শিৱসাগৰত নামফলকত অসমীয়া ভাষা ব্যৱহাৰৰ দাবী, ৩০ দিনৰ সময়সীমা
শিৱসাগৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ৰ নামফলকত শুদ্ধ অসমীয়া ভাষা ব্যৱহাৰৰ দাবী জনাইছে জাতীয় সংগ্ৰামী সেনা, অসমে।
গুৰুত্বপূৰ্ণ খবৰ ফোন বা কম্পিউটাৰত পোনপটীয়াকৈ পাওক।
শিৱসাগৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ৰ নামফলকত শুদ্ধ অসমীয়া ভাষা ব্যৱহাৰৰ দাবী জনাইছে জাতীয় সংগ্ৰামী সেনা, অসমে।
২৩ৰ পৰা ২৬ নৱেম্বৰলৈ মাজুলীৰ ৬৫টা ৰংগমঞ্চ আৰু ১২খন সত্ৰত অনুষ্ঠিত হ'ব ৰাস মহোৎসৱ।
কৰ্মসংস্থাপনৰ সন্ধানত ৰাছিয়ালৈ যোৱা কাছাৰৰ আব্দুল মুক্তাদিৰ লস্কৰ ২৬ আগষ্টৰ পৰা পৰিয়ালৰ সৈতে যোগাযোগহীন হৈ আছে। পৰিয়ালে তেওঁৰ সন্ধানত প্ৰ…
ডুমডুমা: তিনিচুকীয়া জিলাৰ ডুমডুমাৰ তাৰা চাহ বাগিচাৰ অন্তৰ্গত নাহৰজান গাঁৱত বনৰীয়া হাতীৰ আক্ৰমণত এজন ৬০ বছৰীয়া লোকৰ মৃত্যু হয়। বৃহস্পতিবা…
অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ২০২৭ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সময়সূচী প্ৰকাশ কৰিছে। পৰীক্ষা ১২ মাৰ্চৰ পৰা ৫ এপ্ৰিললৈ চলি…
২০ নৱেম্বৰৰ পৰা আহ্বান জনোৱা ৪৮ ঘণ্টীয়া কৰ্মবিৰতি আৰু চকাবন্ধ কাৰ্যসূচীক সমৰ্থন নজনোৱাৰ কথা স্পষ্ট কৰিলে ছেভেন ষ্টেট টুৰিষ্ট কেব অপাৰেটৰ্ছ…
জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে তেজপুৰৰ এক অনুষ্ঠানত ‘মায়াবিনী’ৰ সুৰ-শৈলী সলনি কৰি পৰিৱেশনৰ অভিযোগত সমৰ বৰাই ৰাজহুৱাভাৱে ক্ষমা বিচাৰে।
খানাপাৰাত গানছ এন’ ৰ’জৰ সংগীতানুষ্ঠানৰ পাছত কৰ্তব্যৰত যান-বাহন আৰক্ষীৰ কনিষ্টবলক প্ৰহাৰ কৰাৰ অভিযোগত আৰক্ষীয়ে তিনিজনক গ্ৰেপ্তাৰ কৰিছে।
পুৰণি লোণপুৰীয়াত বহু প্ৰকৃত বানাক্ৰান্ত পৰিয়াল সাহায্যৰ তালিকাৰ পৰা বাদ পৰাৰ অভিযোগ উঠিছে। পুনৰ জৰীপ আৰু তদন্তৰ দাবী জনাইছে ৰাইজে।
দুচকীয়া বাহনৰ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ ৬০.১ শতাংশই হেলমেট নিপিন্ধা আৰোহী বুলি উল্লেখ কৰি অভিযান তীব্ৰতৰ কৰাৰ কথা জনাইছে মুখ্যমন্ত্ৰীয়ে।
অসমীয়াৰ হিয়াৰ আমঠু, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপজা দিন উপলক্ষে ডিগবৈত গভীৰ শ্ৰদ্ধা আৰু আৱেগেৰে স্মৰণ কৰা হয় মহান শিল্পীগৰাকীক। জুবিন অনু…
ৰাষ্ট্ৰীয় পৰ্যায়ত বেডমিণ্টন খেলিবলৈ নিৰ্বাচিত হৈ ডিগবৈলৈ গৌৰৱ কঢ়িয়াই আনিছে এৰিক পলাশ দত্তই। অহা ২৪ৰ পৰা ২৭ নৱেম্বৰলৈ ছত্তীশগড়ৰ ৰায়পুৰত…
হাওৰাঘাট, ১৮ নৱেম্বৰ: অসমীয়াৰ হিয়াৰ আমঠু, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অবিহনে দ্বিতীয়বাৰৰ বাবে কাৰ্বি আংলঙৰ ৰজাপথাৰ শংকৰদেৱ জাতীয় বিদ্যালয…
টীয়কত মাছ কঢ়িওৱা বাহন আগভেটি চালকৰ পৰা ২,০০০ টকা কাঢ়ি নিয়াৰ অভিযোগত বিজেপি যুৱ মৰ্চাৰ নেতা হিচাপে পৰিচিত চাৰিজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি…
ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই কংগ্ৰেছক দেশ ধ্বংসকাৰী আখ্যা দি দলটোৰ বিৰুদ্ধে তীব্ৰ সমালোচনা কৰিছে।
নৱপ্ৰজন্মৰ মাজত বৈজ্ঞানিক মানসিকতা গঢ়ি তোলাৰ লক্ষ্যৰে ‘বৰ্ণ’ই দুটা শাখাত সদৌ অসমভিত্তিক ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰিছে।
নৱম, দশম আৰু উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰা হৈছে জুবিন গাৰ্গৰ জীৱন-কাহিনী।
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিহালীলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে বিহালীৰ সাংস্কৃতিক দল ‘আমা কলা কুঞ্জ’। পশ্চিমবংগৰ দাৰ্জিলিং জিলাৰ শিলিগুৰী…
হাওৰাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত হিন্দী শিক্ষক মহম্মদ নুৰুল ইছলাম চৌধুৰীৰ পৰলোকপ্ৰাপ্তি ঘটিছে। যোৱা ১৭ নৱেম্বৰৰ নিশা ১১.৩০ বজ…
নাগালেণ্ডত অবৈধ বালি, শিল আৰু কয়লা খনন বন্ধৰ লগতে বানাক্ৰান্ত লোকসকলৰ পুনঃসংস্থাপনৰ দাবীত শিৱসাগৰৰ দিখৌ নৈত জল সত্যাগ্ৰহ।