শেহতীয়া খবৰ

NewzNow-ৰ সকলো শেহতীয়া খবৰ, সময় অনুসৰি।

  1. ক্ৰীড়া

    ইণ্ডিয়ান অইল চাৰ্ভো মাষ্টাৰছতো ওম প্ৰকাশ চৌহান আৰু ৰনিল কুকাৰৰ সৈতে যৌথ অগ্ৰগতি লাভ যুৱৰাজ সিঙৰ

    কাপুৰথালাৰ যুৱৰাজ সিং, মহৌৰ ওম প্ৰকাশ চৌহান আৰু বেংগালুৰুৰ ৰনিল কুকাৰে ২৬ সংখ্যক ইণ্ডিয়ান অইল চাৰ্ভো মাষ্টাৰছ গলফ প্ৰতিযোগিতাৰ তৃতীয় ৰাউণ্…

  2. অসম

    বাংলাদেশত পুনৰ অশান্তি! ১২খন জিলাত হিংসাত্মক ঘটনা, চাৰিজনৰ মৃত্যু; বৈদেশিক মন্ত্ৰীৰ বাসগৃহত অগ্নিসংযোগ

    বাংলাদেশৰ ১২খন জিলাত কেইবাদিন ধৰি চলি থকা হিংসাত্মক ঘটনাত কমেও চাৰিজনৰ মৃত্যু হৈছে। চিলেটত বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰীৰ বাসগৃহৰ সন্মুখত…

  3. দেশ

    হৰমুজ প্ৰণালীৰ পশ্চিমত ৯খন ভাৰতীয় স্বাৰ্থসম্পৃক্ত জাহাজৰ নিৰাপত্তা পৰ্যালোচনা সোণোৱালৰ

    বাণিজ্যিক জাহাজৰ ওপৰত সংঘটিত পুনৰাবৃত্ত আক্ৰমণক তীব্ৰ গৰিহণা দি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে হৰমুজ প্ৰণালীৰ পশ্চিমে থকা ৯খন ভাৰতীয়…

  4. দেশ

    ২০২৭ চনৰ আৰম্ভণিতে ইৰাণত আক্ৰমণৰ সিদ্ধান্ত ল’ব ট্ৰাম্পে!

    ইৰাণৰ বিৰুদ্ধে পুনৰ সামৰিক আক্ৰমণ চলোৱাৰ সিদ্ধান্ত ২০২৭ চনৰ আৰম্ভণিৰ পিছতহে ল’ব বুলি জনাইছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।

  5. অসম

    স্নাতকোত্তৰ প্ৰশিক্ষাৰ্থী চিকিৎসকক বিবাহ পিছুৱাবলৈ কোৱা এএমচিএইচৰ পৰামৰ্শ প্ৰত্যাহাৰ

    ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ চিকিৎসা বিভাগে স্নাতকোত্তৰ প্ৰশিক্ষাৰ্থী চিকিৎসকসকলক বিবাহৰ দৰে ব্যক্তিগত সিদ্ধান্ত পিছু…

  6. উত্তৰ-পূৰ্বাঞ্চল

    অমিত শ্বাহৰ অৰুণাচল ভ্ৰমণৰ পূৰ্বে মণিপুৰ সংকট, ছিয়াং প্ৰকল্পক লৈ যুৱ কংগ্ৰেছৰ প্ৰশ্ন

    অমিত শ্বাহৰ তিনিদিনীয়া অৰুণাচল ভ্ৰমণৰ পূৰ্বে মণিপুৰ সংকট আৰু ছিয়াং উজনি বহুমুখী প্ৰকল্পক লৈ প্ৰশ্ন তুলিছে যুৱ কংগ্ৰেছে।

  7. দেশ

    দিল্লীত AAP যুৱ মৰ্চাৰ জিলা সভাপতিৰ কাৰ্যালয়ত দুৰ্বৃত্তৰ গুলীচালনা

    দিল্লীৰ শ্বাহদৰাত আম আদমী পাৰ্টী চমুকৈ আপৰ যুৱ মৰ্চাৰ জিলা সভাপতি অভিষেক ধিংগানৰ কাৰ্যালয়লৈ লক্ষ্য কৰি দুৰ্বৃত্তই ৬টাকৈ গুলী চলায়।

  8. অসম

    গুৱাহাটীৰ মহানগৰীৰ কেইবাটাও অঞ্চলত আজি নাপাব পানী ! মেৰামতিৰ বাবে ব্যাহত খোৱাপানীৰ যোগান

    কাৰিকৰী বিজুতি আৰু মেৰামতিৰ কামৰ বাবে ২০ নৱেম্বৰত ৰামছা পাহাৰ, লিচুবাগান, অমিয়ানগৰ আৰু গীতানগৰত পানী যোগান বন্ধ ৰখা হৈছে।

  9. অসম

    এক লাখ বন্তিৰ পোহৰত আৰম্ভ জামুগুৰিহাটৰ হৰিকীৰ্তন মহোৎসৱ

    জামুগুৰিহাটৰ মংগলবৰীয়াত ৬৮সংখ্যক কেন্দ্ৰীয় অখণ্ড হৰিকীৰ্তন মহোৎসৱ আৰম্ভ হৈছে। প্ৰথম দিনাই এক লাখ বন্তি প্ৰজ্বলনেৰে আলোকিত হৈ পৰে উৎসৱস্থলী।

  10. অসম

    মিচিং পৰিষদৰ নিৰ্বাচনক লৈ হিংসা-ভাবুকিৰ অভিযোগ কংগ্ৰেছৰ

    মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ পূৰ্বে হিংসা আৰু ভয়-ভাবুকিৰ অভিযোগ তুলি ৰাজ্যিক নিৰ্বাচনী আয়ুক্তক স্মাৰকপত্ৰ প্ৰদান কৰিছে প্ৰদেশ কংগ…

  11. অসম

    ডিচেম্বৰত ঘোষণা হ'ব মৰাণ-মটক পৰিষদৰ নিৰ্বাচনৰ দিন; লখিমপুৰত তিনিখন নতুন পৌৰসভা গঠনৰ সিদ্ধান্ত অসম কেবিনেটৰ

    অসম কেবিনেটে ডিচেম্বৰৰ ভিতৰত মৰাণ আৰু মটক স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সিদ্ধান্ত লৈছে।

  12. অসম

    পঞ্চায়ত প্ৰতিনিধিৰ পাৰিতোষিক বৃদ্ধি; অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

    অসম কেবিনেটে জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত আৰু গাঁও পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধিসকলৰ মাহিলি পাৰিতোষিক বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে।

  13. অসম

    অসমত বৈধ টোলগেট মাত্ৰ তিনিখন! RTIৰ উত্তৰত NHAIৰ তথ্যক লৈ অসমীয়া যুৱ মঞ্চৰ বিস্ফোৰক দাবী

    এনএইচএআইৰ আৰটিআই উত্তৰৰ ভিত্তিত অসমত মাত্ৰ তিনিখন টোলগেটহে বৈধভাৱে চলি থকা বুলি দাবী কৰিছে অসমীয়া যুৱ মঞ্চই।

  14. অসম

    দুলীয়াজান ট্ৰিপল মাৰ্ডাৰ: আৰক্ষীৰ ক্ৰাইম চিন ৰিক্ৰিয়েট

    দুলীয়াজান ট্ৰিপল মাৰ্ডাৰ: তিনিচুকীয়াত আৰক্ষীৰ ক্ৰাইম চিন ৰিক্ৰিয়েট, শ্ৰীপুৰীয়া অভাৰ ব্ৰিজৰ সমীপৰ পৰা ছাতি আৰু কাপোৰ উদ্ধাৰ

  15. অসম

    যমুনাৰ পাছত তলাতল ঘৰ-কাৰেং ঘৰৰ বেদখল উচ্ছেদৰ দাবী আটাছুৰ

    যমুনাৰ পাছত তলাতল ঘৰ-কাৰেং ঘৰৰ বেদখল উচ্ছেদৰ দাবী আটাছুৰ, ডিচেম্বৰৰ প্ৰথম সপ্তাহৰ সময়সীমা বান্ধিলে বসন্ত গগৈয়ে

  16. অসম

    জাগুনত আৰক্ষীৰ বৃহৎ সফলতা! ৩১৮.৮৮ গ্ৰাম নিষিদ্ধ ড্ৰাগছসহ অৰুণাচলৰ এজন সৰবৰাহকাৰী আটক

    তিনিচুকীয়াৰ জাগুনত লেখাপানী আৰু জাগুন আৰক্ষীৰ যুটীয়া অভিযানত ৩১৮.৮৮ গ্ৰাম নিষিদ্ধ ড্ৰাগছসহ অৰুণাচল প্ৰদেশৰ চন্দ্ৰ তামাং নামৰ এজন ব্যক্তিক…

  17. অসম

    বি এছ-৬ ব্যক্তিগত বাহনৰ পিইউচি প্ৰমাণপত্ৰৰ বৈধতাত নতুন নিয়ম

    বাহনৰ বয়স অনুসৰি বি এছ-৬ ব্যক্তিগত বাহনৰ পিইউচি প্ৰমাণপত্ৰৰ বৈধতাৰ সময়সীমা নিৰ্ধাৰণৰ নতুন ব্যৱস্থা প্ৰকাশ পাইছে।

  18. শিক্ষা

    ২৫ ফেব্ৰুৱাৰীৰ পৰা HSLC পৰীক্ষা, প্ৰ-পত্ৰ পূৰণৰ সময় বৃদ্ধি

    ২০২৭ বৰ্ষৰ HSLC পৰীক্ষা ২৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব। অনলাইন প্ৰ-পত্ৰ পূৰণৰ প'ৰ্টেল ২৩ নৱেম্বৰলৈ পুনৰ মুকলি থাকিব।

  19. মনোৰঞ্জন

    বৰঝাৰ বিমানবন্দৰত দৰ্শন ৰাৱল, শ্বিলঙৰ Cherry Blossom Festivalত সংগীত পৰিৱেশন কৰিব কণ্ঠশিল্পীজনে

    বলীউডৰ কণ্ঠশিল্পী দৰ্শন ৰাৱল ১৯ নৱেম্বৰত বৰঝাৰ বিমানবন্দৰত উপস্থিত হয়। ২০ নৱেম্বৰত শ্বিলঙৰ চেৰী ব্লছম ফেষ্টিভেলত তেওঁ সংগীত পৰিৱেশন কৰিব।

  20. ক্ৰীড়া

    'TIME100 Next India 2026'ৰ তালিকাত অন্তৰ্ভুক্ত উত্তৰ-পূবৰ তিনি ব্যক্তিত্বৰ নাম

    টাইম১০০ নেক্সট ইণ্ডিয়া ২০২৬ৰ তালিকাত অসমৰ লাভলীনা বৰগোহাঁই, মণিপুৰৰ মীৰাবাই চানু আৰু নাগালেণ্ডৰ থেজা ৰিঅ'ই স্থান লাভ কৰিছে।