ক্ৰীড়া

ৰামফলবিলত ২০ সংখ্যক কনকেশ্বৰ নাৰ্জাৰী স্মাৰক ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেল অনুষ্ঠিত

ৰামফলবিল আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু ৰামফলবিল আঞ্চলিক সমিতি, এবছুৰ সহযোগত অনুষ্ঠিত হয় খেলখ

  1. ৫২টা বলত দ্বিশতক বৈভৱৰ! List A-ত দ্ৰুততম শতক-দ্বিশতকৰ অভিলেখ

    মাত্ৰ ৫২টা বলত দ্বিশতক অৰ্জন কৰি পুৰুষৰ ‘লিষ্ট এ’ ক্ৰিকেটত বিশ্ব অভিলেখ গঢ়িলে ১৫ বছৰীয়া ভাৰতীয় ক্ৰিকেটাৰ বৈভৱ সূৰ্যবংশীয়ে।

  2. বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত ইতিহাস গিল আৰু পণ্টৰ, অতিক্ৰম কৰিলে ৩,০০০ ৰানৰ সীমা

    বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত ৩,০০০ ৰান সংগ্ৰহ কৰা প্ৰথম দুগৰাকী ভাৰতীয় বেটাৰ হিচাপে ইতিহাস ৰচিলে শুভমন গিল আৰু ঋষভ পণ্টে।

  3. গুৱাহাটীত প্ৰথমবাৰলৈ অনুষ্ঠিত হ'ব ছিনিয়ৰ মহিলাৰ আন্তঃমণ্ডল টি-২০ ক্ৰিকেট

    অহা ২৪ নৱেম্বৰৰ পৰা গুৱাহাটীত আৰম্ভ হ'ব বিচিচিআইৰ ছিনিয়ৰ মহিলাৰ আন্তঃমণ্ডল টি-২০ প্ৰতিযোগিতা। অংশ ল'ব দেশৰ কেইবাগৰাকীও তাৰকা ক্ৰিকেটাৰে।

  4. প্ৰাক্তন স্বামীৰ মানহানিৰ গোচৰত মেৰী কমলৈ আদালতৰ জাননী

    প্ৰখ্যাত বক্সাৰ মেৰী কমৰ বিৰুদ্ধে প্ৰাক্তন স্বামী কেৰং অনলাৰে দাখিল কৰা অপৰাধমূলক মানহানিৰ গোচৰত জাননী জাৰি কৰিছে ছাকেত আদালতে।

  5. ইণ্ডিয়ান অইল চাৰ্ভো মাষ্টাৰছতো ওম প্ৰকাশ চৌহান আৰু ৰনিল কুকাৰৰ সৈতে যৌথ অগ্ৰগতি লাভ যুৱৰাজ সিঙৰ

    কাপুৰথালাৰ যুৱৰাজ সিং, মহৌৰ ওম প্ৰকাশ চৌহান আৰু বেংগালুৰুৰ ৰনিল কুকাৰে ২৬ সংখ্যক ইণ্ডিয়ান অইল চাৰ্ভো মাষ্টাৰছ গলফ প্ৰতিযোগিতাৰ তৃতীয় ৰাউণ্…

  6. 'TIME100 Next India 2026'ৰ তালিকাত অন্তৰ্ভুক্ত উত্তৰ-পূবৰ তিনি ব্যক্তিত্বৰ নাম

    টাইম১০০ নেক্সট ইণ্ডিয়া ২০২৬ৰ তালিকাত অসমৰ লাভলীনা বৰগোহাঁই, মণিপুৰৰ মীৰাবাই চানু আৰু নাগালেণ্ডৰ থেজা ৰিঅ'ই স্থান লাভ কৰিছে।

  7. ইণ্ডিয়ানঅইল চাৰ্ভ’ মাষ্টাৰ্ছত চৌহান-কুক্কাড যুটীয়াভাৱে শীৰ্ষত

    ডিগবৈ গল্ফ লিংকছত ইণ্ডিয়ানঅইল চাৰ্ভ’ মাষ্টাৰ্ছৰ দ্বিতীয় ৰাউণ্ডৰ পিছত অম প্ৰকাশ চৌহান আৰু ৰৌনিল কুক্কাডে ৯ আণ্ডাৰ ১৩৫ স্ক’ৰে যুটীয়াভাৱে শী…

  8. আইপিএলৰ খেলুৱৈ হিচাপে ধোনীৰ অৱসৰ, ২০২৭ৰ পৰা চেন্নাইৰ মেণ্টৰ

    মহেন্দ্ৰ সিং ধোনীয়ে আইপিএলৰ খেলুৱৈ হিচাপে ১৮ বছৰীয়া যাত্ৰাৰ সামৰণি ঘটালে। ২০২৭ চনৰ পৰা চেন্নাই ছুপাৰ কিংছৰ মেণ্টৰ হিচাপে নতুন দায়িত্ব গ্ৰ…

  9. ইণ্ডিয়ান অইল চাৰ্ভো মাষ্টাৰছ গলফ্ত সৌৰভ ৰাথীয়ে ৬৫ ৰান কৰি দুটা শ্বটেৰে অগ্ৰগতি লাভ

    ২০২৬-২৭ ডিপি ৱৰ্ল্ড পিজিটিআই ২৬ সংখ্যক ইণ্ডিয়ান অইল চাৰ্ভো মাষ্টাৰছ গলফ প্ৰতিযোগিতাৰ প্ৰথম ৰাউণ্ডত ৭ আণ্ডাৰ ৬৫ কাৰ্ডিং কৰি দুটা শ্বটৰ অগ্ৰগ…

  10. পাকিস্তানক অন্তিম বলত হৰুৱাই নৱমবাৰৰ বাবে অনূৰ্ধ্ব-১৯ এছিয়া কাপ জয় ভাৰতৰ

    পাকিস্তানক ১ উইকেটত পৰাস্ত কৰি ভাৰতে অভিলেখসংখ্যক নৱমবাৰৰ বাবে অনূৰ্ধ্ব-১৯ এছিয়া কাপৰ খিতাপ দখল কৰিছে।

  11. ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত পেলেষ্টাইনী জনগণৰ ভাৰতৰ সমৰ্থনত ভাৰতৰ ভোট

    পেলেষ্টাইনী জনসাধাৰণ আৰু অধিকৃত ছিৰীয়ান গোলানৰ আৰব লোকসকলৰ প্ৰাকৃতিক সম্পদৰ ওপৰত স্থায়ী সাৰ্বভৌমত্বৰ অধিকাৰ পুনৰ নিশ্চিত কৰা ৰাষ্ট্ৰসংঘৰ প…

  12. আফগানিস্তানক ৮ উইকেটত হৰুৱাই ফাইনেলত ভাৰত; খিতাপৰ যুঁজত মুখামুখি হ'ব পাকিস্তানৰ

    আফগানিস্তানক ৮ উইকেটত পৰাস্ত কৰি অনূৰ্ধ্ব-১৯ এছিয়া কাপৰ ফাইনেলত উঠিল ভাৰত। শনিবাৰে খিতাপৰ যুঁজত পাকিস্তানৰ মুখামুখি হ'ব ভাৰত।

  13. জাগুনত একাদশ সংখ্যক মেজৰ দুৰ্গা মল্লা গোৰ্খা কাপ ফুটবল প্ৰতিযোগিতা সফল সামৰণি

    জাগুনৰ ৬ মাইল ৰামপুৰ খেলপথাৰত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ টিৰাপ–জাগুন আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত একাদশ সংখ্যক মেজৰ দুৰ্গা মল্লা জিলা পৰ…

  14. পঞ্জাব কিংছলৈ হাৰ্দিক, মুম্বাই ইণ্ডিয়ানছত অৰ্শদীপ; IPLত বৃহৎ সালসলনি

    আই পি এল ২০২৭ৰ পূৰ্বে হাৰ্দিক পাণ্ডিয়াক পঞ্জাব কিংছলৈ আৰু অৰ্শদীপ সিঙক মুম্বাই ইণ্ডিয়ানছলৈ সলনি কৰা হৈছে।

  15. আৰ্যবীৰ ছেহৱাগৰ ১৬০ ৰানৰ দৰ্শনীয় ইনিংছ, ইউএইক হৰুৱাই ছেমিফাইনেলত ভাৰত

    আৰ্যবীৰ ছেহৱাগৰ ১৬০ ৰানৰ দৰ্শনীয় ইনিংছৰ সহায়ত ভাৰতে ইউএইক ৭০ ৰানত পৰাস্ত কৰি অনূৰ্ধ্ব-১৯ এছিয়া কাপৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে।

  16. দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ ভাৰতীয় মহিলা টেষ্ট-এদিনীয়া দলত জিন্টিমণি কলিতা

    আগন্তুক ডিচেম্বৰত দক্ষিণ আফ্ৰিকা ভ্ৰমণ কৰিবলগীয়া ভাৰতীয় মহিলা টেষ্ট আৰু এদিনীয়া দলত স্থান লাভ কৰিছে অসমৰ ক্ৰিকেটাৰ জিন্টিমণি কলিতাই।

  17. চৈয়দ মুস্তাক আলী ট্ৰফীৰ বাবে অসম দল ঘোষণা, অধিনায়ক ডেনিছ দাস

    চৈয়দ মুস্তাক আলী ট্ৰফীৰ বাবে ১৬জনীয়া অসম দল ঘোষণা। ডেনিছ দাস অধিনায়ক আৰু চাহিল জৈন উপ-অধিনায়ক। ১৪ নৱেম্বৰৰ পৰা চণ্ডীগড়ত আৰম্ভ হ’ব প্ৰতি…