দেশ

  1. দিল্লী বিমানবন্দৰৰ Terminal 3ত বলপূৰ্বক প্ৰৱেশৰ চেষ্টা; CISFৰ তৎপৰতাত আটক এজন

    ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ টাৰ্মিনেল ৩ত বৈধ যাত্ৰাসংক্ৰান্তীয় নথি-পত্ৰ নথকা এজন লোকে বলপূৰ্বক প্ৰৱেশৰ চেষ্টা কৰোঁতে চিআইএছএ…

  2. ২০৭০ চনত ভাৰতত হিন্দুৰ জনসংখ্যা হ্ৰাস পাব ৭৫.৮ শতাংশলৈ, বৃদ্ধি পাব মুছলমানৰ সংখ্যা : পিউৰ প্ৰক্ষেপণ

    ২০৭০ চনতো ভাৰতত ৭৫.৮ শতাংশ হিন্দু থাকিব পাৰে বুলি পিউ ৰিছাৰ্চ চেণ্টাৰে প্ৰক্ষেপণ কৰিছে। মুছলমানৰ অংশ ১৯.৬ শতাংশলৈ বৃদ্ধি পাব পাৰে।

  3. ইন্দিৰা গান্ধীৰ জন্মদিনত শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰী মোদীৰ; স্মৰণ ৰাহুল, প্ৰিয়ংকা আৰু খৰ্গেৰো

    ইন্দিৰা গান্ধীৰ জন্মজয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীসহ কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক স্মৰণ কৰে।

  4. চিকিৎসকৰ বিবাহ সন্দৰ্ভত জাৰি কৰা নিৰ্দেশ প্ৰত্যাহাৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ

    ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ মেডিচিন বিভাগে স্নাতকোত্তৰ প্ৰশিক্ষাৰ্থীসকলক বিবাহ পিছুৱাবলৈ দিয়া নিৰ্দেশনা প্ৰত্যাহাৰ…

  5. খহি পৰিল দলং! দলং খহি খালত পৰিল দুখনকৈ ট্ৰাক, এখনত অগ্নিকাণ্ড

    পাটিয়ালা-সংগ্ৰুৰ বাইপাছৰ পাছিয়ানা গাঁৱৰ সমীপত ভাক্ৰা খালৰ লোহাৰ দলং খহি দুখন ট্ৰাক আৱদ্ধ হয়। কেইবাজনো লোক আহত হৈছে।

  6. ভিৰ নিয়ন্ত্ৰণত মহিলাক কেৱল মহিলা আৰক্ষীয়ে চম্ভালিব লাগিব বুলি বাধ্যবাধকতা নাই: দিল্লী আৰক্ষী

    ভিৰ নিয়ন্ত্ৰণৰ অভিযানত মহিলাক কেৱল মহিলা আৰক্ষীয়েহে চম্ভালিব লাগিব বুলি কোনো আইনী বাধ্যবাধকতা নাই বুলি উচ্চতম ন্যায়ালয়ত জনালে দিল্লী আৰক…

  7. বাৰ্ড ফ্লুৰ আশংকাত নামাক্কালৰ কণী ৰপ্তানিত মন্দাৱস্থা

    বাৰ্ড ফ্লুৰ আশংকাত সংযুক্ত আৰব আমিৰশ্বাহী, ওমান আৰু দক্ষিণ আফ্ৰিকাৰ আমদানিকাৰীয়ে নামাক্কালৰ কণীৰ অৰ্ডাৰ বাতিল কৰিছে। উৎপাদন ব্যয় উলিওৱাটোও…

  8. ভাৰত মণ্ডপমত প্ৰায় চাৰে তিনি ঘণ্টা ধৰি মোদীৰ বৈঠক, মন্ত্ৰীসকলক দিলে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশ

    ভাৰত মণ্ডপমত কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ বৈঠকত চৰকাৰী আঁচনিৰ অগ্ৰগতি, ‘বিকশিত ভাৰত ২০৪৭’ আৰু নিচাবিৰোধী অভিযানৰ পৰ্যালোচনা কৰা হয়।

  9. এয়াৰ ইণ্ডিয়া AI-171 দুৰ্ঘটনাৰ তদন্ত প্ৰায় সম্পূৰ্ণ, চূড়ান্ত প্ৰতিবেদন প্ৰকাশৰ বাবে আৰু ২-৩ সপ্তাহ বিচাৰিলে কেন্দ্ৰই

    এআই-১৭১ বিমান দুৰ্ঘটনাৰ তদন্ত অন্তিম পৰ্যায়ত বুলি সৰ্বোচ্চ ন্যায়ালয়ত জনাই কেন্দ্ৰই চূড়ান্ত প্ৰতিবেদন প্ৰকাশৰ বাবে ২-৩ সপ্তাহ সময় বিচাৰি…

  10. ধৰ্মীয় অনুষ্ঠানত পশু বলি বন্ধৰ আবেদন খাৰিজ সৰ্বোচ্চ ন্যায়ালয়ৰ

    ধৰ্মীয় আচাৰ-অনুষ্ঠানৰ নামত পশু হত্যা বন্ধ কৰাৰ দাবীত দাখিল কৰা আবেদন বুধবাৰে খাৰিজ কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে।

  11. দিল্লীৰ প্ৰতিবাদ সন্দৰ্ভত কংগ্ৰেছসহ চাৰি সংগঠনলৈ সৰ্বোচ্চ ন্যায়ালয়ৰ জাননী

    ৰামলীলা ময়দানত প্ৰতিবাদী কাৰ্যসূচীৰ ফলত ব্যৱসায়-বাণিজ্য আৰু জীৱিকাত প্ৰভাৱ পৰাৰ অভিযোগত কংগ্ৰেছ, এএপিসহ চাৰি সংগঠনলৈ জাননী জাৰি কৰিছে সৰ্ব…

  12. ছোনিয়া গান্ধীৰ গ্ৰন্থত বীৰ সাভাৰকাৰ সম্পৰ্কে কৰা মন্তব্যৰ আপত্তিত; প্ৰতিবাদ শিৱসেনাৰ

    বীৰ সাভাৰকাৰ সম্পৰ্কে কৰা মন্তব্যৰ আপত্তিত শিৱসেনাৰ প্ৰতিবাদৰ মাজতে শায়না এন চি-য়ে বাল থাকৰেৰ ফটো ফালি পেলোৱাৰ অভিযোগক লৈ নতুন বিতৰ্ক সৃষ্…

  13. ৫৪ সংখ্যক জন্মদিনত দিল্লীত নীলিম মহন্তৰ হাতৰ পৰশত জিলিকি উঠিল জুবিন গাৰ্গৰ প্ৰতিচ্ছবি

    জুবিন গাৰ্গৰ ৫৪ সংখ্যক জন্মদিন উপলক্ষে নতুন দিল্লীৰ হুমায়ুনপুৰত তেওঁৰ প্ৰতিচ্ছবি অংকন কৰি শ্ৰদ্ধাঞ্জলি জনাইছে চিত্ৰশিল্পী নীলিম মহন্তই।

  14. ‘Vote Chor, Gaddi Chhod’ ভিডিঅ’ আঁতৰোৱাৰ আবেদন: শুকুৰবাৰে শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

    ইটালীৰ নেতা জিয়াকোমো ফিলিবেকৰ ভিডিঅ’ সামাজিক মাধ্যমৰ পৰা আঁতৰোৱাৰ দাবীত দাখিল কৰা আবেদনৰ শুনানি শুকুৰবাৰে গ্ৰহণ কৰিব সৰ্বোচ্চ ন্যায়ালয়ে।

  15. কুলগামত লস্কৰ-ই-তৈয়বাৰ সদস্য লতিফ ভাট নিহত

    কুলগামত নিৰাপত্তা বাহিনীৰ অভিযানত লস্কৰ-ই-তৈয়বাৰ শ্ৰেণী-এৰ সন্ত্ৰাসবাদী লতিফ ভাট নিহত হৈছে। সংগঠনটোত যোগদানৰ ঠিক এবছৰৰ দিনাই তেওঁৰ মৃত্যু হ…

  16. ৰাস্তাত আৱৰ্জনা বুটলি পুত্ৰক পঢ়ুৱাইছিল মাতৃয়ে, আজি সেই পুত্ৰ IIT-ৰ পৰা গৈ হ'ল IFS বিষয়া!

    মুম্বাইৰ বস্তি অঞ্চলৰ পৰা আইআইটি মাদ্ৰাজলৈ যোৱা গৌতম পাডিভাৰে ২০২২ চনৰ ইউপিএছচি আইএফএছ পৰীক্ষাত ১৩৯ সংখ্যক স্থান লাভ কৰিছিল।

  17. 'ভাৰতত হোৱা ৪০ শতাংশ বায়ু প্ৰদূষণৰ বাবে দায়ী মই' - কেন্দ্ৰীয় পৰিবহন মন্ত্ৰী নীতিন গাডকাৰী

    পৰিবহণ খণ্ডৰ সৈতে দেশৰ প্ৰায় ৪০ শতাংশ বায়ু প্ৰদূষণ জড়িত বুলি উল্লেখ কৰি নীতিন গাডকাৰীয়ে নৈতিক দায়িত্ব স্বীকাৰ কৰে।

  18. ধন সৰবৰাহৰ গোচৰত আজম খানলৈ অন্তৱৰ্তীকালীন জামিন

    জৌহৰ ট্ৰাষ্ট-সংক্ৰান্তীয় প্ৰায় ৪২৬ কোটি টকাৰ ধন সৰবৰাহৰ গোচৰত এলাহাবাদ উচ্চ ন্যায়ালয়ে আজম খানক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছে।