খানাপাৰা মহিলা হত্যাকাণ্ডঃ মূল অভিযুক্ত প্ৰদীপ টাইয়ে গ্ৰেপ্তাৰ
খানাপাৰাত জীনা বৈশ্যৰ মৃতদেহ উদ্ধাৰৰ ঘটনাত মূল অভিযুক্ত বুলি সন্দেহ কৰা প্ৰদীপ টাইয়েক গ্ৰেপ্তাৰ কৰিছে বশিষ্ঠ আৰক্ষীয়ে।
গুৰুত্বপূৰ্ণ খবৰ ফোন বা কম্পিউটাৰত পোনপটীয়াকৈ পাওক।
গুৱাহাটী জিলাৰ শেহতীয়া খবৰ
খানাপাৰাত জীনা বৈশ্যৰ মৃতদেহ উদ্ধাৰৰ ঘটনাত মূল অভিযুক্ত বুলি সন্দেহ কৰা প্ৰদীপ টাইয়েক গ্ৰেপ্তাৰ কৰিছে বশিষ্ঠ আৰক্ষীয়ে।
১৯৮২ চনৰ পৰা কাজিৰঙাৰ বন সুৰক্ষাৰ কামত নিয়োজিত হাতী 'কৃষ্ণাৰ' মৃত্যু। ৫ নৱেম্বৰৰ সন্ধিয়া বাগৰীত শেষ নিশ্বাস ত্যাগ কৰা কৃষ্ণাৰ মৃত্যু
গুৱাহাটীৰ মাথঘৰীয়াত ৰখাই থোৱা টেংকাৰৰ পৰা প্ৰায় ৬০ লিটাৰ ডিজেল চুৰিৰ অভিযোগত ৰূপেশ সাহ নামৰ এজনক স্থানীয় লোকে আটক কৰে।
গুৱাহাটীত ‘ঈশ্বৰ পুত্ৰ’ নাটকৰ এখন প্ৰদৰ্শনীৰ সমগ্ৰ আয় কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেচনলৈ দান কৰিলে হেঙুল থিয়েটাৰে।
গুৱাহাটীৰ ধীৰেনপাৰাৰ ৰঘুনাথ পথত দীপাৱলীৰ নিশা ৰেশমি দত্ত নামৰ এগৰাকী মহিলাক আক্ৰমণৰ অভিযোগ উঠিছে। তেওঁ সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে।
অক্টোবৰত উত্তৰ-পূব সীমান্ত ৰে'লৱেই ১,১৬২খন মালবাহী ৰেক আনলোড কৰিছে। অসমত সৰ্বাধিক ৬৪৭খন ৰেক আনলোড হৈছে।
প্ৰস্তাৱিত চিয়াং উচ্চ বহুমুখী প্ৰকল্পৰ নামনি অঞ্চলত পৰা প্ৰভাৱৰ স্বতন্ত্ৰ মূল্যায়ন আৰু অসমৰ সৈতে আনুষ্ঠানিক পৰামৰ্শৰ দাবী জনাইছে গৌৰৱ গগৈয…
বেৰৰ সিপাৰে পৰি যোৱা ব্যক্তিগত কৃষিভূমি ব্যৱহাৰৰ অনুপযোগী হৈ পৰাৰ আশংকাত ক্ষতিগ্ৰস্ত ভূমিৰ গৰাকীয়ে ভূমি অধিগ্ৰহণ আৰু ক্ষতিপূৰণৰ দাবী জনাইছে…
ভুৱা ইনপুট টেক্স ক্ৰেডিট লোৱাৰ সন্দেহত মা কামাখ্যা কোক ইণ্ডাষ্ট্ৰিজত জিএছটিৰ তালাচী অভিযান অব্যাহত আছে। দুজন স্বত্বাধিকাৰীয়ে তদন্তত সহযোগ ন…
বনৰীয়া হাতীৰ আক্ৰমণত নিহত লোকৰ পৰিয়াললৈ ৮ লাখ টকাৰ ক্ষতিপূৰণ আগবঢ়োৱাৰ পৰিকল্পনা কৰিছে অসম চৰকাৰে। তামুলপুৰ বনাঞ্চলত ১৪০ জন গজ মিত্ৰ মোতায…
এজাক ঘনচিৰিকাৰ সুৰক্ষাৰ বাবে গুৱাহাটী মহানগৰীৰ গণেশগুৰিৰ GS Roadৰ এটা নিৰ্দিষ্ট অংশক ফটকা নিষিদ্ধ এলেকা ঘোষণা কৰিছে অসম আৰক্ষীয়ে। লুই ফিলিপ…
কালীপূজা আৰু দীপাৱলীৰ উপলক্ষে লোকভৱনত উপস্থিত হৈ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক শুভেচ্ছা জ্ঞাপন কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। সাক্ষাতৰ সময…
দীপাৱলীৰ পাছত গুৱাহাটীত ৩ হাজাৰৰো অধিক পৰিচ্ছন্নতা কৰ্মীক নিয়োগ কৰি পুৱা ৩ বজাৰ পৰা বিশেষ অভিযান চলাব জিএমচিয়ে।
নতুন দিল্লী-আগৰতলা পথত প্ৰথমবাৰৰ বাবে বৈদ্যুতিক ইঞ্জিনেৰে চলিল তেজছ ৰাজধানী এক্সপ্ৰেছ। আগৰতলা-লামডিং আৰু গুৱাহাটী ৰে'ল খণ্ডৰ বৈদ্যুতিকীকৰণ স…
গুৱাহাটীত অনুষ্ঠিত সমন্বয় বৈঠকত ড্ৰাগছ জব্দতে সীমাবদ্ধ নাথাকি সৰবৰাহ চক্ৰৰ আৰ্থিক লেনদেন অনুসৰণ কৰি সমগ্ৰ নেটৱৰ্ক উৎখাতৰ ওপৰত গুৰুত্ব দিয়া…
তেল বিপণন কোম্পানীসমূহৰ কথিত স্বেচ্ছাচাৰী সিদ্ধান্ত আৰু হাৰাশাস্তিৰ প্ৰতিবাদত ১২ নৱেম্বৰৰ পুৱা ৬ বজাৰ পৰা পেট্ৰল ডিলাৰসকলে ইন্ধন ক্ৰয়-বিক্ৰ…
নগাঁৱৰ ৰামানুজন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ড° অংগশুমান নাগে শিক্ষাৰ্থীসকলক বিজ্ঞান শিক্ষা, গৱেষণা আৰু উচ্চশিক্ষা সন্দৰ্ভত দিহা-পৰামৰ্শ আগবঢ়…
২০২৭-২৯ কাৰ্যকালৰ উপ-সভাপতি আৰু সাধাৰণ সম্পাদক পদৰ বাবে গুৱাহাটীত পাঁচগৰাকী আগ্ৰহীয়ে মনোনয়ন-পত্ৰ সংগ্ৰহ কৰিছে।
গুৱাহাটীৰ ভঙাগড় উৰণসেঁতুৰ তলত শনিবাৰে পুৱাই সংঘটিত অগ্নিকাণ্ডত প্ৰায় ৭খন দোকান ক্ষতিগ্ৰস্ত হয়। এলপিজি চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত জুইৰ সূত্ৰপ…
গুৱাহাটী প্ৰেছ ক্লাব আৰু ইনলি ফাউণ্ডেচনৰ উদ্যোগত প্ৰয়াত লীলাৱতী দাস সোঁৱৰণী আন্তঃসংবাদ মাধ্যম কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হয়। দুই ক…