ডাইনী সন্দেহত মহিলাক হত্যা, ডিগবৈত তিনি মহিলাক গ্ৰেপ্তাৰ
ডিগবৈৰ উল্টাপুল আগুৰিত ডাইনীচৰ্চাৰ সন্দেহত এগৰাকী মহিলাক হত্যা কৰাৰ অভিযোগ উঠিছে। ঘটনাটোৰ সৈতে জড়িত থকাৰ অভিযোগত তিনিগৰাকী মহিলাক গ্ৰেপ্তাৰ…
গুৰুত্বপূৰ্ণ খবৰ ফোন বা কম্পিউটাৰত পোনপটীয়াকৈ পাওক।
ডিগবৈৰ উল্টাপুল আগুৰিত ডাইনীচৰ্চাৰ সন্দেহত এগৰাকী মহিলাক হত্যা কৰাৰ অভিযোগ উঠিছে। ঘটনাটোৰ সৈতে জড়িত থকাৰ অভিযোগত তিনিগৰাকী মহিলাক গ্ৰেপ্তাৰ…
নগাঁৱত ৰূপক শৰ্মাৰ ব্যক্তিগত সহায়কৰ বিৰুদ্ধে দাদাগিৰিৰ অভিযোগ! জুবিন উদ্যানৰ দেৱাল ভাঙি ফাষ্টফুড কাউণ্টাৰ নিৰ্মাণক লৈ বিতৰ্ক
বিলাস ইন হত্যাকাণ্ডত আহত সত্যেন্দ্ৰ পাঠকে ঘটনাৰ অভিজ্ঞতা বৰ্ণনা কৰে। গাড়ী ৰখাক কেন্দ্ৰ কৰি ঘনকান্ত গগৈৰ সৈতে প্ৰথমে বাক-বিতণ্ডা হৈছিল বুলি…
জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত সোণাপুৰৰ জুবিন ক্ষেত্ৰত বিশাল গণসমাৱেশ। অখিল গগৈয়ে অভিযুক্তসকলৰ জামিনৰ বিৰোধিতা কৰে।
ভুৱা অসম ৰাইফলছ নিযুক্তি চক্ৰৰ মাষ্টাৰমাইণ্ডৰ সন্দেহত এজন গ্ৰেপ্তাৰ। ধৃত ফিৰোজ আলী ওদালগুৰিৰ খ্ৰীষ্টিয়ানাপাৰা গাঁৱৰ বাসিন্দা।
দীপাৱলী উপলক্ষে ৯ নৱেম্বৰত বিটিচিৰ পাঁচখন জিলাত স্থানীয় বন্ধ। কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰ আৰু ওদালগুৰিত বন্ধ প্ৰযোজ্য। ৩ নৱেম্বৰত আনু…
অসমত অপৰাধৰ হাৰ প্ৰায় ৬৮ শতাংশ হ্ৰাস পোৱা বুলি মুখ্যমন্ত্ৰীৰ দাবী। প্ৰতি এক লাখ জনসংখ্যাৰ বিপৰীতে অপৰাধৰ হাৰ ৩৭৯ৰ পৰা ১২১.৫লৈ হ্ৰাস।
মিছমিকাটা বিনা চাহ বাগিচাত পানীৰ গাঁতত পৰি এজনৰ মৃত্যু। মৃত ব্যক্তিজন ২৬ বছৰীয়া ধুন্দু খাড়িয়া বুলি চিনাক্ত। তালাপ আৰক্ষীয়ে মৃতদেহটো মৰণো…
ঘনকান্ত গগৈৰ মৃতদেহ চমজি লোৱাক লৈ পৰিয়ালৰ আপত্তি। দুদিন ধৰি সম্পন্ন হোৱা নাই মৰণোত্তৰ পৰীক্ষা। মৃতদেহ ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ মৰ্গত…
ধুবুৰী জিলা কাৰাগাৰৰ ৩০ বছৰীয়া বন্দীৰ মৃত্যু। মৃতকৰ নাম মহলম ইছলাম। অসুস্থতাৰ পিছত চিকিৎসালয়লৈ নিয়া হৈছিল তেওঁক।
সভাপতি পদৰ বাবে পাঁচগৰাকীৰ নাম মনোনীত। কাৰ্যকাল ২০২৭–২৯ বৰ্ষৰ বাবে। জ্যেষ্ঠ সদস্যসকলৰ বৈঠকত নাম চূড়ান্ত।
গুৱাহাটীৰ Hotel Bilas Innৰ গুলীচালনাত আহত সত্যেন্দ্ৰ পাঠকক GMCHৰ পৰা যাবলৈ দিয়া হৈছে। অস্ত্ৰোপচাৰ, ঔষধ আৰু মানসিক চিকিৎসাৰ পাছত তেওঁৰ স্বাস…
ৰঙিয়াত ‘গণতন্ত্ৰ বচাও, অৰাজকতা হটাও’ শীৰ্ষক নাগৰিক সন্মিলনত ভৱেশ কলিতা আৰু পংকজ বৰবৰাই বিৰোধী দলসমূহক সমালোচনা কৰে।
ডিমৰীয়াৰ কৃষক কেশৱ দেৰ দাবী, কৃষিমন্ত্ৰী পীযূষ হাজৰিকাক ফেচবুকত অনুৰোধ কৰাৰ ১০ মিনিটৰ ভিতৰতে ৮৩টা অইল পামৰ পুলি পঠিয়াই দিয়া হৈছিল।
আমগুৰিত ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথত বাইকৰ খুন্দাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা পল্লৱ শইকীয়াৰ মৃত্যু।
সৰভোগত ৫১.২৫ লাখ টকা ব্যয়সাপেক্ষে নিৰ্মিত তিনিটা উন্নয়নমূলক প্ৰকল্প মুকলি কৰিলে বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসে। লগতে সৰভোগ চেম্বাৰ অৱ…
শিৱসাগৰৰ ঐতিহাসিক যমুনাৰ বেদখল উচ্ছেদৰ বাবে ৭ নৱেম্বৰৰ পৰা অভিযান চলোৱাৰ সিদ্ধান্ত লৈছে জিলা প্ৰশাসনে। চৰকাৰীভাৱে আবণ্টিত ভূমিত নিৰ্মাণ থকা…
শিৱসাগৰৰ ৰজাদিনীয়া যমুনাৰ সংৰক্ষিত ভূমি লোক নিৰ্মাণ বিভাগে বেদখল কৰাৰ অভিযোগ উত্থাপন কৰিছে আটাছুৱে। সম্পূৰ্ণ বেদখলমুক্ত কৰি যমুনাৰ সৌন্দৰ্য…
শিৱসাগৰ অসামৰিক চিকিৎসালয়ত প্ৰয়োজনীয় সুবিধা আৰু ফৰেনছিক বিশেষজ্ঞৰ অভাৱৰ বাবে ঘনকান্ত গগৈৰ মৰণোত্তৰ পৰীক্ষা ডিব্ৰুগড়ৰ AMCHত কৰা হ’ব।
বিলাস ইন হত্যাকাণ্ডৰ অভিযুক্ত ঘনকান্ত গগৈৰ আৰক্ষীৰ গুলীত মৃত্যুৰ পাছত ভৰালী পৰিয়ালৰ সদস্যসকলে স্বস্তি প্ৰকাশ কৰিছে।