অসম

  1. বকোত চলিছে বালিৰ বৃহৎ ছিণ্ডিকেট, বন বিভাগৰ ভূমিকাক লৈ প্ৰশ্ন

    কামৰূপৰ বকোত বালি কঢ়িওৱা প্ৰতিখন ট্ৰাকৰ পৰা অতিৰিক্ত ধন সংগ্ৰহৰ অভিযোগ। বিগত ছমাহত প্ৰায় ৩ কোটি টকা সংগ্ৰহৰ বাতৰিয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছ…

  2. বিভিন্ন দাবীত দিল্লীৰ ৰামলীলা ময়দানত এবিএমছুৰ উত্তাল প্ৰতিবাদ

    অসমৰ জ্বলন্ত সমস্যা সমাধানৰ দাবীত দিল্লীৰ ৰামলীলা ময়দানত এবিএমছুৰ শতাধিক নেতা-কৰ্মীয়ে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ।

  3. হাৰিয়ানাৰ মূৰথলত ভয়াৱহ অগ্নিকাণ্ড: কোটি কোটি টকাৰ ইলেক্ট্ৰনিক সামগ্ৰী ভস্মীভূত

    হাৰিয়ানাৰ চনিপৎ জিলাৰ মূৰথলত শনিবাৰে লগা জুইত জাহ গ'ল কোটি কোটি টকাৰ ইলেক্ট্ৰনিক সামগ্ৰী।

  4. গোৱালপাৰাত ৰাজপথত জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ অভিযান, হেলমেটবিহীন চালকক সকীয়নি

    গোৱালপাৰাৰ ৰাজপথত জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকে নিজে নামি হেলমেট পৰিধান নকৰা বাইক আৰোহীসকলক কঠোৰ সকীয়নি প্ৰদান কৰে।

  5. হেলমেট নিপিন্ধাৰ অভিযোগত বাছ চালকক ১,০০০ টকাৰ জৰিমনা: তিনিচুকীয়া-ডিব্ৰুগড় পথত অদ্ভুত ই-চালান

    তিনিচুকীয়া আৰু ডিব্ৰুগড়ৰ মাজত চলাচল কৰা এখন যাত্ৰীবাহী বাছৰ চালকে হেলমেট নিপিন্ধাৰ অভিযোগত ১,০০০ টকাৰ জৰিমনা ভৰিবলগীয়া হোৱা ঘটনাই তীব্ৰ চ…

  6. মাৰ্ঘেৰিটাৰ ৰাষ্ট্ৰীয় ঘাইপথত ই-ৰিক্সাৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান, বহু বাহন জব্দ

    মাৰ্ঘেৰিটাৰ ৰাষ্ট্ৰীয় ঘাইপথত অবৈধভাৱে চলাচল কৰা ই-ৰিক্সাৰ বিৰুদ্ধে আৰক্ষীয়ে চলাইছে কঠোৰ অভিযান। বহু বাহন ইতিমধ্যে জব্দ কৰা হৈছে।

  7. শিৱসাগৰত মহন-দেওধাই-বাইলুং সন্মিলনৰ সংবাদমেল।

    শিৱসাগৰস্থিত ঐক্যৰ কাৰ্য্যালয়ত সংবাদমেল সম্বোধন কৰে মহন দেওধাই বাইলুং সন্মিলনৰ সভাপতি মনোৰঞ্জন বৰুৱা আৰু সম্বনয়ক হেমজিৎ দেওধাই ফুকনে। শেহতী…

  8. জুবিন গাৰ্গৰ ৰেঞ্জ ৰ'ভাৰ ক্ৰয় কৰিছে আজাৰাৰ সোণমনি দাসে

    জুবিন গাৰ্গৰ মৰমৰ ৰেঞ্জ ৰ'ভাৰ বাহনখন আজাৰাৰ সোণমনি দাসে ক্ৰয় কৰিছে বুলি জানিব পৰা গৈছে। জুবিন গাৰ্গক ভাল পোৱাৰ বাবেই বাহনখন ক্ৰয় কৰা বুলি…

  9. বিদেশত ভাৰতবিৰোধী মন্তব্যৰ অভিযোগত ৰাহুলক বিজেপিৰ সমালোচনা

    বিদেশত ভাৰতৰ গণতন্ত্ৰ আৰু অৰ্থনীতিৰ বিৰুদ্ধে মন্তব্য কৰাৰ অভিযোগ তুলি ৰাহুল গান্ধীক সমালোচনা কৰিছে বিজেপিয়ে।

  10. মাতৃৰ সন্মুখৰ পৰাই দুষ্কৃতিকাৰীয়ে লৈ গল ৯ বছৰীয়া শিশুক!মহানগৰীৰ বামুনিমৈদামত চাঞ্চল্যকৰ ঘটনা

    নুনমাটি পেট্ৰ’ল পাম্পৰ সমীপত কন্যাক অপহৰণ কৰা বুলি মাতৃয়ে অভিযোগ তুলি হুৱাদুৱা লগায়। পাছত পৰিয়ালৰ লোকে শিশুটিক লৈ নুনমাটি থানাত উপস্থিত হ…

  11. বেজৰ নাকতে খৰ! শিৱসাগৰত নথিৰ ম্যাদ উকলা আৰক্ষী-দণ্ডাধীশৰ বাহন; সদৰ থানাত অধিবক্তাৰ গোচৰ

    শিৱসাগৰ সদৰ আৰক্ষী থানাত আৰক্ষী আৰু কাৰ্যবাহী দণ্ডাধীশে ব্যৱহাৰ কৰা চাৰিখন বাহনৰ নথিপত্ৰৰ বৈধতা উকলি যোৱাৰ অভিযোগ দাখিল কৰিছে অধিবক্তা অচ্যু…

  12. টাই ম'ৰ সুকীয়া পৰিচয়ৰ দাবীক সমৰ্থন নকৰো: মহন-দেওধাই-বাইলুং সন্মিলন

    মৰাণৰ জজলিত অনুষ্ঠিত অভিৱৰ্তনত টাই ম' নামে সুকীয়া জনগোষ্ঠী গঠন আৰু জনজাতিকৰণৰ প্ৰস্তাৱৰ সৈতে জড়িত নহয় বুলি জনালে মহন-দেওধাই-বাইলুং সন্মিল…

  13. বেংগালুৰুত ২২ দিন ধৰি সন্ধানহীন হাউলীৰ গৱেষক ছাত্ৰ নন্দলাল ঘোষ

    হাউলীৰ গৱেষক ছাত্ৰ নন্দলাল ঘোষ ২৯ অক্টোবৰৰ পৰা বেংগালুৰুত সন্ধানহীন হৈ আছে। পৰিয়ালে মাডিৱালা আৰক্ষী থানাত এজাহাৰ দাখিল কৰি সহায় বিচাৰিছে।

  14. ডিগবৈত যান-বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত, জব্দ ১২খন ই-ৰিক্সা

    যান-বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ অভিযান অব্যাহত ৰাখিছে ডিগবৈ আৰক্ষীয়ে। আজি ডিগবৈ আৰক্ষী থানাৰ অন্তৰ্গত এলেকাত অভিযান চলাই মুঠ ১২খন ই-ৰি…

  15. ডিগবৈৰ ৰাজপথত গৰাকীবিহিন চাৰিটা ঘোঁৰা। আটাইকেইটা ঘোঁৰা গুৰুতৰভাৱে আঘাত প্ৰাপ্ত

    যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনীহা প্ৰকাশ ডিগবৈ বন বিভাগৰ। তৈলনগৰী ডিগবৈ চহৰলৈ সোমোৱাৰ পূৰ্বে আদৰণি গেটৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথত বিগত কিছুদিন…

  16. বাংলাদেশত পুনৰ অশান্তি! ১২খন জিলাত হিংসাত্মক ঘটনা, চাৰিজনৰ মৃত্যু; বৈদেশিক মন্ত্ৰীৰ বাসগৃহত অগ্নিসংযোগ

    বাংলাদেশৰ ১২খন জিলাত কেইবাদিন ধৰি চলি থকা হিংসাত্মক ঘটনাত কমেও চাৰিজনৰ মৃত্যু হৈছে। চিলেটত বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰীৰ বাসগৃহৰ সন্মুখত…

  17. স্নাতকোত্তৰ প্ৰশিক্ষাৰ্থী চিকিৎসকক বিবাহ পিছুৱাবলৈ কোৱা এএমচিএইচৰ পৰামৰ্শ প্ৰত্যাহাৰ

    ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ চিকিৎসা বিভাগে স্নাতকোত্তৰ প্ৰশিক্ষাৰ্থী চিকিৎসকসকলক বিবাহৰ দৰে ব্যক্তিগত সিদ্ধান্ত পিছু…