শেহতীয়া খবৰ

NewzNow-ৰ সকলো শেহতীয়া খবৰ, সময় অনুসৰি।

  1. দেশ

    ‘আমি চুৰি কৰোঁ, কিন্তু সেয়া দিল চুৰি, ভোট চুৰি নহয়’—ৰাহুল গান্ধীক কটাক্ষ হিমন্ত বিশ্ব শৰ্মাৰ

    বিহাৰৰ পাটনাত ৰাহুল গান্ধীৰ ভোট চুৰিৰ অভিযোগক কটাক্ষ কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ‘আমি ভোট চুৰি নকৰোঁ, মানুহৰ হৃদয় জয় কৰোঁ’…

  2. ৰাজনীতি

    ''মোদী চৰকাৰৰ পতন ঘটিলেই অপকৰ্ম আৰু দুৰ্নীতিৰ বাবে হিমন্ত বিশ্ব শৰ্মা জেললৈ যোৱাতো খাটাং’’: গৌৰৱ গগৈ

    কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ অহাৰ সম্ভাৱনাক লৈ মুখ্যমন্ত্ৰী শংকিত বুলি দাবী গৌৰৱ গগৈৰ। বিদ্যুতৰ মাচুল বৃদ্ধি আৰু আদানি পাৱাৰৰ সৈতে ৩,২০০ মেগাৱাট ব…

  3. অসম

    ‘সংবিধানৰ শ্ৰাদ্ধ কৰাসকলেই আজি সংবিধান বচোৱাৰ নাটক কৰিছে’-ভৱেশ কলিতা

    ৰঙিয়াত ‘গণতন্ত্ৰ বচাও, অৰাজকতা হটাও’ শীৰ্ষক নাগৰিক সন্মিলনত ভৱেশ কলিতা আৰু পংকজ বৰবৰাই বিৰোধী দলসমূহক সমালোচনা কৰে।

  4. অসম

    ডিমৰীয়াৰ কৃষকক ৮৩টা তৈল খেজুৰৰ পুলি যোগান পীযুষ হাজৰীকাৰ

    ডিমৰীয়াৰ কৃষক কেশৱ দেৰ দাবী, কৃষিমন্ত্ৰী পীযূষ হাজৰিকাক ফেচবুকত অনুৰোধ কৰাৰ ১০ মিনিটৰ ভিতৰতে ৮৩টা অইল পামৰ পুলি পঠিয়াই দিয়া হৈছিল।

  5. অসম

    আমগুৰিত বাইকৰ খুন্দাত নিহত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা পল্লৱ শইকীয়া

    আমগুৰিত ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথত বাইকৰ খুন্দাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা পল্লৱ শইকীয়াৰ মৃত্যু।

  6. অসম

    সৰভোগত ৫১.২৫ লাখ টকাৰ তিনিটা উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ ৰণজিৎ কুমাৰ দাসৰ

    সৰভোগত ৫১.২৫ লাখ টকা ব্যয়সাপেক্ষে নিৰ্মিত তিনিটা উন্নয়নমূলক প্ৰকল্প মুকলি কৰিলে বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসে। লগতে সৰভোগ চেম্বাৰ অৱ…

  7. মনোৰঞ্জন

    অভিনেতা আয়ুষ্মান খুৰানালৈ ধন দাবীৰ ফোন, লৰেন্স বিষ্ণোই গেঙৰ নাম লৈ কোটি টকা দাবীৰ অভিযোগ

    অভিনেতা আয়ুষ্মান খুৰানাৰ পৰা কোটি কোটি টকা দাবী কৰি লৰেন্স বিষ্ণোই গেংৰ লোক বুলি পৰিচয় দিয়া এজনৰ ফোন অহাৰ অভিযোগ উঠিছে।

  8. দেশ

    Gen Zৰ প্ৰতিবাদৰ আঁৰত ষড়যন্ত্ৰৰ সন্দেহ RSSৰ, অভিযোগ দত্তাত্ৰেয় হোছাবালেৰ

    Gen Zৰ প্ৰতিবাদৰ আঁৰত দেশী-বিদেশী অৰাজক শক্তিৰ উচটনি আৰু ষড়যন্ত্ৰ থকাৰ সন্দেহ প্ৰকাশ কৰিছে RSSৰ সাধাৰণ সম্পাদক দত্তাত্ৰেয় হোছাবালে।

  9. মতামত

    ‘ঘনকান্তৰ দৰে জুবিনৰ মৃত্যুৰ গোচৰৰ অভিযুক্তসকলকো এনকাউণ্টাৰ কৰক’—অসমীয়া যুৱ মঞ্চৰ আহ্বান

    ঘনকান্ত গগৈৰ আৰক্ষীৰ এনকাউণ্টাৰত মৃত্যুৰ পাছতে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযুক্তসকলকো এনকাউণ্টাৰ কৰাৰ আহ্বান জনাইছে অসমীয়া যুৱ মঞ্চই। জুব…

  10. দেশ

    অগ্নিপথ আঁচনিত বৃহৎ পৰিৱৰ্তন, ৭৫ শতাংশ অগ্নিবীৰে পাব দুবছৰীয়া সেৱা-সম্প্ৰসাৰণ

    চাৰি বছৰৰ সেৱাৰ পিছত নিয়মীয়া বাহিনীত স্থান নোপোৱা অগ্নিবীৰসকলৰ বাবে অতিৰিক্ত দুবছৰ সেৱাৰ সুযোগ; তাৰ পিছত স্থায়ী নিযুক্তিৰ আন এক সুযোগ।

  11. অসম

    ৭ নৱেম্বৰৰ পৰা যমুনাৰ সম্পূৰ্ণ বেদখল উচ্ছেদৰ সিদ্ধান্ত, পট্টা থকা সকলক ক্ষতিপূৰণ দি বেদখল মুক্ত কৰা হ'ব - অখিল গগৈ

    শিৱসাগৰৰ ঐতিহাসিক যমুনাৰ বেদখল উচ্ছেদৰ বাবে ৭ নৱেম্বৰৰ পৰা অভিযান চলোৱাৰ সিদ্ধান্ত লৈছে জিলা প্ৰশাসনে। চৰকাৰীভাৱে আবণ্টিত ভূমিত নিৰ্মাণ থকা…

  12. ক্ৰীড়া

    শচীন তেণ্ডুলকাৰক অতিক্ৰম কৰি ODIত নতুন বিশ্ব অভিলেখ বিৰাট কোহলীৰ

    নিউজিলেণ্ডৰ বিৰুদ্ধে ৭৪ ৰানৰ ইনিংছৰ সময়ত বিৰাট কোহলীয়ে ODIত লক্ষ্য অনুসৰণ কৰি সৰ্বাধিক ৰান সংগ্ৰহৰ ক্ষেত্ৰত শচীন তেণ্ডুলকাৰৰ অভিলেখ অতিক্ৰ…

  13. ক্ৰীড়া

    বিৰাট কোহলীৰ ৭৪ ৰানৰ দুৰ্দান্ত ইনিংছ; অৰ্শ্বদীপ সিঙৰ ৪টা উইকেট, শৃংখলাত ১-০ ব্যৱধানত আগবাঢ়িল ভাৰত

    বৰষুণে বিঘ্নিত প্ৰথম এদিনীয়াত নিউজিলেণ্ডক ৫ উইকেটত পৰাস্ত কৰিলে ভাৰতে।

  14. দেশ

    মহাদেৱ বেটিং এপ কাণ্ডঃ ৮ দিনৰ আৰক্ষী জিম্মালৈ সৌৰভ চন্দ্ৰকাৰ

    মহাদেৱ অনলাইন বেটিং কাণ্ডৰ অন্যতম অভিযুক্ত সৌৰভ চন্দ্ৰকাৰক ৰায়পুৰৰ বিশেষ আদালতে ৮ দিনৰ CBI জিম্মালৈ প্ৰেৰণ কৰিছে।

  15. দেশ

    ‘৩ কোটি অনুপ্ৰৱেশকাৰী ১২ বছৰে দেশত ঘূৰি ফুৰিছিল, মোদী-শ্বাহে কি ঘাঁহ কাটি আছিল?’—প্ৰশ্ন সঞ্জয় সিঙৰ

    ৩ কোটি বাংলাদেশী অনুপ্ৰৱেশকাৰী দেশত থকা বুলি অমিত শ্বাহে কৰা দাবীক লৈ প্ৰধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী শ্বাহক প্ৰশ্ন সঞ্জয় সিঙৰ। ১২ বছৰে ত…

  16. ৰাজনীতি

    ‘সিদ্ধু মুছেৱালাৰ হত্যাকাৰীৰ মানসিকতা এতিয়াও পঞ্জাবত ঘূৰি ফুৰিছে’: ৰাহুল গান্ধী

    ছাংগৰুৰৰ কংগ্ৰেছৰ ‘ইনছাফ ৰেলী’ত সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডৰ প্ৰসংগ উত্থাপন ৰাহুল গান্ধীৰ।

  17. আন্তঃৰাষ্ট্ৰীয়

    আমেৰিকাৰ নিৰ্বাচনত ভাৰতীয় মূলৰ ৰাজনীতিকৰ সাফল্য; পিয়া দাণ্ডিয়া, সুহাস সুব্ৰমনিয়ম আৰু অৰুণা মিলাৰৰ জয়

    ওহাইঅ’ৰ গৱৰ্ণৰ নিৰ্বাচনত ১০ কোটি ডলাৰৰো অধিক খৰচৰ পাছতো হাৰিলে ভাৰতীয় মূলৰ ৰিপাব্লিকান প্ৰাৰ্থী বিবেক ৰামস্বামী।

  18. দেশ

    ৰাহুল গান্ধীয়ে দেশত ‘পাপ্পু মডেল’ গঢ়িব বিচাৰে: কটাক্ষ হিমন্ত বিশ্ব শৰ্মাৰ

    ৰাম মন্দিৰ, অনুচ্ছেদ ৩৭০ আৰু একক দেৱানী বিধিক লৈ ৰাহুল গান্ধীক কটাক্ষ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

  19. অসম

    ৰজাদিনীয়া যমুনাৰ ভূমিত PWDৰ বেদখলৰ অভিযোগ, ৬ নৱেম্বৰত শিৱসাগৰ বন্ধৰ আহ্বান আটাছুৰ

    শিৱসাগৰৰ ৰজাদিনীয়া যমুনাৰ সংৰক্ষিত ভূমি লোক নিৰ্মাণ বিভাগে বেদখল কৰাৰ অভিযোগ উত্থাপন কৰিছে আটাছুৱে। সম্পূৰ্ণ বেদখলমুক্ত কৰি যমুনাৰ সৌন্দৰ্য…

  20. উত্তৰ-পূৰ্বাঞ্চল

    ইটানগৰত ১২ ঘণ্টীয়া বন্ধ: বন্ধ দোকান-পোহাৰ, চৰকাৰী কাৰ্যালয় খোলা

    চিয়াং উচ্চ বহুমুখী প্ৰকল্পবিৰোধী আন্দোলনত আটক লোকক মুকলি কৰাৰ দাবীত ইটানগৰ কেপিটেল ৰিজিয়নত ১২ ঘণ্টীয়া বন্ধ পালন কৰে PRAC-এ।

  21. অসম

    ডিব্ৰুগড়ৰ AMCHত হ’ব ঘনকান্ত গগৈৰ মৰণোত্তৰ পৰীক্ষা, শিৱসাগৰ অসামৰিক চিকিৎসালয়ত প্ৰয়োজনীয় সুবিধাৰ অভাৱ

    শিৱসাগৰ অসামৰিক চিকিৎসালয়ত প্ৰয়োজনীয় সুবিধা আৰু ফৰেনছিক বিশেষজ্ঞৰ অভাৱৰ বাবে ঘনকান্ত গগৈৰ মৰণোত্তৰ পৰীক্ষা ডিব্ৰুগড়ৰ AMCHত কৰা হ’ব।

  22. দেশ

    ‘পুনৰ SIR কৰক, বাবৰ-ঔৰংজেৱৰ সকলো নাম কৰ্তন কৰক’—মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

    SIRৰ সমৰ্থনত ভাষণ দি ৰাহুল গান্ধী আৰু কংগ্ৰেছক সমালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বাবৰ আৰু ঔৰংজেৱৰ নাম উল্লেখ কৰিও মন্তব্য কৰে তেওঁ।

  23. শিক্ষা

    এছিয়াৰ ১,৭২২খন বিশ্ববিদ্যালয়ৰ তালিকাত ভাৰতৰ ৩২৫খন প্ৰতিষ্ঠান; IIT গুৱাহাটীৰ স্থান ১২০।

    QS Asia University Rankings 2027ত ভাৰতৰ ৩২৫খন প্ৰতিষ্ঠানে স্থান লাভ কৰিছে। কিন্তু IIT Delhi-সহ দেশৰ শীৰ্ষ ছখন প্ৰতিষ্ঠানৰ ৰেংকিং হ্ৰাস পাইছে…

  24. অসম

    ‘ন্যায় পোৱা যেন অনুভৱ হৈছে’, ঘনকান্ত গগৈৰ মৃত্যুত ভৰালী পৰিয়ালৰ স্বস্তি

    বিলাস ইন হত্যাকাণ্ডৰ অভিযুক্ত ঘনকান্ত গগৈৰ আৰক্ষীৰ গুলীত মৃত্যুৰ পাছত ভৰালী পৰিয়ালৰ সদস্যসকলে স্বস্তি প্ৰকাশ কৰিছে।