শেহতীয়া খবৰ

NewzNow-ৰ সকলো শেহতীয়া খবৰ, সময় অনুসৰি।

  1. দেশ

    দুটাতকৈ অধিক সন্তানৰ বাবে শাস্তিমূলক আইন অপ্ৰাসংগিক! দুটা সন্তানৰ নীতি পুনৰ বিবেচনাৰ পোষকতা উচ্চতম ন্যায়ালয়ৰ

    জনন হাৰ ১.৯লৈ হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত দুটাতকৈ অধিক সন্তান থকা লোকৰ বিৰুদ্ধে থকা শাস্তিমূলক আইনসমূহৰ প্ৰাসংগিকতা পুনৰ বিবেচনাৰ পোষকতা কৰিছে…

  2. মতামত

    ঘনকান্ত গগৈৰ এনকাউণ্টাৰক লৈ প্ৰশ্ন, ন্যায়ব্যৱস্থাৰ ভূমিকাক লৈ উদ্বেগ প্ৰকাশ প্ৰাক্তন IPS বিষয়া জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ

    প্ৰাক্তন IPS বিষয়া জ্যোতিৰ্ময় চক্ৰৱৰ্তীয়ে ঘনকান্ত গগৈৰ এনকাউণ্টাৰক লৈ প্ৰশ্ন উত্থাপন কৰি ন্যায়িক প্ৰক্ৰিয়া আৰু তদন্তৰ স্বচ্ছতাক লৈ উদ্ব…

  3. অসম

    ঘনকান্ত গগৈৰ মৰোণোত্তৰ পৰীক্ষাক লৈ অনিশ্চয়তা, যোৰহাটলৈ অথবা অসম চিকিৎসা মহাবিদ্যালয়ত নিয়াৰ সম্ভাৱনা

    আৰক্ষীৰ গুলীত নিহত ঘনকান্ত গগৈৰ মৰোণোত্তৰ পৰীক্ষাক লৈ শিৱসাগৰ অসামৰিক চিকিৎসালয়ত জটিলতা সৃষ্টি হৈছে। ফৰেনছিক বিশেষজ্ঞ আৰু তিনিখন পৃথক চিকিৎস…

  4. আন্তঃৰাষ্ট্ৰীয়

    ট্ৰাম্পৰ দলৰ নিৰ্বাচনী বিপৰ্যয়ক লৈ ইৰানৰ প্ৰতিক্ৰিয়া, ‘যুদ্ধক নাকচ কৰিছে আমেৰিকাৰ জনতাই’

    ইৰাণৰ সংসদৰ অধ্যক্ষ মহম্মদ বাকেৰ গালিবাফে মাৰ্কিন মধ্যৱৰ্তী নিৰ্বাচনত ৰিপাব্লিকানৰ পিছ পৰাৰ খবৰক যুদ্ধবিৰোধী জনমত বুলি ক'লে।

  5. দেশ

    ‘জ্ঞানেশ কুমাৰ থাকিলে ট্ৰাম্পৰ পৰাজয় নহ’লহেঁতেন!’ আমেৰিকাৰ নিৰ্বাচনক লৈ অভিজিৎ দীপকেৰ কটাক্ষ

    আমেৰিকাৰ মধ্যৱৰ্তী নিৰ্বাচনত ড’নাল্ড ট্ৰাম্পৰ ৰিপাব্লিকান দল ধাক্কা খোৱাৰ দাবীক লৈ ককৰোচ জনতা পাৰ্টিৰ অভিজিৎ দীপকে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞ…

  6. অসম

    জুলাই মাহৰ বানক লৈ তদন্তৰ প্ৰস্তাৱত কেবিনেটৰ অনুমোদন

    জুলাই ২০২৬ত শিৱসাগৰ আৰু চৰাইদেউত হোৱা বানৰ কাৰণ অনুসন্ধানৰ বাবে CBI তদন্তৰ পৰামৰ্শ আগবঢ়াবলৈ অনুমোদন দিছে অসম কেবিনেটে।

  7. অনুসন্ধান

    ২০,৭৩৬ কোটি টকাৰ হিচাপ নাই অসম চৰকাৰৰ! ৬,৫৪৫টা ব্যৱহাৰ প্ৰমাণপত্ৰক লৈ CAGৰ কঠোৰ প্ৰশ্ন

    CAGৰ ২০২৪-২৫ বিত্তীয় বৰ্ষৰ প্ৰতিবেদন অনুসৰি, ৩১ মাৰ্চ ২০২৫লৈ অসম চৰকাৰৰ ৬,৫৪৫টা ব্যৱহাৰ প্ৰমাণপত্ৰৰ বিপৰীতে ২০,৭৩৬.০৯ কোটি টকাৰ হিচাপ বাকী…

  8. আন্তঃৰাষ্ট্ৰীয়

    আমেৰিকাৰ মধ্যকালীন নিৰ্বাচনত ট্ৰাম্পলৈ মোক্ষম আঘাত! ছিনেটৰ নিয়ন্ত্ৰণ ডেম’ক্ৰেটিক পাৰ্টিৰ হাতলৈ

    আমেৰিকাৰ ২০২৬ চনৰ মধ্যকালীন নিৰ্বাচনত ড’নাল্ড ট্ৰাম্পৰ Republican Party-য়ে ছিনেটৰ নিয়ন্ত্ৰণ হেৰুৱাইছে।

  9. দেশ

    ‘ৰাহুল বাবা, এয়া বাংলাদেশ নহয়, ভাৰত!’ - কটাক্ষ শিৱৰাজ সিং চৌহানৰ

    কংগ্ৰেছ নেতা ৰাহুল গান্ধীক উদ্দেশ্যি সামাজিক মাধ্যমত তীব্ৰ মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ। ‘ৰাহুল বাবা, এয়া বাংলাদেশ নহয়, ভা…

  10. অসম

    শিৱসাগৰৰ আৰক্ষী অধীক্ষকৰ মতে, কি পৰিস্থিতিত মৃত্যু হ’ল ঘনকান্ত গগৈৰ?

    গৌৰীসাগৰত আৰক্ষীৰ হেফাজতৰ পৰা অস্ত্ৰ কাঢ়ি লোৱাৰ চেষ্টা কৰাৰ অভিযোগত সংঘটিত হতাহতিৰ পাছত ঘনকান্ত গগৈৰ মৃত্যু হৈছে।

  11. অসম

    শিৱসাগৰত আৰক্ষীৰ এনকাউণ্টাৰত ঘাতক ঘনকান্ত গগৈৰ মৃত্যু

    গুৱাহাটীৰ পৰা শিৱসাগৰলৈ আনি থকা ঘনকান্ত গগৈয়ে আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰোঁতে এনকাউণ্টাৰ সংঘটিত হয়। শৰীৰত গুলী লগাৰ পিছত তেওঁৰ মৃ…

  12. অসম

    ডিমাকুছিত শিক্ষক-ছাত্ৰীৰ ভাইৰেল ভিডিঅ’ক লৈ প্ৰতিক্ৰিয়া

    ওদালগুৰিৰ ডিমাকুছিত শিক্ষক-ছাত্ৰীৰ ভাইৰেল ভিডিঅ’ক লৈ তীব্ৰ প্ৰতিক্ৰিয়া।শিক্ষক ৰোহিত ৰাভাৰ বিৰুদ্ধে তদন্ত আৰু ব্যৱস্থা গ্ৰহণৰ দাবী

  13. উত্তৰ-পূৰ্বাঞ্চল

    ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ তলত তেল-গেছ খননৰ প্ৰস্তাৱ, কেন্দ্ৰ আৰু অসম চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

    ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ তলত ERD প্ৰযুক্তিৰে তেল-গেছ অন্বেষণৰ প্ৰস্তাৱক লৈ OIL-ৰ আবেদনৰ ভিত্তিত কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰালয় আ…

  14. অসম

    কাৰাগাৰৰ পৰাই পুনৰ গ্ৰেপ্তাৰ হ’ব ঘনকান্ত গগৈ? নিশাই শিৱসাগৰলৈ নিয়াৰ সম্ভাৱনা

    হোটেল বিলাস ইন হত্যাকাণ্ডৰ মূল অভিযুক্ত ঘনকান্ত গগৈক CJM আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।

  15. দেশ

    ‘ইছলামিক মৌলবাদীয়ে ধৰ্মনিৰপেক্ষতাৰ কথা কোৱাৰ দৰে’—ৰাহুল গান্ধীক কিৰেন ৰিজিজুৰ কটাক্ষ

    প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিদেশী সহায়ত ক্ষমতাত থকাৰ ৰাহুল গান্ধীৰ অভিযোগৰ প্ৰত্যুত্তৰত কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে কংগ্ৰেছ নেতাগ…

  16. অসম

    দলৰ সাংগঠনিক শক্তি বৃদ্ধিত গুৰুত্ব বিজেপিৰ; মুখ্যমন্ত্ৰীৰ উপস্থিতিত বিজেপিৰ কৰ্ণধাৰ সভা

    মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বিজেপি অসম প্ৰদেশৰ কৰ্ণধাৰ সভাত সাংগঠনিক শক্তি বৃদ্ধি, নিৰ্বাচনী সফলতাৰ পৰ্যালোচনা আৰু ভৱিষ্যৎ…

  17. দেশ

    উত্তৰ প্ৰদেশত NDAৰ বাহিৰত থাকি নিৰ্বাচন খেলিবলৈ সাজু চিৰাগ পাছোৱান

    ২০২৭ চনৰ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত প্ৰয়োজন হ’লে NDAৰ বাহিৰত থাকিও অকলেই প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু বুলি জনাইছে চিৰাগ পাছোৱানে।

  18. অসম

    “মই হয়তো জীয়াই নাথাকিম।”: গৰিমা শইকীয়া গাৰ্গ; উন্নত চিকিৎসাৰ বাবে মুম্বাইলৈ নিয়াৰ পৰিকল্পনা

    প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গক উন্নত চিকিৎসাৰ বাবে মুম্বাইলৈ নিয়াৰ পৰিকল্পনা কৰা হৈছে বুলি জানিব পৰা গৈছে।

  19. উত্তৰ-পূৰ্বাঞ্চল

    মেঘালয়ৰ MDA-II চৰকাৰৰ পৰা UDPৰ সমৰ্থন প্ৰত্যাহাৰ

    বিধায়কৰ দলত্যাগৰ ফলত মেঘালয় বিধানসভাত মাত্ৰ এজন বিধায়ক থকা UDP-এ কনৰাড কে. চাংমা নেতৃত্বাধীন MDA-II চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰিছে।

  20. ৰাজনীতি

    ‘ৰাহুলৰ ভাষণে BJPক লাভান্বিত কৰে, ৰাহুল গান্ধী BJPৰ সম্পদ’ : BJPৰ বিধায়ক দিলীপ ৰঞ্জন শৰ্মাৰ

    গুৱাহাটীত বিজেপি বিধায়ক দীপ্লু ৰঞ্জন শৰ্মাই ৰাহুল গান্ধীৰ জনসভাই দলটোক ৰাজনৈতিক লাভ দিছে বুলি দাবী কৰিছে।