শেহতীয়া খবৰ

NewzNow-ৰ সকলো শেহতীয়া খবৰ, সময় অনুসৰি।

  1. দেশ

    উত্তৰাখণ্ডত হেলিকপ্টাৰ দুৰ্ঘটনাত ছয়জনৰ মৃত্যু, পাইলটসহ সকলো আৰোহীৰ মৃত্যুৰ নিশ্চিতকৰণ

    উত্তৰাখণ্ডৰ বদৰীনাথৰ পৰা দেৰাদুনলৈ উভতি অহা এখন হেলিকপ্টাৰ চামোলী জিলাত নিখোজ হৈছে। হেলিকপ্টাৰখনত পাইলটসহ ছয়জন আছিল বুলি জিলা প্ৰশাসনে জনাইছ…

  2. দেশ

    বিৰোধীয়ে সাৰ আৰু LPGৰ নাটনিৰ উৰাবাতৰি বিয়পোৱাৰ অভিযোগ প্ৰধানমন্ত্ৰী মোদীৰ

    প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিম এছিয়াৰ সংঘাতৰ মাজতে সাৰ আৰু LPGৰ নাটনিৰ উৰাবাতৰি বিয়পোৱাৰ অভিযোগ বিৰোধী দলসমূহৰ বিৰুদ্ধে উত্থাপন কৰে…

  3. দেশ

    ভূটানত হিমবাহৰ হ্ৰদত বিস্ফোৰণ, সংকোশ নৈৰ লগতে নামনি অসমত সতৰ্কবাণী জাৰি

    ভূটানৰ চিন্তাফু হ্ৰদত পানী ওফন্দি ওলাই অহাৰ খবৰ পোৱাৰ পাছতে পশ্চিমবংগৰ আলিপুৰদুৱাৰ জিলাৰ সংকোশ নৈৰ পাৰৰ বাসিন্দাসকলক সতৰ্ক কৰা হৈছে। সম্ভাব্…

  4. অসম

    হাইলাকান্দিত ৫ কৃষি উন্নয়ন বিষয়ালৈ কাৰণ দৰ্শোৱাৰ জাননীৰ নিৰ্দেশ

    হাইলাকান্দিত ৫গৰাকী কৃষি উন্নয়ন বিষয়ালৈ কাৰণ দৰ্শোৱাৰ জাননী দিয়াৰ নিৰ্দেশ দিছে কৃষি মন্ত্ৰী পিজু হাজৰিকাই। সন্তোষজনক উত্তৰ নাপালে তাৎক্ষণিক…

  5. অসম

    কোকৰাঝাৰত ইষ্ট জ’ন আছমিতা হকী লীগৰ সফল সামৰণি, ছাব-জুনিয়ৰত ওড়িশা আৰু জুনিয়ৰত Odisha Naval Tata চেম্পিয়ন

    কোকৰাঝাৰৰ ছাই এছটিচি খেলপথাৰত অনুষ্ঠিত ইষ্ট জ’ন আছমিতা হকী লীগৰ সামৰণি পৰে। ছাব-জুনিয়ৰ শাখাত ওড়িশা আৰু জুনিয়ৰ শাখাত Odisha Naval Tata Hoc…

  6. অসম

    জুবিন গাৰ্গে ন্যায় নোপোৱালৈকে শান্ত নহয় আছু, দোষীক কঠোৰ শাস্তিৰ দাবী সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ

    জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত ন্যায়ৰ দাবীত আছুৰ আন্দোলন অব্যাহত থাকিব বুলি মন্তব্য কৰিছে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। এছআইটিৰ অভিযোগনামাত উল্ল…

  7. অসম

    বিলাস ইন হত্যাকাণ্ডত আহত সত্যেন্দ্ৰ পাঠকৰ স্বাস্থ্যৰ উন্নতি, ৪-৫ দিনৰ ভিতৰত চিকিৎসালয়ৰ পৰা ছুটীৰ সম্ভাৱনা

    হোটেল বিলাস ইনত সংঘটিত গুলীচালনাৰ ঘটনাত আহত সত্যেন্দ্ৰ পাঠকৰ স্বাস্থ্যৰ উন্নতি হৈছে। GMCHৰ অধীক্ষক ডাঃ দেৱজিৎ চৌধুৰীয়ে জনোৱা অনুসৰি, তেওঁ ব…

  8. অসম

    ঐতিহাসিক যমুনাৰ বেদখল মুক্তিৰ দাবীত আটাছুৰ অভিযান, প্ৰশাসনৰ ভূমিকাক লৈ প্ৰশ্ন

    শিৱসাগৰৰ ঐতিহাসিক যমুনা বেদখলমুক্ত কৰাৰ দাবীত আটাছুৱে সভাপতি বসন্ত গগৈৰ নেতৃত্বত অভিযান আৰম্ভ কৰিছে। ২০০৪ চনত নিৰ্ধাৰণ কৰা সীমা সুৰক্ষিত কৰি…

  9. অসম

    মুকালমুৱা-দৌলাশাল আৰক্ষীৰ অভিযানত ১৭টা গৰু জব্দ, এজন গ্ৰেপ্তাৰ

    নলবাৰী জিলাৰ মুকালমুৱা আৰু দৌলাশাল আৰক্ষীৰ অভিযানত এখন ট্ৰাকৰ পৰা ১৭টা গৰু জব্দ কৰা হয়। এই ঘটনাত ট্ৰাকৰ চালক ববিদুল আলীক গ্ৰেপ্তাৰ কৰাৰ লগত…

  10. দেশ

    দিল্লীৰ ৰেচ ক’ৰ্ছ মছজিদ ভাঙি পেলোৱাত চাৰি সপ্তাহৰ বিৰতি, কেন্দ্ৰৰ আশ্বাস

    দিল্লীৰ ৰেচ ক’ৰ্ছ মছজিদৰ বিৰুদ্ধে চাৰি সপ্তাহলৈ কোনো বলপূৰ্বক ব্যৱস্থা গ্ৰহণ নকৰাৰ আশ্বাস দিছে কেন্দ্ৰীয় চৰকাৰে। এই সময়ছোৱাত দিল্লী ৱাক্‌ফ…

  11. দেশ

    আৰক্ষীৰ লাঠীলৈ ভয় নকৰিব, ১ নৱেম্বৰত দিল্লীলৈ আহক: ৰাহুল গান্ধী

    ভোটাৰ তালিকা সংশোধনত অনিয়মৰ অভিযোগৰ প্ৰতিবাদত ১ নৱেম্বৰত দিল্লীৰ ৰামলীলা ময়দানত হ’বলগীয়া কাৰ্যসূচীত অংশ ল’বলৈ ৰাহুল গান্ধীয়ে জনসাধাৰণক আ…

  12. আন্তঃৰাষ্ট্ৰীয়

    ‘ইজৰাইলৰ ইছলামিকৰণ’ৰ আশংকা নেতানিয়াহুৰ, নিৰ্বাচনত ‘ভোট চুৰি’ৰ অভিযোগক লৈ বিতৰ্ক

    বেঞ্জামিন নেতানিয়াহুৰ শিবিৰে ইজৰাইলৰ নিৰ্বাচনত অনিয়মৰ অভিযোগ উত্থাপন কৰাৰ লগতে আৰব দলসমূহৰ ৰাজনৈতিক প্ৰভাৱ বৃদ্ধিক লৈ উদ্বেগ প্ৰকাশ কৰিছে।…

  13. ৰাজনীতি

    প্ৰধানমন্ত্ৰীয়ে টুইটৰ আগতে অপেক্ষা কৰা উচিত আছিল: পৱন খেৰা

    পৱন খেৰাই বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰীয়ে টুইট কৰাৰ আগতে আধা ঘণ্টা-এঘণ্টা অপেক্ষা কৰা উচিত আছিল বুলি মন্তব্য কৰে। বাৰাণসী আৰু নাগপুৰৰ ফলাফলক লৈ…

  14. দেশ

    ৩০ অক্টোবৰত CEC জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতীকী প্ৰতিবাদ, প্ৰস্তুতি সম্পূৰ্ণ INDIA মিত্ৰজোঁটৰ

    CEC জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ৩০ অক্টোবৰত প্ৰতীকী ‘ৰাজহুৱা অভিশংসন’ কাৰ্যসূচী অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে INDIA মিত্ৰজোঁটে। ভোটাৰ…

  15. অসম

    চলন্ত নৈশবাছতে কন্যা সন্তান জন্ম দিলে মহিলাই, মানৱতাৰ নিদৰ্শন দাঙি ধৰিলে ‘আইদেউজান’ৰ কৰ্মচাৰীয়ে

    গুৱাহাটীৰ পৰা ডিব্ৰুগড় অভিমুখে গৈ থকা ‘আইদেউজান’ নামৰ নৈশবাছখনত জখলাবন্ধাৰ সমীপত এগৰাকী মহিলাই কন্যা সন্তান জন্ম দিয়ে। চালক বাবুল বৰপাত্ৰ,…

  16. অসম

    ‘দক্ষিণৰ চিনেমাৰ দৰে জে’লৰ পৰা ওলাই মাফিয়াৰ দৰে গাড়ী চলাইছে অমৃতপ্ৰভাই’, সাক্ষ্যদানৰ পিছতে বিস্ফোৰক মন্তব্য পাৰ্থ গোস্বামীৰ

    জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত তৃতীয় দিনৰ সাক্ষ্যদানৰ পিছতে পাৰ্থ গোস্বামীয়ে অমৃতপ্ৰভাৰ মুক্তিৰ পিছৰ আচৰণ আৰু গাড়ী চলোৱাৰ ধৰণক লৈ প্ৰশ্ন উত্থ…

  17. অসম

    গুৱাহাটী মহানগৰীত পুনৰ চাঞ্চল্য! দাৰে আক্ৰমণ কৰি চাৰিজনক আহত, গ্ৰেপ্তাৰ আক্ৰমণকাৰী

    গুৱাহাটীৰ ফটাশিল আমবাৰী অঞ্চলত দাৰে আক্ৰমণ কৰি চাৰিজন লোকক আহত কৰাৰ ঘটনা সংঘটিত হৈছে। আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু তেওঁলোকৰ ভিতৰ…

  18. অসম

    ৰাইজৰ দলৰ অভিযোগ ভিত্তিহীন, আইনৰ কাষ চাপিব বনজ্যোতি কৌদিন্য

    ড্ৰিম ৱেভ ষ্টুডিঅ’ৰ স্বত্বাধিকাৰী বনজ্যোতি কৌদিন্যই ৰাইজৰ দলৰ দুই নেতাই উত্থাপন কৰা মাটি আৰু এ চি এছ বিষয়া মুনীন্দ্ৰ নাথ ঙাটেৰ পৰিয়ালৰ সৈত…

  19. দেশ

    মোদীৰ সংসদীয় সমষ্টি বাৰাণসীত বিজেপিক পৰাস্ত কৰিলে সমাজবাদী পাৰ্টিয়ে, শিক্ষক বিধান পৰিষদৰ আসন দখল লাল বিহাৰী যাদৱৰ

    বাৰাণসীৰ শিক্ষক বিধান পৰিষদৰ আসনত সমাজবাদী পাৰ্টিৰ লাল বিহাৰী যাদৱৰ জয়। লাল বিহাৰী যাদৱে ১০,৯৫৮টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপিৰ ড° প্ৰমোদ কু…

  20. অসম

    শ্ৰীভূমিত বিহু দলৰ ওপৰত আক্ৰমণৰ প্ৰতিবাদ, বিহুৰ সাজ হাতত লৈ ক্ষোভ প্ৰকাশ লুৰীণজ্যোতি গগৈৰ

    শ্ৰীভূমিত বিহু দলৰ ওপৰত আক্ৰমণৰ প্ৰতিবাদত লুৰীণজ্যোতি গগৈৰ ক্ষোভ প্ৰকাশ। আক্ৰমণত ক্ষতিগ্ৰস্ত বিহুৰ সাজ হাতত লৈ প্ৰতিবাদ সাব্যস্ত কৰে এজেপি স…

  21. অসম

    চাকৰিৰ প্ৰলোভনেৰে ডিমাকুছিৰ ব্যৱসায়ীৰ পৰা ৫২ হাজাৰ টকা লুট

    ডিমাকুছিৰ ব্যৱসায়ী শুক্ৰাম বড়োৰ পৰা চাকৰিৰ প্ৰলোভনেৰে প্ৰায় ৫২ হাজাৰ টকা লোৱাৰ অভিযোগ। কলাইগাঁও জৱাহৰ নৱোদয় বিদ্যালয়ত তিনিটা পদত নিযুক্…

  22. অসম

    লংকাত শিশু সুৰক্ষা গোটৰ অভিযান, উদ্ধাৰ তিনি শিশু শ্ৰমিক

    লংকাত শিশু সুৰক্ষা গোটৰ অভিযান উদালী-ফুলতলীৰ কেইবাখনো বিপণীৰ পৰা উদ্ধাৰ তিনি শিশু শ্ৰমিক শিশুক কামত নিয়োজিত কৰা বিপণীৰ স্বত্বাধিকাৰীৰ বিৰুদ…

  23. মনোৰঞ্জন

    হাতত বন্দুক, মুখত গোলাপ: ‘কিং’ৰ পোষ্টাৰক লৈ নকলৰ বিতৰ্ক

    শ্বাহৰুখ খানৰ ‘কিং’ ছবিৰ নতুন পোষ্টাৰক লৈ ছ’চিয়েল মিডিয়াত বিতৰ্ক। একাংশ দৰ্শকে পোষ্টাৰখনৰ সৈতে ‘ধুৰন্ধৰ ২’ৰ পোষ্টাৰৰ সাদৃশ্য বিচাৰি পাইছে।…

  24. অসম

    মৰাণ-মটক জনগোষ্ঠীৰ ভূমি অধিকাৰক লৈ ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বৈঠক, দাবীসমূহ সমাধানৰ ওপৰত গুৰুত্ব

    ডিব্ৰুগড়ত মৰাণ আৰু মটক জনগোষ্ঠীৰ বিভিন্ন সংগঠনৰ প্ৰতিনিধিৰ সৈতে বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। জনগোষ্ঠী দুটাৰ ভূমি অধি…