শেহতীয়া খবৰ

NewzNow-ৰ সকলো শেহতীয়া খবৰ, সময় অনুসৰি।

  1. স্বাস্থ্য

    চিকিৎসালয়লৈ যোৱাৰ পূৰ্বে জানি লওঁক স্বাস্থ্যমন্ত্ৰীৰ এই সকীয়নি; অন্যথা পৰিব পাৰে বিপদত

    চিকিৎসালয়ৰ নিয়ম আৰু চিকিৎসকৰ নিৰ্দেশ নামানিলে ৰোগীৰ চিকিৎসা বন্ধ হ’ব পাৰে বুলি সকীয়নি দিছে স্বাস্থ্যমন্ত্ৰী অশোক সিংঘালে।

  2. অসম

    বৈদ্যুতিক ইঞ্জিনেৰে আগৰতলালৈ তেজছ ৰাজধানী এক্সপ্ৰেছ

    নতুন দিল্লী-আগৰতলা পথত প্ৰথমবাৰৰ বাবে বৈদ্যুতিক ইঞ্জিনেৰে চলিল তেজছ ৰাজধানী এক্সপ্ৰেছ। আগৰতলা-লামডিং আৰু গুৱাহাটী ৰে'ল খণ্ডৰ বৈদ্যুতিকীকৰণ স…

  3. অসম

    গুৱাহাটীত অনুষ্ঠিত সমন্বয় বৈঠকত ড্ৰাগছ সৰবৰাহ চক্ৰ উৎখাতত আৰ্থিক লেনদেন অনুসৰণৰ আহ্বান

    গুৱাহাটীত অনুষ্ঠিত সমন্বয় বৈঠকত ড্ৰাগছ জব্দতে সীমাবদ্ধ নাথাকি সৰবৰাহ চক্ৰৰ আৰ্থিক লেনদেন অনুসৰণ কৰি সমগ্ৰ নেটৱৰ্ক উৎখাতৰ ওপৰত গুৰুত্ব দিয়া…

  4. অসম

    ‘ৰামায়ণ’ৰ ভিজুৱেল ইফেক্টৰ আঁৰত অসম বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সুদীপ্ত নাথ

    অসম বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সুদীপ্ত নাথে ‘ৰামায়ণ’ ছবিখনৰ প্ৰায় ৯০টা ডিজিটেল চৰিত্ৰ আৰু উপাদানৰ টেক্সচাৰিং কামত মুখ্য ভূমিকা পালন কৰ…

  5. অসম

    ১২ নৱেম্বৰত অসমৰ পেট্ৰল ডিলাৰৰ ২৪ ঘণ্টীয়া ক্ৰয়-বিক্ৰী বন্ধ

    তেল বিপণন কোম্পানীসমূহৰ কথিত স্বেচ্ছাচাৰী সিদ্ধান্ত আৰু হাৰাশাস্তিৰ প্ৰতিবাদত ১২ নৱেম্বৰৰ পুৱা ৬ বজাৰ পৰা পেট্ৰল ডিলাৰসকলে ইন্ধন ক্ৰয়-বিক্ৰ…

  6. অসম

    তেজপুৰত সযতনে সংৰক্ষিত ‘জয়মতী’ৰ দুৰ্লভ গ্ৰামোফোন ৰেকৰ্ড

    তেজপুৰৰ শিল্পী প্ৰাঞ্জল বৰুৱাই জ্যোতিপ্ৰসাদ আগৰৱালা-বিষ্ণুপ্ৰসাদ ৰাভাৰ ‘জয়মতী’সহ কেইবাখনো ঐতিহাসিক নাটকৰ ৰেকৰ্ড সংৰক্ষণ কৰি ৰাখিছে।

  7. অসম

    নগাঁৱত শিক্ষাৰ্থীসকলৰ সৈতে বিজ্ঞানী ড° অংগশুমান নাগৰ মত বিনিময়

    নগাঁৱৰ ৰামানুজন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ড° অংগশুমান নাগে শিক্ষাৰ্থীসকলক বিজ্ঞান শিক্ষা, গৱেষণা আৰু উচ্চশিক্ষা সন্দৰ্ভত দিহা-পৰামৰ্শ আগবঢ়…

  8. অসম

    নিউ জলুকপাহামত মেঘালয়ৰ নিম্ন প্ৰাথমিক বিদ্যালয় স্থাপন

    পলাশবাৰী সমষ্টিৰ অসম-মেঘালয় সীমান্তৱৰ্তী নিউ জলুকপাহামত মেঘালয়ে স্থাপন কৰা বিদ্যালয়ক লৈ ভূমি, প্ৰশাসনিক উপস্থিতি আৰু উন্নয়নমূলক পদক্ষেপৰ…

  9. অসম

    নাজিৰাত ৰহস্যজনক অৱস্থাত আৰক্ষী জোৱানৰ গুলীবিদ্ধ মৃতদেহ উদ্ধাৰ

    নাজিৰা জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত ২৫ নম্বৰ অসম আৰক্ষী অ’এনজিচি বেটেলিয়নৰ জোৱান নিপন মেধিৰ গুলীবিদ্ধ মৃতদেহ উদ্ধাৰ হৈছে।

  10. দেশ

    ৪,০০০ কোটি টকীয়া বলীউডৰ বিগ বাজেটৰ ছবি ‘ৰামায়ণ’ত ৰাম-লক্ষ্মণৰ কৱচসদৃশ সাজ নিৰ্মাণত অসমৰ শিল্পীৰ হাতৰ পৰশ!

    ৪,০০০ কোটি টকাৰ বৃহৎ চলচ্চিত্ৰ প্ৰকল্প ‘ৰামায়ণ’ত অসমৰ পৰম্পৰাগত কাৰুশিল্পৰ অৱদান। কষ্টিউম ডিজাইনাৰ অজয় কুমাৰৰ পৰিকল্পনাত সৰপত বেত, মৰাপাট…

  11. অসম

    দুলীয়াজানত চিকিৎসকক ধনদাবী, ৰঙাঘৰৰ আলহী পাঁচজন

    দুলীয়াজানৰ এজন চিকিৎসকৰ পৰা তিনি মাহৰ সম্পূৰ্ণ দৰমহা দাবী কৰাৰ অভিযোগত পাঁচজনক গ্ৰেপ্তাৰ কৰি ডিব্ৰুগড় কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে।

  12. অসম

    মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকিৰ অভিযোগত তামিলনাডুত লখিমপুৰৰ যুৱক গ্ৰেপ্তাৰ

    সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি দিয়াৰ অভিযোগত তামিলনাডুৰ পৰা জুন দাস নামৰ লখিমপুৰৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰা হ…

  13. অসম

    অসম সাহিত্য সভাৰ নিৰ্বাচন: শীৰ্ষ পদৰ মনোনয়ন-পত্ৰ সংগ্ৰহ আৰম্ভ

    ২০২৭-২৯ কাৰ্যকালৰ উপ-সভাপতি আৰু সাধাৰণ সম্পাদক পদৰ বাবে গুৱাহাটীত পাঁচগৰাকী আগ্ৰহীয়ে মনোনয়ন-পত্ৰ সংগ্ৰহ কৰিছে।

  14. শিক্ষা

    ১৪ নৱেম্বৰৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণ! ৪ লাখ টকা পৰ্যন্ত বাৰ্ষিক আয়ৰ পৰিয়ালৰ শিক্ষাৰ্থীৰ বাবে মাচুল ৰেহাই

    ASSEBৰ দ্বিতীয় বিভাগৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা, ২০২৭ৰ প্ৰ-পত্ৰ পূৰণৰ বাবে ১৪ নৱেম্বৰৰ পৰা ৫ ডিচেম্বৰলৈ সময় নিৰ্ধাৰণ কৰিছে। নিয়মী…

  15. অসম

    তেঙাখাটত অইল ইণ্ডিয়াৰ স্থাপনাত বিস্ফোৰণ: মৃতৰ সংখ্যা বৃদ্ধি পালে ৩ জনলৈ

    ডিব্ৰুগড়ৰ তেঙাখাটস্থিত অইল ইণ্ডিয়াৰ আইটিএফত সংঘটিত বিস্ফোৰণ আৰু অগ্নিকাণ্ডত গুৰুতৰভাৱে আহত দুজনৰ মৃত্যু হৈছে।

  16. অসম

    দীপাৱলী-কালীপূজাক লৈ ধুবুৰীত আৰক্ষীৰ বিশেষ নিৰ্দেশনা

    দীপাৱলী আৰু কালীপূজাক কেন্দ্ৰ কৰি ধুবুৰী জিলাত ৮ আৰু ৯ নৱেম্বৰত বাণিজ্যিক ট্ৰাকৰ প্ৰৱেশৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে আৰক্ষীয়ে। ৯ নৱেম্বৰ…

  17. অসম

    তামুলপুৰত খেল মহাৰণ ৩.০ৰ ভিচিডিচি পৰ্যায়ৰ প্ৰতিযোগিতা উদ্বোধন

    তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত খেল মহাৰণ ৩.০ৰ ভিচিডিচি পৰ্যায়ৰ প্ৰতিযোগিতা উদ্বোধন কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই।

  18. অসম

    তিনিচুকীয়াৰ ঢলা নদীৰ পৰা নিখোজ ব্যক্তিৰ মৃতদেহ উদ্ধাৰ

    ঢলা নদীৰ পৰা ৪ নৱেম্বৰৰ পৰা নিখোজ হৈ থকা ন'-বৰমূৰা গাঁৱৰ ৫৫ বছৰীয়া টুনা মুৰাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। ঘটনাটোৰ তদন্ত চলাইছে আৰক্ষীয়ে।

  19. অসম

    উত্তৰ ডবকা পথাৰ প্ৰাথমিক বিদ্যালয়ত মধ্যাহ্ন ভোজনত অনিয়মৰ অভিযোগ

    হোজাইৰ উত্তৰ ডবকা পথাৰ প্ৰাথমিক বিদ্যালয়ত ২০৬ গৰাকী শিক্ষাৰ্থীৰ নামত আবণ্টিত মধ্যাহ্ন ভোজনৰ খাদ্য সামগ্ৰী যোগান আৰু বিতৰণত অনিয়মৰ অভিযোগ উ…

  20. অসম

    আইবিবিআইৰ পৰীক্ষাত ৯১ শতাংশ নম্বৰ লাভ কুৰাণীবড়ীৰ ৱাছিম আক্ৰামৰ

    আইবিবিআইৰ পঞ্জীয়নভুক্ত মূল্য নিৰ্ধাৰক পৰীক্ষাত ৯১ শতাংশ নম্বৰ লাভ কৰা ৱাছিম আক্ৰামক গুৰুগ্ৰামত বিশেষ সম্বৰ্ধনা জনোৱা হয়।