শেহতীয়া খবৰ

NewzNow-ৰ সকলো শেহতীয়া খবৰ, সময় অনুসৰি।

  1. অসম

    এইবাৰ হিন্দু বেদখলকাৰীৰ বিৰুদ্ধেও চলিব অভিযান; ৰাজ্যত পুনৰ বৃহৎ উচ্ছেদৰ ইংগিত মুখ্যমন্ত্ৰীৰ

    অসমত পুনৰ বৃহৎ উচ্ছেদ অভিযানৰ ইংগিত দিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। এইবাৰ ধৰ্মীয় পৰিচয় নিৰ্বিশেষে হিন্দু বেদখলকাৰীৰ বিৰুদ্ধেও ব্…

  2. অসম

    খানাপাৰা মহিলা হত্যাকাণ্ডঃ মূল অভিযুক্ত প্ৰদীপ টাইয়ে গ্ৰেপ্তাৰ

    খানাপাৰাত জীনা বৈশ্যৰ মৃতদেহ উদ্ধাৰৰ ঘটনাত মূল অভিযুক্ত বুলি সন্দেহ কৰা প্ৰদীপ টাইয়েক গ্ৰেপ্তাৰ কৰিছে বশিষ্ঠ আৰক্ষীয়ে।

  3. দেশ

    ফটকা ফুটালে দূৰ হয় বহু ৰোগ! বিতৰ্কিত মন্তব্য কৰি সমালোচনাৰ সন্মুখীন পশ্চিমবংগৰ BJP বিধায়িকা

    ফটকা ফুটালে বহু ৰোগ দূৰ হয় আৰু ইয়াৰ ধোঁৱাই বতাহত থকা ৰোগ সৃষ্টিকাৰী বীজাণু ধ্বংস কৰে বুলি দাবী কৰি বিতৰ্কত সোমাই পৰিছে পশ্চিমবংগৰ BJP বিধা…

  4. দেশ

    দিল্লীত বায়ুৰ মান অতি নিম্নগামী, সূচকাংক (AQI) ৩৭৬ লৈ বৃদ্ধি

    দিল্লীত দেওবাৰে গড় বায়ুৰ মান সূচকাংক (AQI) ৩৭৬লৈ বৃদ্ধি পায়। দেৱালী উদযাপন, যানবাহনৰ ধোঁৱা আৰু খেৰ জ্বলোৱাৰ ফলত সোমবাৰে পৰিস্থিতি অধিক বে…

  5. আন্তঃৰাষ্ট্ৰীয়

    বাংলাদেশলৈ উভতিব শ্বেখ হাচিনা! নতুন পাছপ'ৰ্টৰ বাবে আবেদন হাচিনাৰ...

    নতুন পাছপ'ৰ্টৰ বাবে আবেদন জনাইছে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাচিনাই। বাংলাদেশৰ উচ্চায়ুক্তৰ কাৰ্যালয়ে আবেদন লাভ কৰাৰ পিছত বৈদেশ…

  6. আন্তঃৰাষ্ট্ৰীয়

    ক্ৰাক’ভত গুলীচালনা: ৬ জন নিহত, আক্ৰমণকাৰীৰো মৃত্যু

    পোলেণ্ডৰ ক্ৰাক’ভৰ মুখ্য বজাৰ চৌহদত গুলীচালনাত ৬ জন নিহত আৰু ১৫ জন আহত হৈছে। আৰক্ষীৰ সৈতে হোৱা গুলীয়াগুলীত আহত আক্ৰমণকাৰীজনৰ চিকিৎসালয়ত মৃত…

  7. অসম

    কাজিৰঙাৰ বুকুৰ পৰা চিৰবিদায় কৃষ্ণাৰ, ৪৪ বছৰৰ কৰ্মজীৱনৰ অৱসান

    ১৯৮২ চনৰ পৰা কাজিৰঙাৰ বন সুৰক্ষাৰ কামত নিয়োজিত হাতী 'কৃষ্ণাৰ' মৃত্যু। ৫ নৱেম্বৰৰ সন্ধিয়া বাগৰীত শেষ নিশ্বাস ত্যাগ কৰা কৃষ্ণাৰ মৃত্যু

  8. অসম

    পাঠশালাৰ অগ্নিকাণ্ডৰ পিছতে ফটকা বিক্ৰীৰ অনুমতি বাতিল বজালী প্ৰশাসনৰ

    পাঠশালাৰ কেইবাটাও অগ্নিকাণ্ডৰ পিছতে বজালী জিলা প্ৰশাসনে ফটকা বিক্ৰীৰ বাবে দিয়া চাৰিটা অস্থায়ী অনুমতি তাৎক্ষণিকভাৱে বাতিল কৰিছে। বিক্ৰী, প্…

  9. দেশ

    সংসদৰ বৰ্ষাকালীন অধিৱেশন ৮৮ দিনেও আনুষ্ঠানিকভাৱে সমাপ্ত নহ’ল! ২০০৮ চনৰ অভিলেখ ভংগ

    সংসদৰ বৰ্ষাকালীন অধিৱেশন ৮৮ দিন ধৰি আনুষ্ঠানিকভাৱে সমাপ্ত নোহোৱাত ২০০৮ চনৰ ৮৭ দিনৰ অভিলেখ ভংগ হৈছে। মহিলা সংৰক্ষণ বিধেয়কৰ সৈতে জড়িত সংবিধা…

  10. ৰাজনীতি

    ৰাজনৈতিক গ্ৰন্থ নহয়, ব্যক্তিগত জীৱনৰ কাহিনীহে; ১০ নৱেম্বৰত প্ৰকাশ পাব ছোনিয়া গান্ধীৰ স্মৃতিকথা

    ছোনিয়া গান্ধীয়ে কয়, ‘বিলঙিং: এ জাৰ্নি অৱ লাভ’ তেওঁৰ পৰিয়াল, ব্যক্তিগত শোক আৰু ভাৰতক নিজৰ ঘৰ হিচাপে অনুভৱ কৰাৰ কাহিনী। গ্ৰন্থ খন ১০ নৱেম্…

  11. অসম

    মাজুলীত অগ্নিকাণ্ডত ভস্মীভূত ৭টা ভাড়াৰ কোঠা, ২০ লাখ টকাৰো অধিক ক্ষতি

    উজনি মাজুলীৰ নতুন বজাৰত দেৱালীৰ নিশা সংঘটিত অগ্নিকাণ্ডত ৭টা ভাড়াৰ কোঠা সম্পূৰ্ণৰূপে ভস্মীভূত হয়। ক্ষয়-ক্ষতিৰ পৰিমাণ ২০ লাখ টকাৰো অধিক বুল…

  12. দেশ

    মাত্র ৩৭দিনৰ বাবে দেশৰ প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ হ’ব বি. ভি. নাগৰত্না

    ২০২৭ চনৰ ২৪ ছেপ্টেম্বৰত দেশৰ প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ হোৱাৰ সম্ভাৱনা ন্যায়াধীশ বি. ভি. নাগৰত্নাৰ। ২৯ অক্টোবৰত অৱসৰ গ্ৰহণ কৰিবলগীয়…

  13. দেশ

    জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত বাছৰ সৈতে আৰক্ষীৰ বাহনৰ সংঘৰ্ষ, আহত ৪ জন

    জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ৰামবানৰ চন্দ্ৰকোটত যাত্ৰীবাহী বাছ আৰু আৰক্ষীৰ বাহনৰ সংঘৰ্ষত SHO বিকি থাপাসহ চাৰিজন আহত। আহতসকলক ৰামবান জিলা চ…

  14. দেশ

    দ্ৰুত ধন উপাৰ্জনৰ আশাত শিশুক হত্যা কৰি অংগ বিক্ৰীৰ চেষ্টাৰ অভিযোগ

    ছত্তীশগড়ৰ যশপুৰত চাৰি বছৰীয়া শিশুক হত্যা কৰি দেহৰ অংগ বিক্ৰীৰ পৰিকল্পনা কৰাৰ অভিযোগত ২৭ বছৰীয়া এজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

  15. অসম

    ১ ডিচেম্বৰৰ পৰা সন্ধিয়া ৫ বজাৰ পাছত নিষিদ্ধ হ'ব লাউডস্পীকাৰ - শ্বেৰমান আলী

    ১ ডিচেম্বৰৰ পৰা বিয়লি ৫ বজাৰ পাছত লাউডস্পীকাৰ নিষিদ্ধ কৰাৰ মন্তব্য বিধায়ক শ্বেৰমান আলী আহমেদৰ। পৰীক্ষাৰ সময়ত নিশা দেৰিলৈকে নাচ-গান কৰাৰ প…

  16. অসম

    বানপীড়িত ৪,৫০০ পৰিয়াললৈ ৩.৬০ কোটি টকাৰ গৃহ-সহায়তা

    উজনি অসমৰ বানপীড়িত প্ৰায় ৪,৫০০ পৰিয়ালৰ ক্ষতিগ্ৰস্ত ঘৰ পুনৰ নিৰ্মাণৰ বাবে জমিয়ত উলেমা-ই-হিন্দ আৰু আনফাৰ ফাউণ্ডেচনে ৩.৬০ কোটি টকাৰ আৰ্থিক…

  17. অসম

    মাথঘৰীয়াত টেংকাৰৰ পৰা ডিজেল চুৰিৰ অভিযোগত এজন আটক

    গুৱাহাটীৰ মাথঘৰীয়াত ৰখাই থোৱা টেংকাৰৰ পৰা প্ৰায় ৬০ লিটাৰ ডিজেল চুৰিৰ অভিযোগত ৰূপেশ সাহ নামৰ এজনক স্থানীয় লোকে আটক কৰে।

  18. দেশ

    দীপাৱলীক ‘খুচিয়োঁ কি ঈদ’ কোৱাত খাৰ্গেক লক্ষ্য বিজেপিৰ

    দীপাৱলীৰ শুভেচ্ছা বাৰ্তাত মল্লিকাৰ্জুন খাৰ্গেৰ ‘খুচিয়োঁ কি ঈদ’ মন্তব্যক লৈ কংগ্ৰেছৰ বিৰুদ্ধে তুষ্টিকৰণৰ ৰাজনীতিৰ অভিযোগ তুলিছে বিজেপিয়ে।

  19. অসম

    ৰাণীত হাতীৰ আক্ৰমণত মহিলা আহত, গোৱালপাৰাত ৪০টা হাতীৰ তাণ্ডৱ

    ৰাণীৰ উদয়পুৰত বনৰীয়া হাতীৰ আক্ৰমণত ৰত্না কাকতি গুৰুতৰভাৱে আহত হৈছে। গোৱালপাৰাৰ কেইবাখনো গাঁৱত প্ৰায় ৪০টা হাতীয়ে ঘৰ-বাৰী আৰু খেতিপথাৰৰ ক্…

  20. অসম

    যমুনা সম্পূৰ্ণ দখলমুক্ত নোহোৱালৈকে ক্ষান্ত নহয় আটাছু, স্পষ্ট ঘোষণা বসন্ত গগৈৰ

    শিৱসাগৰৰ ঐতিহাসিক যমুনাত দ্বিতীয় দিনাও উচ্ছেদ অভিযান অব্যাহত। সম্পূৰ্ণ বেদখলমুক্ত নোহোৱালৈকে আন্দোলন চলাই যোৱাৰ হুংকাৰ আটাছুৰ কেন্দ্ৰীয় সভ…

  21. দেশ

    ইথানল মিশ্ৰণৰ অভিযোগ: কৰ্ণাটকত ৬৭ স্থানত পেট্ৰলৰ নমুনা পৰীক্ষা

    পেট্ৰলত ৩১.৫ শতাংশ ইথানল মিহলোৱাৰ অভিযোগক লৈ কৰ্ণাটকত ৬৭টা স্থানৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰা হৈছে। পৰিদৰ্শন প্ৰতিবেদন আৰু পৰৱৰ্তী পদক্ষেপৰ…

  22. অসম

    জুবিন গাৰ্গৰ স্মৃতিত কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেচনলৈ ৫১ হাজাৰ টকা

    গুৱাহাটীত ‘ঈশ্বৰ পুত্ৰ’ নাটকৰ এখন প্ৰদৰ্শনীৰ সমগ্ৰ আয় কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেচনলৈ দান কৰিলে হেঙুল থিয়েটাৰে।

  23. দেশ

    জ্ঞানেশ কুমাৰক অপসাৰণ নোহোৱালৈকে আন্দোলন চলিব: বেণুগোপাল

    মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক পদৰ পৰা অপসাৰণ আৰু দেশৰ নিৰ্বাচনী ব্যৱস্থা নিৰপেক্ষ, স্বচ্ছ আৰু ন্যায্য কৰাৰ দাবীত কংগ্ৰেছৰ আন্দোলন অব…