অসম

নেপালৰ পুনৰ নিৰ্মাণ আৰু উন্নয়নৰ বাবে ২৪ হাজাৰ কোটি নেপালী টকাৰ পেকেজ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ

নেপালৰ উন্নয়ন আৰু পুনৰ নিৰ্মাণৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিলে ২৪ হাজাৰ কোটি নেপালী টকাৰ বিশেষ সাহায্য পেকেজ।

  1. মাতৃৰ অবৈধ প্ৰেমিক ৰাহুল ৰায়ৰ একাধিকবাৰ যৌন নিৰ্যাতন ৯ বছৰীয়া শিশুক ! অবৈধ প্ৰেমীকৰ বিৰুদ্ধে মাতৃৰ গোচৰ

    মাতৃৰ সৈতে থকা ঘনিষ্ঠ সম্পৰ্কৰ সুযোগ লৈ ৯ বছৰীয়া শিশুক একাধিকবাৰ যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ ৰাহুল ৰায় ওৰফে ৰাজু ৰায় নামৰ ব্যক্তিজনৰ বিৰুদ…

  2. ৰাষ্ট্ৰীয় ঘাইপথত অবৈধ পাৰ্কিঙৰ বিৰুদ্ধে শিৱসাগৰত আৰক্ষীৰ নৈশ অভিযান

    ৰাষ্ট্ৰীয় ঘাইপথত বিপজ্জনকভাৱে বাহন ৰখাই থোৱাৰ বিৰুদ্ধে শিৱসাগৰত যান-বাহন আৰক্ষীয়ে এক বিশেষ নৈশ অভিযান চলায়।

  3. তিনি সন্তানৰ মাতৃৰ সৈতে দুই সন্তানৰ পিতৃৰ পলায়নৰ অভিযোগ! পত্নীক বিচাৰি হাহাকাৰ স্বামীৰ

    মৈৰাবাৰী, ২৩ নৱেম্বৰ: সংসাৰ এৰি দুই সন্তানৰ পিতৃৰ সৈতে তিনি সন্তানৰ মাতৃ পলায়ন কৰাৰ অভিযোগক লৈ মৈৰাবাৰীত সৃষ্টি হৈছে চাঞ্চল্যৰ। মৈৰাবাৰীৰ ভে…

  4. জুবিন গাৰ্গৰ Range rover বিক্ৰীৰ সিদ্ধান্তত চৰকাৰৰ ক’বলগীয়া নাই: মুখ্যমন্ত্ৰী

    প্ৰয়াত কণ্ঠশিল্পী জুবিন গাৰ্গৰ পৰিয়ালে লোৱা ব্যক্তিগত সিদ্ধান্তত চৰকাৰে কোনো হস্তক্ষেপ নকৰে বুলি স্পষ্ট কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্ম…

  5. গুৱাহাটী বিশ্ববিদ্যালয়ত দশম ড° অনামিকা ৰয় স্মাৰক বক্তৃতা প্ৰদান কৰিব তেজ হাজৰিকাই

    ২৩ নৱেম্বৰত গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ’বলগীয়া দশম ড° অনামিকা ৰয় স্মাৰক বক্তৃতা প্ৰদান কৰিব ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ পুত্ৰ তেজ হ…

  6. সদৌ অসম ছাত্ৰ সন্থাৰ সংবিধান দিৱস, সংবিধান গ্ৰহণৰ ৮০ বছৰ উপলক্ষে সৰুসজাইত কেন্দ্ৰীয় প্ৰতিনিধি সন্মিলন

    সংবিধান গ্ৰহণৰ ৬০ বছৰ পূৰ্তি উপলক্ষে গুৱাহাটীত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় প্ৰতিনিধি সন্মিলনৰ লগতে বছৰজোৰা কাৰ্যসূচী আৰম্ভ হৈছে।

  7. গুৱাহাটীৰ নাৰেংগী ৰে’ল ষ্টেচনত উদ্ধাৰ মৃতদেহ, কাষত উদ্ধাৰ নগদ ২৫ লাখ টকা

    গুৱাহাটীৰ নাৰেংগী ৰে’ল ষ্টেচনত এজন অচিনাক্ত ব্যক্তিৰ মৃতদেহৰ সৈতে নগদ ২৫ লাখ টকা উদ্ধাৰ কৰে ৰে’ল আৰক্ষীয়ে।

  8. ডিগবৈ হোটেল চানচিটিত অগ্নিকাণ্ড। কথমপি ৰক্ষা ডিগবৈ চহৰ।

    ডিগবৈ চাৰিআলি বজাৰৰ মাজমজিয়াত অৱস্থিত খোৱাৰ সু-ব্যৱস্থা থকা হোটেল চানচিটিত আজি সন্ধিয়া এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। হোটেলখনৰ পাকঘৰৰ…

  9. জাগুনৰ চন্দ্ৰপুৰত চাঞ্চল্য! ১৩ দিন ধৰি সন্ধানহীন দুই যুৱক, আলফা (স্বা)ত যোগদানৰ সন্দেহ

    তিনিচুকীয়া জিলাৰ জাগুনৰ চন্দ্ৰপুৰ গাঁৱৰ দুজন যুৱক বিগত ১৩ দিন ধৰি সন্ধানহীন হৈ থকাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। সন্ধা…

  10. ২৬ নৱেম্বৰত কংগ্ৰেছৰ দেশজোৰা ‘সংবিধান ৰক্ষা পদযাত্ৰা’, গুৱাহাটীতো ব্যাপক প্ৰস্তুতি

    ২৬ নৱেম্বৰত দেশজুৰি ‘সংবিধান ৰক্ষা পদযাত্ৰা’ উলিয়াব কংগ্ৰেছে। গুৱাহাটীতো অনুষ্ঠিত হ’ব বিশেষ কাৰ্যসূচী।

  11. সোণতলীত ৪২ কোটি টকাৰ ‘অসম মালা ৩.০’ পথ প্ৰকল্পৰ আধাৰশিলা স্থাপন

    সোণতলীত ‘অসম মালা ৩.০’ আঁচনিৰ অধীনত ৪২ কোটি টকা ব্যয়েৰে গুমীৰ পৰা নগৰবেৰালৈ মথাউৰি পথ পকীকৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছে। ছমৰীয়াৰ বি…

  12. উচ্ছেদৰ নামতো ছিণ্ডিকেট চলিছে: হিমন্ত বিশ্ব শৰ্মা আৰু আজমলক তীব্ৰ আক্ৰমণ ৰকিবুল হুছেইনৰ

    ৰাজ্যত চলি থকা উচ্ছেদক লৈ ছিণ্ডিকেট চলাৰ অভিযোগ তুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলক তীব্ৰ আক্ৰমণ কৰি…

  13. মেডাম টুছোদ জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি স্থাপনৰ লক্ষ্যৰে #ZubeenGargStatueInMadameTussauds শীৰ্ষক বিশেষ অভিযান

    বিশ্ববিখ্যাত মেডাম টুছোদ জুবিন গাৰ্গৰ মমৰ প্ৰতিমূৰ্তি স্থাপনৰ বাবে ১০ লাখ হেজটেগৰ লক্ষ্যৰে সামাজিক মাধ্যমত বিশেষ অভিযান আৰম্ভ কৰিছে সংগীতশিল…

  14. জুবিনক্ষেত্ৰত সংৰক্ষণৰ বাবে জুবিন গাৰ্গৰ প্ৰিয় ৰেঞ্জ ৰ’ভাৰ বাহনখন ওভতাই অনাৰ পদক্ষেপ বন্ধুমহলৰ

    সোণাপুৰৰ প্ৰস্তাৱিত জুবিনক্ষেত্ৰত সংৰক্ষণৰ বাবে প্ৰয়াত জুবিন গাৰ্গৰ ৰেঞ্জ ৰ’ভাৰ বাহনখন পুনৰ ক্ৰয় কৰাৰ পদক্ষেপ লৈছে শিল্পীগৰাকীৰ ঘনিষ্ঠ বন্…

  15. গৌৰৱ গগৈৰ অভিযোগ ভিত্তিহীন আৰু হাস্যকৰ: ৰাজ্যিক বিজেপি

    বিজেপি ছিন্ডিকেটৰ ধনেৰে চলা বুলি গৌৰৱ গগৈয়ে উত্থাপন কৰা অভিযোগ খাৰিজ কৰি তীব্ৰ প্ৰত্যুত্তৰ দিলে ৰাজ্যিক বিজেপিৰ জ্যেষ্ঠ মুখপাত্ৰ ব্ৰজেন মহন…

  16. ২২ বছৰ বয়সতে ইছৰ’ত বিজ্ঞানীৰ পদ লাভ লখিমপুৰৰ সত্যজিৎ কামানৰ

    ভাৰতীয় মহাকাশ গৱেষণা সংস্থাত বিজ্ঞানী হিচাপে নিযুক্তি লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে লখিমপুৰৰ ২২ বছৰীয়া যুৱক সত্যজিৎ কামানে।

  17. গহপুৰৰ মিছামাৰীত দুদিনীয়া কাৰ্যসূচীৰে অষ্টম বাৰ্ষিক তিহাৰ সমাৰোহ

    গোৰ্খা সম্প্ৰদায়ৰ লোক-সংস্কৃতি আৰু ঐতিহ্যক জীয়াই ৰখাৰ উদ্দেশ্যে গহপুৰৰ মিছামাৰী ভানু ভৱন প্ৰাংগণত অষ্টম বাৰ্ষিক তিহাৰ সমাৰোহৰ আয়োজন কৰা হৈছ…

  18. কাঠ কঢ়িওৱা বাহনৰ চালকৰ পৰা ধন দাবীৰ অভিযোগত মৰিগাঁৱৰ বিশ্বজ্যোতি নাথ গ্ৰেপ্তাৰ

    মৰিগাঁও: কাঠ কঢ়িওৱা এখন বাহনৰ চালকৰ পৰা ধন দাবী কৰাৰ অভিযোগত মৰিগাঁৱৰ বিশ্বজ্যোতি নাথক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। মিকিৰভেটা থানাত ৰুজু হোৱা…