কাজিৰঙাৰ ভয়ংকৰ দুৰ্ঘটনাৰ পাছত সষ্টম ডিগবৈ আৰক্ষী
কেচা চাহপাত কঢ়িওৱা গাড়ী তালাচী:কাজিৰঙাত ভয়ংকৰ দুৰ্ঘটনাৰ পাছত সষ্টম ডিগবৈ আৰক্ষী। তীব্ৰ বেগী কেচা চাহপাত কঢ়িওৱা গাড়ীৰ বিৰুদ্ধে অভিযান আৰ…
গুৰুত্বপূৰ্ণ খবৰ ফোন বা কম্পিউটাৰত পোনপটীয়াকৈ পাওক।
কেচা চাহপাত কঢ়িওৱা গাড়ী তালাচী:কাজিৰঙাত ভয়ংকৰ দুৰ্ঘটনাৰ পাছত সষ্টম ডিগবৈ আৰক্ষী। তীব্ৰ বেগী কেচা চাহপাত কঢ়িওৱা গাড়ীৰ বিৰুদ্ধে অভিযান আৰ…
চৰাইদেউৰ বৰহাটত জোৰোণ দিবলৈ যোৱা বিবাহযাত্ৰী কঢ়িয়াই নিয়া টাটা এচি বাহনখন বৈদ্যুতিক খুঁটাত খুন্দা মাৰে। ১৬জনক সংকটজনক অৱস্থাত ডিব্ৰুগড়লৈ…
কাজিৰঙাৰ সমীপৰ ৰঙাজানত ২৬জনৰ প্ৰাণ লোৱা পথ দুৰ্ঘটনাৰ পাছত গোলাঘাট জিলাৰ পৰিবহণ বিভাগৰ ছয়জন বিষয়াক নিলম্বন কৰা হৈছে।
গুৱাহাটীত ১৬ নৱেম্বৰৰ পৰা খোলা গাখীৰৰ খুচুৰা মূল্য প্ৰতিলিটাৰত ৭১ টকা ৮০ পইচা কৰা হৈছে। পাইকাৰী মূল্য নিৰ্ধাৰণ কৰা হৈছে ৬৯ টকা ২০ পইচা।
ব্ৰাদাৰ্ছ ইউনাইটেডক পৰাস্ত কৰি ডিমৰীয়া প্ৰিমিয়াৰ লীগৰ দ্বিতীয় সংস্কৰণৰ চেম্পিয়ন হৈছে বি এম বয়ছ। বিজয়ী দলটোৱে লাভ কৰিছে ১ লাখ ২০ হাজাৰ…
আছুৰ শেহতীয়া ভূমিকা আৰু এছআইআৰক লৈ সংগঠনটোৰ স্থিতিৰ তীব্ৰ সমালোচনা কৰিছে বিশিষ্ট বুদ্ধিজীৱী ড° হীৰেন গোহাঁইয়ে।
জাঁজী নদীৰ বৈধ-অবৈধ বালি খননৰ ঘাট পুনৰ মুকলি নকৰিবলৈ শিৱসাগৰ জিলা আয়ুক্তলৈ স্মাৰকপত্ৰ প্ৰদান কৰিলে অসমীয়া যুৱ মঞ্চই।
পথ দুৰ্ঘটনা হ্ৰাস আৰু পথ সুৰক্ষা নিশ্চিত কৰিবলৈ প্ৰতিখন জিলাতে টাস্ক ফ’ৰ্চ গঠনসহ ১২ দফা ব্যৱস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।
কাজিৰঙাৰ শেহতীয়া পথ দুৰ্ঘটনাত মৃত্যু হোৱা প্ৰতিগৰাকী লোকৰ পৰিয়াললৈ ১ লাখ টকাকৈ আৰ্থিক সাহায্য আগবঢ়াব আজমল ফাউণ্ডেশ্যনে।
গুৱাহাটী পৌৰ নিগমে ৩ ডিচেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈ অনাদায় কৰ সংগ্ৰহৰ বিশেষ অভিযান চলাব।
গোলাঘাটৰ মেৰাপানীৰ নেঘেৰিবিলত বেদখলমুক্ত বনভূমিত পথ নিৰ্মাণ আৰু গছ কটাৰ অভিযোগ উঠিছে। ঘটনাক লৈ সীমান্তবাসীৰ মাজত উদ্বেগ সৃষ্টি হৈছে।
থাইলেণ্ডৰ ফুকেটৰ পাটং অঞ্চলৰ চাৰিমহলীয়া বাণিজ্যিক অট্টালিকাত সংঘটিত অগ্নিকাণ্ডত ১১ জন লোকৰ মৃত্যু হৈছে। ঘটনাটোত ১৬ জন লোক আহত হৈছে।
ৰূপাই চাইডিঙত তিনিদিনীয়া কেন্দ্ৰীয় কুঁহি অনুষ্ঠানৰ সামৰণি পৰে। অন্তিম দিনা ৬২খন গ্ৰন্থ উন্মোচন কৰা হয়।
অসমত বিদেশী বুলি ঘোষণা কৰা ১,১৬,৯৪৬গৰাকী লোকক ৩০ জুন, ২০২৬লৈকে আটক বা বহিষ্কাৰ কৰা হোৱা নাই বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ে উল্লেখ কৰিছে।
জামুগুৰিহাটৰ তৌভঙাৰ নবিল বহিমৰা ঘাটত আদৰ্শ নৱযুৱক ছট পূজা উদযাপন সমিতিৰ উদ্যোগত দুদিনীয়াকৈ ৪৪সংখ্যক ছট পূজা উৎসৱ উদযাপন কৰা হৈছে।
ওদালগুৰিৰ ধৰমজুলিত কপালত চকু থকা আৰু নাকবিহীন মুখমণ্ডলৰ এটা ছাগলী পোৱালিৰ জন্ম হৈছে। পোৱালিটোক চাবলৈ স্থানীয় লোকৰ ভিৰ হৈছে।
অসমৰ উচ্ছেদ অভিযানত মুছলমান লোকক বাছি বাছি লক্ষ্য কৰি লোৱা হৈছে বুলি দিল্লীত অভিযোগ উত্থাপন কৰিছে আমছুৱে।
শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটৰ বহু বানপীড়িত পৰিয়াল সাহায্যৰ পৰা বঞ্চিত হৈ থকাৰ অভিযোগ উত্থাপন কৰি আন্দোলনৰ হুংকাৰ অখিল গগৈৰ।
পাঠশালাত গ্ৰীন মিছন বজালীৰ উদ্যোগত অসম শিশু সাহিত্য ন্যাসৰ সচিব তথা সাহিত্যিক হৃষীকেশ গোস্বামীক ‘কথাৰত্ন’ বঁটা প্ৰদান কৰা হয়।
গহপুৰৰ এক নিৰ্বাচনী সভাত শিক্ষা মন্ত্ৰী ড০ ৰণোজ পেগুৰ মিচিং পৰিচয়ক লৈ প্ৰশ্ন উত্থাপন কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰিপুন বৰাই।