শ্ৰীভূমিত ৫০গৰাকী মহিলা শিপিনীৰ বাবে শীতলপাট জীৱিকা উদ্যোগ
কালিগঞ্জ-ৰতনপুৰত পাটিয়াৰা সম্প্ৰদায়ৰ ৫০গৰাকী মহিলা শিপিনীক বজাৰ, ডিজিটেল সেৱা আৰু চৰকাৰী আঁচনিৰ সৈতে সংযোগৰ উদ্যোগ লোৱা হৈছে।
গুৰুত্বপূৰ্ণ খবৰ ফোন বা কম্পিউটাৰত পোনপটীয়াকৈ পাওক।
কালিগঞ্জ-ৰতনপুৰত পাটিয়াৰা সম্প্ৰদায়ৰ ৫০গৰাকী মহিলা শিপিনীক বজাৰ, ডিজিটেল সেৱা আৰু চৰকাৰী আঁচনিৰ সৈতে সংযোগৰ উদ্যোগ লোৱা হৈছে।
ডিব্ৰুগড়ৰ টেঙাখাতত অইলৰ আইটিএফ প্ৰকল্পত সংঘটিত অগ্নিকাণ্ডত চিকিৎসাধীন শ্ৰমিক গোলাপ দত্তৰ মৃত্যু হৈছে। মৃতকৰ সংখ্যা ৬জনলৈ বৃদ্ধি পাইছে।
নামভৰ্তি মাচুল ৰেহাইৰ বিপৰীতে কলেজসমূহক ₹108 কোটি দিয়াৰ সিদ্ধান্ত কেবিনেটে লৈছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাইছে।
শোণিতপুৰৰ সোনাইৰূপাই অভয়াৰণ্যৰ গেলগেলি অঞ্চলত বন বিভাগৰ অভিযানত হাতে সজা বন্দুকসহ পাঁচজন চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে।
পাঞ্জাবাৰীৰ পুৰবী ডেইৰীৰ পৰা সম্ভাব্য বিষাক্ত গেছ নিৰ্গমন আৰু দুৰ্গন্ধৰ অভিযোগত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদক পৰীক্ষাৰ নিৰ্দেশ দিয়া হৈছে।
ৰাজ্যিক কেবিনেটে আয়ুষ্মান অসম আঁচনিৰ বাবে ২০০ কোটি টকা অনুমোদন কৰাৰ লগতে সমগ্ৰ শিক্ষা অভিযানৰ মৃত্যুকালীন সাহায্য বৃদ্ধি কৰিছে।
মিচিং আৰু সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন। ৩০ নৱেম্বৰত ভোটগ্ৰহণ আৰু ৩ ডিচেম্বৰত ভোটগণন…
বেংক একাউণ্টৰ পৰা ভুৱা অনলাইন লেনদেনেৰে ৯৯ হাজাৰ টকা উলিওৱাৰ অভিযোগত বৰপেটা আৰক্ষীয়ে তিনিজনক গ্ৰেপ্তাৰ কৰিছে।
জাঁজি-হাঁহচৰা অঞ্চলত আৰু যোৰহাটৰ কেইবাঠাইত মেঘালয়ৰ অবৈধ কয়লা কঢ়িওৱা ট্ৰাক ৰখাৰ অভিযোগ উঠিছে।
সজিনা পাতৰ গুড়ি ছাল আৰু চুলিৰ বাহ্যিক পৰিচৰ্যাত ব্যৱহাৰ কৰা হয়। অৱশ্যে সৌন্দৰ্য বৃদ্ধিত ইয়াৰ ফলপ্ৰসূতাৰ বিষয়ে অধিক গৱেষণাৰ প্ৰয়োজন আছে।
নগাঁৱৰ নৱজাতক বিক্ৰীৰ অভিযোগৰ মাজতে চাবিনা ইয়াছমিনে শিশুটিক ক্ৰয় কৰা বুলি অস্বীকাৰ কৰিছে। লালন-পালনৰ বাবে শিশুটিক তেওঁৰ হাতত দিয়া হৈছিল ব…
মাকুমত দুটাকৈ পথ দুৰ্ঘটনা, এজনৰ মৃত্যু,চাৰিজন আহত ।মাকুম,১০ নৱেম্বৰ: আজি মাকুম থানাৰ অন্তৰ্গত মাকুম বাইপাছৰ চান্দমাৰি তিনিআলিত সংঘটিত হয় এক…
তিৱা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ লক্ষ্যৰে ২৫ জনীয়া ‘তিৱা জাতীয় মঞ্চ’ গঠন কৰা হৈছে।
কয়লা, চুপাৰি আৰু গৰু সৰবৰাহক কেন্দ্ৰ কৰি ছিণ্ডিকেটৰ অভিযোগ তুলি মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা অখিল গগৈৰ। শিৱসাগৰৰ বানপীড়িতসকলক ক্ষতিপূৰণ দিয়…
শিৱসাগৰৰ বানাক্ৰান্তসকলৰ বাবে সাহায্যৰ ধন মুকলি নকৰাৰ অভিযোগ তুলি মুখ্যমন্ত্ৰীক সমালোচনা কৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে।
সোণাপুৰ জিলা চিকিৎসালয়ত চিকিৎসাধীন গোলাপী ডেকাৰ মৃত্যুক লৈ পৰিয়াল আৰু স্থানীয় ৰাইজৰ প্ৰতিবাদ। চিকিৎসকৰ গাফিলতিৰ অভিযোগ উত্থাপন কৰি তদন্তৰ…
অবৈধ ট্ৰাকৰ পৰা ধন সংগ্ৰহৰ অভিযোগ উত্থাপন কৰি বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে অখিল গগৈয়ে।
আগন্তুক অসম বিধানসভা নিৰ্বাচনত ১২৬খন আসনতে জয়লাভ কৰাৰ লক্ষ্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বৰ্তমানৰ ১০২খন আসনৰ পৰা পৰৱৰ্তী…
ঋণ আদায়ৰ নামত হাৰাশাস্তি আৰু অশ্লীল ছবি বিয়পোৱাৰ ভাবুকিৰ অভিযোগৰ পিছত হায়দৰাবাদত এগৰাকী আৰক্ষী কনিষ্টবলে আত্মহত্যা কৰিছে।
অগ্নিদগ্ধ কুমুদ গগৈৰ ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হৈছে। আন দুজন আহত শ্ৰমিকৰ চিকিৎসা চলি আছে।