← ই-কাকত ১ / ৭
NewzNow
ই-কাকত৩০ অক্টোবৰ ২০২৬অসম আৰু উত্তৰ-পূৰ্বৰ খবৰ
দেশ

সম্পৰ্ক বিচ্ছেদ হ’লেই সন্মতিত গঢ়ি উঠা পূৰ্বৰ শাৰীৰিক সম্পৰ্কক ধৰ্ষণ বুলিব নোৱাৰি: উচ্চতম ন্যায়ালয়

নতুন দিল্লী, ৩০ অক্টোবৰ: পাৰস্পৰিক সন্মতিত গঢ়ি উঠা সম্পৰ্ক ভাঙি যোৱাৰ পিছত পূৰ্বৰ শাৰীৰিক সম্পৰ্কক কেৱল সেই কাৰণতে ধৰ্ষণ বুলি অভিহিত কৰিব নোৱাৰি। শুকুৰবাৰে এক গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণত এই কথা প্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয়ে। ন্যায়াধীশ বি ভি নাগৰত্না আৰু ন্যায়াধীশ আৰ মহাদেৱনৰ বিচাৰপীঠে কেৰালাৰ বাসিন্দা সন্তোষ কুমাৰ এন পিক ধৰ্ষণ...

অসম

জুবিনৰ মৃত্যুৰ গোচৰত অমৃতপ্ৰভাৰ জামিনক প্ৰত্যাহ্বান! উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ অসম চৰকাৰ

গুৱাহাটী, ৩০ অক্টোবৰ: জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্তৰ জামিনক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে অসম চৰকাৰ। আজি চৰকাৰে...

আন্তঃৰাষ্ট্ৰীয়

ইজৰাইলৰ নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা হেৰুৱালে নেতানিয়াহুৰ মিত্ৰজোঁটে, কিং মেকাৰ 'আৰব দল'

জেৰুজালেম, ৩০ অক্টোবৰ: ইজৰাইলৰ সাধাৰণ নিৰ্বাচনৰ ভোটগণনা সম্পূৰ্ণ হোৱাৰ পাছত প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ ৰাজনৈতিক মিত্ৰজোঁটে সংসদত সংখ্যাগৰিষ্ঠতা হেৰুৱাইছে। ১২০খন...

দেশ

জীৱনৰ অন্তিম মুহূৰ্তলৈকে দেশবাসীৰ সেৱা কৰি যাম: গুজৰাটত প্ৰধানমন্ত্ৰী মোদী

বানাসকাঁঠা, ৩০ অক্টোবৰ: “জীৱনৰ অন্তিম মুহূৰ্তলৈকে জনতাৰ সেৱাত নিয়োজিত হৈ থাকিম।” শুকুৰবাৰে গুজৰাটৰ বানাসকাঁঠা জিলাৰ ভিলডীত এখন ৰাজহুৱা সভাত ভাষণ দি এই মন্তব্য কৰে প্ৰধান...

— ১ —
NewzNow ই-কাকত৩০ অক্টোবৰ ২০২৬পৃষ্ঠা ২
ৰাজনীতি

বৰষুণৰ বাবে পিছুৱালে জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে INDIA মিত্ৰজোঁটৰ ‘জনতাৰ মহাভিযোগ’ কাৰ্যসূচী

নতুন দিল্লী, ৩০ অক্টোবৰ: মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে INDIA মিত্ৰজোঁটে শুকুৰবাৰে অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰা ‘জনতাৰ মহাভিযোগ’ কাৰ্যসূচী বৰষুণৰ বাবে পিছু...

অসম

আজি অসমৰ ইতিহাসৰ অন্যতম ক’লা দিন ৩০ অক্টোবৰ !১৮ সংখ্যক বৰ্ষপূৰ্তিত উকা হৈ ৰ'ল গণেশগুৰিৰ স্মৃতিসৌধ

গুৱাহাটী, ৩০ অক্টোবৰ: আজি অসমৰ ইতিহাসৰ অন্যতম ক’লা দিন ৩০ অক্টোবৰ। ২০০৮ চনৰ আজিৰ দিনটোতে ধাৰাবাহিক বোমা বিস্ফোৰণে কঁপাই তুলিছিল সমগ্ৰ অসম। সেই ভয়ংকৰ বিস্ফোৰণত প্ৰাণ হেৰুৱ...

উত্তৰ-পূৰ্বাঞ্চল

ধুবুৰীত আটক ৩৬জন সন্দেহযুক্ত বাংলাদেশী নাগৰিক! কৰিছিল চেন্নাইলৈ যোৱাৰ পৰিকল্পনা

ধুবুৰী, ৩০ অক্টোবৰ: ধুবুৰী জিলাৰ যোগমায়া ফেৰীঘাটত আৰক্ষীৰ এক বিশেষ অভিযানত ৩৬জন সন্দেহযুক্ত বাংলাদেশী নাগৰিকক আটক কৰা হৈছে। গোপন তথ্যৰ ভিত্তিত চলোৱা এই অভিযানত হাতশিঙিমা...

আন্তঃৰাষ্ট্ৰীয়

আমেৰিকাৰ হেঁচাৰ পিছতো ৰাছিয়াৰ তেল শোধনাগাৰত ইউক্ৰেইনৰ ড্ৰ’ন আক্ৰমণ, দুসপ্তাহৰ বিৰতিৰ অন্ত

মস্কো/কিয়েভ, ৩০ অক্টোবৰ: ৰাছিয়াৰ তেল উদ্যোগক লক্ষ্য কৰি পুনৰ ড্ৰ’ন আক্ৰমণ চলালে ইউক্ৰেইনে। শুকুৰবাৰে পুৱতি নিশা ৰাছিয়াৰ ছামাৰা অঞ্চলৰ নোভ’কুইবিছেভস্ক তেল শোধনাগাৰত আক্...

— ২ —
NewzNow ই-কাকত৩০ অক্টোবৰ ২০২৬পৃষ্ঠা ৩
দেশ

ভূটানত হিমবাহৰ হ্ৰদত বিস্ফোৰণ, সংকোশ নৈৰ লগতে নামনি অসমত সতৰ্কবাণী জাৰি

গুৱাহাটী, ৩০ অক্টোবৰ: চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত এটা হিমবাহৰ হ্ৰদৰ পানী ওফন্দি ওলাই অহাৰ খবৰে সংকোশ নৈৰ নামনি অঞ্চলত সম্ভাব্য বানক লৈ উদ্বেগ সৃষ্টি কৰিছে। পশ্চিমবংগৰ আলিপুৰ...

দেশ

উত্তৰাখণ্ডত হেলিকপ্টাৰ দুৰ্ঘটনাত ছয়জনৰ মৃত্যু, পাইলটসহ সকলো আৰোহীৰ মৃত্যুৰ নিশ্চিতকৰণ

ডেৰাডুন, ৩০ অক্টোবৰ: উত্তৰাখণ্ডৰ চামোলী জিলাৰ যোশীমঠৰ সমীপত সংঘটিত ভয়াৱহ হেলিকপ্টাৰ দুৰ্ঘটনাত পাইলটসহ ছয়গৰাকী লোকৰ মৃত্যু হৈছে। দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখনৰ ধ্বংসাৱশেষ...

উত্তৰ-পূৰ্বাঞ্চল

মোক আঁতৰাবলৈ BJPৰ একাংশ নেতাই ষড়যন্ত্ৰ কৰিছিল: এন বীৰেন সিং

ইম্ফল, ৩০ অক্টোবৰ: মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা BJP নেতা এন বীৰেন সিঙে ৰাজ্যিক BJPৰ একাংশ নেতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। তেওঁক মুখ্যমন্ত্ৰীৰ পদৰ পৰা আঁত...

দেশ

২০২৭ত BJP জিকিলে উত্তৰ প্ৰদেশত UCC বলৱৎ কৰিম: অমিত শ্বাহ

লক্ষ্ণৌ, ৩০ অক্টোবৰ: ২০২৭ চনৰ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত BJP পুনৰ ক্ষমতালৈ আহিলে ৰাজ্যখনত Uniform Civil Code (UCC) বলৱৎ কৰা হ’ব। শুকুৰবাৰে লক্ষ্ণৌত BJPৰ ৰাজ্যিক কাৰ্...

— ৩ —
NewzNow ই-কাকত৩০ অক্টোবৰ ২০২৬পৃষ্ঠা ৪
দেশ

হত্যাকাণ্ডৰ গোচৰত বাহুৱলী বিধায়ক অনন্ত সিঙৰ জামিন বাতিল , ১ ডিচেম্বৰৰ ভিতৰত আত্মসমৰ্পণৰ নিৰ্দেশ

নতুন দিল্লী, ৩০ অক্টোবৰ: বিহাৰৰ প্ৰাক্তন JD(U) বিধায়ক অনন্ত সিঙৰ জামিন বাতিল কৰিছে উচ্চতম ন্যায়ালয়ে। ডুলাৰচান্দ যাদৱ হত্যাকাণ্ডৰ গোচৰত ১ ডিচেম্বৰৰ ভিতৰত কৰ্তৃপক্ষৰ ওচৰ...

অসম

বৰ্ণাঢ্য কাৰ্যসূচীৰে বাক্সা জিলাৰ ২৩সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন, মুছলপুৰত উখল-মাখল পৰিৱেশ

মুছলপুৰ, ৩০ অক্টোবৰ: আজি বাক্সা জিলাৰ ২৩সংখ্যক জিলা দিৱস। এই উপলক্ষে বাক্সা জিলা প্ৰশাসনৰ উদ্যোগত মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে...

অসম

পদোন্নতি আৰু বদলিৰ দাবীত লংকা মহাবিদ্যালয়ত শিক্ষকসকলৰ অৱস্থান ধৰ্মঘট

লংকা, ৩০ অক্টোবৰ: কলেজ শিক্ষকসকলৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ দাবীত লংকা মহাবিদ্যালয়ত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে মহাবিদ্যালয়খনৰ শিক্ষক গোটে। অসম কলেজ শিক্ষক স...

অসম

ৰঙিয়াৰ বৰলীয়া নৈত অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ, অঞ্চলজুৰি চাঞ্চল্য

ৰঙিয়া, ৩০ অক্টোবৰ: ৰঙিয়াৰ বৰলীয়া নৈত উদ্ধাৰ হৈছে এগৰাকী অচিনাক্ত পুৰুষৰ মৃতদেহ। নৈৰ পানীত মৃতদেহটো উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰাৰ পিছতে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্ট...

— ৪ —
NewzNow ই-কাকত৩০ অক্টোবৰ ২০২৬পৃষ্ঠা ৫
দেশ

বিৰোধীয়ে সাৰ আৰু LPGৰ নাটনিৰ উৰাবাতৰি বিয়পোৱাৰ অভিযোগ প্ৰধানমন্ত্ৰী মোদীৰ

গুজৰাট, ৩০ অক্টোবৰ: পশ্চিম এছিয়াৰ সংঘাতক কেন্দ্ৰ কৰি দেশত সাৰ আৰু ৰন্ধন গেছৰ নাটনিৰ উৰাবাতৰি বিয়পাই জনসাধাৰণৰ মাজত আতংকৰ সৃষ্টি কৰাৰ অভিযোগ বিৰোধী দলসমূহৰ বিৰুদ্ধে উত্থ...

অসম

ৰাজ্যিক বিজেপি মহিলা মৰ্চাৰ নতুন সভানেত্ৰী পূৰবী ৰয়ৰ দায়িত্ব গ্ৰহণ

গুৱাহাটী, ৩০ অক্টোবৰ: ভাৰতীয় জনতা পাৰ্টি (BJP) অসম প্ৰদেশ মহিলা মৰ্চাৰ নৱনিযুক্ত সভানেত্ৰী শ্ৰীমতী পূৰবী ৰয়ে আজি আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰে। গুৱাহাটীৰ অটল বিহ...

অসম

৮০০ টকা ন্যূনতম মজুৰিৰ দাবীত ২ নৱেম্বৰত ৰাজ্যজুৰি শ্ৰমিকৰ প্ৰতিবাদ, অচল কৰিব শ্ৰম বিভাগৰ কাৰ্যালয়!

গুৱাহাটী, ৩০ অক্টোবৰ: অসমৰ শ্ৰমিকসকলৰ ন্যূনতম মজুৰি আৰু সামাজিক সুৰক্ষাৰ দাবীত অহা ২ নৱেম্বৰত ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব চি আই টি ইউ (CITU) নেতৃত্বাধীন শ্...

ক্ৰীড়া

ফিলিপছৰ শতক, ডাফিৰ ৪ উইকেট! নিউজিলেণ্ডৰ হাতত ভাৰতৰ ৮৭ ৰানৰ পৰাজয়

অকলেণ্ড, ৩০ অক্টোবৰ: গ্লেন ফিলিপছৰ বিস্ফোৰক শতক আৰু জেকব ডাফিৰ দুৰ্দান্ত বলিঙৰ সহায়ত চতুৰ্থ T20 আন্তঃৰাষ্ট্ৰীয় মেচত ভাৰতক ৮৭ ৰানত পৰাস্ত কৰিলে নিউজিলেণ্ডে। অকলেণ্ডৰ Ede...

— ৫ —
NewzNow ই-কাকত৩০ অক্টোবৰ ২০২৬পৃষ্ঠা ৬
ক্ৰীড়া

পাঁচবাৰৰ চেম্পিয়ন ৰোহিতৰ হাতলৈ ঘূৰিব নেকি Mumbai Indiansৰ নেতৃত্ব? IPL ২০২৭ৰ পূৰ্বে হাৰ্দিকক লৈ চৰ্চা তুংগত

IPL ২০২৭ৰ পূৰ্বে Mumbai Indiansৰ অধিনায়কত্বক লৈ নতুন সমীকৰণৰ সৃষ্টি হৈছে। পুনৰ দলটোৰ নেতৃত্বৰ দায়িত্ব ৰোহিত শৰ্মাৰ হাতলৈ যোৱাৰ সম্ভাৱনাই ক্ৰিকেট মহলত ব্যাপক চৰ্চা লাভ ক...

— ৬ —
✓

আজিৰ ই-কাকত শেষ হ'ল

২১টা খবৰ পঢ়িলে। কাইলৈ সন্ধিয়া নতুন সংখ্যা।

PDF ডাউনল'ড ← আগৰ সংখ্যা (২৯ অক্টোবৰ ২০২৬)

খবৰৰ কাটিং