অসম

  1. নাগালেণ্ডৰ পাদদেশীয় অঞ্চলত চন্দন খেতিৰ সম্ভাৱনা, ICFREৰ বিজ্ঞানীৰ ইতিবাচক মূল্যায়ন

    অনুকূল আৰ্দ্ৰতা আৰু উৰ্বৰ মাটিৰ বাবে নাগালেণ্ডৰ পাদদেশীয় অঞ্চল চন্দন খেতিৰ উপযোগী বুলি মত প্ৰকাশ কৰিছে বিজ্ঞানীসকলে।

  2. হাটশিঙিমাৰীত ২০২৭ চনৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ

    মানকাচৰ বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ৩,১৩,৮৫৭ গৰাকী। ১১ ডিচেম্বৰলৈ নাম অন্তৰ্ভুক্তি, সংশোধন আৰু ওজৰ-আপত্তিৰ বাবে আবেদন কৰিব পাৰিব।

  3. অইলৰ ২৫ লাখ টকাৰ সাহায্য প্ৰত্যাখ্যান ITF অঘটনত নিহতৰ পৰিয়ালৰ, ঘূৰাই দিলে চেক

    টেংগাখাতৰ অইল ইণ্ডিয়া লিমিটেডৰ ইণ্টাৰমিডিয়েট টেংক ফাৰ্মৰ অগ্নিকাণ্ডত নিহত ছয়জন লোকৰ পৰিয়াললৈ ঘোষণা কৰা ২৫ লাখ টকাৰ সাহায্য প্ৰত্যাখ্যান…

  4. ফাঁচীবজাৰত বহিঃৰাজ্যৰ ব্যৱসায়ীৰ দাদাগিৰি! অসমীয়া ব্যৱসায়ীক ছুৰিকাঘাত!

    ফাঁচীবজাৰৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত পদপথৰ এজন যুৱ ব্যৱসায়ীক আবদ্ধ কৰি প্ৰহাৰ আৰু ছুৰিকাঘাত কৰাৰ অভিযোগ উঠিছে। আৰক্ষীয়ে অভিযুক্তক কৰায়ত্…

  5. সংখ্যালঘু ৰাইজক বাছি বাছি উচ্ছেদ কৰিছে চৰকাৰে!

    উচ্ছেদিত পৰিয়ালসমূহক পুনৰ সংস্থাপনৰ দাবীত চৰকাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি আন্দোলনৰ হুংকাৰ দিছে এআইইউডিএফৰ নেতা ৰেজাউল কৰিম সৰকাৰে।

  6. ঢকুৱাখনাত মথাউৰী পথত দুজন যুৱকৰ মৃত্যু, গুৰুতৰভাৱে আহত তিনিজন

    ঢকুৱাখনাৰ ব্ৰহ্মপুত্ৰৰ মথাউৰী পথত সংঘটিত গাড়ী দুৰ্ঘটনাত দুজন যুৱকৰ মৃত্যু হৈছে। গুৰুতৰভাৱে আহত তিনিজনক ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছে।

  7. আজি গুৱাহাটীত বন্ধ পেট্ৰ’ল পাম্প , পুৱাই হাহাকাৰ গ্ৰাহকৰ

    নৰ্থ-ইষ্ট পেট্ৰ’লিয়াম ডিলাৰ্ছ এছ’চিয়েশ্যনৰ গুৱাহাটী শাখাৰ প্ৰতিবাদৰ ফলত বৃহস্পতিবাৰে পুৱা ৬ বজাৰ পৰা শুকুৰবাৰে পুৱা ৬ বজালৈ গুৱাহাটীৰ পেট্…

  8. ভুৱা দশম শ্ৰেণীৰ প্ৰমাণপত্ৰেৰে একাদশত ৪,৯৩৪ শিক্ষাৰ্থীৰ নামভৰ্তি

    চিআইএছচিইৰ নামত ভুৱা প্ৰমাণপত্ৰ দাখিল কৰি একাদশ শ্ৰেণীত নামভৰ্তিৰ অভিযোগ। ঘটনাটোৰ তদন্ত চলাইছে চিআইডিয়ে।

  9. ফাঁচীবজাৰত যুৱ ব্যৱসায়ীক ছুৰীকাঘাতৰ অভিযোগ

    গুৱাহাটীৰ ফাঁচীবজাৰত পদপথৰ এজন অসমীয়া যুৱ ব্যৱসায়ীক দোকানত আবদ্ধ কৰি প্ৰহাৰ আৰু ছুৰীকাঘাত কৰাৰ অভিযোগ উঠিছে। ঘটনাস্থলীত উপস্থিত হৈ পাণবজাৰ…

  10. সোণাপুৰত বাইক-ট্ৰেক্টৰৰ সংঘৰ্ষ, দুজন আহত

    সোণাপুৰত নিশা বাইক আৰু নম্বৰপ্লেটবিহীন ট্ৰেক্টৰৰ সংঘৰ্ষত দুজন বাইক আৰোহী গুৰুতৰভাৱে আহত হৈছে। এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

  11. গুৱাহাটীলৈ ‘স্বচ্ছ চহৰ’ৰ স্বীকৃতি, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰে এই সন্মান

    দশম স্বচ্ছ সৰ্বেক্ষণ বঁটাত গুৱাহাটীয়ে অসমৰ প্ৰথম ‘স্বচ্ছ চহৰ’ৰ স্বীকৃতি লাভ কৰিছে। নতুন দিল্লীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে এই সন্মান প্ৰদা…

  12. ডিগবৈত ভাঙি পৰিল কালী পূজাৰ মণ্ডপ, ক্ষতিগ্ৰস্ত ক্ষুদ্ৰ ব্যৱসায়ীৰ সামগ্ৰী

    ডিগবৈ, ১১ নৱেম্বৰ: নিশা অহা প্ৰচণ্ড ধুমুহা-বৰষুণে ডিগবৈৰ কালী পূজাৰ আনন্দ-উৎসৱত ব্যাঘাত জন্মোৱাৰ লগতে বিস্তৰ ক্ষতিসাধন কৰে। ধুমুহাৰ ফলত ডিগব…

  13. ‘হাইৱে ধাবা’ৰ প’ষ্টাৰ, শীৰ্ষক গীত মুকলি; ১১ ডিচেম্বৰত মুক্তি

    গুৱাহাটীৰ জ্যোতি চিত্ৰবনত নতুন অসমীয়া ছবি ‘হাইৱে ধাবা’ৰ প’ষ্টাৰ আৰু শীৰ্ষক গীত মুকলি কৰা হয়। ১১ ডিচেম্বৰত ছবিখন অসমৰ ছবিগৃহত মুক্তি লাভ কৰ…

  14. টংলাত কিশোৰীক ধৰ্ষণৰ চেষ্টা, ডিঙি চেপি হত্যাৰ চেষ্টাৰ অভিযোগ

    ওদালগুৰিৰ টংলাত ১৩ বছৰীয়া কিশোৰীক ধৰ্ষণৰ চেষ্টা কৰাৰ লগতে গামোচাৰে ডিঙি চেপি হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ উঠিছে।

  15. ১৭ নৱেম্বৰত কলম্বিয়া বিশ্ববিদ্যালয়ত, ১৮ নৱেম্বৰত চিকাগো বিশ্ববিদ্যালয়ত ৰাহুল গান্ধীৰ আলোচনা চক্ৰ

    ৰাহুল গান্ধীয়ে আমেৰিকা ভ্ৰমণৰ সময়ত কলম্বিয়া বিশ্ববিদ্যালয়ত ছাত্ৰ আন্দোলন আৰু চিকাগো বিশ্ববিদ্যালয়ত ভূ-ৰাজনীতি সন্দৰ্ভত আলোচনাত অংশ ল'ব।

  16. চিন্ময় ৰঞ্জন দত্ত সোঁৱৰণী শিল্পী বঁটা-২০২৬ ঘোষণা বিশিষ্ট শিক্ষাবিদ, দীনেশ গগৈলৈ এই বৰ্ষৰ সন্মান

    বিশিষ্ট শিক্ষাবিদ, সাংস্কৃতিক কৰ্মী তথা চলচ্চিত্ৰ নিৰ্মাতা দীনেশ গগৈলৈ আগবঢ়োৱা হৈছে চিন্ময় ৰঞ্জন দত্ত সোঁৱৰণী শিল্পী বঁটা-২০২৬। জুৰীয়ে সৰ…

  17. অসমত ভুৱা চিকিৎসকৰ বিৰুদ্ধে অভিযান, চাৰি দিনত ৫জনক গ্ৰেপ্তাৰ

    অসমত অৰ্হতাবিহীনভাৱে চিকিৎসা সেৱা আগবঢ়োৱাৰ অভিযোগত শেহতীয়া চাৰি দিনত পাঁচজন সন্দেহযুক্ত ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰা হৈছে।

  18. মা কামাখ্যা কোক ইণ্ডাষ্ট্ৰিজত জি এছ টি ফাঁকিৰ সন্দেহ, দুজন স্বত্বাধিকাৰীৰ সন্ধান নাই

    গুৱাহাটীৰ বেলতলাস্থিত মা কামাখ্যা কোক ইণ্ডাষ্ট্ৰিজত ভুৱা ইনপুট টেক্স ক্ৰেডিট দাবীৰ সন্দেহত সপ্তম দিনলৈ তদন্ত চলি আছে।