দেশ

  1. পেন কাৰ্ড-ভোটাৰ পৰিচয়-পত্ৰ নাগৰিকত্বৰ প্ৰমাণ নহয়: গুৱাহাটী উচ্চ ন্যায়ালয়

    সংশ্লিষ্ট মূল অভিলেখ প্ৰমাণিত নোহোৱালৈকে পেন কাৰ্ড বা ভোটাৰ পৰিচয়-পত্ৰক ভাৰতীয় নাগৰিকত্বৰ দলিল হিচাপে গ্ৰহণ কৰিব নোৱাৰি বুলি ৰায় দিয়ে উচ…

  2. ১০ নৱেম্বৰলৈ প্ৰত্যক্ষ কৰ সংগ্ৰহ ১৪.৪২ লাখ কোটি, ১১.৭৬ শতাংশ বৃদ্ধি

    চলিত ২০২৬-২৭ বিত্তীয় বৰ্ষৰ ১০ নৱেম্বৰলৈ দেশৰ প্ৰত্যক্ষ কৰ সংগ্ৰহ ১৪.৪২ লাখ কোটি টকালৈ বৃদ্ধি পাইছে। কৰ্পোৰেট কৰ আৰু ছিকিউৰিটিজ লেনদেন কৰ সং…

  3. কিস্তৱাৰত অস্ত্ৰসহ দুজন বিশেষ আৰক্ষী বিষয়া নিৰুদ্দেশ, যৌথ অনুসন্ধান অব্যাহত

    জম্মু-কাশ্মীৰৰ কিস্তৱাৰ জিলাৰ মাৰৱাহ-দাচান সীমান্তৱৰ্তী অৰণ্যাঞ্চলত গুলীচালনাৰ শব্দ শুনা পোৱাৰ পাছত অস্ত্ৰসহ দুজন বিশেষ আৰক্ষী বিষয়া নিৰুদ্…

  4. কুলগামত সন্ত্ৰাসবাদীৰ গুলীচালনা, আহত ৩ চিআৰপিএফ জোৱান

    জম্মু-কাশ্মীৰৰ কুলগামত এটা নাকাত মটৰচাইকেল আৰোহী সন্দেহভাজন সন্ত্ৰাসবাদীৰ গুলীচালনাত চিআৰপিএফৰ ৩ জন জোৱান আহত হৈছে।

  5. কুলগামত চিআৰপিএফৰ টহলদাৰী দললৈ গুলীচালনা, আহত ৩ জোৱান

    জম্মু-কাশ্মীৰৰ কুলগাম জিলাৰ নোৱপোৰা-আখৰানত সন্ত্ৰাসবাদীৰ গুলীচালনাত চিআৰপিএফৰ তিনিজন জোৱান আহত হৈছে। অঞ্চলটোত তালাচী অভিযান চলি আছে।

  6. ২০১৭ৰ পূৰ্বে শাসনৰ গাদীত বহি আছিল মুন্না ভাই-মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ

    ২০১৭ চনৰ পূৰ্বে উত্তৰ প্ৰদেশৰ চৰকাৰী নিযুক্তি ব্যৱস্থাত দুৰ্নীতি আৰু অনিয়মৰ অভিযোগ উত্থাপন কৰি পূৰ্বৰ চৰকাৰসমূহক সমালোচনা কৰে মুখ্যমন্ত্ৰী…

  7. বিদেশী পুঁজিৰ অভিযোগ নাকচ ছাম পিট্ৰ’ডাৰ, জৰ্জ ছ’ৰছক লৈ কংগ্ৰেছক প্ৰত্যাক্ৰমণ বিজেপিৰ

    Indian Overseas Congressৰ অধ্যক্ষ ছাম পিট্ৰ’ডাই কংগ্ৰেছ আৰু INDIA মিত্ৰজোঁটৰ কাৰ্যকলাপত বিদেশী পুঁজিৰ প্ৰভাৱ থকাৰ অভিযোগ নাকচ কৰিছে। ৰাহুল গ…

  8. ডিগাৰু ৰে’ল দুৰ্ঘটনাৰ পিছৰে পৰা সন্ধানহীন অষ্ট্ৰেলীয় পৰ্যটক, মিজোৰামলৈ গৈ আছিল যুৱকজন

    ডিগাৰু ৰে'ল ষ্টেচনত কলকাতা-সাইৰাং এক্সপ্ৰেছ লাইনচ্যুত হোৱাৰ পিছত মিজোৰামমুখী এজন অষ্ট্ৰেলীয় পৰ্যটকৰ সন্ধান পোৱা নাই।

  9. ডিগাৰুত কলকাতা–ছাইৰাং এক্সপ্ৰেছৰ লাইনচ্যুতৰ ঘটনাত ৮জন আহত, চিকিৎসাৰ অন্তত সকলোকে মুকলি

    ডিগাৰু ষ্টেচনত কলকাতা–ছাইৰাং এক্সপ্ৰেছ লাইনচ্যুত হোৱাৰ ঘটনাত ৮জন লোক আহত হোৱাৰ তথ্য পোহৰলৈ আহিছে। চিকিৎসাৰ অন্তত আটাইকেইজনকে চিকিৎসালয়ৰ পৰা…

  10. জনজাতীয় অধিকাৰ কৰ্মী নিশা ভগতৰ মৃত্যুৰ তদন্ত চিবিআইক অৰ্পণ

    ঝাৰখণ্ডৰ জনজাতীয় অধিকাৰ কৰ্মী নিশা ভগতৰ মৃত্যুৰ তদন্ত চিবিআইক অৰ্পণৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনে।

  11. উৰণৰ পূৰ্বে Air India-ৰ বিমান অপহৰণৰ ভাবুকি, কলকাতা বিমানবন্দৰত নিৰাপত্তাজনিত সতৰ্কতা

    কলকাতাৰ নেতাজী সুভাষ চন্দ্ৰ বসু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা মুম্বাই অভিমুখে উৰা মৰাৰ পূৰ্বে Air India-ৰ AI 772 বিমানখনত অপহৰণৰ ভাবুকি উদ…

  12. ২৩ বছৰ পুৰণি পিতৃত্ব বিতৰ্ক! জেনীৰ কাষত মুখ্যমন্ত্ৰী

    হৰক সিং ৰাৱটক কেন্দ্ৰ কৰি পিতৃত্ব বিতৰ্কত নতুনকৈ চিবিআই তদন্ত আৰু ডিএনএ পৰীক্ষাৰ দাবী জনাইছে অসমৰ জেনী ওৰফে ইন্দিৰা দেওৰীয়ে।

  13. মাদাৰ ডেইৰীৰ গাখীৰৰ দাম বৃদ্ধি, ১২ নৱেম্বৰৰ পৰা প্ৰতি লিটাৰত ৪ টকালৈ অধিক মূল্য

    Mother Dairy-এ ১২ নৱেম্বৰৰ পৰা দিল্লী-এনচিআৰ অঞ্চলত বিভিন্ন প্ৰকাৰৰ গাখীৰৰ দাম প্ৰতি লিটাৰত ২ৰ পৰা ৪ টকালৈ বৃদ্ধি কৰিছে। নতুন মূল্য অনুসৰি,…

  14. ইথানল-মিশ্ৰিত পেট্ৰলক লৈ যোশী-আৰশ্বাদৰ বাক্যযুদ্ধ

    পেট্ৰলত ইথানলৰ মাত্ৰা, ইন্ধন পৰীক্ষাৰ স্বচ্ছতা আৰু গ্ৰাহকৰ পছন্দৰ অধিকাৰক লৈ কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশী আৰু কৰ্ণাটকৰ মন্ত্ৰী ৰিজৱান আৰ…

  15. নয়ডাৰ কালিন্দী কুঞ্জৰ সমীপত যমুনাত এজন যুৱকে জঁপিয়াই

    নয়ডাৰ বাসিন্দা ৰঞ্জিত নামৰ এজন যুৱকে কালিন্দী কুঞ্জৰ সমীপত যমুনা নদীত জঁপিয়াই পৰাৰ অভিযোগ উঠিছে। উদ্ধাৰ অভিযান অব্যাহত আছে।

  16. শুল্ক আৰু বাণিজ্য-সুবিধাকৰণক লৈ ভাৰত-আমেৰিকাৰ আলোচনা

    দ্বিপাক্ষিক বাণিজ্য চুক্তিৰ প্ৰথম পৰ্যায় শীঘ্ৰে চূড়ান্ত কৰাৰ লক্ষ্যৰে নতুন দিল্লীত ভাৰত আৰু আমেৰিকাৰ বিষয়াসকলৰ আলোচনা অনুষ্ঠিত হৈছে।

  17. ঢাকাৰ দৃশ্য দিল্লীৰ বুলি প্ৰচাৰ: চীনা ভ্লগাৰৰ বিৰুদ্ধে ব্যৱস্থাৰ আহ্বান ভাৰতৰ

    ঢাকাৰ উত্তৰা আৰু টেকপাৰা অঞ্চলৰ দৃশ্য নতুন দিল্লীৰ বুলি প্ৰচাৰ কৰাৰ অভিযোগত জড়িত চীনা ভ্লগাৰসকলৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ সংশ্লিষ্ট কৰ্তৃপক্…

  18. জুলাই–ছেপ্টেম্বৰত ভাৰতৰ নিবনুৱা হাৰ ৫.১%লৈ হ্ৰাস, গ্ৰামাঞ্চলত অধিক উন্নতি: মোদী চৰকাৰৰ দাবী

    ২০২৬ চনৰ জুলাই-ছেপ্টেম্বৰ ত্ৰৈমাসিকত দেশৰ নিবনুৱা হাৰ ৫.১ শতাংশলৈ নামিছে। গ্ৰামাঞ্চলত উন্নতিৰ বিপৰীতে নগৰাঞ্চলত এই হাৰ সামান্য বৃদ্ধি পাইছে।