অসম

  1. যমুনা উচ্ছেদক লৈ ৬ তাৰিখে বন্ধৰ হুংকাৰ আটাছুৰ

    শিৱসাগৰত যমুনাৰ বক্ষত বেদখল, আৱৰ্জনা পেলোৱা আৰু ছাগলী কটাৰ ঠাই গঢ়ি তোলাৰ অভিযোগ কৰিছে আটাছুৰ সভাপতি বসন্ত গগৈয়ে। প্ৰশাসনে ব্যৱস্থা নল'লে ৬ ত…

  2. বঙাইগাঁও সাংস্কৃতিক সমাৰোহত প্ৰাঞ্জল শইকীয়াক ‘জীৱনজোৰা সাধনা বঁটা’

    বঙাইগাঁও সাংস্কৃতিক সমাৰোহত বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়াক ‘জীৱনজোৰা সাধনা বঁটা’ আৰু যুৱ অভিনেতা কমল লোচন ডেকাক ‘যুৱ প্ৰেৰণা বঁটা’ প্ৰদান…

  3. ডিমা হাছাওত চূণশিলৰ খননৰ পৰা বছৰি ১,০১৪ কোটি টকা লাভৰ সম্ভাৱনা: মুখ্যমন্ত্ৰী

    ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদে চূণশিল খননৰ পৰা বছৰি প্ৰায় ১,০১৪ কোটি টকা পাব পাৰে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাইছে। ১৩টা ব্লকৰ…

  4. নৱেম্বৰৰ পৰা বৃদ্ধি পাব বিদ্যুৎ বিল, ১৫৫.৫৯ কোটি টকাৰ অতিৰিক্ত মাচুল সংগ্ৰহত APDCL-ক অনুমতি AERC-ৰ

    এপ্ৰিলৰ পৰা আগষ্টলৈ জমা হোৱা ইন্ধন আৰু বিদ্যুৎ ক্ৰয়ৰ মাচুল এতিয়া গ্ৰাহকৰ বিলত উঠিব। কিন্তু মাহে কিমান হাৰত মাচুল লোৱা হ’ব, সেয়া এ পি ডি চি এ…

  5. এটা কণীৰ দামেই ৯ টকা, প্ৰাথমিক শিক্ষাৰ্থীৰ বাবে চৰকাৰৰ আবণ্টন ৬.৭৮ টকা! মধ্যাহ্ন ভোজনক লৈ বিপাঙত শিক্ষক

    চৰকাৰে আবণ্টন দিয়া সামান্য ধনেৰে শিক্ষাৰ্থীসকলক এসাজ পুষ্টিকৰ আহাৰ যোগান ধৰাটো অসম্ভৱ হৈ পৰিছে। ফলত চৰম বিপাঙত ৰাজ্যৰ শিক্ষক সমাজ।

  6. ‘দিল্লীলৈ মাতি নি লুৰীণজ্যোতিক অৱজ্ঞা ৰাহুল গান্ধীৰ’: বিজেপি

    দিল্লীৰ ৰামলীলা ময়দানৰ সমাৱেশত লুৰীণজ্যোতি গগৈক উপযুক্ত সন্মান নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে অসম বিজেপিয়ে। বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শ…

  7. উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰধান শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া; ১১ নৱেম্বৰৰ ভিতৰত জিলা পৰ্যায়ৰ বাছনি সম্পূৰ্ণ কৰাৰ লক্ষ্য

    উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰধান শিক্ষক নিযুক্তিৰ বাবে ৰাজ্যত জ্যেষ্ঠতাৰ ভিত্তিত কৰ্মবৰ্গ বাছনি আৰম্ভ হৈছে। ১১ নৱেম্বৰৰ ভিতৰত জিলা পৰ্যায়ৰ প…

  8. ‘‘ভৰালী পৰিয়ালে বাৰে বাৰে মাতিছিল ঘনকান্তক’’: আৰক্ষীৰ জেৰাত কি ক’লে অভিযুক্তৰ পত্নী জোনমণিয়ে?

    বিলাস ইন হোটেলত পাঁচজন লোকৰ মৃত্যুৰ ঘটনাৰ তদন্তত আৰক্ষীয়ে মূল অভিযুক্ত ঘনকান্ত গগৈক লৈ ক্ৰাইম ছীন পুনৰ্নিৰ্মাণ কৰে। আনহাতে, তেওঁৰ পত্নী জোন…

  9. ধুবুৰীৰ আলমগঞ্জত বৃহৎ উচ্ছেদ অভিযান, মাজাৰৰ কাষত কান্দোনত ভাগি পৰিল বহু লোক

    ধুবুৰীৰ আলমগঞ্জৰ নৱম খণ্ডত দেওবাৰে বৃহৎ উচ্ছেদ অভিযান চলায় প্ৰশাসনে। ৫০খনতকৈও অধিক বুলড’জাৰ ব্যৱহাৰ কৰি প্ৰায় ৬৫০ বিঘা চৰকাৰী ভূমি বেদখলমু…

  10. ডিমৰীয়াত ফাৰ্টিকেম ইনোকেমৰ প্ৰকল্প বন্ধৰ দাবী, আন্দোলনৰ হুংকাৰ

    ডিমৰীয়াত Fartichem Inochem LLPৰ উদ্যোগ স্থাপনৰ বিৰোধিতা কৰিছে কেইবাটাও দল-সংগঠনে। ৪২ বিঘা মাটিত গঢ়ি উঠিবলগীয়া উদ্যোগটোৱে অঞ্চলটোৰ মাটি-পানী…

  11. দিল্লীৰ পৰা গুৱাহাটীলৈ বুলেট ট্ৰেইন! ৮ ঘণ্টাৰো কম হ’ব যাত্ৰাৰ সময়?

    উত্তৰ ভাৰতৰ প্ৰস্তাৱিত বুলেট ট্ৰেইন কৰিড’ৰ গুৱাহাটীলৈ সম্প্ৰসাৰণৰ ঘোষণা ৰে’ল মন্ত্ৰীৰ। অসমৰ বাবে নতুন যোগাযোগৰ সম্ভাৱনা।

  12. মুখ্যমন্ত্ৰীক SITয়ে জেৰা নকৰালৈকে জুবিন গাৰ্গে ন্যায় লাভ কৰাত সন্দেহ আছে: নীলমণি সেন ডেকা

    জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত চলা আন্দোলনক লৈ প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাৰ মন্তব্য অখিল গগৈ, আছু, আজমল আৰু আলফাই মুখ্যমন্ত্ৰীক সুৰক্ষা দিয…

  13. ঘনকান্ত গগৈৰ বাসগৃহত তিনিঘণ্টাৰ তালাচীত আৰক্ষীয়ে নাপালে লীজৰ নথি, গাড়ীৰ চাবি

    হোটেল বিলাস ইন গুলীচালনা কাণ্ডৰ মূল অভিযুক্ত ঘনকান্ত গগৈৰ সাউকুচিস্থিত ভাড়াঘৰত তিনি ঘণ্টা তালাচী চলায়ো বিশেষ প্ৰমাণ নাপালে আৰক্ষীয়ে। হোটে…

  14. জাগীৰোডত উদ্যোগৰ ৰাজহুৱা শুনানিক লৈ স্থানীয় লোকৰ আপত্তি

    জাগীৰোডৰ চুপাৰি এনচিত উদ্যোগ স্থাপনৰ প্ৰস্তাৱক লৈ ৰাজহুৱা শুনানিত স্থানীয় লোকৰ আপত্তি উঠিছে। টপাটলী, সুকাতা আৰু কাইকুছি ৰাজহ গাঁৱৰ লোকক সময়ম…

  15. টপাটলীত নতুন ৰাসায়নিক উদ্যোগৰ ৰাজহুৱা শুনানিক লৈ বিতৰ্ক, ৮০ শতাংশ চকী খালী থকাৰ অভিযোগ

    টপাটলীত নতুন ৰাসায়নিক উদ্যোগৰ ৰাজহুৱা শুনানিক লৈ বিতৰ্ক, ৮০ শতাংশ খালি চকীৰে ৰাজহুৱা শুনানি

  16. টপাটলীত উদ্যোগ স্থাপনৰ ৰাজহুৱা শুনানিক লৈ তীব্ৰ বিতৰ্ক

    শনিবাৰে এখন ৰাজহুৱা শুনানিত এগৰাকী খেতিয়কে প্ৰগ্ৰেছিভ ফাৰ্টিকেমৰ প্ৰভাৱত অঞ্চলটোৰ পানী, খেতি আৰু মাছৰ ক্ষতি হোৱা বুলি অভিযোগ কৰে। স্থানীয়…

  17. ৰাজ্যপালৰ কনভয়ৰ নিৰাপত্তাত কৰ্তব্যৰত গৃহৰক্ষী জোৱানৰ পথ দুৰ্ঘটনাত মৃত্যু

    জাগীৰোড, ৩১ অক্টোবৰঃ কৰ্তব্যৰত অৱস্থাতে এক কৰুণ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এগৰাকী গৃহৰক্ষী জোৱানে। ৰাজ্যপালৰ কনভয়ৰ নিৰাপত্তাৰ দায়িত্বত নি…

  18. ভেৰগাঁৱত দুটাকৈ পথ নিৰ্মাণৰ কামৰ শুভাৰম্ভ, দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ আশা

    বিটিচিৰ ভেৰগাঁও পৰিষদীয় সমষ্টিত দুটাকৈ পথ নিৰ্মাণ আঁচনিৰ শিলান্যাস কৰা হৈছে। শুক্লাই–নালাপাৰা আৰু শুক্লাই–ৰাজাগড়–নালাপাৰা পথ দুটাৰ নিৰ্মাণ…

  19. ৭ নৱেম্বৰত গুৱাহাটী প্ৰেছ ক্লাবত লীলাৱতী দাস সোঁৱৰণী কবিতা আবৃত্তি প্ৰতিযোগিতা

    ৭ নৱেম্বৰত গুৱাহাটী প্ৰেছ ক্লাব আৰু ইনলি ফাউণ্ডেচনৰ উদ্যোগত অনুষ্ঠিত হ’ব লীলাৱতী দাস সোঁৱৰণী কবিতা আবৃত্তি প্ৰতিযোগিতা। একক আৰু দ্বৈত—দুয়োট…

  20. ‘আৰক্ষীয়ে কঠোৰ চাৰ্জশ্বীট দাখিল কৰক’, মন্তব্য ঘনকান্ত গগৈৰ অধিবক্তাৰ

    গুৱাহাটী, ৩১ অক্টোবৰঃ গুৱাহাটীৰ হোটেল বিলাস ইনত সংঘটিত হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত ঘনকান্ত গগৈৰ পত্নী জোনমণি গগৈয়ে আজি পুনৰ ধেমাজি থানাত হাজ…