শেহতীয়া খবৰ

NewzNow-ৰ সকলো শেহতীয়া খবৰ, সময় অনুসৰি।

  1. উত্তৰ-পূৰ্বাঞ্চল

    অৰুণাচলৰ পাৰ্চি পাৰ্লোত ভয়ংকৰ অগ্নিকাণ্ড, ৩ শিশুসহ ৪জনৰ মৃত্যু; ভস্মীভূত ২৪টা বাসগৃহ

    অৰুণাচল প্ৰদেশৰ পাৰ্চি পাৰ্লোত পুৱতি নিশা সংঘটিত অগ্নিকাণ্ডত ৩ শিশুসহ ৪ জনৰ মৃত্যু হৈছে। ২৪টা বাসগৃহ ভস্মীভূত হোৱাত কেইবাটাও পৰিয়াল গৃহহীন…

  2. অসম

    আজি গুৱাহাটীত বন্ধ পেট্ৰ’ল পাম্প , পুৱাই হাহাকাৰ গ্ৰাহকৰ

    নৰ্থ-ইষ্ট পেট্ৰ’লিয়াম ডিলাৰ্ছ এছ’চিয়েশ্যনৰ গুৱাহাটী শাখাৰ প্ৰতিবাদৰ ফলত বৃহস্পতিবাৰে পুৱা ৬ বজাৰ পৰা শুকুৰবাৰে পুৱা ৬ বজালৈ গুৱাহাটীৰ পেট্…

  3. দেশ

    অভিষেক বেনাৰ্জীৰ বাসভৱনৰ সন্মুখত উচ্ছেদ অভিযান

    কলকাতাৰ কালিঘাটত অভিষেক বেনাৰ্জীৰ বাসভৱনৰ সন্মুখৰ পদপথ দখল কৰি ৰখা অবৈধ বাঁহ-টিনৰ গাঁথনি আৰু ধাতুৰ গেট উচ্ছেদ কৰা হৈছে।

  4. অসম

    ভুৱা দশম শ্ৰেণীৰ প্ৰমাণপত্ৰেৰে একাদশত ৪,৯৩৪ শিক্ষাৰ্থীৰ নামভৰ্তি

    চিআইএছচিইৰ নামত ভুৱা প্ৰমাণপত্ৰ দাখিল কৰি একাদশ শ্ৰেণীত নামভৰ্তিৰ অভিযোগ। ঘটনাটোৰ তদন্ত চলাইছে চিআইডিয়ে।

  5. অসম

    ফাঁচীবজাৰত যুৱ ব্যৱসায়ীক ছুৰীকাঘাতৰ অভিযোগ

    গুৱাহাটীৰ ফাঁচীবজাৰত পদপথৰ এজন অসমীয়া যুৱ ব্যৱসায়ীক দোকানত আবদ্ধ কৰি প্ৰহাৰ আৰু ছুৰীকাঘাত কৰাৰ অভিযোগ উঠিছে। ঘটনাস্থলীত উপস্থিত হৈ পাণবজাৰ…

  6. দেশ

    ১০ নৱেম্বৰলৈ প্ৰত্যক্ষ কৰ সংগ্ৰহ ১৪.৪২ লাখ কোটি, ১১.৭৬ শতাংশ বৃদ্ধি

    চলিত ২০২৬-২৭ বিত্তীয় বৰ্ষৰ ১০ নৱেম্বৰলৈ দেশৰ প্ৰত্যক্ষ কৰ সংগ্ৰহ ১৪.৪২ লাখ কোটি টকালৈ বৃদ্ধি পাইছে। কৰ্পোৰেট কৰ আৰু ছিকিউৰিটিজ লেনদেন কৰ সং…

  7. উত্তৰ-পূৰ্বাঞ্চল

    মণিপুৰ নিৰ্বাচনৰ তিনিখন সমিতিত বিমল আকৈজাম

    কংগ্ৰেছে মণিপুৰ বিধানসভা নিৰ্বাচনৰ বাবে কেইবাখনো সমিতি গঠন কৰিছে। সাংসদ বিমল আকৈজামক তিনিখন গুৰুত্বপূৰ্ণ সমিতিত অন্তৰ্ভুক্ত কৰা হৈছে।

  8. অসম

    সোণাপুৰত বাইক-ট্ৰেক্টৰৰ সংঘৰ্ষ, দুজন আহত

    সোণাপুৰত নিশা বাইক আৰু নম্বৰপ্লেটবিহীন ট্ৰেক্টৰৰ সংঘৰ্ষত দুজন বাইক আৰোহী গুৰুতৰভাৱে আহত হৈছে। এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

  9. দেশ

    কিস্তৱাৰত অস্ত্ৰসহ দুজন বিশেষ আৰক্ষী বিষয়া নিৰুদ্দেশ, যৌথ অনুসন্ধান অব্যাহত

    জম্মু-কাশ্মীৰৰ কিস্তৱাৰ জিলাৰ মাৰৱাহ-দাচান সীমান্তৱৰ্তী অৰণ্যাঞ্চলত গুলীচালনাৰ শব্দ শুনা পোৱাৰ পাছত অস্ত্ৰসহ দুজন বিশেষ আৰক্ষী বিষয়া নিৰুদ্…

  10. অসম

    গুৱাহাটীলৈ ‘স্বচ্ছ চহৰ’ৰ স্বীকৃতি, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰে এই সন্মান

    দশম স্বচ্ছ সৰ্বেক্ষণ বঁটাত গুৱাহাটীয়ে অসমৰ প্ৰথম ‘স্বচ্ছ চহৰ’ৰ স্বীকৃতি লাভ কৰিছে। নতুন দিল্লীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে এই সন্মান প্ৰদা…

  11. দেশ

    কুলগামত সন্ত্ৰাসবাদীৰ গুলীচালনা, আহত ৩ চিআৰপিএফ জোৱান

    জম্মু-কাশ্মীৰৰ কুলগামত এটা নাকাত মটৰচাইকেল আৰোহী সন্দেহভাজন সন্ত্ৰাসবাদীৰ গুলীচালনাত চিআৰপিএফৰ ৩ জন জোৱান আহত হৈছে।

  12. অসম

    ডিগবৈত ভাঙি পৰিল কালী পূজাৰ মণ্ডপ, ক্ষতিগ্ৰস্ত ক্ষুদ্ৰ ব্যৱসায়ীৰ সামগ্ৰী

    ডিগবৈ, ১১ নৱেম্বৰ: নিশা অহা প্ৰচণ্ড ধুমুহা-বৰষুণে ডিগবৈৰ কালী পূজাৰ আনন্দ-উৎসৱত ব্যাঘাত জন্মোৱাৰ লগতে বিস্তৰ ক্ষতিসাধন কৰে। ধুমুহাৰ ফলত ডিগব…

  13. অসম

    ‘হাইৱে ধাবা’ৰ প’ষ্টাৰ, শীৰ্ষক গীত মুকলি; ১১ ডিচেম্বৰত মুক্তি

    গুৱাহাটীৰ জ্যোতি চিত্ৰবনত নতুন অসমীয়া ছবি ‘হাইৱে ধাবা’ৰ প’ষ্টাৰ আৰু শীৰ্ষক গীত মুকলি কৰা হয়। ১১ ডিচেম্বৰত ছবিখন অসমৰ ছবিগৃহত মুক্তি লাভ কৰ…

  14. অসম

    টংলাত কিশোৰীক ধৰ্ষণৰ চেষ্টা, ডিঙি চেপি হত্যাৰ চেষ্টাৰ অভিযোগ

    ওদালগুৰিৰ টংলাত ১৩ বছৰীয়া কিশোৰীক ধৰ্ষণৰ চেষ্টা কৰাৰ লগতে গামোচাৰে ডিঙি চেপি হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ উঠিছে।

  15. অসম

    ১৭ নৱেম্বৰত কলম্বিয়া বিশ্ববিদ্যালয়ত, ১৮ নৱেম্বৰত চিকাগো বিশ্ববিদ্যালয়ত ৰাহুল গান্ধীৰ আলোচনা চক্ৰ

    ৰাহুল গান্ধীয়ে আমেৰিকা ভ্ৰমণৰ সময়ত কলম্বিয়া বিশ্ববিদ্যালয়ত ছাত্ৰ আন্দোলন আৰু চিকাগো বিশ্ববিদ্যালয়ত ভূ-ৰাজনীতি সন্দৰ্ভত আলোচনাত অংশ ল'ব।

  16. অসম

    চিন্ময় ৰঞ্জন দত্ত সোঁৱৰণী শিল্পী বঁটা-২০২৬ ঘোষণা বিশিষ্ট শিক্ষাবিদ, দীনেশ গগৈলৈ এই বৰ্ষৰ সন্মান

    বিশিষ্ট শিক্ষাবিদ, সাংস্কৃতিক কৰ্মী তথা চলচ্চিত্ৰ নিৰ্মাতা দীনেশ গগৈলৈ আগবঢ়োৱা হৈছে চিন্ময় ৰঞ্জন দত্ত সোঁৱৰণী শিল্পী বঁটা-২০২৬। জুৰীয়ে সৰ…

  17. অসম

    অসমত ভুৱা চিকিৎসকৰ বিৰুদ্ধে অভিযান, চাৰি দিনত ৫জনক গ্ৰেপ্তাৰ

    অসমত অৰ্হতাবিহীনভাৱে চিকিৎসা সেৱা আগবঢ়োৱাৰ অভিযোগত শেহতীয়া চাৰি দিনত পাঁচজন সন্দেহযুক্ত ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰা হৈছে।

  18. অসম

    মা কামাখ্যা কোক ইণ্ডাষ্ট্ৰিজত জি এছ টি ফাঁকিৰ সন্দেহ, দুজন স্বত্বাধিকাৰীৰ সন্ধান নাই

    গুৱাহাটীৰ বেলতলাস্থিত মা কামাখ্যা কোক ইণ্ডাষ্ট্ৰিজত ভুৱা ইনপুট টেক্স ক্ৰেডিট দাবীৰ সন্দেহত সপ্তম দিনলৈ তদন্ত চলি আছে।

  19. অসম

    মৈৰাবাৰীত অবৈধ কাৰ্যকলাপ বন্ধৰ দাবীত প্ৰশাসনক কঠোৰ সকীয়নি মুছলিম ছাত্ৰ সন্থাৰ

    মৈৰাবাৰী, লাহৰিঘাট, ভূৰাগাঁও আৰু হাহচৰা অঞ্চলত অবৈধ কাৰ্যকলাপ বন্ধৰ দাবীত মুছলিম ছাত্ৰ সন্থাই মৰিগাঁও জিলা প্ৰশাসনক স্মাৰক-পত্ৰ প্ৰদান ।

  20. অসম

    ডিগবৈৰ ৰামনগৰত ভয়ংকৰ অগ্নিকাণ্ড, সম্পূৰ্ণৰূপে ভস্মীভূত ডিগবৈ গাৰ্ডেন কেফে

    ডিগবৈৰ ৰামনগৰত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত হয় বিনা হাজৰিকাৰ মালিকানাধীন ডিগবৈ গাৰ্ডেন কেফে। অগ্নিকাণ্ডৰ ফলত কেফেখনৰ…

  21. অসম

    মাকুম বাইপাছত ধান ক্ৰয় কেন্দ্ৰ উদ্বোধন কৃষি মন্ত্ৰী পিযুষ হাজৰিকাৰ

    তিনিচুকীয়াৰ মাকুম বাইপাছৰ জিৰ’ পইণ্টস্থিত মাকুম PPCত কৃষি মন্ত্ৰী পীযূষ হাজৰিকাই আনুষ্ঠানিকভাৱে ধান ক্ৰয় কেন্দ্ৰ মুকলি কৰে। চৰকাৰৰ ন্যূনতম…

  22. অসম

    দৰঙত ভুৱা ৰেডিঅ’লজিষ্ট গ্ৰেপ্তাৰ

    খাৰুপেটীয়াত প্ৰয়োজনীয় অৰ্হতা অবিহনে ৰেডিঅ’লজিষ্ট হিচাপে চিকিৎসা সেৱা আগবঢ়োৱাৰ অভিযোগত এজন লোক আৰু নিৰ্ণয় কেন্দ্ৰটোৰ স্বত্বাধিকাৰীক গ্ৰে…