দেশ

সামাজিক মাধ্যমত চৰকাৰী তথ্য আদান-প্ৰদান নকৰিবলৈ সুৰক্ষা বাহিনীসমূহলৈ কঠোৰ নিৰ্দেশনা

হোৱাটছএপ বা আন কোনো সামাজিক মাধ্যমত গোপনীয় চৰকাৰী তথ্য আদান-প্ৰদান নকৰিবলৈ সতৰ্ক কৰি দিয়া হৈছে নিৰাপত্তা বাহিনীসমূহক।

  1. ইংৰাজী নাম সলনি কৰি ‘পশ্চিমবংগ’ কৰাৰ প্ৰস্তাৱ: ৯ ডিচেম্বৰত বিধানসভাত উত্থাপনৰ সম্ভাৱনা

    পশ্চিমবংগৰ ইংৰাজী নাম সলনিৰ প্ৰস্তাৱ অহা ৯ ডিচেম্বৰত বিধানসভাত উত্থাপন কৰা হ’ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে।

  2. মাদ্ৰাছাত হিন্দুসকলৰ প্ৰতি ঘৃণাৰ শিক্ষা দিয়া হয়: নীতেশ ৰাণে

    মুম্বাইত এহাল যুৱক-যুৱতীক আক্ৰমণৰ ঘটনাৰ পাছতে মাদ্ৰাছাৰ শিক্ষাক লৈ গুৰুতৰ অভিযোগ তুলিলে মহাৰাষ্ট্ৰৰ মন্ত্ৰী নীতেশ ৰাণেই।

  3. হাৰিয়ানাৰ হিসাৰত সামৰিক অনুশীলনৰ সময়ত টেংকৰ চেপাত সেনাৰ দুই জোৱানৰ কৰুণ মৃত্যু

    হাৰিয়ানাৰ হিসাৰত সামৰিক অনুশীলনৰ সময়ত টেংকৰ তলত পৰি কৰুণ মৃত্যুক সাবটি লয় ভাৰতীয় সেনাৰ দুই জোৱানে।

  4. বাবাৰ যুঁজ! ‘বেদ-মহাভাৰত একোৱেই পঢ়া নাই’, ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীক ‘ভণ্ড’ আৰু ‘ধূৰ্ত’ আখ্যা বাবা ৰামদেৱৰ

    ভগৱান ৰাম আৰু কৃষ্ণক লৈ কৰা মন্তব্যৰ বাবে ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীক চোকা সমালোচনা কৰে যোগগুৰু বাবা ৰামদেৱে।

  5. ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে দিল্লীৰ আদালতৰ জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা

    ২০১৮ চনৰ এটা মানহানিৰ গোচৰত জনপ্ৰিয় ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে দিল্লীৰ ছাকেত আদালতে।

  6. নতুন দিল্লীৰ দ্বাৰকাত তৃতীয়টো অসম ভৱন উদ্বোধন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

    নতুন দিল্লীৰ দ্বাৰকাত প্ৰায় ২২ কোটি টকা ব্যয়েৰে নিৰ্মিত অত্যাধুনিক অসম হাউছ উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

  7. প্ৰধানমন্ত্ৰী মোদীৰ নীতিৰ বাবে ভাৰততেই পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি সৰ্বনিম্ন! দাবী কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীৰ

    বিশ্ব বজাৰত ইন্ধনৰ মূল্য বৃদ্ধি সত্ত্বেও চৰকাৰৰ সঠিক নীতিৰ বাবেই ভাৰতত পেট্ৰ’ল-ডিজেলৰ দাম নিয়ন্ত্ৰণত আছে বুলি দাবী কেন্দ্ৰীয় মন্ত্ৰীৰ।

  8. ভাৰত-বাংলাদেশ সীমান্তত BSF জোৱান নিৰুদ্দেশ, বাংলাদেশলৈ অপহৰণৰ সন্দেহ

    ভাৰত-বাংলাদেশ সীমান্তত কৰ্তব্যৰত অৱস্থাত বৰাক নদীত পৰি বিএছএফৰ ৭৫ নম্বৰ বেটেলিয়নৰ এজন জোৱান সন্ধানহীন হৈ পৰিছে।

  9. এছিয়াৰ দ্বিতীয় সৰ্বাধিক প্ৰভাৱশালী নেতা হিচাপে মূল্যায়ন প্ৰধানমন্ত্ৰী মোদীৰ, শক্তি সূচকাংকত ভাৰত তৃতীয় স্থানত

    ২০২৬ বৰ্ষৰ এছিয়া পাৱাৰ ইনডেক্সত ভাৰতে নিজৰ স্থান সুদৃঢ় কৰিছে। অঞ্চলটোৰ দ্বিতীয় সৰ্বাধিক কাৰ্যকৰী নেতা হিচাপে স্বীকৃতি লাভ কৰিছে প্ৰধানমন্…

  10. বিচলেৰীৰ বিৰুদ্ধে আদালতত গোচৰ তৰাৰ অনুমোদন এফএছএছএআইৰ

    পানীৰ নমুনাত নিৰ্ধাৰিত সীমাতকৈ অধিক ব্ৰ'মেট আৰু পিএএইচ পোৱাৰ পাছত বিচলেৰী ইণ্টাৰনেচনেলৰ বিৰুদ্ধে আইনী ব্যৱস্থাৰ অনুমোদন জনায় খাদ্য সুৰক্ষা…

  11. বিছলেৰীৰ পানী খোৱাৰ অনুপযুক্ত! FSSAIৰ পৰীক্ষাত পোহৰলৈ আহিছে তথ্য

    পানীৰ নমুনাত ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ ধৰা পৰাৰ পিছত বিছলেৰীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ অনুমতি দিলে এফএছএছএআইয়ে।

  12. “ভাৰতৰ উন্নয়ন আহিছে গুজৰাটৰ উন্নয়নৰ পৰা ”— প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

    গুজৰাটৰ বিকাশৰ পৰাই দেশৰ উন্নয়ন সম্ভৱ হৈছে বুলি মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। বিজেপি কৰ্মীসকলৰ ত্যাগ আৰু পৰিশ্ৰমৰ শলাগ লয় প্ৰধানমন…

  13. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবেই দাম কমিল সোণৰ!

    দেশবাসীয়ে সোণ ক্ৰয় হ্ৰাস কৰাৰ বাবেই ইয়াৰ মূল্য কমিছে আৰু জনসাধাৰণৰ ধন ৰাহি হৈছে বুলি লক্ষ্ণৌত মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

  14. তেলেংগানা কংগ্ৰেছত সংঘাত: দলৰ বিধায়কক 'পাগল কুকুৰে কামোৰা' বুলি মুখ্যমন্ত্ৰী ৰেৱন্তৰ বিতৰ্কিত মন্তব্য

    দলৰ অসন্তুষ্ট বিধায়কসকলক পাগল কুকুৰে কামোৰা বুলি তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে কৰা মন্তব্যক লৈ ৰাজ্যখনত তীব্ৰ ৰাজনৈতিক বিতৰ্কৰ স…

  15. আইতাকৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ লৈ পুনৰ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ অমৃতপাল সিং

    আইতাকৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণৰ অন্তত কটকটীয়া নিৰাপত্তাৰ মাজেৰে সাংসদ অমৃতপাল সিঙক পুনৰ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ অনা হয়।

  16. নয়ডাত বায়ু প্ৰদূষণৰ ভয়াৱহ ৰূপ, দিল্লীৰ তুলনাত নয়দা আৰু গ্ৰেটাৰ নয়দাত বায়ু প্ৰদূষণৰ মাত্ৰা (AQI) অধিক বৃদ্ধি

    নয়ডাত বায়ু প্ৰদূষণৰ মাত্ৰাই ধাৰণ কৰিছে ভয়াৱহ ৰূপ। চহৰখনত বায়ুৰ গুণাগুণ সূচাংক ৪৩১লৈ বৃদ্ধি পোৱাত পৰিস্থিতি ‘অতি গুৰুতৰ’ হৈ পৰিছে।

  17. মিঠাই কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড: ৩জনৰ মৃত্যু, ৩৬জন সন্ধানহীন

    ইণ্ডোনেছিয়াৰ বাণ্টেন প্ৰদেশৰ এখন মিঠাই কাৰখানাত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত কমেও তিনিজন লোক নিহত হোৱাৰ লগতে ৩৬জন শ্ৰমিক নিখোঁজ হৈ আছে।

  18. পাকিস্তানী মন্ত্ৰীক বিৰিয়ানী-কাবাব খুওৱাক লৈ কেন্দ্ৰীয় চৰকাৰক সমালোচনা সুপ্ৰিয়া শ্ৰীনাটেৰ

    ভাৰতত অনুষ্ঠিত এছচিঅ’ৰ অনুষ্ঠানত পাকিস্তানী মন্ত্ৰীক আমন্ত্ৰণ জনাই আপ্যায়ন কৰাক লৈ কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰিলে কংগ্ৰেছ নেত্ৰী সুপ্ৰিয়…