ৰাজনীতি

  1. ‘ভগ্নীক কথা ক’বলৈ সুযোগ নিদিলে ৰাহুলে’, গান্ধী পৰিয়ালত বিভাজনৰ অভিযোগ সম্বিত পাত্ৰৰ

    কংগ্ৰেছৰ ভিতৰত ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী বাদ্ৰাৰ নেতৃত্বত দুটা শিবিৰ গঠন হোৱা বুলি অভিযোগ কৰিছে বিজেপিয়ে। সম্বিত পাত্ৰ আৰু প্ৰদীপ ভ…

  2. AAPত ৰাজনৈতিক সংকট, পদত্যাগৰ পাছতে BJPত যোগদান তিনি বিধায়কৰ

    পঞ্জাবত ২০২৭ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে AAPত ৰাজনৈতিক সংকটৰ সৃষ্টি হৈছে। দলটোৰ ৪০গৰাকী প্ৰাৰ্থীৰ তালিকা প্ৰকাশৰ পাছতে চেতন সিং জৌড়ামাজৰা…

  3. ‘ৰামলীলা ময়দান ৪০ শতাংশ খালী আছিল’, INDIA মিত্ৰজোঁটৰ সমাৱেশক ‘ফ্লপ শ্ব’ আখ্যা BJPৰ

    BJP সাংসদ সম্বিত পাত্ৰই INDIA মিত্ৰজোঁটৰ ৰামলীলা ময়দানৰ সমাৱেশক ‘ফ্লপ শ্ব’ আখ্যা দি দাবী কৰে যে ময়দানৰ প্ৰায় ৪০ শতাংশ স্থান খালী আছিল। ৰা…

  4. দিল্লীৰ বিৰোধী ঐক্যৰ সমাৱেশক ঐতিহাসিক আখ্যা গৌৰৱ গগৈৰ

    দিল্লীৰ ৰামলীলা ময়দানত অনুষ্ঠিত INDIA মিত্ৰজোঁটৰ সমাৱেশক ঐতিহাসিক আখ্যা দিছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে। তেওঁ কয় যে দেশৰ গণতন্ত্ৰ ৰক্ষাৰ বা…

  5. ১৯৮৪ৰ শিখ সংঘৰ্ষ সন্দৰ্ভত কংগ্ৰেছ-ৰাহুলক অমিত শ্বাহৰ তীব্ৰ সমালোচনা

    কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ১৯৮৪ৰ শিখ-বিৰোধী সংঘৰ্ষক লৈ কংগ্ৰেছ আৰু ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কৰিছে। মোদী চৰকাৰে সংঘৰ্ষৰ গোচৰ পুনৰ খ…

  6. ‘দেশক অৰাজকতাৰ দিশে ঠেলাৰ পৰিকল্পিত ষড়যন্ত্ৰ ‘চলো দিল্লী’ সমাৱেশ’: জে পি নাড্ডা

    দিল্লীৰ ৰামলীলা ময়দানত INDIA মিত্ৰজোঁটৰ সমাৱেশক কেন্দ্ৰ কৰি BJP নেতা জে পি নাড্ডাই ৰাহুল গান্ধীক আক্ৰমণ কৰে। তেওঁ অভিযোগ কৰে যে SIR-বিৰোধী…

  7. বৰষুণৰ বাবে পিছুৱালে জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে INDIA মিত্ৰজোঁটৰ ‘জনতাৰ মহাভিযোগ’ কাৰ্যসূচী

    বৰষুণৰ বাবে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে INDIA মিত্ৰজোঁটে অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰা ‘জনতাৰ মহাভিযোগ’ কাৰ্যসূচী পিছুৱাই দ…

  8. প্ৰধানমন্ত্ৰীয়ে টুইটৰ আগতে অপেক্ষা কৰা উচিত আছিল: পৱন খেৰা

    পৱন খেৰাই বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰীয়ে টুইট কৰাৰ আগতে আধা ঘণ্টা-এঘণ্টা অপেক্ষা কৰা উচিত আছিল বুলি মন্তব্য কৰে। বাৰাণসী আৰু নাগপুৰৰ ফলাফলক লৈ…

  9. যুৱ প্ৰজন্মক Gen-Z, Gen-Alpha বুলি ভাগ কৰাৰ প্ৰয়োজন নাই: নীতিন নবীন

    BJPৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে যুৱ প্ৰজন্মক Gen-Z বা Gen-Alpha আদি শ্ৰেণীত ভাগ কৰাৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰিছে। - বাৰাণসীত যুৱক-যুৱ…

  10. কৰ্ণাটকৰ বিধান পৰিষদৰ চাৰিওখন আসনতে NDAৰ জয়! কংগ্ৰেছৰ শূন্য, তিনিখন আসন BJPৰ আৰু এখন JD(S)ৰ দখলত

    কৰ্ণাটক বিধান পৰিষদৰ চাৰিখন শিক্ষক আৰু স্নাতক সমষ্টিত বিজেপি-জেডি(এছ) মিত্ৰজোঁটে জয়ী হৈছে। কংগ্ৰেছ চৰকাৰৰ মাজতে এই ফলক এনডিএই ২০২৮ৰ আগৰ সংক…

  11. সাংবিধানিক অধিকাৰ কাঢ়ি ল’লে প্ৰতিবাদ চলিব: শশী থাৰুৰ

    সাংসদ শশী থাৰুৰে কৈছে, চৰকাৰে সকলোকে সন্তুষ্ট কৰি বজাৰলৈ আহিবলৈ উৎসাহিত কৰিব বিচাৰিলে একেটা কামেই কৰিব লাগিব। কিন্তু চৰকাৰ আৰু নিৰ্বাচন আয়ো…

  12. ‘আমাক গাদী নহয়, জনসেৱাৰ বাবে চকী লাগে’: অখিলেশ যাদৱ

    অখিলেশ যাদৱে কয়, তেওঁলোক সাধু-সন্ন্যাসী নহয় যে গাদী বিচাৰিব। জনতাৰ সেৱা আৰু জনতাৰ বাবে কাম কৰিবলৈ চকীৰ প্ৰয়োজন বুলি তেওঁ উল্লেখ কৰে।

  13. মাফিয়াক ‘মাটিত মিলাই দিয়া হৈছে’! দাবী যোগী আদিত্যনাথৰ

    উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে UP Icon Conclaveত মাফিয়া মাটিত মিলি যোৱা বুলি দাবী কৰিছে। ২০১৭ৰ পিছত জিৰ’ টলাৰেন্স নীতিৰ ফলত ৰাজ…

  14. ৫ জনক গুলীয়াই হত্যা অসমৰ আইন-শৃংখলাৰ ভয়াৱহ ছবি: অখিল গগৈ

    গুৱাহাটীত এজন লোকে পিষ্টলেৰে ৫ জনক গুলীয়াই হত্যা কৰাৰ ঘটনাই অসমৰ আইন-শৃংখলা পৰিস্থিতিৰ অৱনতি স্পষ্ট কৰিছে বুলি দাবী কৰিছে বিধায়ক অখিল গগৈয়ে…

  15. পাটনাত খাৰ্গেৰ পোষ্টাৰত চেণ্ডেলেৰে প্ৰহাৰ বিজেপি কৰ্মীৰ

    মঙলবাৰে পাটনাত কংগ্ৰেছ সভাপতি Mallikarjun Kharge-ৰ ছবিসহ এখন পোষ্টাৰত চেণ্ডেলেৰে প্ৰহাৰ কৰে বিজেপি কৰ্মীসকলে। ভিডিঅ’টোত এটা অনুষ্ঠানক লৈ হুল…

  16. খাৰ্গেৰ পাকিস্তানী সংস্কৃতিৰ প্ৰতি ঢালৰ অভিযোগ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

    মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেক সমালোচনা কৰে। ড° ভূপেন হাজৰিকাক ভাৰত ৰত্ন দিয়াৰ সময়ত খাৰ্গেই সম…

  17. মানুহক অপমান কৰাটো মল্লিকাৰ্জুন খাৰ্গেৰ নতুন কথা নহয়: মুখ্যমন্ত্ৰী

    মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে ড০ ভূপেন হাজৰিকাক আগতেই অপমান কৰিছিল বুলি অভিযোগ কৰিছে। নৰেন্দ্ৰ মোদীৰ মৃত দেউতাকক লৈ কৰা…

  18. প্ৰধানমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালক অপমান কৰাটো কংগ্ৰেছৰ ৰাজনৈতিক সংস্কৃতিৰ অংশ হৈ পৰিছে

    পাটনাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ মল্লিকাৰ্জুন খৰ্গেৰ মন্তব্যক ‘অশোভনীয়’ আখ্যা দি কংগ্ৰেছক সমালোচনা কৰিছে বিজেপি সভাপতি নীতিন নবীনে। প…

  19. জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া আদালতত, আন্দোলনক লৈ সতর্কতা

    মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, বিচাৰ প্ৰক্ৰিয়া চলি থকা অৱস্থাত আদালতক লক্ষ্য কৰি মন্তব্য কৰিলে ন্যায়িক প্ৰক্ৰিয়াত নেতিবাচক প্ৰভাৱ পৰাৰ আশংক…

  20. ‘মিঞা মানুহক উচ্ছেদ কৰি ভাল নাপায়’ মুখ্যমন্ত্ৰীৰ বক্তব্য মিছা বুলি অভিযোগ

    ‘মুখ্যমন্ত্ৰীয়ে মিঞা মানুহক উচ্ছেদ কৰি ভাল নাপায়’—এই বক্তব্যক লৈ প্ৰশ্ন উত্থাপন কৰিছে নেমছুৰ সভাপতি বদৰুল ইছলামে।