শেহতীয়া খবৰ

NewzNow-ৰ সকলো শেহতীয়া খবৰ, সময় অনুসৰি।

  1. স্বাস্থ্য

    GMCHত প্ৰথমবাৰৰ বাবে সফল লিভাৰ ট্ৰান্সপ্লাণ্ট, সুস্থ হৈ ঘৰলৈ উভতিল দাতা-গ্ৰহীতা

    জিএমচিএইচত প্ৰথমবাৰৰ বাবে সম্পন্ন হোৱা যকৃত সংৰোপণৰ ২৫ দিনৰ পাছত দাতা আৰু গ্ৰহীতাক চিকিৎসালয়ৰ পৰা ছুটি দিয়া হৈছে।

  2. অসম

    টংলাত ‘সৃষ্টিৰ দিন’ শীৰ্ষক অনুষ্ঠানেৰে জুবিন গাৰ্গৰ জন্মদিন পালন

    ওদালগুৰি জিলাৰ টংলাত জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ ৫৪ সংখ্যক জন্মদিন উপলক্ষে ‘সৃষ্টিৰ দিন’ শীৰ্ষক এক বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়।

  3. অসম

    মাকুমৰ শুকানপুখুৰী চাহ বাগিচাত খাৰুৱা তেল চুৰিৰ টেপিং পইণ্ট উৎখাত

    তিনিচুকীয়া জিলাৰ মাকুম আৰক্ষী থানাৰ অন্তৰ্গত শুকানপুখুৰী চাহ বাগিচাত খাৰুৱা তেল চুৰিৰ বাবে স্থাপন কৰা এটা টেপিং পইণ্ট উৎখাত কৰে তিনিচুকীয়া…

  4. দেশ

    আৰিয়িল শুকুৰ হত্যা গোচৰ: পি জয়ৰাজন, টি ভি ৰাজেশসহ ১৮জনক অভিযোগ মুক্ত

    ২০১২ চনৰ আৰিয়িল আব্দুল শুকুৰ হত্যা গোচৰত কেৰালাৰ বিশেষ চিবিআই আদালতে চিপিআই(এম)ৰ দুই নেতাসহ ১৮জনক অভিযোগমুক্ত কৰিছে।

  5. আন্তঃৰাষ্ট্ৰীয়

    মালয়েছিয়াত ভাৰতীয় নাগৰিকৰ ভিছা বিহীন প্ৰৱেশৰ সুবিধা বন্ধ, ২০২৭ৰ ১ জানুৱাৰীৰ পৰা বাধ্যতামূলক

    ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা মালয়েছিয়া ভ্ৰমণৰ বাবে ভাৰতীয় পাছপ’ৰ্টধাৰীৰ আগতীয়া ভিছা বাধ্যতামূলক হ’ব। ১ ডিচেম্বৰৰ পৰা অনলাইনযোগে আবেদন কৰিব প…

  6. আন্তঃৰাষ্ট্ৰীয়

    খাদ্যৰ সন্ধানত অৰণ্যৰ পৰা ওলাই আহিল প্ৰায় ২০জন আওয়া আদিবাসী

    ব্ৰাজিলৰ আমাজন অৰণ্যত বিচ্ছিন্ন জীৱন কটোৱা প্ৰায় ২০জন আওয়া আদিবাসী খাদ্যৰ সন্ধানত এখন গাঁৱলৈ আহি উপস্থিত হয়।

  7. দেশ

    সিন্ধু জল চুক্তি প্ৰসংগত পাকিস্তানৰ ‘অপপ্ৰচাৰ’ৰ অভিযোগ ভাৰতৰ

    ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ এক অনানুষ্ঠানিক বৈঠকত সিন্ধু জল চুক্তিৰ প্ৰসংগ উত্থাপনক লৈ পাকিস্তানক সমালোচনা কৰে ভাৰতৰ স্থায়ী প্ৰতিনিধি পাৰ্…

  8. উত্তৰ-পূৰ্বাঞ্চল

    মণিপুৰত সেনা বাহনৰ দুৰ্ঘটনাত মৃতৰ সংখ্যা দুজনলৈ বৃদ্ধি

    পূব ইম্ফলৰ লামলাই চালৌত সেনাৰ বাহন ইতাম নদীত পৰি চিপাহী মালি জয়েশ হিম্মতৰ মৃত্যু হৈছে। আহত দুজন জোৱান চিকিৎসাধীন হৈ আছে।

  9. অসম

    শিৱসাগৰত নামফলকত অসমীয়া ভাষা ব্যৱহাৰৰ দাবী, ৩০ দিনৰ সময়সীমা

    শিৱসাগৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ৰ নামফলকত শুদ্ধ অসমীয়া ভাষা ব্যৱহাৰৰ দাবী জনাইছে জাতীয় সংগ্ৰামী সেনা, অসমে।

  10. দেশ

    দিল্লী বিমানবন্দৰৰ Terminal 3ত বলপূৰ্বক প্ৰৱেশৰ চেষ্টা; CISFৰ তৎপৰতাত আটক এজন

    ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ টাৰ্মিনেল ৩ত বৈধ যাত্ৰাসংক্ৰান্তীয় নথি-পত্ৰ নথকা এজন লোকে বলপূৰ্বক প্ৰৱেশৰ চেষ্টা কৰোঁতে চিআইএছএ…

  11. ৰাজনীতি

    কনভয়ত কণী আৰু লাঠীৰে আক্ৰমণৰ অভিযোগ, BJP কৰ্মীৰ বিৰুদ্ধে সৰৱ TMC সাংসদ মহুৱা মৈত্ৰৰ

    নদীয়াৰ কালীগঞ্জত সাংসদ মহুৱা মৈত্ৰৰ কনভয়ত আক্ৰমণ আৰু পথ অৱৰোধৰ অভিযোগ উঠিছে। আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগো উত্থাপন কৰিছে তেওঁ।

  12. অসম

    ৰাছিয়ালৈ গৈ সন্ধানহীন কাছাৰৰ যুৱক; ৰাছিয়াৰ সেনাবাহিনীত যোগদানৰ সন্দেহ পৰিয়ালৰ

    কৰ্মসংস্থাপনৰ সন্ধানত ৰাছিয়ালৈ যোৱা কাছাৰৰ আব্দুল মুক্তাদিৰ লস্কৰ ২৬ আগষ্টৰ পৰা পৰিয়ালৰ সৈতে যোগাযোগহীন হৈ আছে। পৰিয়ালে তেওঁৰ সন্ধানত প্ৰ…

  13. আন্তঃৰাষ্ট্ৰীয়

    বহুমেৰুবিশিষ্ট বিশ্ব গঢ়াত ভাৰত-জাপানৰ সহযোগিতা গুৰুত্বপূৰ্ণ: জয়শংকৰ

    টকিঅ’ত ভাৰত-জাপানৰ ২+২ বৈঠকৰ অন্তত এছ জয়শংকৰে বহুমেৰুবিশিষ্ট এছিয়া আৰু বিশ্ব গঢ়াত দুয়োখন দেশৰ সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

  14. উত্তৰ-পূৰ্বাঞ্চল

    ২০২৭ত বিশ্বৰ ২০টা শ্ৰেষ্ঠ পৰ্যটনস্থানৰ তালিকাত মেঘালয়; ভাৰতৰ একমাত্ৰ স্থান হিচাপে BBCৰ স্বীকৃতি

    ২০২৭ চনত ভ্ৰমণৰ বাবে বিশ্বৰ ২০টা শ্ৰেষ্ঠ গন্তব্যৰ তালিকাত স্থান পাইছে মেঘালয়ে। তালিকাখনত ভাৰতৰ একমাত্ৰ গন্তব্য হিচাপে স্থান লাভ কৰিছে ৰাজ্য…

  15. আন্তঃৰাষ্ট্ৰীয়

    ২০৩৫ চনতে বিশ্বৰ সৰ্ববৃহৎ ধৰ্ম হ’ব পাৰে ইছলাম! খ্ৰীষ্টান ধৰ্মক অতিক্ৰম কৰাৰ সম্ভাৱনা

    জনসংখ্যাগত প্ৰক্ষেপণ অনুসৰি, মুছলমান জনসংখ্যা তুলনামূলকভাৱে দ্ৰুতগতিত বৃদ্ধি পোৱাত ২০৩৫ৰ ভিতৰত ইছলামে খ্ৰীষ্টান ধৰ্মক অতিক্ৰম কৰিব পাৰে।

  16. দেশ

    ২০৭০ চনত ভাৰতত হিন্দুৰ জনসংখ্যা হ্ৰাস পাব ৭৫.৮ শতাংশলৈ, বৃদ্ধি পাব মুছলমানৰ সংখ্যা : পিউৰ প্ৰক্ষেপণ

    ২০৭০ চনতো ভাৰতত ৭৫.৮ শতাংশ হিন্দু থাকিব পাৰে বুলি পিউ ৰিছাৰ্চ চেণ্টাৰে প্ৰক্ষেপণ কৰিছে। মুছলমানৰ অংশ ১৯.৬ শতাংশলৈ বৃদ্ধি পাব পাৰে।

  17. আন্তঃৰাষ্ট্ৰীয়

    চীনত মুখামুখি ট্ৰাম্প-পুটিন! ‘মোৰ বন্ধু পুটিন’ বুলি সম্বোধন ট্ৰাম্পৰ

    এপেক সন্মিলনৰ সমান্তৰালভাৱে শ্বেনঝেনত সাক্ষাৎ কৰে ড’নাল্ড ট্ৰাম্প আৰু ভ্লাদিমিৰ পুটিনে। পুটিনক ‘মোৰ বন্ধু’ বুলি সম্বোধন কৰে ট্ৰাম্পে।

  18. অসম

    ডুমডুমাত বনৰীয়া হাতীৰ আক্ৰমণত ৬০ বছৰীয়া লোকৰ মৃত্যু

    ডুমডুমা: তিনিচুকীয়া জিলাৰ ডুমডুমাৰ তাৰা চাহ বাগিচাৰ অন্তৰ্গত নাহৰজান গাঁৱত বনৰীয়া হাতীৰ আক্ৰমণত এজন ৬০ বছৰীয়া লোকৰ মৃত্যু হয়। বৃহস্পতিবা…

  19. অসম

    ২০২৭ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সময়সূচী প্ৰকাশ; ১২ মাৰ্চৰ পৰা আৰম্ভ পৰীক্ষা

    অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ২০২৭ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সময়সূচী প্ৰকাশ কৰিছে। পৰীক্ষা ১২ মাৰ্চৰ পৰা ৫ এপ্ৰিললৈ চলি…

  20. দেশ

    ইন্দিৰা গান্ধীৰ জন্মদিনত শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰী মোদীৰ; স্মৰণ ৰাহুল, প্ৰিয়ংকা আৰু খৰ্গেৰো

    ইন্দিৰা গান্ধীৰ জন্মজয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীসহ কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক স্মৰণ কৰে।

  21. দেশ

    চিকিৎসকৰ বিবাহ সন্দৰ্ভত জাৰি কৰা নিৰ্দেশ প্ৰত্যাহাৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ

    ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ মেডিচিন বিভাগে স্নাতকোত্তৰ প্ৰশিক্ষাৰ্থীসকলক বিবাহ পিছুৱাবলৈ দিয়া নিৰ্দেশনা প্ৰত্যাহাৰ…