ৰঙাজান দুৰ্ঘটনাত ২৬ নিহত, ২১ জনৰ পৰিচয় প্ৰকাশ
কাজিৰঙাৰ ৰঙাজানত ট্ৰেভেলাৰ আৰু কণ্টেইনাৰ ট্ৰাকৰ মুখামুখি সংঘৰ্ষত নিহতৰ সংখ্যা ২৬লৈ বৃদ্ধি পাইছে। নিহত ২১ জনৰ পৰিচয় প্ৰকাশ কৰা হৈছে।
গুৰুত্বপূৰ্ণ খবৰ ফোন বা কম্পিউটাৰত পোনপটীয়াকৈ পাওক।
কাজিৰঙাৰ ৰঙাজানত ট্ৰেভেলাৰ আৰু কণ্টেইনাৰ ট্ৰাকৰ মুখামুখি সংঘৰ্ষত নিহতৰ সংখ্যা ২৬লৈ বৃদ্ধি পাইছে। নিহত ২১ জনৰ পৰিচয় প্ৰকাশ কৰা হৈছে।
৩০ নৱেম্বৰত হ'বলগীয়া MAc আৰু SKAcৰ সাধাৰণ নিৰ্বাচনৰ বাবে দাখিল হোৱা মনোনয়ন-পত্ৰসমূহৰ পৰীক্ষা-নিৰীক্ষা সম্পন্ন হৈছে।
ৰাষ্ট্ৰীয় নিৰাপত্তা কেৱল সীমান্ত সুৰক্ষাত সীমাবদ্ধ নহয় বুলি গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত বিশেষ বক্তৃতানুষ্ঠানত কয় গজৰাজ ক'ৰ্পছৰ জিঅ'…
প্ৰধান শিক্ষয়িত্ৰী আৰু কেৰাণীৰ গাফিলতিত ৪০ গৰাকী শিক্ষাৰ্থী মেট্ৰিকৰ পঞ্জীয়নৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উঠিছে।
লখিমপুৰৰ বগীনদীৰ ১ নং আৰু ২ নং পিজিআৰৰ ১৯ বিঘা ভূমিত উচ্ছেদ অভিযান চলাই প্ৰশাসনে মছজিদ, পকী ঘৰকে ধৰি বিভিন্ন নিৰ্মাণ ভাঙি পেলায়।
কাজিৰঙাৰ ৰঙাজানত পথ দুৰ্ঘটনাত নিহত প্ৰতিগৰাকী লোকৰ পৰিয়ালক কমেও ২৫ লাখ টকাকৈ ক্ষতিপূৰণ দিবলৈ দাবী জনাইছে অখিল গগৈয়ে।
এনআৰচি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ দাবীত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক চাপ দিবলৈ আছুক আহ্বান জনাইছে অসম প্ৰদেশ কংগ্ৰেছে।
ৰঙাজানৰ পথ দুৰ্ঘটনাক লৈ ঘাইপথ নিৰ্মাণৰ মান, দুৰ্নীতি আৰু ৰক্ষণাবেক্ষণ ব্যৱস্থাক সমালোচনা কৰিছে সাংসদ গৌৰৱ গগৈয়ে।
ৰঙাজানৰ শোকাৱহ দুৰ্ঘটনাৰ পাছত ট্ৰেভেলাৰখনৰ অত্যধিক গতিবেগকে ধৰি একাধিক ট্ৰেফিক নিয়ম উলংঘাৰ তথ্য পোহৰলৈ আহিছে।
ৰঙাজান পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহতসকলক শীঘ্ৰে উন্নত চিকিৎসা দিয়াৰ লগতে নিহত ২৩জনৰ পৰিয়ালৰ সম্পূৰ্ণ দায়িত্ব লোৱাৰ দাবী এজেপিৰ।
মাৰাত্মক কাজিৰঙা দুৰ্ঘটনাত ট্ৰেভেলাৰখন ভুল লেনত তীব্ৰ বেগে আহি ট্ৰাকখনত খুন্দা মাৰিছিল বুলি ট্ৰাকচালকজনে অভিযোগ কৰিছে।
কাজিৰঙাৰ ৰঙাজানত ট্ৰেভেলাৰ আৰু কণ্টেইনাৰ ট্ৰাকৰ মুখামুখি সংঘৰ্ষত ২৩জন লোকৰ মৃত্যু হৈছে। কেইবাজনো আহতক উন্নত চিকিৎসাৰ বাবে যোৰহাটলৈ প্ৰেৰণ কৰ…
কাজিৰঙাৰ পথ দুৰ্ঘটনাত আহতসকলৰ চিকিৎসাৰ বাবে প্ৰয়োজন হ'লে ৰক্তদান কৰিব সদৌ অসম ছাত্ৰ সন্থা আৰু অসম সেনাই।
লখিমপুৰত কৃষক পঞ্জীয়ন প্ৰক্ৰিয়াৰ ৮১ শতাংশ সম্পূৰ্ণ হোৱাত ১৫ জানুৱাৰীৰ ভিতৰত দৈনিক কমেও ৪০০জন কৃষকৰ পঞ্জীয়ন সম্পন্ন কৰাৰ নিৰ্দেশ দিয়ে মন্…
দখলা উপৰহালিত ত্ৰিমূৰ্তি শিখৰ উদ্যোগৰ প্ৰদূষণৰ অভিযোগত মূল গেট ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে।
গহপুৰৰ ভোলাগুৰি চাহ বাগিচাত নিৰ্মীয়মাণ বিশ্ববিদ্যালয়খনৰ প্ৰায় ২৫ৰ পৰা ৩০ শতাংশ কাম সম্পূৰ্ণ হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জনায়।
ৰৌতা গ্ৰাম্য সুৰক্ষা সমিতিয়ে পৌৰসভাখন ভংগৰ দাবীত বৃহৎ অৱস্থান ধৰ্মঘট পালন কৰিছে। উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰাৰ কথাও জনাইছে সমিতিখনে।
কাজিৰঙাৰ ৰঙাজানত ট্ৰেভেলাৰ আৰু কণ্টেইনাৰ ট্ৰাকৰ সংঘৰ্ষত ২৩গৰাকীৰ মৃত্যুৰ প্ৰাথমিক তথ্য। আহতসকলৰ উন্নত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ আহ্বান মুখ্যম…
মৰিগাঁও জিলাৰ জাগীৰোডৰ শিলচাঙত এটা বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ হৈছে। হাতীটোৰ মূৰত গুলী থকাৰ কথা নিশ্চিত হোৱাৰ পিছত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
এয়াৰটেলৰ প্ৰতিষ্ঠাপক তথা অধ্যক্ষ সুনীল ভাৰতী মিত্তলে টেলিকম আন্তঃগাঁথনিৰ ব্যয় বহনৰ বাবে প্ৰতিগৰাকী গ্ৰাহকৰ পৰা মাহে গড়ে ৩৫০ টকা উপাৰ্জন হ…