শেহতীয়া খবৰ

NewzNow-ৰ সকলো শেহতীয়া খবৰ, সময় অনুসৰি।

  1. দেশ

    অমিতাভ বচ্চনৰ বাংলো, বোম্বে উচ্চ ন্যায়ালয় আৰু দিলজিৎ দোছাঞ্জৰ অনুষ্ঠানস্থলী বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি

    অমিতাভ বচ্চনৰ বাসগৃহ ‘জলছা’, বোম্বে উচ্চ ন্যায়ালয় আৰু দিলজিৎ দোছাঞ্জৰ সংগীতানুষ্ঠান হ’বলগীয়া মহালক্ষ্মী ৰেচক’ৰ্চত বোমা বিস্ফোৰণৰ ভাবুকি দ…

  2. দেশ

    মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ বিৰুদ্ধে সামাজিক মাধ্যমত কৰা পোষ্টক লৈ কেৰালা কংগ্ৰেছৰ বিষয়ববীয়াসকললৈ আদালত অৱমাননাৰ জাননী

    মুখ্য ন্যায়াধীশ সূৰ্য কান্তক লক্ষ্য কৰি সামাজিক মাধ্যমত কৰা পোষ্টক লৈ কেৰালা কংগ্ৰেছৰ বিষয়ববীয়াসকললৈ আদালত অৱমাননাৰ জাননী জাৰি কৰিছে উচ্চ…

  3. অসম

    “দম আছে যদি উচ্চতম ন্যায়ালয়ত গৈ বিৰোধ কৰক” — প্ৰতিবাদকাৰীক মুখ্যমন্ত্ৰীৰ প্ৰত্যাহ্বান

    জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত মুখ্যমন্ত্ৰীৰ বাসভৱনৰ সন্মুখত প্ৰতিবাদ কৰাক লৈ আপত্তি জনাইছে হিমন্ত বিশ্ব শৰ্মাই।

  4. অসম

    'জুবিনৰো ভুল আছিল'- জুবিনৰ মৃত্যুৰ গোচৰত সাক্ষীৰ মন্তব্যক লৈ মুখ্যমন্ত্ৰীৰ বিস্ফোৰক দাবী

    জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ এগৰাকী সাক্ষীক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে। তেওঁৰ দাবী, জুবিনৰ ন্যায়ৰ…

  5. দেশ

    পাৰিবাৰিক বিবাদৰ ভয়ংকৰ পৰিণতি! পত্নীসহ পৰিয়ালৰ ৭ সদস্যক হত্যা কেবচালকৰ

    বেংগালুৰুত পাৰিবাৰিক বিবাদক কেন্দ্ৰ কৰি পত্নীসহ পৰিয়ালৰ সাতজন সদস্যক হত্যা কৰাৰ অভিযোগত এজন ৪৫ বছৰীয়া কেবচালক গ্ৰেপ্তাৰ হৈছে।

  6. অসম

    “হোটেল বিলাস ইন হত্যাকাণ্ডৰ সৈতে ঘনকান্ত জড়িত নাছিল” — পত্নী জোনমণিৰ বিস্ফোৰক অভিযোগ

    হোটেল বিলাস ইন হত্যাকাণ্ডৰ সৈতে ঘনকান্ত গগৈ জড়িত নাছিল বুলি দাবী কৰিছে তেওঁৰ পত্নী জোনমণি গগৈয়ে।

  7. অসম

    প্ৰনৱ দলেৰ বিৰুদ্ধে ৰুজু হোৱা NSA গোচৰ খাৰিজ কৰিলে উচ্চ ন্যায়ালয়ে

    গৌহাটী উচ্চ ন্যায়ালয়ে ভূমি অধিকাৰ কৰ্মী প্ৰণৱ দলেৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত জাৰি কৰা আটকাদেশ বাতিল কৰিছে।

  8. উত্তৰ-পূৰ্বাঞ্চল

    ত্ৰিপুৰাত BSF জোৱানক আক্ৰমণৰ ঘটনা; ১৯ অভিযুক্তৰ ১৮ জনক গ্ৰেপ্তাৰ

    ত্ৰিপুৰাৰ সিপাহীজলা জিলাৰ আশাবাৰীত বি এছ এফ জোৱানৰ ওপৰত আক্ৰমণৰ ঘটনাত ১৮ জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এজাহাৰত নাম থকা ১৯ অভিযুক্তৰ এজন এতি…

  9. অসম

    ২৯ নৱেম্বৰৰ ভূপেন হাজৰিকা শতবৰ্ষৰ সামৰণি অনুষ্ঠান; অংশ ল’বলৈ মুকলি পঞ্জীয়ন পৰ্টেল

    ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ সামৰণি অনুষ্ঠানৰ বাবে অসম চৰকাৰে অনলাইন পঞ্জীয়ন পৰ্টেল মুকলি কৰিছে।

  10. অসম

    উচ্চতম ন্যায়ালয়ত আজিও জামিন নাপালে শ্যামকানু আৰু সিদ্ধাৰ্থ: ৩০নৱেম্বৰত জামিনৰ পৰৱৰ্তী শুনানি

    জুবিনৰ মৃত্যুৰ গোচৰৰ চাৰিটা জামিনৰ বিষয়ত ৩০ নৱেম্বৰত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে। শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ জামিনৰ আবেদ…

  11. অসম

    জুবিনৰ মৃত্যুৰ গোচৰ: ১৬০ সাক্ষীয়ে অমৃতপ্ৰভাৰ বিৰুদ্ধে একো কোৱা নাই বুলি দাবী মুখ্যমন্ত্ৰীৰ

    জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ১৬০গৰাকী সাক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে একো কোৱা নাই বুলি দাবী মুখ্যমন্ত্ৰীৰ।

  12. অসম

    ৰঙানদীৰ ঐতিহাসিক শনিবৰীয়া বজাৰত প্ৰশাসনৰ বুলড’জাৰ! ৩ বিঘা ভূমিৰ ৩২খন দোকান উচ্ছেদ

    লখিমপুৰৰ ৰঙানদী বিধানসভা সমষ্টিৰ ১ নং ধৰ্মপুৰৰ ঐতিহাসিক শনিবৰীয়া বজাৰত ৪ নৱেম্বৰৰ পুৱাই প্ৰথমটো চৰকাৰী উচ্ছেদ অভিযান চলায় প্ৰশাসনে। প্ৰায়…

  13. দেশ

    'ধীৰেন্দ্ৰ শাস্ত্ৰী মূৰ্খ মানুহ, এনে মূৰ্খ ব্যক্তিক ধৰ্মগুৰু কোৱাটো ধৰ্মৰ অপমান'

    বাগেশ্বৰ ধামৰ ধীৰেন্দ্ৰ শাস্ত্ৰীক ‘মূৰ্খ মানুহ’ বুলি অভিহিত কৰি তেওঁক ধৰ্মগুৰু বুলি কোৱাটো ধৰ্মৰ অপমান বুলি মন্তব্য কৰিছে আপ সাংসদ সঞ্জয় সি…

  14. অসম

    ৬৫ বছৰীয়া মিনতী দেৱনাথৰ ৰহস্যজনক মৃত্যুৰ গোচৰত দুই ভগ্নীসহ ৩জন গ্ৰেপ্তাৰ

    জাগীৰোডৰ ৬৫ বছৰীয়া মিনতী দেৱনাথৰ মৃত্যুৰ গোচৰত আছমা খাতুন আৰু জামিলা খাতুন নামৰ দুই ভগ্নীসহ তিনিজন লোকক গ্ৰেপ্তাৰ

  15. উত্তৰ-পূৰ্বাঞ্চল

    গ্ৰেপ্তাৰৰ পূৰ্বে সাত কৰ্মদিনৰ জাননী দিব লাগিব মণিপুৰৰ কংগ্ৰেছ সাংসদক

    যৌন নিৰ্যাতনৰ গোচৰত মণিপুৰৰ কংগ্ৰেছ সাংসদ বিমল আকোইজামক গ্ৰেপ্তাৰৰ পূৰ্বে সাত কৰ্মদিনৰ জাননী দিবলৈ দিল্লীৰ আদালতৰ নিৰ্দেশ।

  16. অসম

    অসমৰ নদীপাৰৰ ভূমি ব্যৱহাৰ নিয়ন্ত্ৰণৰ বাবে হ'ব নতুন আইন প্ৰণয়ন

    নদীপাৰৰ নিৰ্মাণ আৰু ভূমি ব্যৱহাৰ নিয়ন্ত্ৰণৰ বাবে বান-সমভূমি মণ্ডলীকৰণ বিধেয়ক আনিবলৈ সাজু হৈছে অসম চৰকাৰ।

  17. অসম

    ডাইনী সন্দেহত মহিলাক হত্যা, ডিগবৈত তিনি মহিলাক গ্ৰেপ্তাৰ

    ডিগবৈৰ উল্টাপুল আগুৰিত ডাইনীচৰ্চাৰ সন্দেহত এগৰাকী মহিলাক হত্যা কৰাৰ অভিযোগ উঠিছে। ঘটনাটোৰ সৈতে জড়িত থকাৰ অভিযোগত তিনিগৰাকী মহিলাক গ্ৰেপ্তাৰ…

  18. দেশ

    ৰাহুলজী আপুনি ভিয়েটনামত কিমান দিন আছিল, কাৰ সৈতে সাক্ষাৎ কৰিছিল, কিয় গৈছিল ? : অমিত শ্বাহে

    কৰ্ণালত ৰাহুল গান্ধীৰ বিদেশ ভ্ৰমণক লৈ প্ৰশ্ন অমিত শ্বাহৰ। ভিয়েটনাম ভ্ৰমণৰ সময়, সাক্ষাৎ আৰু উদ্দেশ্যৰ তথ্য ৰাজহুৱা কৰাৰ দাবী।

  19. ৰাজনীতি

    CJPৰ দুই নেতাই আমেৰিকা-পাকিস্তানৰ পৰা ধন লাভ কৰাৰ অভিযোগ কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙৰ

    CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে আৰু সহ-প্ৰতিষ্ঠাপক আশুতোষ ৰাংকাৰ বিৰুদ্ধে বিদেশী পুঁজি লাভৰ অভিযোগ।

  20. অসম

    নগাঁৱত ৰূপক শৰ্মাৰ ব্যক্তিগত সহায়কৰ বিৰুদ্ধে দাদাগিৰিৰ অভিযোগ!

    নগাঁৱত ৰূপক শৰ্মাৰ ব্যক্তিগত সহায়কৰ বিৰুদ্ধে দাদাগিৰিৰ অভিযোগ! জুবিন উদ্যানৰ দেৱাল ভাঙি ফাষ্টফুড কাউণ্টাৰ নিৰ্মাণক লৈ বিতৰ্ক

  21. দেশ

    শিখসকলৰ সুৰক্ষাক লৈ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীক সকাহ, এজাহাৰ দাখিলৰ নিৰ্দেশ ন্যায়ালয়ৰ নাকচ

    শিখসকলৰ সুৰক্ষাক লৈ ২০২৩ চনত দিয়া মন্তব্যৰ গোচৰত ৰাহুল গান্ধীক সকাহ। এজাহাৰ দাখিলৰ নিৰ্দেশ দিবলৈ অস্বীকাৰ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ।

  22. অসম

    হোটেল বিলাশত কি হৈছিল? কেনেকৈ গুলীয়াইছিল ঘনকান্তই? স্ব-গৃহত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বৰ্ণনা সত্যেন্দ্ৰ পাঠকৰৰ

    বিলাস ইন হত্যাকাণ্ডত আহত সত্যেন্দ্ৰ পাঠকে ঘটনাৰ অভিজ্ঞতা বৰ্ণনা কৰে। গাড়ী ৰখাক কেন্দ্ৰ কৰি ঘনকান্ত গগৈৰ সৈতে প্ৰথমে বাক-বিতণ্ডা হৈছিল বুলি…

  23. ক্ৰীড়া

    ২৩ বছৰীয়া যাত্ৰাৰ সামৰণি, আন্তঃৰাষ্ট্ৰীয় ফুটবলক বিদায় ৰোনাল্ডোৰ

    আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰৰ ঘোষণা ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ। নৱেম্বৰৰ আন্তঃৰাষ্ট্ৰীয় বিৰতিৰ পিছত পৰ্তুগালৰ ৭ নম্বৰ জাৰ্ছী এৰিব।