শেহতীয়া খবৰ

NewzNow-ৰ সকলো শেহতীয়া খবৰ, সময় অনুসৰি।

  1. অসম

    শ্যামা কালী পূজাৰ লগে লগে দুদিনীয়াকৈ আৰম্ভ দীপাৱলী

    শ্যামা কালী পূজাৰ লগে লগে ৰাজ্যজুৰি দুদিনীয়াকৈ দীপাৱলী উদযাপনৰ উছাহ দেখা গৈছে। বজাৰত মাটিৰ চাকি, বৈদ্যুতিক আলোকসজ্জা আৰু আতচবাজীৰ চাহিদা বৃ…

  2. অসম

    বজালিত উৎসৱকালীন জুৱা ৰোধৰ দাবী হিন্দু পৰিষদৰ

    দীপাৱলী আৰু ৰাস মহোৎসৱৰ সময়ত বজালি জিলাত জুৱা ৰোধ কৰিবলৈ জিলা প্ৰশাসন আৰু আৰক্ষীক কঠোৰ পদক্ষেপ লোৱাৰ আহ্বান জনাইছে হিন্দু পৰিষদে।

  3. অসম

    উজনি অসমৰ লোকৰ ‘ৰ’ উচ্চাৰণক লৈ আপত্তিজনক মন্তব্য! আমগুৰি আৰক্ষীৰ জালত দুই ছ’চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ

    উজনি অসমৰ লোকসকলে ‘ৰ’ আখৰ সঠিকভাৱে উচ্চাৰণ কৰিব নোৱাৰে বুলি সামাজিক মাধ্যমত মন্তব্য কৰাৰ অভিযোগত ধিমান ৰায় চৌধুৰী আৰু পিংগল প্ৰত্যুষ সিঙক আ…

  4. অসম

    বৰক’লাত ৩৭ লাখ ৫৬ হাজাৰ টকীয়া মহিলা বজাৰৰ আধাৰশিলা স্থাপন

    বৰক’লাৰ পালেংতলীত ৩৭ লাখ ৫৬ হাজাৰ টকা ব্যয়ৰে মহিলা বজাৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে।

  5. অসম

    গোৱালপাৰাত কৃষি-জলসিঞ্চন আঁচনি পৰিদৰ্শন পীযূষ হাজৰিকাৰ

    গোৱালপাৰাত কৃষি আৰু জলসিঞ্চন আঁচনিৰ অগ্ৰগতি পৰ্যালোচনা কৰি পীযূষ হাজৰিকাই দাৰাংগিৰি বজাৰ ভৱন ২০২৭ চনৰ জানুৱাৰীৰ ভিতৰত সম্পূৰ্ণ কৰাৰ নিৰ্দেশ…

  6. অসম

    চিৰাঙত সামাজিক অধিকাৰিতা শিৱিৰ, ১৫০ হিতাধিকাৰীক সহায়ক সঁজুলি বিতৰণ

    চিৰাঙৰ কাজলগাঁৱত আয়োজিত সামাজিক অধিকাৰিতা শিৱিৰত সিদলী সমষ্টিৰ ১৫০গৰাকী হিতাধিকাৰীক বিনামূলীয়াকৈ সহায়ক সঁজুলি বিতৰণ কৰা হয়।

  7. অসম

    ভূমিহীনক ১০১ টকাৰ মাচুলত মাটিৰ পট্টা দিব বিটিচিয়ে

    বিটিচিয়ে ভূমিহীন পৰিয়াললৈ পট্টা বিতৰণৰ কাম ত্বৰান্বিত কৰাৰ সিদ্ধান্ত লৈছে। ইতিমধ্যে প্ৰায় ৮,০০০খন পট্টা বিতৰণ কৰা হৈছে বুলি হাগ্ৰামা মহিল…

  8. অসম

    ভঙাগড় উৰণসেঁতুৰ তলত অগ্নিকাণ্ড, ক্ষতিগ্ৰস্ত ৭খন দোকান

    গুৱাহাটীৰ ভঙাগড় উৰণসেঁতুৰ তলত শনিবাৰে পুৱাই সংঘটিত অগ্নিকাণ্ডত প্ৰায় ৭খন দোকান ক্ষতিগ্ৰস্ত হয়। এলপিজি চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত জুইৰ সূত্ৰপ…

  9. অসম

    ধেমাজিত মিচিং আৰু সোনোৱাল কছাৰী পৰিষদ নিৰ্বাচনৰ মনোনয়ন-পত্ৰ দাখিল

    মিচিং আৰু সোনোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ মনোনয়ন-পত্ৰ দাখিলৰ অন্তিম দিনলৈ তিনিদিন বাকী থাকোঁতেই ধেমাজিত প্ৰাৰ্থিত্বপ্ৰত্যাশীস…

  10. অসম

    চৰাইদেউ মৈদামত বাঘিনীৰ তিনিটাকৈ পোৱালি জন্ম

    বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামৰ অন্তৰ্গত এক স্থানত বাঘিনীয়ে তিনিটাকৈ পোৱালি জন্ম দিয়াৰ ঘটনাই স্থানীয় ৰাইজৰ মাজত তীব্ৰ কৌতূহলৰ সৃষ্টি…

  11. অসম

    মাজুলীত নাবালিকা ছাত্ৰীক ধৰ্ষণ: বিদ্যালয়ৰ চকীদাৰক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড

    মাজুলীৰ বিশেষ পকছ' আদালতে অষ্টম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক ধৰ্ষণৰ অপৰাধত বিদ্যালয়ৰ চকীদাৰ মাধৱ মিলিক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহিছে।

  12. অসম

    কিশোৰতে অনাথ, ঋণৰ বোজা নেওচি ১,৫০০ সদস্যৰ কৃষক উৎপাদক কোম্পানী গঢ়িলে অঞ্জল লিম্বুৱে

    কিশোৰ অৱস্থাতে অনাথ হোৱা অঞ্জল লিম্বুৱে ঋণৰ বোজা নেওচি জৈৱিক আৰু প্ৰাকৃতিক কৃষিৰ জৰিয়তে ১,৫০০ সদস্যৰ কৃষক উৎপাদক কোম্পানী গঢ়ি তুলিছে।

  13. অসম

    যুৱ অলিম্পিকত পদক জয় কৰা প্ৰথম ভাৰতীয় পুৰুষ সাঁতোৰবিদ তীৰ্থংক পেগু

    ডাকাৰ যুৱ অলিম্পিকত ২০০ মিটাৰ বাটাৰফ্লাইত ব্ৰঞ্জৰ পদক জয় কৰি ইতিহাস গঢ়িলে অসমৰ ১৭ বছৰীয়া তীৰ্থংক পেগুৱে।

  14. আন্তঃৰাষ্ট্ৰীয়

    বেংকৰ আৰ্থিক সংকটক কেন্দ্ৰ কৰি পাৰাগুৱেৰ ৰাষ্ট্ৰপতি ছাণ্টিয়াগো পেনাক মহাভিযোগ প্ৰক্ৰিয়াৰে অপসাৰণ

    ইউএনঅ' বেংকৰ আৰ্থিক সংকটক কেন্দ্ৰ কৰি পাৰাগুৱেৰ ৰাষ্ট্ৰপতি ছাণ্টিয়াগো পেনাক মহাভিযোগ প্ৰক্ৰিয়াৰে অপসাৰণ কৰা হৈছে। উপ-ৰাষ্ট্ৰপতি পেড্ৰো আলি…

  15. জীৱনশৈলী

    আতচবাজিৰ ধোঁৱাই ছালৰ ক্ষতি কৰিব পাৰে, কলাজেনৰ ওপৰতো পৰে প্ৰভাৱ

    কালীপূজা-দীপাৱলীৰ আতচবাজিৰ ধোঁৱা, ধূলি আৰু ৰাসায়নিক অৱশিষ্টই ছালত এলাৰ্জি, খজুৱতি আৰু প্ৰদাহৰ সৃষ্টি কৰিব পাৰে।

  16. জীৱনশৈলী

    দীপাৱলীত পাঁচ ৰাশিৰ বাবে শুভ সময়ৰ সম্ভাৱনা: জ্যোতিষীয় গণনা

    জ্যোতিষীয় গণনা অনুসৰি ২০২৬ চনৰ দীপাৱলীত বৃষ, কৰ্কট, সিংহ, তুলা আৰু বৃশ্চিক ৰাশিৰ জাতক-জাতিকাৰ আৰ্থিক লাভৰ সম্ভাৱনা আছে।

  17. দেশ

    “মোৰ লিংগই শিৱলিংগ, মোৰেই পূজা কৰা”—বৃন্দাবনৰ কথক ইন্দ্ৰদেৱ মহাৰাজৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ

    বৃন্দাবনৰ কথক ড০ ইন্দ্ৰদেৱ মহাৰাজৰ বিৰুদ্ধে এগৰাকী মহিলাই ধৰ্ষণ আৰু যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছে।

  18. অসম

    গুৱাহাটী প্ৰেছ ক্লাবত আন্তঃসংবাদ মাধ্যম কবিতা আবৃত্তি প্ৰতিযোগিতা সম্পন্ন

    গুৱাহাটী প্ৰেছ ক্লাব আৰু ইনলি ফাউণ্ডেচনৰ উদ্যোগত প্ৰয়াত লীলাৱতী দাস সোঁৱৰণী আন্তঃসংবাদ মাধ্যম কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হয়। দুই ক…