অসম

  1. উজনিত পুনৰ আৰম্ভ কয়লা ছিণ্ডিকেট; খাৰচাঙৰ পৰা আহিছে অবৈধ কয়লা: অখিল

    মেঘালয়ৰ পৰা নাগালেণ্ডলৈ অবৈধ কয়লা সৰবৰাহ চলি থকাৰ অভিযোগ তুলি ট্ৰাক জব্দৰ দাবী জনালে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে।

  2. দিখৌ দলঙত উইংগাৰৰ খুন্দা, পালছাৰ বাইক ৫০ মিটাৰ চোঁচৰাই লৈ যায়

    শিৱসাগৰৰ দিখৌ দলঙত এখন উইংগাৰ বাহনে তিনিখন বাইকত খুন্দা মৰাৰ অভিযোগ উঠিছে। চালকজনে সুৰাপান কৰি বাহন চলাইছিল বুলি স্থানীয় লোকৰ অভিযোগ।

  3. উত্তৰ লখিমপুৰত যুৱ উদ্যোগীৰ মৃতদেহ উদ্ধাৰ, তদন্ত অব্যাহত

    উত্তৰ লখিমপুৰৰ ভাড়াঘৰত ইউফ'ৰিয়া ইউনিছেক্স ছেলুনৰ স্বত্বাধিকাৰী তন্ময় জ্যোতি দত্ত ফুকনৰ মৃতদেহ উদ্ধাৰ হৈছে। পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আৰক্ষ…

  4. বিদ্যুৎ মাচুল বৃদ্ধি প্ৰত্যাহাৰৰ দাবীত চুতীয়া যুৱ সন্মিলনৰ প্ৰতিবাদ

    বিদ্যুৎ মাচুল বৃদ্ধি সাধাৰণ গ্ৰাহকৰ ওপৰত অতিৰিক্ত আৰ্থিক বোজা বুলি অভিহিত কৰি সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী জনাইছে চুতীয়া যুৱ সন্মিলন অসমে।

  5. বিলাসীপাৰাৰ ডুবাচৰিত গছৰ ডাল বাগৰি ট’ট’ চালকৰ মৃত্যু

    বিলাসীপাৰাৰ ডুবাচৰি দ্বিতীয় খণ্ড গাঁৱত গছৰ ডাল কাটি থকাৰ সময়ত চলন্ত ট’ট’ৰ ওপৰত ডাল বাগৰি পৰি চালক কহিনূৰ ইছলামৰ মৃত্যু হয়।

  6. বৰাকবাসীক লৈ বিতৰ্কিত মন্তব্যঃ আটক প্ৰাণধন হাজৰিকা

    বৰাকৰ বঙালী লোকসকলক বাংলাদেশী বুলি মন্তব্য কৰাৰ অভিযোগত শ্ৰীভূমিৰ প্ৰাণধন হাজৰিকাক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁৰ বিৰুদ্ধে বৰাকত এজাহাৰ দাখিল কৰা…

  7. ৩ দিনতে ৩৭৫ কোটিৰ ব্যৱসায় ‘ৰামায়ণ’ৰ! শনিবাৰে উপাৰ্জন ১৮২ কোটিৰো অধিক

    মুক্তিৰ তিনিদিনতে ‘ৰামায়ণ: পাৰ্ট ৱান’ৰ বিশ্বজুৰি উপাৰ্জন ৩৭৫.৫০ কোটি টকা। শনিবাৰে ভাৰতত ছবিখনে ৬৯.৮০ কোটি টকাৰ নেট উপাৰ্জন কৰে।

  8. গুৱাহাটীত কোক প্ৰতিষ্ঠানত জিএছটিৰ তালাচীৰ চতুৰ্থ দিন

    ভুৱা ইনপুট টেক্স ক্ৰেডিট লোৱাৰ সন্দেহত মা কামাখ্যা কোক ইণ্ডাষ্ট্ৰিজত জিএছটিৰ তালাচী অভিযান অব্যাহত আছে। দুজন স্বত্বাধিকাৰীয়ে তদন্তত সহযোগ ন…

  9. হাতীৰ আক্ৰমণত নিহতৰ পৰিয়াললৈ ৮ লাখ টকাৰ ক্ষতিপূৰণৰ পৰিকল্পনা

    বনৰীয়া হাতীৰ আক্ৰমণত নিহত লোকৰ পৰিয়াললৈ ৮ লাখ টকাৰ ক্ষতিপূৰণ আগবঢ়োৱাৰ পৰিকল্পনা কৰিছে অসম চৰকাৰে। তামুলপুৰ বনাঞ্চলত ১৪০ জন গজ মিত্ৰ মোতায…

  10. হাছিনাৰ প্ৰত্যৰ্পণ লাগে বাংলাদেশক

    ভাৰতৰ ওচৰত শ্বেখ হাছিনাক প্ৰত্যৰ্পণৰ আবেদন জনাইছে বাংলাদেশে। আইনমন্ত্ৰী এম ডি আছাদুজ্জামানে আইনী প্ৰক্ৰিয়াৰে পদক্ষেপ লোৱাৰ কথা জনায়।

  11. শিৱসাগৰত একে পাত্ৰত ১৩ মাহৰো অধিক কাল জীয়াই আছে মাছ

    শিৱসাগৰৰ এখন গাঁৱত একেটা পাত্ৰত একেখিনি পানীত ১৩ মাহৰো অধিক কাল ধৰি এটা মাছ জীয়াই থকাক লৈ চৰ্চা চলিছে। জুবিন গাৰ্গৰ গীত বাজিলেই মাছটো স্থিৰ…

  12. “ৰকিবুল হুছেইনৰ গাড়ীত পাম নাই।” মুখ্যমন্ত্ৰীৰ মন্তব্য

    চামগুৰিৰ সংখ্যালঘু অধ্যুষিত এলেকাত বিজয় উৎসৱত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰকিবুল হুছেইনক লক্ষ্য কৰি মন্তব্য কৰে।

  13. গণেশগুৰিৰ GS Roadৰ নিৰ্দিষ্ট অংশ ‘ফটকা নিষিদ্ধ এলেকা’ ঘোষণা! এজাক ঘনচিৰিকাৰ সুৰক্ষাৰ বাবে বিশেষ পদক্ষেপ

    এজাক ঘনচিৰিকাৰ সুৰক্ষাৰ বাবে গুৱাহাটী মহানগৰীৰ গণেশগুৰিৰ GS Roadৰ এটা নিৰ্দিষ্ট অংশক ফটকা নিষিদ্ধ এলেকা ঘোষণা কৰিছে অসম আৰক্ষীয়ে। লুই ফিলিপ…

  14. টেঙাখাত আইটিএফৰ অগ্নিকাণ্ডৰ তদন্তৰ দাবী ডিব্ৰুগড় জিলা আছুৰ

    টেঙাখাতৰ আইটিএফত সংঘটিত অগ্নিকাণ্ডৰ উচিত তদন্ত আৰু নিহত-আহতসকলৰ পৰিয়াললৈ ক্ষতিপূৰণৰ দাবী জনাইছে ডিব্ৰুগড় জিলা আছুৱে।

  15. আতচবাজীৰ ক্ষেত্ৰত কঠোৰ নিয়মৰ মাজতে শিলচৰত কালীপূজা-দীপাৱলীৰ প্ৰস্তুতি

    কালীপূজা আৰু দীপাৱলী উপলক্ষে শিলচৰকে ধৰি কাছাৰ জিলাৰ বজাৰত বৃদ্ধি পাইছে ভিৰ। কেৱল অনুমোদিত সেউজীয়া আতচবাজী বিক্ৰী আৰু ব্যৱহাৰৰ অনুমতি দিয়া…

  16. কালীপূজা-দীপাৱলীৰ শুভেচ্ছা জনাবলৈ লোকভৱনত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

    কালীপূজা আৰু দীপাৱলীৰ উপলক্ষে লোকভৱনত উপস্থিত হৈ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক শুভেচ্ছা জ্ঞাপন কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। সাক্ষাতৰ সময…