অসম

  1. ‘সি পুনৰ আমাৰ মাজলৈ উভতি আহক’—জুবিনৰ জন্মদিনত আবেগিক পিতৃ কপিল বৰঠাকুৰ

    জুবিন গাৰ্গৰ ৫৪ সংখ্যক জন্মদিনত পিতৃ কপিল বৰঠাকুৰে পুত্ৰক পুনৰ উভতি আহিবলৈ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনায়।

  2. 'জন্মদিনত জুবিন ক্ষেত্ৰত নহ'ল কোনো চৰকাৰী আয়োজন, এয়া দুর্ভাগ্যজনক,গৰিহণাযোগ্য' -উৎপল শৰ্মা

    জুবিন গাৰ্গৰ অবৰ্তমানত দ্বিতীয়টো জন্মদিনত জুবিন ক্ষেত্ৰত চৰকাৰী কোনো আয়োজন নোহোৱাৰ অভিযোগ তুলি ক্ষোভ প্ৰকাশ কৰিছে আছুৰ সভাপতি উৎপল শৰ্মাই।

  3. ‘জুবিন আমাৰ মাজতেই আছে’, জন্মদিনত শিল্পীগৰাকীক স্মৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

    জুবিন গাৰ্গৰ জন্মদিনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিল্পীগৰাকীক স্মৰণ কৰি কয় যে জুবিন আজিও অসমবাসীৰ মাজত জীয়াই আছে।

  4. চাইকেলেৰে এভাৰেষ্ট বেছ কেম্পলৈ মেৰাপানীৰ দুই যুৱক

    গোলাঘাটৰ মেৰাপানীৰ ৰূপম গগৈ আৰু সৌৰভ দাসে গুৱাহাটীৰ জুবিন ক্ষেত্ৰৰ পৰা চাইকেলেৰে এভাৰেষ্ট বেছ কেম্পলৈ যাত্ৰা আৰম্ভ কৰিছে।

  5. গানছ এন’ ৰ’জৰ সংগীতানুষ্ঠানৰ পৰা উভতি অহা সাতজনীয়া দলৰ বিৰুদ্ধে যান-বাহন আৰক্ষীৰ কনিষ্টবলক প্ৰহাৰৰ অভিযোগ

    খানাপাৰাত কৰ্তব্যৰত যান-বাহন আৰক্ষীৰ কনিষ্টবলক প্ৰহাৰ কৰাৰ অভিযোগত এজন যুৱকক আটক কৰিছে দিছপুৰ আৰক্ষীয়ে।

  6. বাৰে বাৰে হেলমেট নিপিন্ধিলে বাতিল হ’ব পাৰে চালকৰ অনুজ্ঞাপত্ৰ, বাহনৰ পঞ্জীয়ন

    হেলমেট নিপিন্ধি বাৰে বাৰে নিয়ম উলংঘা কৰা দুচকীয়া চালকৰ অনুজ্ঞাপত্ৰ আৰু বাহনৰ পঞ্জীয়ন বাতিল হ’ব পাৰে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই…

  7. ৰাজ্যজুৰি অনুৰাগীৰ মাজত জুবিন গাৰ্গৰ জন্মদিন উদযাপন, সোণাপুৰৰ জুবিন ক্ষেত্ৰতো স্মৰণ

    প্ৰিয় শিল্পী জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে ৰাজ্যজুৰি অনুৰাগীসকলে কেক কাটি উদযাপন কৰে। গুৱাহাটীৰ কাহিলীপাৰাস্থিত বাসগৃহতো উদযাপন কৰা হয় শিল্…

  8. শিৱসাগৰত আটাছুৰ প্ৰতিবাদ, যোগেন মহনৰ প্ৰতিকৃতি দাহ

    আহোম জনগোষ্ঠীৰ মাজত বিভাজন সৃষ্টিৰ ষড়যন্ত্ৰৰ অভিযোগেৰে শিৱসাগৰত আটাছুৱে প্ৰতিবাদ সাব্যস্ত কৰি যোগেন মহনৰ প্ৰতিকৃতি দাহ কৰে।

  9. জুবিন গাৰ্গৰ ছবি আঁকিবলৈ গৈ পুনৰ আটক চিত্ৰশিল্পী মাৰ্চেল বৰুৱা

    গণেশগুৰি উৰণ সেতুৰ তলত জুবিন গাৰ্গৰ অসম্পূৰ্ণ প্ৰতিচ্ছবি সম্পূৰ্ণ কৰিবলৈ যাওঁতে চিত্ৰশিল্পী মাৰ্চেল বৰুৱাক আটক কৰাৰ অভিযোগ উঠিছে।

  10. ডিগবৈত উলহ-মালহেৰে উদযাপন পৱিত্ৰ ষট্ পূজা

    ডিগবৈত উলহ-মালহেৰে উদযাপন পৱিত্ৰ ষট্ পূজাৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তৈলনগৰী ডিগবৈতো উলহ-মালহেৰে উদযাপন কৰা হয় পৱিত্ৰ ষট্ পূজা। এই উপলক্ষে…

  11. ওদালগুৰিত চাহ শ্ৰমিকৰ সৈতে একেলগে পাত চিঙি দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে মুখ্য পৰিচালকে

    শ্ৰমিকসকলৰ দৈনন্দিন কৰ্মজীৱনৰ অভিজ্ঞতা লাভৰ উদ্দেশ্যে তেওঁ পুৱা ৮ বজাৰ পৰা শ্ৰমিকসকলৰ সৈতে পাত চিঙাৰ কামত অংশগ্ৰহণ কৰে মুখ্য পৰিচালক দালজিৎ…

  12. গুঞ্জন মণ্টেশ্বৰী প্ৰাক-প্ৰাথমিক বিদ্যালয়ত শিশু দিৱস উদযাপন

    গুঞ্জন মণ্টেশ্বৰী প্ৰাক-প্ৰাথমিক বিদ্যালয়ত উৎসৱমুখৰ পৰিৱেশত শিশু দিৱস উদযাপন। শিশুসকলৰ গীত-নৃত্য পৰিৱেশন, উপহাৰ বিতৰণ আৰু বিশিষ্ট অতিথিৰ উপ…

  13. জাৱৰৰ দ’মত উদ্ধাৰ বহু ভোটাৰ কাৰ্ড

    জাৱৰৰ দ’মত বহু ভোটাৰ পৰিচয়-পত্ৰ উদ্ধাৰ হোৱা ঘটনাক লৈ স্থানীয় ৰাইজে উদ্বেগ প্ৰকাশ কৰি নিৰপেক্ষ আৰু পূৰ্ণাংগ তদন্তৰ দাবী জনাইছে।

  14. *ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি বিহালী প্ৰেছ ক্লাৱৰ বিশেষ অভিনন্দন অনুষ্ঠান*

    ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি আজি বিশ্বনাথ জিলাৰ বিহালী সমজিলা আয়ুক্তৰ সন্মিলনকক্ষত বিহালী প্ৰেছ ক্লাৱৰ এক বিশেষ অভিনন্দন অনুষ্ঠান…

  15. মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশ: জাগুনত আইন উলংঘাকাৰী বাহনৰ বিৰুদ্ধে তীব্ৰ অভিযান বহু যান-বাহন জব্দ।

    মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশৰ পাছতে পথ দুৰ্ঘটনা ৰোধ আৰু যান-বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে জাগুনত পৰিবহণ বিভাগৰ তীব্ৰ অভিযান,…

  16. কাজিৰঙাত চলন্ত বাহনত গুলীবিদ্ধ বোকাখাত ট্ৰেফিক শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া

    কাজিৰঙাৰ দুৰ্গাপুৰত চলন্ত বাহনৰ ভিতৰত ছাৰ্ভিচ ৰিভলভাৰৰ পৰা ওলোৱা গুলীত আহত হৈছে বোকাখাত ট্ৰেফিক শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰবীণ কলিতা।

  17. ৰঙাজান দুৰ্ঘটনাত আহত শিশুটিৰ পৰিচয় ওলাল, CWC কেন্দ্ৰৰ পৰা শিশুটিক চমজি ল’লে পৰিয়ালৰ লোকে

    কাজিৰঙাৰ ৰঙাজানত দুৰ্ঘটনাত আহত দেৱ গোৱালাক ককাক-আইতাকে কলিয়াবৰলৈ লৈ গৈছে। পিতৃ-মাতৃ যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আই চি ইউত চিকিৎসা…

  18. কাৰ্বি আংলঙত অসমৰ দ্বিতীয়খন সৈনিক স্কুলৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ, ৩৩৬ কোটি টকাৰে নিৰ্মাণ হ’ব শিক্ষানুষ্ঠান

    কাৰ্বি আংলঙৰ লাংভোকুত ৩৩৬ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ'বলগীয়া অসমৰ দ্বিতীয়খন সৈনিক স্কুলৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্…

  19. কোকৰাঝাৰত নাবালিকাৰ যৌন নিৰ্যাতনৰ দুটা গোচৰত দুজনক যাৱজ্জীৱন কাৰাদণ্ড

    কোকৰাঝাৰৰ বিশেষ আদালতে নাবালিকাৰ ওপৰত যৌন নিৰ্যাতনৰ পৃথক দুটা গোচৰত খগেন মুছাহাৰী আৰু আইনাল শ্বেখক যাৱজ্জীৱন কাৰাদণ্ড প্ৰদান কৰিছে।

  20. দুয়োখন স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত ২৯১গৰাকী প্ৰাৰ্থী

    সোণোৱাল কছাৰী আৰু মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত মুঠ ২৯১গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। ৩০ নৱেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব।