আন্তঃৰাষ্ট্ৰীয়

বাংলাদেশত হিন্দুৰ ওপৰত নিৰ্যাতন: হিন্দুসকলক ৰাজপথলৈ ওলাই আহিবলৈ আহ্বান পশ্চিমবংগ বিজেপিৰ সভাপতি শমিক ভট্টাচাৰ্যৰ

বাংলাদেশত হিন্দুসকলৰ ওপৰত চলা নিৰ্যাতনৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিবলৈ আহ্বান জনাইছে পশ্চিমবংগ বিজেপিৰ সভাপতি শমিক ভট্টাচাৰ্যই।

  1. অৰুণাচলৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত উত্তেজনা হ্ৰাসৰ লক্ষ্যৰে ভাৰত-চীনৰ মাজত ১০ দিনীয়া আলোচনা সম্পন্ন

    অৰুণাচল প্ৰদেশৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত সংঘাত ৰোধ আৰু উত্তেজনা হ্ৰাসৰ উদ্দেশ্যে ভাৰত আৰু চীনৰ সেনাৰ মাজত দ্বিতীয় পৰ্যায়ৰ ক'ৰ্পছ কমাণ্ডাৰ প…

  2. পত্নীক নিচাযুক্ত দ্ৰব্য খুৱাই ১৩ বছৰ ধৰি অচিনাকি পুৰুষৰ দ্বাৰা ধৰ্ষণ কৰোৱালে স্বামীয়ে, অনলাইনযোগে ঘৰলৈ মাতিছিল লোকক

    যুক্তৰাজ্যত পত্নীক নিচাযুক্ত দ্ৰব্য খুৱাই প্ৰায় ১৩ বছৰ ধৰি ধৰ্ষণ আৰু নিৰ্যাতন চলোৱাৰ গোচৰত চাৰিজন লোকক দোষী সাব্যস্ত কৰিলে আদালতে।

  3. ইজৰাইলত চৰকাৰ গঠনৰ তৎপৰতা: নেতানিয়াহুৰ দলক আলোচনালৈ আমন্ত্ৰণ গাডি আইজেনকটৰ

    ইজৰাইলত নতুন চৰকাৰ গঠনৰ বাবে প্ৰাক্তন সেনা প্ৰধান গাডি আইজেনকটে বেঞ্জামিন নেতানিয়াহুৰ লিকুড দলক আলোচনালৈ আমন্ত্ৰণ জনাইছে।

  4. বাংলাদেশত পুনৰ ৰাজনৈতিক হিংসা: আৱামী লীগ নেতাৰ ঘৰত অগ্নিসংযোগ, কেইবাখনো জিলাত উত্তেজনা

    বাংলাদেশৰ নাৰাইল জিলাত আৱামী লীগৰ নেতা-কৰ্মীৰ ঘৰত ভয়ংকৰ অগ্নিসংযোগ আৰু লুটপাত। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে দেশজুৰি নিৰাপত্তাৰক্ষী মোতায়েন।

  5. দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত নেপালৰ প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহ

    দুদিনীয়া ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হৈছে নেপালৰ প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে উচ্চপৰ্যায়ৰ বৈঠকত ম…

  6. ভাৰতৰ ৭ শতাংশ বিকাশৰ হাৰক প্ৰশংসা ড’নাল্ড ট্ৰাম্পৰ, ৰাহুল গান্ধীক বিজেপিৰ কটাক্ষ

    ভাৰতৰ ৭ শতাংশ বিকাশৰ হাৰক আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে প্ৰশংসা কৰাৰ পিছতে ৰাহুল গান্ধীক কটাক্ষ কৰিছে বিজেপিয়ে।

  7. ২০বাংলাদেশীক বাংলাদেশলৈ পুছবেক কৰাত বাধা BGBৰ; ভাৰত-বাংলাদেশ সীমান্তত উত্তেজনা

    ভাৰত-বাংলাদেশ সীমান্তৰ বৰলেখাত ২০ জন লোকক বাংলাদেশলৈ ওভতাই পঠোৱাৰ চেষ্টা বিজিবিৰ বাধাৰ বাবে বিফল হোৱা বুলি দাবী কৰা হৈছে।

  8. পন্নুনক হত্যাৰ ষড়যন্ত্ৰ: আমেৰিকাত ভাৰতীয় নাগৰিক নিখিল গুপ্তাক কাৰাদণ্ড

    শিখ বিচ্ছিন্নতাবাদী গুৰপতৱন্ত সিং পন্নুনক হত্যাৰ ষড়যন্ত্ৰৰ গোচৰত নিখিল গুপ্তাক ১৯ বছৰ ৭ মাহৰ কাৰাদণ্ড বিহিছে আমেৰিকাৰ আদালতে।

  9. দিল্লীত উপস্থিত পাকিস্তানৰ মন্ত্ৰী মুছাদ্দিক মালিক, নাপালে তাজমহল ভ্ৰমণৰ অনুমতি

    এছচিঅ'ৰ সন্মিলনত ভাগ ল'বলৈ দিল্লীত উপস্থিত পাকিস্তানৰ মন্ত্ৰী মুছাদ্দিক মালিক। তাজমহল আৰু নিজামুদ্দিন দৰগাহ দৰ্শনৰ অনুমতি নিদিলে ভাৰতে।

  10. ৰোহিংগীয়া গণহত্যাৰ বাবে ম্যানমাৰক দোষী সাব্যস্ত ICJৰ; ক্ষতিপূৰণ আৰু নিৰাপদ প্ৰত্যাৱৰ্তনৰ নিৰ্দেশ

    ২০১৭ চনৰ সামৰিক অভিযানত গণহত্যা সংঘটিত কৰাৰ দায়ত ম্যানমাৰক দায়ী সাব্যস্ত কৰি ক্ষতিপূৰণ, পুনৰুদ্ধাৰ আৰু নিৰাপদ প্ৰত্যাৱৰ্তনৰ ব্যৱস্থা গ্ৰহণ…

  11. মালয়েছিয়াত ভাৰতীয় নাগৰিকৰ ভিছা বিহীন প্ৰৱেশৰ সুবিধা বন্ধ, ২০২৭ৰ ১ জানুৱাৰীৰ পৰা বাধ্যতামূলক

    ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা মালয়েছিয়া ভ্ৰমণৰ বাবে ভাৰতীয় পাছপ’ৰ্টধাৰীৰ আগতীয়া ভিছা বাধ্যতামূলক হ’ব। ১ ডিচেম্বৰৰ পৰা অনলাইনযোগে আবেদন কৰিব প…

  12. খাদ্যৰ সন্ধানত অৰণ্যৰ পৰা ওলাই আহিল প্ৰায় ২০জন আওয়া আদিবাসী

    ব্ৰাজিলৰ আমাজন অৰণ্যত বিচ্ছিন্ন জীৱন কটোৱা প্ৰায় ২০জন আওয়া আদিবাসী খাদ্যৰ সন্ধানত এখন গাঁৱলৈ আহি উপস্থিত হয়।

  13. বহুমেৰুবিশিষ্ট বিশ্ব গঢ়াত ভাৰত-জাপানৰ সহযোগিতা গুৰুত্বপূৰ্ণ: জয়শংকৰ

    টকিঅ’ত ভাৰত-জাপানৰ ২+২ বৈঠকৰ অন্তত এছ জয়শংকৰে বহুমেৰুবিশিষ্ট এছিয়া আৰু বিশ্ব গঢ়াত দুয়োখন দেশৰ সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

  14. ২০৩৫ চনতে বিশ্বৰ সৰ্ববৃহৎ ধৰ্ম হ’ব পাৰে ইছলাম! খ্ৰীষ্টান ধৰ্মক অতিক্ৰম কৰাৰ সম্ভাৱনা

    জনসংখ্যাগত প্ৰক্ষেপণ অনুসৰি, মুছলমান জনসংখ্যা তুলনামূলকভাৱে দ্ৰুতগতিত বৃদ্ধি পোৱাত ২০৩৫ৰ ভিতৰত ইছলামে খ্ৰীষ্টান ধৰ্মক অতিক্ৰম কৰিব পাৰে।

  15. চীনত মুখামুখি ট্ৰাম্প-পুটিন! ‘মোৰ বন্ধু পুটিন’ বুলি সম্বোধন ট্ৰাম্পৰ

    এপেক সন্মিলনৰ সমান্তৰালভাৱে শ্বেনঝেনত সাক্ষাৎ কৰে ড’নাল্ড ট্ৰাম্প আৰু ভ্লাদিমিৰ পুটিনে। পুটিনক ‘মোৰ বন্ধু’ বুলি সম্বোধন কৰে ট্ৰাম্পে।

  16. “আমি যি কৰিব পাৰোঁ, আন কোনো দেশে সেয়া কৰিব নোৱাৰে।” ; ছি জিনপিঙক ক’লে ট্ৰাম্পে

    ছি জিনপিঙৰ সৈতে বৈঠকত ড’নাল্ড ট্ৰাম্পে আমেৰিকা-চীনৰ বাণিজ্যিক সম্পৰ্কত ভাৰসাম্য ঘূৰি অহাৰ দাবী কৰে।

  17. চীনত ট্ৰাম্প, ছি জিনপিং আৰু পুটিনৰ ঐতিহাসিক ত্ৰিপাক্ষিক বৈঠক; ইৰান যুদ্ধ, ইউক্ৰেইন আৰু বিশ্ব বাণিজ্যক লৈ চৰ্চা

    এপেক শীৰ্ষ সন্মিলনৰ সমান্তৰালভাৱে বৃহস্পতিবাৰে চীনৰ শ্বেনঝেনতচীনত ট্ৰাম্প, ছি জিনপিং আৰু পুটিনৰ ঐতিহাসিক ত্ৰিপাক্ষিক নেতাৰ বৈঠক অনুষ্ঠিত ।

  18. বাংলাদেশত পুনৰ ৰাজনৈতিক হিংসা, মুহাম্মদ ইউনুছৰ পৈতৃক বাসগৃহত অগ্নিসংযোগ; শান্তিৰ আহ্বান তাৰেক ৰহমানৰ

    বাংলাদেশত ৰাজনৈতিক হিংসাৰ মাজতে মুহাম্মদ ইউনুছৰ চট্টগ্ৰামস্থিত পৈতৃক বাসগৃহত অগ্নিসংযোগ কৰা হৈছে। বিগত দুদিনত কমেও চাৰিজন লোকৰ মৃত্যু হৈছে।

  19. ‘ভাৰত বিৰোধী প্ৰচাৰৰ নেতা’ আখ্যাৰে ৰাহুল গান্ধীক BJPৰ সমালোচনা, কলম্বিয়া বিশ্ববিদ্যালয়ত কৰা মন্তব্যক লৈ বিতৰ্ক

    কলম্বিয়া বিশ্ববিদ্যালয়ত ভাৰতৰ অৰ্থনীতি সন্দৰ্ভত ৰাহুল গান্ধীৰ মন্তব্যক ‘ভাৰতবিৰোধী প্ৰচাৰ’ বুলি সমালোচনা কৰিছে বিজেপিয়ে।