নাজিৰাত অ'এনজিচিৰ পাইপ ফাটি বিষাক্ত গেছ নিৰ্গত, আতংকিত স্থানীয় ৰাইজ
শিৱসাগৰ জিলাৰ নাজিৰাত অ'এনজিচিৰ গেছ পৰিবাহী পাইপ ফাটি বিষাক্ত গেছ নিৰ্গত হোৱাত স্থানীয় বাসিন্দাসকলৰ মাজত আতংকৰ সৃষ্টি হৈছে।
গুৰুত্বপূৰ্ণ খবৰ ফোন বা কম্পিউটাৰত পোনপটীয়াকৈ পাওক।
শিৱসাগৰ জিলাৰ নাজিৰাত অ'এনজিচিৰ গেছ পৰিবাহী পাইপ ফাটি বিষাক্ত গেছ নিৰ্গত হোৱাত স্থানীয় বাসিন্দাসকলৰ মাজত আতংকৰ সৃষ্টি হৈছে।
মানকাছাৰৰ খেলপথাৰত খেল চলি থকাৰ সময়তে উত্তেজনাৰ সৃষ্টি হোৱাত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে লাঠীচালনা কৰে।
১৭ নৱেম্বৰত খানাপাৰাত অনুষ্ঠিত হ’বলগীয়া কনচাৰ্টক কেন্দ্ৰ কৰি কেইবাটাও পথত চলাচল নিয়ন্ত্ৰণ আৰু পাৰ্কিং নিষেধাজ্ঞা জাৰি কৰা হৈছে।
আগ্ৰাৰ পিডিএ দলিত সন্মিলনত অখিলেশ যাদৱে বিজেপি চৰকাৰৰ বিৰুদ্ধে দুগুণ দুৰ্নীতি আৰু লুণ্ঠনৰ অভিযোগ তুলি তীব্ৰ সমালোচনা কৰে।
তিৱা স্বায়ত্ব পৰিষদৰ ডিমৰীয়াৰ পূৰ্বৰ ৬টা সমষ্টি অক্ষুণ্ণ ৰাখি নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী জনাইছে ১৮টা সংগঠনে।
গুৱাহাটীৰ গড়চুকৰ গাৰুঘুলিত ঘৰ নিৰ্মাণৰ উদ্দেশ্যে পাহাৰৰ মাটি খননৰ অভিযোগ উঠিছে। বন বিভাগৰ লোক উপস্থিত হোৱাৰ পাছতে খননকাৰ্য বন্ধ কৰা হয়।
নিউজিলেণ্ডক ২২ ৰানত হৰুৱাই পাঁচখনীয়া এদিনীয়া শৃংখলা ৩-১ ব্যৱধানত জিকিলে ভাৰতে। অৰ্শদীপ সিঙে ১৪ ৰানৰ অপৰাজিত ইনিংছৰ লগতে তিনিটা উইকেট দখল কৰে…
মাউণ্ট মাউংগানুইত অন্তিম এদিনীয়া মেচত নিউজিলেণ্ডক ২২ ৰানত পৰাস্ত কৰি ভাৰতে পাঁচখনীয়া শৃংখলা ৩-১ ব্যৱধানত জয় কৰিছে।
শিক্ষা আৰু জনজাতি পৰিক্ৰমা মন্ত্ৰী ড° ৰণোজ পেগুৱে ২০২৭ চনৰ ১০ নৱেম্বৰৰ পৰা গুৱাহাটীত পাঁচদিনীয়া জনজাতীয় মেলা অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে…
জাগীৰোডৰ হাতীউঠা বৰনলনী পথাৰ শংকৰী কলা-কৃষ্টি কেন্দ্ৰৰ বৰ নামঘৰত তিনিদিনীয়া কাৰ্যসূচীৰে একশৰণ মহাপুৰুষীয়া সমাজৰ নৱম প্ৰতিষ্ঠা দিৱস আৰু মহা…
ভোটাৰ তালিকাৰ বিশেষ সংশোধনক লৈ কংগ্ৰেছৰ স্থিতিক দুমুখীয়া বুলি সমালোচনা কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই।
পেছাগত গাফিলতি, নিম্নমানৰ নিৰ্মাণকাৰ্য আৰু দলং খহি পৰাৰ সৈতে জড়িত অনিয়মৰ অভিযোগত গড়কাপ্তানী বিভাগৰ ১০গৰাকী অভিযন্তাক নিলম্বন কৰা হৈছে।
পৰ্যটকক আকৰ্ষণ কৰাৰ লক্ষ্যৰে শ্ৰীভূমি পৌৰসভাই অনুকূল সাগৰ পুখুৰীত স্থাপন কৰা মহাদেৱৰ বিশালাকাৰ মূৰ্তি উন্মোচন কৰে মন্ত্ৰী কৃষ্ণেন্দু পালে।
ৰঙাজানৰ পথ দুৰ্ঘটনাত আহত দুগৰাকীৰ স্বাস্থ্যৰ উন্নতি হোৱাত জেএমচিএইচৰ চিকিৎসকে তেওঁলোকক ঘৰলৈ উভতি যোৱাৰ অনুমতি দিছে। আন ১৬ গৰাকী এতিয়াও চিকি…
সোণাপুৰৰ ১৪ মাইলত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দুদিন ধৰি মুকলিকৈ জুৱা চলাৰ অভিযোগ উঠিছে। আৰক্ষী উপস্থিত হোৱাৰ পিছতো কোনো লোকক আটক বা সামগ্ৰী জব্দ…
ভেৰগাঁৱৰ তিনিগৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীক ‘টপ টেন’ৰ সুবিধাৰ পৰা বঞ্চিত কৰাৰ অভিযোগ উত্থাপন কৰি বাছনি প্ৰক্ৰিয়া পুনৰ বিবেচনাৰ দাবী জনোৱা হৈছে।
দেশত সশস্ত্ৰ নক্সালবাদীসকলক নিৰ্মূল কৰা হৈছে যদিও বিভিন্ন সংগঠনৰ নেতৃত্বৰ স্থানত এতিয়াও ‘দিমাগী নক্সাল’ সক্ৰিয় হৈ আছে বুলি মন্তব্য বিজেপিৰ…
কাজিৰঙাৰ ৰঙাজানত দুৰ্ঘটনাগ্ৰস্ত ট্ৰেভেলাৰখনৰ স্বত্বাধিকাৰী আনজিৰ আলীক আটক কৰিছে আৰক্ষীয়ে। বাহনখনৰ এছএলডি পূৰ্বেই খুলি ৰখা হৈছিল।
জাগীৰোডৰ মনহাতত পথৰ কাষৰ দ খাৱৈত পৰি থকা ছুইফ্ট বাহনৰ ভিতৰত চালক আশ্ৰাফুল ইছলামৰ মৃতদেহ উদ্ধাৰ হৈছে। পৰিয়ালে হত্যাৰ অভিযোগ উত্থাপন কৰিছে।
পাঠশালাৰ ইউনিয়ন বেংকৰ এটিএমৰ পৰা ৫০০ টকীয়া জাল নোট লাভ কৰাৰ অভিযোগ তুলিছে কুকুৱা বাটাবাৰীৰ বাসিন্দা অতুল পাটগিৰিয়ে।