শেহতীয়া খবৰ

NewzNow-ৰ সকলো শেহতীয়া খবৰ, সময় অনুসৰি।

  1. দেশ

    ছয় মাহৰ ভিতৰত হত্যাত জড়িত সংঘৰ লোকক জেললৈ পঠোৱাৰ দাবী প্ৰিয়ংক খাৰ্গেৰ

    কৰ্ণাটকৰ গৃহমন্ত্ৰী প্ৰিয়ংক খাৰ্গেই এম এম কালবুৰ্গী, গৌৰী লংকেশ আৰু ডাভোলকাৰ হত্যাকাণ্ডত সংঘৰ লোক জড়িত থকাৰ অভিযোগ কৰিছে।

  2. অসম

    শিৱসাগৰৰ বানপীড়িতলৈ মুখ্যমন্ত্ৰী সাহায্য পুঁজিত ২,৩৪,৫৬৭ টকা

    ভাৰতীয় গোৰ্খা পৰিষংঘৰ অসম ৰাজ্যিক সমিতিয়ে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ২,৩৪,৫৬৭ টকা আগবঢ়ায়। গোৰ্খাসকলক অন্যান্য পৰম্পৰাগত বনবাসী হিচাপে…

  3. উত্তৰ-পূৰ্বাঞ্চল

    ডিবাং বান্ধক লৈ অসম-অৰুণাচল মিত্ৰজোঁটৰ ১০ দিনৰ চৰমসীমা

    ডিবাং বহুমুখী প্ৰকল্পক লৈ অসম-অৰুণাচলৰ নিম্নপ্ৰবাহৰ জনসমাজৰ মিত্ৰজোঁটে দুয়োখন চৰকাৰক ১০ দিনৰ সময়সীমা বান্ধি দিছে। নিম্নপ্ৰবাহৰ পৰিয়ালক PA…

  4. বুজি লওক

    চৰকাৰী সঞ্চয় আঁচনিত ৮.২০% পৰ্যন্ত সুত! কোনখন আঁচনিত বিনিয়োগ কৰিলে পাব সৰ্বাধিক লাভ?

    ২০২৬ চনৰ অক্টোবৰ-ডিচেম্বৰ ত্ৰৈমাসিকত জ্যেষ্ঠ নাগৰিক সঞ্চয় আঁচনি আৰু সুকন্যা সমৃদ্ধি যোজনাত সৰ্বাধিক ৮.২০ শতাংশ সুত নিৰ্ধাৰণ কৰা হৈছে।

  5. অসম

    গুৱাহাটীত ভূতৰ বিয়া! পাত্ৰ ‘ভূত মহাশয়’, পাত্ৰী ‘পেত্নী দেৱী’

    কালী পূজা উপলক্ষে গুৱাহাটীৰ কালাপাহাৰৰ ৰবীন্দ্ৰ সংঘ কালী মন্দিৰত আয়োজন কৰা হয় ‘ভূতৰ বাপৰ বিয়া’। পাত্ৰ ভূত মহাশয় আৰু পাত্ৰী পেত্নী দেৱীৰ…

  6. আন্তঃৰাষ্ট্ৰীয়

    নতুন পাছপ’ৰ্টৰ আবেদন নাকচ বাংলাদেশৰ, শ্বেখ হাচিনাক ‘পলাতক সন্ত্ৰাসবাদী’ আখ্যা

    নতুন পাছপ’ৰ্ট আৰু NID বিচাৰি শ্বেখ হাচিনাই কৰা আবেদন নাকচ কৰিছে বাংলাদেশ চৰকাৰে। হুমায়ুন কবিৰে তেওঁক ‘পলাতক অপৰাধী’ আৰু ‘সন্ত্ৰাসবাদী’ আখ্য…

  7. অনুসন্ধান

    ৰাজ্যত মুঠ খেতি কৰা ভূমি ৪০.৮৭ লাখ হেক্টৰ; ১০ বছৰত নতুন জলসিঞ্চন মাত্ৰ ৭০,৮৩৫ হেক্টৰত!

    ২০১৬-১৭ৰ পৰা ২০২৫-২৬লৈ ৭,০৭০.৯২ কোটি টকা আবণ্টনৰ বিপৰীতে ৭০,৮৩৫ হেক্টৰ মাটিত নতুনকৈ জলসিঞ্চনৰ সুবিধা সৃষ্টি কৰা হৈছে।

  8. দেশ

    ‘ডিমাগী নক্সাল’ মন্তব্যক লৈ মোদীক পুনৰ বিতৰ্কৰ আহ্বান ৰাহুলৰ

    চিআৰপিএফ জোৱানসকলৰ সন্মুখত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘ডিমাগী নক্সাল’ মন্তব্যক লৈ ৰাহুল গান্ধীয়ে যিকোনো সময়ত, যিকোনো স্থানত বিতৰ্কৰ আহ্ব…

  9. জীৱনশৈলী

    অফিচৰ মানিপ্লাণ্টৰ পাত শুকাইছে নেকি? এই ৩টা উপায়েৰে সতেজ কৰি ৰাখক গছজোপা

    শিপা ওলোৱা অংশসহ সুস্থ ডাল কটা, সপ্তাহত এবাৰ পানী সলনি কৰা আৰু পাত্ৰত শিলগুটি ব্যৱহাৰ কৰি মানিপ্লাণ্টৰ যত্ন ল’ব পাৰি।

  10. অসম

    ধেমাজিৰ শ্ৰীপানি আঞ্চলিক ছাত্ৰ সন্থাৰ ২৪গৰাকী কাৰ্যকৰ্তাৰ পদত্যাগ

    ধেমাজিৰ শ্ৰীপানি আঞ্চলিক ছাত্ৰ সন্থাৰ ২৪গৰাকী কাৰ্যকৰ্তাই নেতৃত্বৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰি সমূহীয়াভাৱে পদত্যাগ কৰিছে।

  11. উত্তৰ-পূৰ্বাঞ্চল

    মণিপুৰত ২০২৭ৰ জনগণনা ৩০ এপ্ৰিললৈ স্থগিত

    জাতিগত হিংসা আৰু বাস্তুচ্যুতিৰ পৰিপ্ৰেক্ষিতত মণিপুৰ উচ্চ ন্যায়ালয়ে ৰাজ্যখনত ২০২৭ৰ জনগণনাৰ কাম ৩০ এপ্ৰিল, ২০২৭লৈ স্থগিত ৰাখিছে।

  12. অসম

    ধেমাজিত সদৌ দিহিঙীয়া বংশাৱলীৰ জিলা অধিৱেশন, উন্মোচন স্মৃতিগ্ৰন্থ ‘চাও ফা লান চং’

    ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত সদৌ দিহিঙীয়া বংশাৱলীৰ ধেমাজি জিলা অধিৱেশন অনুষ্ঠিত হয়। বিধায়ক সুৰুয দিহিঙীয়াই উদ্বোধন কৰা মুকলি সভাত ‘চাও ফা…

  13. দেশ

    আজিৰ পৰা কেন্সাৰৰ ঔষধৰ মূল্য হ্রান্স, ৬৭৯টা ব্ৰেণ্ডৰ দাম ৫০ শতাংশতকৈ অধিক হ্ৰাস

    আজিৰে পৰা কাৰ্যকৰী হৈছে ১,৩৬৪টা কেন্সাৰ সম্পৰ্কীয় ঔষধৰ সংশোধিত মূল্য। ৬৭৯টা ব্ৰেণ্ডৰ দাম ৫০ শতাংশতকৈ অধিক হ্ৰাস পাইছে। কোনো কোনো ঔষধৰ মূল্য…

  14. অসম

    কাইলৈ সামৰণি পৰিব মিচিং আৰু সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰদাখিলৰ প্ৰক্ৰিয়া

    মিচিং স্বায়ত্তশাসিত পৰিষদৰ বিভিন্ন সমষ্টিত পৰমানন্দ চায়েঙীয়াকে ধৰি কেইবাজনো প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। ১০ নৱেম্বৰ মনোনয়ন দাখিলৰ অন…

  15. অসম

    ‘পুলিচে হিন্দু-মুছলিম চাই গুলী নচলায়’—কংগ্ৰেছক প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীৰ

    আৰক্ষীয়ে হিন্দু-মুছলমানৰ ধৰ্মীয় পৰিচয় চাই গুলীচালনা নকৰে বুলি দাবী কৰি কংগ্ৰেছক অপপ্ৰচাৰৰ অভিযোগেৰে সমালোচনা কৰে মুখ্যমন্ত্ৰীয়ে।

  16. জীৱনশৈলী

    ১২ নৱেম্বৰত সিংহ ৰাশিত বৃহস্পতি-মংগলৰ যুতি, ৩ ৰাশিৰ ভাগ্য উদয়...

    ১২ নৱেম্বৰৰ নিশা সিংহ ৰাশিত বৃহস্পতি আৰু মংগলৰ যুতি হ'ব। জ্যোতিষীয় বিশ্বাস অনুসৰি, মেষ, সিংহ আৰু কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে নতুন সুযো…

  17. আন্তঃৰাষ্ট্ৰীয়

    ‘আবেগ নহয়, আইন গতভাৱে পদক্ষেপ চলিছে’—শেখ হাছিনাক ঘূৰাই অনাৰ সন্দৰ্ভত বাংলাদেশ চৰকাৰৰ স্পষ্ট বাৰ্তা

    শেখ হাছিনাক ভাৰতৰ পৰা ঘূৰাই অনাৰ ক্ষেত্ৰত আৱেগৰ কোনো স্থান নাই বুলি জনাইছে বাংলাদেশৰ আইনমন্ত্ৰীয়ে।

  18. অসম

    গহপুৰত লাভ জেহাদ! প্ৰেমৰ প্ৰলোভনেৰে গহপুৰৰ এগৰাকী ছাত্ৰীক অপহৰণ বিহাৰৰ মুছলিম যুৱকৰ

    গহপুৰৰ নিৰুদ্দেশ নাবালিকা ছাত্ৰীক বিহাৰৰ পৰা উদ্ধাৰ কৰিছে আৰক্ষীয়ে। ইনষ্টাগ্ৰামত চিনাকি হোৱা মহম্মদ বিশাল নামৰ যুৱকজনক অপহৰণৰ অভিযোগত গ্ৰেপ…

  19. জীৱনশৈলী

    ৯ নৱেম্বৰৰ ৰাশিফল: সিংহ, কন্যা, তুলা আৰু বৃশ্চিকৰ ভাগ্যত কি আছে?

    সোমবাৰৰ ৰাশিফলত সিংহ, কন্যা, তুলা আৰু বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ কৰ্মজীৱন, স্বাস্থ্য, আৰ্থিক আৰু পাৰিবাৰিক দিশৰ সম্ভাৱনাৰ আভাস।

  20. ৰাজনীতি

    ২৬ নৱেম্বৰত মণিপুৰলৈ যাব ৰাহুল গান্ধী; গোষ্ঠীগত সংঘৰ্ষত ক্ষতিগ্ৰস্ত পৰিয়ালক সাক্ষাৎ কৰাৰ সম্ভাৱনা

    ২৬ নৱেম্বৰত মণিপুৰ ভ্ৰমণ কৰিব পাৰে ৰাহুল গান্ধীয়ে। ইম্ফল আৰু চূড়াচান্দপুৰত গোষ্ঠীগত সংঘৰ্ষত গৃহহীন হোৱা লোক আৰু ক্ষতিগ্ৰস্ত পৰিয়ালক সাক্ষ…

  21. অসম

    গহপুৰৰ নাবালিকাক বিহাৰৰ পৰা উদ্ধাৰ, অভিযুক্ত গ্ৰেপ্তাৰ

    ইনষ্টাগ্ৰামযোগে চিনাকি হোৱা ১৭ বছৰীয়া কিশোৰীগৰাকীক বিহাৰলৈ লৈ যোৱাৰ অভিযোগত উত্তৰ প্ৰদেশৰ এজন যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

  22. অসম

    মৰিগাঁও-দৰঙৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দলং! লাহৰীঘাটত আশ্বাস মুখ্যমন্ত্ৰীৰ

    মৰিগাঁও আৰু দৰং জিলাৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণৰ আশ্বাস মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ। লাহৰীঘাটৰ বিজয়ী উৎসৱত অঞ্চলটোৰ গুৰুত্…

  23. বুজি লওক

    ১ লিটাৰ সৰিয়হৰ তেলৰ পাউচত ৯১০ গ্ৰাম কিয় থাকে? কম তেল দিছে নেকি কোম্পানীয়ে?

    ১ লিটাৰ সৰিয়হৰ তেলৰ ওজন প্ৰায় ৯১০ গ্ৰাম হোৱাৰ মূল কাৰণ হৈছে ইয়াৰ ঘনত্ব পানীতকৈ কম। লিটাৰ হৈছে আয়তনৰ একক, আনহাতে গ্ৰাম হৈছে ভৰৰ একক। সেয়…

  24. জীৱনশৈলী

    পুৰণি মাটিৰ চাকি পেলাই নিদিব! মাটিৰ গুড়িৰে ঘৰতে বনাব পাৰিব বাচন চাফা কৰা পাউদাৰ

    দীপাৱলীত ব্যৱহাৰ কৰা পুৰণি মাটিৰ চাকিৰ মিহি গুড়ি, নিমখ আৰু ডিটাৰজেণ্ট মিহলাই বাচন চাফা কৰাৰ পাউদাৰ প্ৰস্তুত কৰিব পাৰি।