অসম

  1. দুয়োখন স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত ২৯১গৰাকী প্ৰাৰ্থী

    সোণোৱাল কছাৰী আৰু মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত মুঠ ২৯১গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। ৩০ নৱেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব।

  2. দুলীয়াজানৰ ট্ৰিপল মাৰ্ডাৰকাণ্ডৰ তদন্তত নতুন তথ্য, দুই অভিযুক্তৰ স্বীকাৰোক্তিৰ দাবী আৰক্ষীৰ

    ডুলীয়াজানত একেটা পৰিয়ালৰ তিনিজন সদস্যক হত্যা কৰাৰ অভিযোগত ৰাজু দাস আৰু অমৃত দাসক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। তেওঁলোকৰ পৰা সোণৰ অলংকাৰ আৰু ন…

  3. ৩দিন চকা বন্ধ ঘোষণা অসমত! ৪৮ ঘণ্টীয়া চকা বন্ধৰ আহ্বান

    মটৰ পৰিবহণ খণ্ডৰ মালিক-শ্ৰমিক সমন্বয় সমিতিয়ে চাৰিটা দাবীৰ সমৰ্থনত ২০ নৱেম্বৰৰ পুৱা ৬ বজাৰ পৰা ৪৮ ঘণ্টীয়া চকা বন্ধৰ আহ্বান জনাইছে।

  4. ‘কেৱল ১৯ লাখ মানুহৰ নাম বাদ পৰা NRC খনক লৈ আমি সন্তুষ্ট নহয়৷ সেয়ে পুনৰ পৰীক্ষা লাগে’- উৎপল শৰ্মা

    এনআৰচি পুনৰ পৰীক্ষাৰ দাবীত আছুৰ আবেদন শুনানিৰ বাবে গ্ৰহণ কৰি অসম আৰু কেন্দ্ৰীয় চৰকাৰলৈ জাননী জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে।

  5. লক্ষীপুৰ থানাৰ পৰা পলায়ন কৰা দুই অভিযুক্ত গুৱাহাটীত পুনৰ গ্ৰেপ্তাৰ

    লক্ষীপুৰ আৰক্ষী থানাৰ খিৰিকীৰ গ্ৰীল ভাঙি পলায়ন কৰা দুই অভিযুক্তক চাৰিদিনীয়া অভিযানৰ অন্তত গুৱাহাটীৰ পৰা পুনৰ গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

  6. ‘ৰকিবুলৰ সংগই এদিন ধ্বংস কৰিব গৌৰৱ গগৈক’ — কংগ্ৰেছক তীব্ৰ কটাক্ষ ভূপেন বৰাৰ

    চৰকাৰী ভূমি বেদখল আৰু উচ্ছেদ অভিযানক লৈ গৌৰৱ গগৈৰ স্থিতিক সমালোচনা কৰিছে বিজেপি বিধায়ক ভূপেন বৰাই।

  7. দুলীয়াজানৰ ত্ৰিপল মাৰ্ডাৰৰ ঘটনাৰ দুই মূল অভিযুক্তক শিমলুগুৰিত গ্ৰেপ্তাৰ

    দুলীয়াজানৰ কমলাবাৰীত একেটা পৰিয়ালৰ তিনিগৰাকী সদস্যৰ মৃতদেহ উদ্ধাৰৰ ঘটনাত দুই মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

  8. শিৱসাগৰ বন সংমণ্ডলত বদলিৰ নিৰ্দেশ অমান্যৰ অভিযোগ অসম যুৱ মঞ্চৰ

    দুজন বন কৰ্মচাৰীৰ বদলি কাৰ্যকৰী নোহোৱাৰ অভিযোগ তুলি বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ হস্তক্ষেপ দাবী কৰিছে অসম যুৱ মঞ্চই।

  9. ‘আমাক নামাজ পঢ়িবলৈ দিয়া নাই, মাৰি পেলাওক’ — লখিমপুৰৰ উচ্ছেদিতৰ ক্ষোভ; কাষত থিয় দিলে কংগ্ৰেছ

    লখিমপুৰৰ উচ্ছেদস্থলী পৰিদৰ্শন কৰি কংগ্ৰেছৰ এটা দলে ক্ষতিগ্ৰস্ত লোকসকলক উচ্ছেদৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিবলৈ আহ্বান জনায়।

  10. লখিমপুৰত দ্বিতীয়টো বৃহৎ উচ্ছেদ অভিযান, ৪২টা পৰিয়ালৰ বাসগৃহত চলিল প্ৰশাসনৰ বুলড’জাৰ

    লখিমপুৰৰ বৰবিলত প্ৰায় ১৭ বিঘা ভূমিত বসবাস কৰি অহা ৪২টা পৰিয়ালৰ বাসগৃহ উচ্ছেদৰ অভিযান আৰম্ভ কৰিছে জিলা প্ৰশাসনে।

  11. নলেগলে লগা বন্ধুৱেই হত্যা কৰিলে বন্ধুক! আশ্ৰাফুল হত্যাকাণ্ডত ৩ অভিযুক্তক গ্ৰেপ্তাৰ

    মৰিগাঁৱৰ দলবাৰীৰ আশ্ৰাফুল ইছলাম হত্যাকাণ্ডৰ অভিযোগত জাগীৰোড আৰক্ষীয়ে তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে। ঘটনাটোৰ তদন্ত অব্যাহত আছে।

  12. আজি সন্ধিয়া গুৱাহাটীত গানছ এন ৰ’জেছৰ সংগীতানুষ্ঠান

    ডাৱৰীয়া বতৰৰ মাজতে আজি সন্ধিয়া গুৱাহাটীত সংগীতানুষ্ঠান পৰিৱেশন কৰিব বিশ্ববিখ্যাত আমেৰিকান ৰক বেণ্ড গানছ এন ৰ’জেছে।

  13. দুলীয়াজানৰ ট্রিপল মাৰ্ডাৰ ঘটনাৰ নতুন মোৰ; মূল সন্দেহযুক্ত ৰাজু দাস!

    দুলীয়াজানৰ কমলাবাৰীত একেটা পৰিয়ালৰ তিনিগৰাকী সদস্য নিহত হোৱাৰ ঘটনাত আৰক্ষীয়ে ৰাজু দাসক মূল সন্দেহযুক্ত অভিযুক্ত হিচাপে চিনাক্ত কৰিছে।

  14. ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ জীয়ৰীৰ বিৰল কৃতিত্ব; NSG-ৰ প্ৰশিক্ষণত শ্ৰেষ্ঠত্ব অৰ্জন দগাঁৱৰ ছাবিনা ইয়াছমিনৰ!

    NSG-ৰ প্ৰথম মহিলা কমাণ্ডো প্ৰশিক্ষণত শ্ৰেষ্ঠত্ব অৰ্জন নগাঁও জিলাৰ জুৰীয়াৰ দগাঁৱৰ ছাবিনা ইয়াছমিনৰ!

  15. কঠোৰ মুখ্যমন্ত্ৰী: গোলাঘাটৰ ডি.টি.অ. ৰাজীৱ পেগুক নিলম্বনৰ নিৰ্দেশ

    কৰ্তব্যত গাফিলতিৰ অভিযোগত গোলাঘাটৰ জিলা পৰিবহণ বিষয়া ৰাজীৱ পেগুক নিলম্বনৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে। দুসপ্তাহৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দা…

  16. কাজিৰঙা দুৰ্ঘটনা: জীৱিত উদ্ধাৰ শিশুটি দেৱ গোৱালা, অভিভাৱক জে এম চি এইচত

    ১৩ নৱেম্বৰৰ কাজিৰঙা পথ দুৰ্ঘটনাত জীৱিত উদ্ধাৰ হোৱা দুই বছৰীয়া দেৱ গোৱালাৰ পৰিচয় নিশ্চিত হৈছে। তেওঁৰ পিতৃ-মাতৃ ৰাহুল আৰু নিকিতা গোৱালা জে এ…

  17. অসমত ৩.১৬ লাখ হেক্টৰৰো অধিক বনভূমি বেদখলৰ কবলত: মুখ্যমন্ত্ৰী

    ৰাজ্য চৰকাৰে বিগত পাঁচ বছৰত ১৮ হাজাৰ হেক্টৰৰো অধিক বনভূমি বেদখলমুক্ত কৰিছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনায়।