অসম

  1. আইতাকৰ শেষকৃত্যত অংশ ল’বলৈ অমৃতপাল সিঙক এদিনৰ অন্তৱৰ্তীকালীন জামিন

    আইতাক চৰণ কৌৰৰ শেষকৃত্যত অংশগ্ৰহণৰ বাবে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী অমৃতপাল সিঙক এদিনৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰিছে অমৃতসৰৰ এখন…

  2. কাজিৰঙাৰ ৰঙাজানত ভয়ংকৰ পথ দুৰ্ঘটনা, ২৫ জন লোকৰ মৃত্যু

    ৰঙাজানত যাত্ৰীবাহী ট্ৰেভেলাৰে কণ্টেইনাৰ বাহনক খুন্দা মৰাত ২৫ জনতকৈ অধিক লোকৰ মৃত্যু হোৱা বুলি প্ৰাথমিকভাৱে জানিব পৰা গৈছে। উদ্ধাৰ অভিযান অব্…

  3. ‘শিল-কয়লা খনন কৰিবলৈ দিয়া নহ'ব’: চিতু বৰুৱা

    ১৯ জুলাইৰ প্ৰলয়ংকাৰী বানৰ অভিজ্ঞতাৰ কথা উল্লেখ কৰি বৈধ বা অবৈধ কোনো ধৰণৰ শিল-কয়লা খনন কৰিবলৈ দিয়া নহ'ব বুলি সকীয়নি দিছে চিতু বৰুৱাই।

  4. ১৪ ডিচেম্বৰৰ পৰা অসম বিধানসভাৰ শীতকালীন অধিৱেশন

    ১৪ ডিচেম্বৰৰ পুৱা ৯.৩০ বজাত আৰম্ভ হ'ব অসম বিধানসভাৰ শীতকালীন অধিৱেশন। অধিৱেশনত ২০২৬-২৭ বিত্তীয় বৰ্ষৰ পৰিপূৰক বাজেট উত্থাপনৰ সম্ভাৱনা আছে।

  5. ৪৬ দিনত ভৰি দিলে চিচিবৰগাঁৱৰ সমজিলা কাৰ্যালয়ৰ দাবীত আন্দোলনে

    চিচিবৰগাঁৱত সমজিলা কাৰ্যালয় স্থাপনৰ দাবীত চলি থকা আন্দোলনে ৪৬ দিন সম্পূৰ্ণ কৰিছে। তিনিদিনৰ ভিতৰত পদক্ষেপ গ্ৰহণ নকৰিলে সাংসদ প্ৰদান বৰুৱাৰ ব…

  6. উচ্ছেদৰ বিৰুদ্ধে ১৯ নৱেম্বৰত দিল্লীত প্ৰতিবাদৰ ঘোষণা এবিএমএছইউৰ

    সংখ্যালঘু সম্প্ৰদায়ক বাছি বাছি উচ্ছেদ চলোৱাৰ অভিযোগ তুলি ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ পুনৰ সংস্থাপনৰ দাবী কৰিছে এবিএমএছইউৱে।

  7. হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২৭ৰ প্ৰ-পত্ৰ পূৰণৰ সময়সীমা বৃদ্ধি

    হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২৭ৰ প্ৰ-পত্ৰ পূৰণৰ অন্তিম তাৰিখ ১৭ নৱেম্বৰলৈ বৃদ্ধি কৰিছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে।

  8. জাগীৰোডত কেইবাটাও দাবীৰে তিৱা সংগঠনৰ গণধৰ্ণা

    কেইবাটাও দাবীৰে জাগীৰোডত গণধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে তিৱা জনগোষ্ঠীৰ চাৰিটা সংগঠনে। দাবী পূৰণ নহ’লে তীব্ৰ আন্দোলনৰ হুংকাৰ দিছে সংগঠনকেইটাই।

  9. শ্ৰীভূমিত ভয়ংকৰ হত্যাকাণ্ড! দুই ভাতৃক হত্যা, পিতৃ-মাতৃসহ আন এজন ভাতৃক আক্ৰমণ

    দক্ষিণ কৰিমগঞ্জৰ নিলামবজাৰৰ গোলাঘাটত মাজনিশা সংঘটিত আক্ৰমণত দুই নাবালক ভাতৃৰ মৃত্যু হৈছে। পিতৃ-মাতৃ আৰু আন এজন ভাতৃক শিলচৰলৈ প্ৰেৰণ কৰা হৈছে…

  10. লখিমপুৰৰ বগীনদীত উচ্ছেদ অভিযান, ১৩২টা পৰিয়ালৰ বাসগৃহত চলিল বুলড’জাৰ

    লখিমপুৰৰ বগীনদীৰ ১ নং পি জি আৰ ভূমিত শুকুৰবাৰে পুৱাৰে পৰা উচ্ছেদ অভিযান। ১৩২টা পৰিয়ালৰ বাসগৃহ ভাঙি ৩২০ হেক্টৰ ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্য প্…

  11. ভুৱা আলফা দাবীপত্ৰ প্ৰচাৰৰ অভিযোগত ‘বেঙেনা’ক গ্ৰেপ্তাৰ

    ভুৱা আলফা ধন দাবীপত্ৰ প্ৰচাৰ কৰি ব্যৱসায়ীসকলৰ মাজত আতংক সৃষ্টিৰ অভিযোগত মৃদুপৱন বৰা ওৰফে বেঙেনাক গ্ৰেপ্তাৰ কৰিছে চৰাইদেউ আৰক্ষীয়ে।

  12. মাৰ্ঘেৰিটাত গোৰ্খা সাংস্কৃতিক ঐতিহ্যৰ বৰ্ণাঢ্য প্ৰতিফলন, আগছুৰ উদ্যোগত সমূহীয়া ভাতৃ দ্বিতীয়া উদযাপন।

    তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ ইণ্ডিয়া ক্লাৱত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু জিলা সমিতিৰ আতিথ্যত উলহ-মালহেৰে সমূহীয়া…

  13. "CAA আমি মনা নাই, CAA আমি কেতিয়াও নামানো"; পুনৰ সৰৱ ছাত্ৰনেতা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

    নাগৰিকত্ব সংশোধনী আইন (CAA) কেতিয়াও মানি নলয় বুলি স্পষ্ট কৰিলে আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। অসমৰ বাকী ২৮খন জিলাৰ পৰ…

  14. ভুৱা ধন দাবী পত্ৰ প্ৰচাৰৰ অভিযোগত চৰাইদেউত এজন গ্ৰেপ্তাৰ

    নিষিদ্ধ ঘোষিত সংগঠনৰ নামত ভুৱা ধন দাবী পত্ৰ প্ৰচাৰৰ অভিযোগত মৃদুপৱন বৰা নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে চৰাইদেউ আৰক্ষীয়ে।

  15. ডিগবৈ মহিলা মহাবিদ্যালয়ৰ ছাত্ৰী একতা সভাৰ নিৰ্বাচন সম্পন্ন, সভানেত্ৰী তনুশ্ৰী চাংমাই আৰু সম্পাদিকা জুপিতৰা গগৈ

    ডিগবৈ মহিলা মহাবিদ্যালয়ৰ ২০২৬–২৭ বৰ্ষৰ ছাত্ৰী একতা সভাৰ নিৰ্বাচনত তনুশ্ৰী চাংমাই সভানেত্ৰী আৰু জুপিতৰা গগৈ সাধাৰণ সম্পাদিকা নিৰ্বাচিত হয়।…

  16. ভূমি পট্টা, জনজাতিকৰণ আৰু মজুৰি বৃদ্ধিৰ দাবীত বিহালীত চাহ জনগোষ্ঠীৰ তিনি ঘণ্টীয়া ধৰ্ণা

    ভূমিৰ পট্টা, জনজাতিকৰণ আৰু দৈনিক মজুৰি বৃদ্ধিৰ দাবীত বিহালীত অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু মহিলা সমিতিয়ে তিনি ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপ…

  17. উপিপিএলৰ পঞ্চম ত্ৰিবাৰ্ষিক অধিৱেশন, অংশ ল’ব ৩ হাজাৰৰো অধিক প্ৰতিনিধিয়ে

    ওদালগুৰি জিলাৰ খাগ্ৰাবাৰী জনতা হাইস্কুলৰ খেলপথাৰত আজিৰে পৰা আৰম্ভ হ’ব ইউপিপিএলৰ পঞ্চম ত্ৰিবাৰ্ষিক অধিৱেশন। দুদিনীয়া অধিৱেশনত ৩,০০০ৰো অধিক প…

  18. ডিগবৈ মহাবিদ্যালয়ত ভাৰত-ম্যানমাৰ সীমান্ত বাণিজ্য আৰু সম্পৰ্ক বিষয়ক আন্তঃমহাবিদ্যালয় কুইজ প্ৰতিযোগিতা

    ডিগবৈ মহাবিদ্যালয়ত ভাৰত-ম্যানমাৰ সীমান্ত বাণিজ্য আৰু সম্পৰ্ক বিষয়ক আন্তঃমহাবিদ্যালয় কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাত ডিগবৈ মহা…

  19. চাহ শ্ৰমিকৰ ভূমি পট্টা, জনজাতিকৰণ আৰু মজুৰি বৃদ্ধিৰ দাবীত মাকুমত আটছাৰ দুই ঘণ্টীয়া প্ৰতিবাদ।

    চাহ শ্ৰমিকসকলক ভূমি পট্টা প্ৰদান, চাহ জনগোষ্ঠীক জনজাতিকৰণ আৰু দৈনিক মজুৰি বৃদ্ধিৰ দাবীত আজি অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা)ই ৰাজ্যজুৰি ৰূপ…