‘ইজৰাইলৰ ইছলামিকৰণ’ৰ আশংকা নেতানিয়াহুৰ, নিৰ্বাচনত ‘ভোট চুৰি’ৰ অভিযোগক লৈ বিতৰ্ক
ইজৰাইল, ২৯ অক্টোবৰঃ ইজৰাইলৰ নিৰ্বাচনক কেন্দ্ৰ কৰি ‘ভোট চুৰি’ৰ অভিযোগ উত্থাপন কৰাৰ লগতে আৰব দলসমূহৰ ৰাজনৈতিক প্ৰভাৱ বৃদ্ধিক লৈ উদ্বেগ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ শিবিৰে। এই বিতৰ্কৰ মাজতে ইজৰাইলৰ ৰাজনীতি আৰু ৰাষ্ট্ৰীয় পৰিচয়ক লৈ ‘ইছলামিকৰণ’ৰ প্ৰসংগও চৰ্চালৈ আহিছে। নেতানিয়াহুৰ দল লিকুডে আৰব দলসমূহৰ বিৰুদ্ধে...