জুবিনৰ হত্যাত অভিযুক্তই জামিন পালে কঁপিব অসম; সোণাপুৰত বিশাল গণসমাৱেশত অখিল গগৈৰ সকীয়নি
জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত সোণাপুৰৰ জুবিন ক্ষেত্ৰত বিশাল গণসমাৱেশ। অখিল গগৈয়ে অভিযুক্তসকলৰ জামিনৰ বিৰোধিতা কৰে।
গুৰুত্বপূৰ্ণ খবৰ ফোন বা কম্পিউটাৰত পোনপটীয়াকৈ পাওক।
NewzNow-ৰ সকলো শেহতীয়া খবৰ, সময় অনুসৰি।
জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত সোণাপুৰৰ জুবিন ক্ষেত্ৰত বিশাল গণসমাৱেশ। অখিল গগৈয়ে অভিযুক্তসকলৰ জামিনৰ বিৰোধিতা কৰে।
ছয়খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধন ঘোষণা। ৩০ নৱেম্বৰত খচৰা আৰু ২০২৭ চনৰ ২১ জানুৱাৰীত চূড়ান্ত তালি…
ভুৱা অসম ৰাইফলছ নিযুক্তি চক্ৰৰ মাষ্টাৰমাইণ্ডৰ সন্দেহত এজন গ্ৰেপ্তাৰ। ধৃত ফিৰোজ আলী ওদালগুৰিৰ খ্ৰীষ্টিয়ানাপাৰা গাঁৱৰ বাসিন্দা।
দীপাৱলী উপলক্ষে ৯ নৱেম্বৰত বিটিচিৰ পাঁচখন জিলাত স্থানীয় বন্ধ। কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰ আৰু ওদালগুৰিত বন্ধ প্ৰযোজ্য। ৩ নৱেম্বৰত আনু…
অসমত অপৰাধৰ হাৰ প্ৰায় ৬৮ শতাংশ হ্ৰাস পোৱা বুলি মুখ্যমন্ত্ৰীৰ দাবী। প্ৰতি এক লাখ জনসংখ্যাৰ বিপৰীতে অপৰাধৰ হাৰ ৩৭৯ৰ পৰা ১২১.৫লৈ হ্ৰাস।
মিছমিকাটা বিনা চাহ বাগিচাত পানীৰ গাঁতত পৰি এজনৰ মৃত্যু। মৃত ব্যক্তিজন ২৬ বছৰীয়া ধুন্দু খাড়িয়া বুলি চিনাক্ত। তালাপ আৰক্ষীয়ে মৃতদেহটো মৰণো…
যন্তৰ-মন্তৰৰ প্ৰতিবাদৰ গোচৰত অপৰাধ শাখাত হাজিৰ সৌৰভ দাস আৰু আশুতোষ ৰংকা।
উন্নত চিকিৎসাৰ বাবে মুম্বাইলৈ ৰাওনা গৰিমা শইকীয়া গাৰ্গ। চিকিৎসকৰ মতে, তেওঁৰ শাৰীৰিক অৱস্থা সুস্থিৰ যদিও মানসিক চাপ আৰু অনিদ্ৰাৰ সমস্যা আছে।
শিলিগুৰিত সংবাদমেল পাতি কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ সৰ্বানন্দ সোণোৱাল। ১৯৮৩ চনৰ আইএমডিটি আইনক লৈ কংগ্ৰেছে বিদেশী অনুপ্ৰৱেশকাৰীক সুৰক্ষা দিয়াৰ অভি…
ঘনকান্ত গগৈৰ মৃতদেহ চমজি লোৱাক লৈ পৰিয়ালৰ আপত্তি। দুদিন ধৰি সম্পন্ন হোৱা নাই মৰণোত্তৰ পৰীক্ষা। মৃতদেহ ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ মৰ্গত…
ধুবুৰী জিলা কাৰাগাৰৰ ৩০ বছৰীয়া বন্দীৰ মৃত্যু। মৃতকৰ নাম মহলম ইছলাম। অসুস্থতাৰ পিছত চিকিৎসালয়লৈ নিয়া হৈছিল তেওঁক।
সভাপতি পদৰ বাবে পাঁচগৰাকীৰ নাম মনোনীত। কাৰ্যকাল ২০২৭–২৯ বৰ্ষৰ বাবে। জ্যেষ্ঠ সদস্যসকলৰ বৈঠকত নাম চূড়ান্ত।
পাক-অধিকৃত কাশ্মীৰৰ ৰাৱালাকোটত ড্ৰ’ন আক্ৰমণ আৰু গুলীচালনাৰ অভিযোগ। ঘটনাত ৩জন নিহত আৰু ১৮জন আহত হোৱা বুলি প্ৰতিবেদনত প্ৰকাশ।
গুৱাহাটীৰ Hotel Bilas Innৰ গুলীচালনাত আহত সত্যেন্দ্ৰ পাঠকক GMCHৰ পৰা যাবলৈ দিয়া হৈছে। অস্ত্ৰোপচাৰ, ঔষধ আৰু মানসিক চিকিৎসাৰ পাছত তেওঁৰ স্বাস…
মণিপুৰৰ উখৰুলত নগা সংগঠনসমূহে বিশাল প্ৰতিবাদী সমদল উলিয়ায়। ৰাজনৈতিক সংকটৰ স্থায়ী সমাধান আৰু নগা অধ্যুষিত অঞ্চলৰ পৰা অসম ৰাইফলছ প্ৰত্যাহাৰ…
দিল্লীৰ চাৱড়ী বজাৰত নিৰ্মীয়মাণ তিনিমহলীয়া অট্টালিকা খহি দুজনৰ মৃত্যু হৈছে।
দীপাৱলীৰ পূৰ্বে Sensex ১,৮৩৮ পইণ্ট আৰু Nifty ৫০ ৫২৫ পইণ্ট বৃদ্ধি পোৱাত বিনিয়োগকাৰীৰ সম্পত্তি ৭.৩ লাখ কোটি টকাৰো অধিক বৃদ্ধি পায়।
কৰ্ণালৰ সভাত ৰাহুল গান্ধীক লক্ষ্য কৰি সংসদ অচল কৰা আৰু ৰাজপথত অৰাজকতা সৃষ্টিৰ অভিযোগ উত্থাপন কৰে অমিত শ্বাহে।
হৰমুজ প্ৰণালীৰ নিষেধাজ্ঞাৰ পৰা ভাৰত, চীন, ইৰাক আৰু কাটাৰৰ বাণিজ্যিক জাহাজক ৰেহাই দিয়াৰ কথা প্ৰকাশ কৰিছে ইৰাণৰ এগৰাকী জ্যেষ্ঠ সাংসদে।
২০ হাজাৰ টকাৰ তলৰ ম'বাইল বজাৰত বিক্ৰী কমাৰ মাজতে ডাঙৰ Android ম'বাইল নিৰ্মাতাই দীপাৱলীৰ পাছত প্ৰায় ১০ শতাংশ দাম বঢ়াব পাৰে।
ফেচবুক আৰু ইনষ্টাগ্ৰামত শিশু যৌন শোষণ-নিৰ্যাতনৰ সামগ্ৰী থকা বুলি অভিযোগ উঠাৰ পাছত দিল্লী আৰক্ষীয়ে এফআইআৰ ৰুজু কৰিছে।
মেজিষ্ট্ৰেটৰ সন্মুখত হাজিৰ কৰাৰ ২৪ ঘণ্টাৰ সময়সীমা আনুষ্ঠানিক গ্ৰেপ্তাৰৰ পৰা নহয়, আটক কৰাৰ মুহূৰ্তৰ পৰাই আৰম্ভ হয় বুলি সৰ্বোচ্চ ন্যায়ালয়…
৪ নৱেম্বৰত ভূপালত বিজেপিৰ ৰাজহুৱা সভাত শ্ল’গান দি থাকোঁতে মুখ্যমন্ত্ৰী মোহন যাদৱৰ জিভা পিছলিল। জে পি নাড্ডাৰ নামৰ সৈতে ভুলবশতঃ ‘মুৰ্দাবাদ’ ব…
WHOৰ নতুন মূল্যায়ন অনুসৰি ১১ৰ পৰা ১৭ বছৰীয়া প্ৰায় ২৪ কোটি কিশোৰ-কিশোৰীয়ে সপ্তাহৰ কোনো দিনেই ৬০ মিনিটৰ শাৰীৰিক সক্ৰিয়তা নকৰে।