শেহতীয়া খবৰ

NewzNow-ৰ সকলো শেহতীয়া খবৰ, সময় অনুসৰি।

  1. আন্তঃৰাষ্ট্ৰীয়

    জাপানত ৫.৭ প্ৰাবল্যৰ ভূমিকম্প, ২২ৰো অধিক লোক আহত

    শিজুওকা প্ৰিফেকচাৰৰ পশ্চিম অংশত ৫.৭ প্ৰাবল্যৰ ভূমিকম্পত ২২ৰো অধিক লোক আহত হৈছে। কোনো সুনামি সতৰ্কবাণী জাৰি কৰা হোৱা নাই।

  2. অসম

    শিৱসাগৰত একে পাত্ৰত ১৩ মাহৰো অধিক কাল জীয়াই আছে মাছ

    শিৱসাগৰৰ এখন গাঁৱত একেটা পাত্ৰত একেখিনি পানীত ১৩ মাহৰো অধিক কাল ধৰি এটা মাছ জীয়াই থকাক লৈ চৰ্চা চলিছে। জুবিন গাৰ্গৰ গীত বাজিলেই মাছটো স্থিৰ…

  3. ৰাজনীতি

    জ্ঞানেশ কুমাৰক অপসাৰণ নকৰালৈকে আন্দোলন চলিব: বেণুগোপাল

    মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক অপসাৰণ আৰু নিৰ্বাচনী ব্যৱস্থা নিৰপেক্ষ তথা স্বচ্ছ কৰাৰ দাবীত কংগ্ৰেছৰ আন্দোলন অব্যাহত থাকিব বুলি কৈছে…

  4. আন্তঃৰাষ্ট্ৰীয়

    নেতান্যাহুক বিদায়! ইজৰাইলত নতুন চৰকাৰ গঠনৰ বাবে গাডি আইজেনকটক আহ্বান ৰাষ্ট্ৰপতিৰ

    ইজৰাইলৰ ৰাষ্ট্ৰপতি আইজাক হাৰ্জগে নেতান্যাহুৰ প্ৰতিদ্বন্দ্বী গাডি আইজেনকটক নতুন চৰকাৰ গঠনৰ প্ৰথম সুযোগ দিছে।

  5. আন্তঃৰাষ্ট্ৰীয়

    ইৰাণৰ বিৰুদ্ধে অভিযান শেষ হোৱা নাইঃ ইজৰাইল

    ইৰাণৰ বিৰুদ্ধে ইজৰাইলৰ অভিযান এতিয়াও শেষ হোৱা নাই বুলি ঘোষণা কৰি প্ৰতিৰক্ষামন্ত্ৰী ইজৰাইল কাট্জে হিজবুল্লাহক কঠোৰ সকীয়নি দিছে।

  6. আন্তঃৰাষ্ট্ৰীয়

    ৰাষ্ট্ৰসংঘৰ প্ৰশাসন আৰু বাজেট বিষয়ক উপদেষ্টা কমিটীলৈ নিৰ্বাচিত ভাৰতীয় কূটনীতিক শিৱানী গুপ্তা

    ভাৰতীয় কূটনীতিক শিৱানী গুপ্তা ৰাষ্ট্ৰসংঘৰ প্ৰশাসন আৰু বাজেট বিষয়ক উপদেষ্টা কমিটীৰ ২০২৭-২০২৯ৰ কাৰ্যকালৰ বাবে নিৰ্বাচিত হৈছে।

  7. ৰাজনীতি

    কংগ্ৰেছৰ অনুদান ৭৫ শতাংশ হ্ৰাস! ২০২৫-২৬ বৰ্ষত লাভ কৰিলে মাত্ৰ ১৩০.৭ কোটি টকা

    ২০২৫-২৬ বিত্তীয় বৰ্ষত কংগ্ৰেছে ২০ হাজাৰ টকাতকৈ অধিক পৰিমাণৰ অনুদান হিচাপে লাভ কৰিছে ১৩০.৭ কোটি টকা। ২০২৪-২৫ বৰ্ষৰ ৫১৭.৪ কোটি টকাৰ তুলনাত এয…

  8. ৰাজনীতি

    ২০২৯ত ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হ’ব, লিখি দিবলৈও সাজু—অমিত শ্বাহক প্ৰত্যাহ্বান কে চি বেণুগোপালৰ

    ২০২৯ৰ লোকসভা নিৰ্বাচনৰ পাছত ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হ’ব বুলি দাবী কৰি অমিত শ্বাহক লিখিতভাৱেও এই কথা দিবলৈ সাজু বুলি জনালে কে চি বেণুগোপাল…

  9. অসম

    “ৰকিবুল হুছেইনৰ গাড়ীত পাম নাই।” মুখ্যমন্ত্ৰীৰ মন্তব্য

    চামগুৰিৰ সংখ্যালঘু অধ্যুষিত এলেকাত বিজয় উৎসৱত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰকিবুল হুছেইনক লক্ষ্য কৰি মন্তব্য কৰে।

  10. অসম

    গণেশগুৰিৰ GS Roadৰ নিৰ্দিষ্ট অংশ ‘ফটকা নিষিদ্ধ এলেকা’ ঘোষণা! এজাক ঘনচিৰিকাৰ সুৰক্ষাৰ বাবে বিশেষ পদক্ষেপ

    এজাক ঘনচিৰিকাৰ সুৰক্ষাৰ বাবে গুৱাহাটী মহানগৰীৰ গণেশগুৰিৰ GS Roadৰ এটা নিৰ্দিষ্ট অংশক ফটকা নিষিদ্ধ এলেকা ঘোষণা কৰিছে অসম আৰক্ষীয়ে। লুই ফিলিপ…

  11. অসম

    টেঙাখাত আইটিএফৰ অগ্নিকাণ্ডৰ তদন্তৰ দাবী ডিব্ৰুগড় জিলা আছুৰ

    টেঙাখাতৰ আইটিএফত সংঘটিত অগ্নিকাণ্ডৰ উচিত তদন্ত আৰু নিহত-আহতসকলৰ পৰিয়াললৈ ক্ষতিপূৰণৰ দাবী জনাইছে ডিব্ৰুগড় জিলা আছুৱে।

  12. ৰাজনীতি

    নোটবন্দীয়ে দেশৰ অৰ্থনীতি ধ্বংস কৰাৰ পাছত এতিয়া ‘ভোটবন্দী’ৰ জৰিয়তে গণতন্ত্ৰ ধ্বংস কৰা হৈছে: কংগ্ৰেছ

    কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গেই নোটবন্দীৰ পাছত ‘ভোটবন্দী’ৰ জৰিয়তে গণতন্ত্ৰ ধ্বংস কৰা হৈছে বুলি অভিযোগ কৰে।

  13. আন্তঃৰাষ্ট্ৰীয়

    সশস্ত্ৰ মাওবাদী নিৰ্মূল হ’লেও ‘আৰ্বান নক্সাল’ৰ ভাবুকি আছে : মোদী

    বস্তৰত চিআৰপিএফৰ জোৱানসকলৰ সৈতে দীপাৱলী উদযাপনৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘আৰ্বান নক্সাল’ৰ বিৰুদ্ধে সতৰ্কবাণী জাৰি কৰে।

  14. দেশ

    দীপাৱলীৰ বোনাছত ২০ কৰ্মচাৰীক ১ লাখতকৈ অধিককৈ নগদ ধন! নোটৰ বাণ্ডিল দেখি আৱেগিক হৈ পৰিল কৰ্মচাৰী

    গুজৰাটৰ চুৰাটৰ মহাদেৱ ক্লথ চেণ্টাৰৰ স্বত্বাধিকাৰী ৰামস্বৰূপ মুণ্ডেই দীপাৱলীৰ উপহাৰ হিচাপে প্ৰতিষ্ঠানটোৰ ২০গৰাকী মহিলা কৰ্মচাৰীক প্ৰতিগৰাকীক…

  15. দেশ

    গাজিয়াবাদৰ আৰক্ষী চকীত বিস্ফোৰণ! TMHৰ নামত X-ত দায় স্বীকাৰ!

    গাজিয়াবাদৰ বসুন্ধৰা আৰক্ষী চকীত সংঘটিত বিস্ফোৰণসদৃশ ঘটনাত এজন ডেলিভাৰী কৰ্মী আহত হৈছে। ঘটনাটোৰ তদন্তত নামিছে কেইবাটাও সংস্থা।

  16. অসম

    আতচবাজীৰ ক্ষেত্ৰত কঠোৰ নিয়মৰ মাজতে শিলচৰত কালীপূজা-দীপাৱলীৰ প্ৰস্তুতি

    কালীপূজা আৰু দীপাৱলী উপলক্ষে শিলচৰকে ধৰি কাছাৰ জিলাৰ বজাৰত বৃদ্ধি পাইছে ভিৰ। কেৱল অনুমোদিত সেউজীয়া আতচবাজী বিক্ৰী আৰু ব্যৱহাৰৰ অনুমতি দিয়া…

  17. অসম

    কালীপূজা-দীপাৱলীৰ শুভেচ্ছা জনাবলৈ লোকভৱনত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

    কালীপূজা আৰু দীপাৱলীৰ উপলক্ষে লোকভৱনত উপস্থিত হৈ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক শুভেচ্ছা জ্ঞাপন কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। সাক্ষাতৰ সময…

  18. দেশ

    দীপিকাৰ গেৰুৱা সাজক লৈ ‘KING’ ছবিৰ বিতৰ্ক! শ্বাহৰুখ খানক ‘জেহাদী’ আখ্যা বিজেপি বিধায়ক ৰবি নেগীৰ

    শ্বাহৰুখ খানৰ আহিবলগীয়া ‘KING’ ছবিৰ ‘Tu Mil Jaaye’ গীতত দীপিকা পাডুকনে গেৰুৱা সাজ পৰিধান কৰাক লৈ আপত্তি প্ৰকাশ কৰিছে দিল্লীৰ বিজেপি বিধায়ক…

  19. দেশ

    বস্তৰত জোৱানসকলৰ সৈতে মোদীৰ দীপাৱলী উদযাপন, ‘দিমাগী নক্সাল’ক লৈ সতৰ্কবাণী

    ছত্তীশগড়ৰ বস্তৰত নিৰাপত্তাৰক্ষীসকলৰ সৈতে দীপাৱলী উদযাপন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘দিমাগী নক্সাল’ৰ বিপদক লৈ সতৰ্কবাণী দিয়ে।

  20. অসম

    দীপাৱলীৰ পাছত পুৱা ৩ বজাৰ পৰা জিএমচিৰ বিশেষ চাফাই অভিযান

    দীপাৱলীৰ পাছত গুৱাহাটীত ৩ হাজাৰৰো অধিক পৰিচ্ছন্নতা কৰ্মীক নিয়োগ কৰি পুৱা ৩ বজাৰ পৰা বিশেষ অভিযান চলাব জিএমচিয়ে।