰ মূল্যৰ ক্ৰিপ্টো সম্পত্তি প্ৰভাৱিত হৈছে। বৃহস্পতিব...

দেশ

১ নৱেম্বৰত ৰাহুল গান্ধীৰ ‘চলো দিল্লী’ সমদল ! লোৱা নাই অনুমতি: দিল্লী আৰক্ষী

নতুন দিল্লী, ৩১ অক্টোবৰঃ ভোটাৰ তালিকাৰ বিশেষ নিবিড় সংশোধন (SIR)ক লৈ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদ তীব্ৰতৰ কৰিছে বিৰোধী INDIA মিত্ৰজোঁটে। আজি শনিবাৰে মুখ্য নিৰ্বাচন আ...

— ২ —
NewzNow ই-কাকত৩১ অক্টোবৰ ২০২৬পৃষ্ঠা ৩
দেশ

দলীয় অসন্তুষ্টি, ৩ নৱেম্বৰত পদত্যাগৰ ঘোষণা শ্ৰীনগৰৰ সাংসদ ৰুহুল্লাৰ

শ্ৰীনগৰ, ৩১ অক্টোবৰঃ জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ নেতৃত্বাধীন চৰকাৰৰ লগতে শাসকীয় নেচনেল কনফাৰেন্সৰ ভিতৰতো দেখা দিছে দলীয় অসন্তুষ্টি। শেহতীয়াকৈ মন্ত্ৰীসভা...

দেশ

বিচ্ছেদৰ তিনিমাহ পিছতে সাংবাদিক নিধি ৰাজদানক বিয়া জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ

নতুন দিল্লী, ৩১ অক্টোবৰ: সাংবাদিক নিধি ৰাজদানৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ল জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা। শনিবাৰে সামাজিক মাধ্যমত যুগ্ম ফটো প্ৰকাশ কৰি বিবাহৰ কথা...

অসম

ৰাজ্যপালৰ কনভয়ৰ নিৰাপত্তাত কৰ্তব্যৰত গৃহৰক্ষী জোৱানৰ পথ দুৰ্ঘটনাত মৃত্যু

জাগীৰোড, ৩১ অক্টোবৰঃ কৰ্তব্যৰত অৱস্থাতে এক কৰুণ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এগৰাকী গৃহৰক্ষী জোৱানে। ৰাজ্যপালৰ কনভয়ৰ নিৰাপত্তাৰ দায়িত্বত নিয়োজিত জিতুমণি কলিতা নামৰ গৃহৰ...

অসম

৬ নৱেম্বৰত ১২ ঘণ্টীয়া শিৱসাগৰ জিলা বন্ধৰ আহ্বান আটাছুৰ

শিৱসাগৰ, ৩১ অক্টোবৰঃ ঐতিহ্য সংৰক্ষণ আৰু যমুনাৰ বেদখল উচ্ছেদৰ দাবীত অহা ৬ নৱেম্বৰত ১২ ঘণ্টীয়া শিৱসাগৰ জিলা বন্ধৰ আহ্বান জনাইছে আটাছুৱে। আটাছুৰ সভাপতি বসন্ত গগৈয়ে ঘোষণা ক...

— ৩ —
NewzNow ই-কাকত৩১ অক্টোবৰ ২০২৬পৃষ্ঠা ৪
দেশ

‘অখণ্ড ভাৰতৰ নিৰ্মাতা’ চৰ্দাৰ পেটেলৰ ১৫১সংখ্যক জন্মজয়ন্তী, দেশজুৰি শ্ৰদ্ধাঞ্জলি

নতুন দিল্লী, ৩১ অক্টোবৰ: স্বাধীন ভাৰতৰ ৰাজনৈতিক ঐক্য আৰু ৰাষ্ট্ৰীয় সংহতিৰ ইতিহাসত এক বিশেষ স্থান অধিকাৰ কৰি থকা চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫১সংখ্যক জন্মজয়ন্তী উপলক্ষে শনিব...

অসম

‘আৰক্ষীয়ে কঠোৰ চাৰ্জশ্বীট দাখিল কৰক’, মন্তব্য ঘনকান্ত গগৈৰ অধিবক্তাৰ

গুৱাহাটী, ৩১ অক্টোবৰঃ গুৱাহাটীৰ হোটেল বিলাস ইনত সংঘটিত হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত ঘনকান্ত গগৈৰ পত্নী জোনমণি গগৈয়ে আজি পুনৰ ধেমাজি থানাত হাজিৰ হয়। আৰক্ষীয়ে বিচৰাৰ বাবেই...

অসম

কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক ২০২৬ ঘোষণা, অসমৰ ১৯গৰাকী আৰক্ষী বিষয়ালৈ সন্মান

গুৱাহাটী, ৩১ অক্টোবৰঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক ২০২৬ৰ বাবে নিৰ্বাচিত হৈছে অসমৰ ১৯গৰাকী আৰক্ষী বিষয়া আৰু কৰ্মচাৰী। দেশৰ বিভিন্ন ৰাজ্য, কেন্দ্ৰীয়শাসিত অঞ্চল, কেন্দ...

ব্যৱসায়-বাণিজ্য

ৰে’লৱেৰ পুৰণি লোহা-লক্কৰ বিক্ৰীৰ নিয়মেৰে বিক্ৰী কৰা হ’ল নেকি আই ডি বি আই বেংক?

চৰকাৰী বেংক হিচাপে পৰিচিত আইডিবিআই বেংকটো (IDBI Bank) কানাডাৰ ‘ফেয়াৰফেক্স’ (Fairfax Financial Holdings) নামৰ কোম্পানীটোক বিক্ৰী কৰাৰ সিদ্ধান্তক লৈ দেশজুৰি এক ডাঙৰ বিতৰ্ক...

— ৪ —
NewzNow ই-কাকত৩১ অক্টোবৰ ২০২৬পৃষ্ঠা ৫
অসম

৭ নৱেম্বৰত গুৱাহাটী প্ৰেছ ক্লাবত লীলাৱতী দাস সোঁৱৰণী কবিতা আবৃত্তি প্ৰতিযোগিতা

গুৱাহাটী, ৩১ অক্টোবৰঃ গুৱাহাটী প্ৰেছ ক্লাব আৰু ইনলি ফাউণ্ডেচনৰ উদ্যোগত অহা ৭ নৱেম্বৰত অনুষ্ঠিত হ’ব প্ৰয়াত লীলাৱতী দাস সোঁৱৰণী আন্তঃ সংবাদমাধ্যম একক আৰু দ্বৈত কবিতা আবৃত্...

অসম

কৃষক পঞ্জীয়নত গাফিলতি! নিলম্বিত হাইলাকান্দিৰ জিলা কৃষি বিষয়া

হাইলাকান্দি: কৃষক পঞ্জীয়নত চৰম গাফিলতিৰ অভিযোগত এইবাৰ নিলম্বিত হ'ল হাইলাকান্দিৰ জিলা কৃষি বিষয়া মনোজ কুমাৰ বৈশ্য। অসম চৰকাৰৰ কৃষি বিভাগে ৩০ অক্টোবৰত জাৰি কৰা নিৰ্দেশনায...

দেশ

২০১৮ৰ মানহানিৰ গোচৰত ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে পুনৰ গ্ৰেপ্তাৰী পৰোৱানা জাৰি

নতুন দিল্লী, ৩১ অক্টোবৰঃ YouTuber ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে ২০১৮ চনৰ এটা মানহানিৰ গোচৰত পুনৰ জামিনযোগ্য গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে দিল্লীৰ এখন আদালতে। শনিবাৰে ন্যায়িক দণ্ড...

অসম

টপাটলীত নতুন ৰাসায়নিক উদ্যোগৰ ৰাজহুৱা শুনানিক লৈ বিতৰ্ক, ৮০ শতাংশ চকী খালী থকাৰ অভিযোগ

গুৱাহাটী: কামৰূপ মহানগৰ জিলাৰ টপাটলীত প্ৰস্তাৱিত এটা বৃহৎ ৰাসায়নিক উদ্যোগক লৈ অনুষ্ঠিত ৰাজহুৱা শুনানিক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ বিতৰ্ক। ৩০ অক্টোবৰত টপাটলীৰ NH-27ৰ কা...

— ৫ —
NewzNow ই-কাকত৩১ অক্টোবৰ ২০২৬পৃষ্ঠা ৬
উত্তৰ-পূৰ্বাঞ্চল

ইউএছটিএমৰ দ্বাদশ সমাৱৰ্তন সম্পন্ন, জুবিন গাৰ্গৰ স্মৃতিত প্ৰথমবাৰৰ বাবে সোণৰ পদক প্ৰদান

ৰিভয়, ৩১ অক্টোবৰঃ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয় University of Science and Technology Meghalaya (USTM)ৰ দ্বাদশ সমাৱৰ্তন শনিবাৰে বিশ্ববিদ্যালয়খ...

দেশ

ৰাজ্যসভা উপ-নিৰ্বাচনত মনোনয়ন দাখিল হৰদীপ সিং পুৰীৰ

ভূপাল, ৩১ অক্টোবৰঃ কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীয়ে মধ্যপ্ৰদেশৰ পৰা ৰাজ্যসভাৰ উপ-নিৰ্বাচনৰ বাবে আজি মনোনয়ন পত্ৰ দাখিল কৰে। ভূপালস্থিত মধ্যপ্ৰদেশ বিধানসভা ভৱনত মনোনয়...

উত্তৰ-পূৰ্বাঞ্চল

মণিপুৰত SoO চুক্তি বাতিলৰ দাবীত মেইটেই-নাগা সংগঠনৰ ৰাজ্যজোৰা প্ৰতিবাদ

ইম্ফল, ৩১ অক্টোবৰঃ মণিপুৰত কুকি বিদ্ৰোহী সংগঠনসমূহৰ সৈতে স্বাক্ষৰিত Suspension of Operations (SoO) চুক্তি বাতিলৰ দাবীত শনিবাৰে মেইটেই আৰু নাগা সংগঠনসমূহে ৰাজ্যজুৰি প্ৰতিব...

দেশ

“কাইলৈ দেখা হ’ব, আহক একেলগে খোজ কাঢ়োঁ।”: দিল্লীত সমদলৰ আহ্বান ৰাহুল গান্ধীৰ

নতুন দিল্লী, ৩১ অক্টোবৰঃ INDIA মিত্ৰজোঁটৰ ১ নৱেম্বৰৰ দিল্লী সমাৱেশৰ পূৰ্বে ৰাইজক সমদলত অংশগ্ৰহণৰ আহ্বান জনাইছে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। শনিবাৰে সামাজিক মাধ্য...

— ৬ —
NewzNow ই-কাকত৩১ অক্টোবৰ ২০২৬পৃষ্ঠা ৭
দেশ

পঞ্জাব বিধানসভা নিৰ্বাচনৰ বাবে AAPৰ ৪০ প্ৰাৰ্থীৰ তালিকা, ধুৰিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব ভগৱন্ত মানে

ণ্ডীগড়, ৩১ অক্টোবৰঃ ২০২৭ চনৰ পঞ্জাব বিধানসভা নিৰ্বাচনৰ বাবে ৪০গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা ঘোষণা কৰিছে আম আদমী পাৰ্টিয়ে (AAP)। মুখ্যমন্ত্ৰী ভগৱন্ত মানে পুনৰ ধুৰি সমষ্...

প্ৰযুক্তি

ভাৰতৰ নিজা GPS ব্যৱস্থা শক্তিশালী কৰিবলৈ ISROৰ NVS-03 উপগ্ৰহ উৎক্ষেপণ

নতুন দিল্লী, ৩১ অক্টোবৰঃ ভাৰতৰ নিজা উপগ্ৰহ-ভিত্তিক নেভিগেচন ব্যৱস্থা NavIC অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে Indian Space Research Organisation (ISRO)-এ সফলতাৰে উৎক্ষেপণ কৰিলে...

আন্তঃৰাষ্ট্ৰীয়

পোলেণ্ডত সাংবিধানিক সংকট! ন্যায়াধিকৰণৰ মুৰব্বীক নিলম্বনক লৈ চৰকাৰ-বিৰোধীৰ সংঘাত

ৱাৰ্ছ, ৩১ অক্টোবৰঃ পোলেণ্ডৰ সাংবিধানিক ন্যায়াধিকৰণৰ মুৰব্বী বগদান শ্বিয়েনচকভস্কিক নিলম্বন কৰাৰ ঘটনাক কেন্দ্ৰ কৰি দেশখনত ৰাজনৈতিক উত্তেজনা বৃদ্ধি পাইছে। শুকুৰবাৰে ৰাজধান...

অসম

জাগীৰোডত উদ্যোগৰ ৰাজহুৱা শুনানিক লৈ স্থানীয় লোকৰ আপত্তি

জাগীৰোডৰ চুপাৰি এনচিত উদ্যোগ স্থাপনৰ প্ৰস্তাৱক লৈ অনুষ্ঠিত ৰাজহুৱা শুনানিত স্থানীয় লোকৰ অংশগ্ৰহণ, পৰিৱেশৰ সুৰক্ষা আৰু কৃষিজমিৰ ক্ষতিৰ আশংকা লৈ প্ৰশ্ন উঠিছে। শুনানিত সিদ্ধ...

— ৭ —
NewzNow ই-কাকত৩১ অক্টোবৰ ২০২৬পৃষ্ঠা ৮
আন্তঃৰাষ্ট্ৰীয়

বাংলাদেশত পুনৰ ভাৰত বিৰোধী শ্লোগান, তাৰেক ৰহমান চৰকাৰৰ বিৰুদ্ধে NCPৰ প্ৰতিবাদ

ঢাকা, ৩১ অক্টোবৰ: বাংলাদেশৰ ৰাজধানী ঢাকাত পুনৰ উত্থাপিত হৈছে ভাৰতবিৰোধী শ্লোগান। দেশখনৰ মূল্যবৃদ্ধি, বিদ্যুৎ সংকট আৰু ইন্ধন-গেছৰ নাটনিৰ প্ৰতিবাদত শুকুৰবাৰে ৰাজপথলৈ ওলাই আ...

উত্তৰ-পূৰ্বাঞ্চল

মণিপুৰত মহিলাক অপহৰণৰ অভিযোগত নিষিদ্ধ সংগঠনৰ দুই সদস্য গ্ৰেপ্তাৰ

ইম্ফল, ৩১ অক্টোবৰঃ মণিপুৰৰ ইম্ফল পূব জিলাত এগৰাকী মহিলাক অপহৰণৰ ঘটনাত জড়িত থকাৰ সন্দেহত নিষিদ্ধ ঘোষিত সংগঠনৰ দুজন সদস্যক গ্ৰেপ্তাৰ কৰিছে নিৰাপত্তা বাহিনীয়ে। আৰক্ষীৰ মতে...

অসম

ভেৰগাঁৱত দুটাকৈ পথ নিৰ্মাণৰ কামৰ শুভাৰম্ভ, দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ আশা

ভেৰগাঁও, ৩১ অক্টোবৰঃ বিটিচিৰ ভেৰগাঁও পৰিষদীয় সমষ্টিত দুটাকৈ গুৰুত্বপূৰ্ণ পথ নিৰ্মাণ আঁচনিৰ শুভাৰম্ভ কৰিছে বিটিচি প্ৰশাসনে। টিচিএলচিচিৰ উপাধ্যক্ষ মহেন্দ্ৰ বসুমতাৰীৰ নেতৃত...

অসম

সকলো মন্ত্ৰীলৈ মুখ্যমন্ত্ৰীৰ জৰুৰী নিৰ্দেশ, বৈঠকত আমন্ত্ৰণ জনাব লাগিব স্থানীয় বিধায়কক

গুৱাহাটী, ৩১ অক্টোবৰঃ ৰাজ্যৰ সকলো মন্ত্ৰীলৈ জৰুৰী নিৰ্দেশ জাৰি কৰিছে মুখ্যমন্ত্ৰী কাৰ্যালয়ে। এতিয়াৰে পৰা বিভিন্ন সমিতিৰ বৈঠক আৰু চৰকাৰী কাৰ্যসূচীত সংশ্লিষ্ট স্থানীয় বি...

— ৮ —
NewzNow ই-কাকত৩১ অক্টোবৰ ২০২৬পৃষ্ঠা ৯
দেশ

‘ৰাহুল গান্ধীক আজীৱন ভুৱা প্ৰধানমন্ত্ৰী হৈ থাকিবলৈ দিয়ক’—INDIA মিত্ৰজোঁটক বিজেপিৰ কটাক্ষ

নতুন দিল্লী, ৩১ অক্টোবৰ: মুখ্য নিৰ্বাচন আয়ুক্ত (CEC) জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে INDIA মিত্ৰজোঁটে গ্ৰহণ কৰা ‘জনতাৰ মহাভিযোগ’ কাৰ্যসূচীক লৈ কংগ্ৰেছ আৰু বিৰোধী মিত্ৰজোঁটক তীব্...

দেশ

নাছিকত সিংহস্থ কুম্ভমেলাৰ শুভাৰম্ভ, মূল পতাকা উত্তোলন ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

নাছিক, ৩১ অক্টোবৰঃ মহাৰাষ্ট্ৰৰ নাছিক আৰু ত্ৰিম্বকেশ্বৰত আজিৰে পৰা আৰম্ভ হৈছে সিংহস্থ কুম্ভমেলাৰ উৎসৱ। বৃহস্পতি গ্ৰহ সিংহ ৰাশিত প্ৰৱেশ কৰাৰ শুভক্ষণত আয়োজিত এই অনুষ্ঠানত ৰ...

ক্ৰীড়া

জাপানক ৪-১ গ’লত পৰাস্ত কৰি Asian Champions Trophyত ভাৰতৰ একেৰাহে তৃতীয় জয়

জলন্ধৰ, ৩১ অক্টোবৰঃ Men’s Asian Champions Trophyত জয়ৰ ধাৰা অব্যাহত ৰাখিছে ভাৰতে। পঞ্জাবৰ জলন্ধৰত অনুষ্ঠিত প্ৰতিযোগিতাৰ এখন লীগ মেচত জাপানক ৪-১ গ’লত পৰাস্ত কৰি একেৰাহে তৃ...

ক্ৰীড়া

নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথম তিনিখন এদিনীয়াতো খেলিব অকিব নবীয়ে, ভাৰতীয় দলত স্থান

নতুন দিল্লী, ৩১ অক্টোবৰঃ নিউজিলেণ্ডৰ বিৰুদ্ধে আগন্তুক এদিনীয়া শৃংখলাৰ প্ৰথম তিনিখন মেচৰ বাবেও ভাৰতীয় দলত অন্তৰ্ভুক্ত কৰা হৈছে পেচ বলাৰ অকিব নবীক। পূৰ্বে শৃংখলাৰ চতুৰ্থ...

— ৯ —
NewzNow ই-কাকত৩১ অক্টোবৰ ২০২৬পৃষ্ঠা ১০
ক্ৰীড়া

৪৫ ৰানৰ পিছতো মূল একাদশত বাদ বৈভৱ: “খেলাব নোৱাৰিলে ঘৰলৈ পঠিয়াই দিয়ক”

নতুন দিল্লী, ৩১ অক্টোবৰঃ ভাৰতীয় ক্ৰিকেট দলত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ ভূমিকা আৰু ভৱিষ্যৎ পৰিকল্পনা স্পষ্ট কৰিবলৈ দল পৰিচালনাক আহ্বান জনাইছে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ আ...

অসম

টপাটলীত উদ্যোগ স্থাপনৰ ৰাজহুৱা শুনানিক লৈ তীব্ৰ বিতৰ্ক

শনিবাৰে এখন ৰাজহুৱা শুনানিত উপস্থিত এগৰাকী খেতিয়কে প্ৰগ্ৰেছিভ ফাৰ্টিকেমৰ কাম-কাজৰ ফলত অঞ্চলটোৰ পানী, খেতি আৰু মাছৰ ক্ষতি হোৱা বুলি অভিযোগ কৰি শুনানিখন স্থগিত ৰাখি বহল ভি...

— ১০ —
✓

আজিৰ ই-কাকত শেষ হ'ল

৩৮টা খবৰ পঢ়িলে। কাইলৈ সন্ধিয়া নতুন সংখ্যা।

PDF ডাউনল'ড ← আগৰ সংখ্যা (৩০ অক্টোবৰ ২০২৬)

খবৰৰ কাটিং