'শুদ্ধ NRCৰ লগতে SIRৰো লাগিব অসমত'; দিল্লীৰ পৰা হুংকাৰ ছাত্ৰনেতা সমুজ্জ্বল ভট্টাচাৰ্যৰ
অসম চুক্তিৰ আধাৰত ভোটাৰ তালিকাৰ বিশেষ নিবিড় সংশোধন আৰু সৰ্বোচ্চ ন্যায়ালয়ৰ তদাৰকত এনআৰচি পুনৰীক্ষণৰ দাবী জনাইছে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য…
গুৰুত্বপূৰ্ণ খবৰ ফোন বা কম্পিউটাৰত পোনপটীয়াকৈ পাওক।
NewzNow-ৰ সকলো শেহতীয়া খবৰ, সময় অনুসৰি।
অসম চুক্তিৰ আধাৰত ভোটাৰ তালিকাৰ বিশেষ নিবিড় সংশোধন আৰু সৰ্বোচ্চ ন্যায়ালয়ৰ তদাৰকত এনআৰচি পুনৰীক্ষণৰ দাবী জনাইছে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য…
এনআৰচি পুনৰীক্ষণৰ দাবীত আছুৰ আবেদন শুনানিৰ বাবে গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰলৈ উত্তৰ দিবলৈ জাননী জাৰি কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে…
হৰমুজ প্ৰণালীত পানামাৰ পতাকাবাহী ‘তাৰা গেছ’ নামৰ এলপিজি টেংকাৰখনত ক্ষেপণাস্ত্ৰ আক্ৰমণ সংঘটিত হৈছে। জাহাজখনৰ ২৪জন ভাৰতীয়সহ ২৫জন ক্ৰু সদস্য স…
উমৈহতীয়া দেৱানী বিধি বলৱৎ হ’লে বিভিন্ন ধৰ্ম-সম্প্ৰদায়ৰ ৰীতি-নীতি আৰু সাংবিধানিক অধিকাৰ ক্ষতিগ্ৰস্ত হ’ব বুলি দাবী কৰিছে আপৰ সাংসদ সঞ্জয় সি…
এনআৰচি পুনৰ পৰীক্ষাৰ দাবীত আছুৰ আবেদন শুনানিৰ বাবে গ্ৰহণ কৰি অসম আৰু কেন্দ্ৰীয় চৰকাৰলৈ জাননী জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে।
মঙলবাৰে গুৱাহাটীত পুনৰ হ্ৰাস পালে সোণৰ দাম। ২২ কেৰেট সোণৰ প্ৰতিগ্ৰাম ১২,৩২৪ টকা আৰু ২৪ কেৰেট সোণৰ প্ৰতিগ্ৰাম ১৩,৪৫৪ টকা হৈছে।
লক্ষীপুৰ আৰক্ষী থানাৰ খিৰিকীৰ গ্ৰীল ভাঙি পলায়ন কৰা দুই অভিযুক্তক চাৰিদিনীয়া অভিযানৰ অন্তত গুৱাহাটীৰ পৰা পুনৰ গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
চৰকাৰী ভূমি বেদখল আৰু উচ্ছেদ অভিযানক লৈ গৌৰৱ গগৈৰ স্থিতিক সমালোচনা কৰিছে বিজেপি বিধায়ক ভূপেন বৰাই।
দুলীয়াজানৰ কমলাবাৰীত একেটা পৰিয়ালৰ তিনিগৰাকী সদস্যৰ মৃতদেহ উদ্ধাৰৰ ঘটনাত দুই মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
দুজন বন কৰ্মচাৰীৰ বদলি কাৰ্যকৰী নোহোৱাৰ অভিযোগ তুলি বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ হস্তক্ষেপ দাবী কৰিছে অসম যুৱ মঞ্চই।
লখিমপুৰৰ উচ্ছেদস্থলী পৰিদৰ্শন কৰি কংগ্ৰেছৰ এটা দলে ক্ষতিগ্ৰস্ত লোকসকলক উচ্ছেদৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিবলৈ আহ্বান জনায়।
বিলকিছ বানু গোচৰত দোষী সাব্যস্ত দুজনৰ যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি স্থগিত ৰাখি জামিন প্ৰদান কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে। নিৰ্দেশটোক আইনীভাৱে প্…
ওদালগুৰি জিলাৰ ১০খন থানাত চলোৱা অভিযানত আৰক্ষীয়ে ৭৭খন বাইক-স্কুটি আৰু ৮৩জন লোকক আটক কৰিছে।
২০১৮ চনৰ ৬,০০০ টকাৰ উৎকোচ গ্ৰহণৰ গোচৰত গুৱাহাটীৰ বিশেষ আদালতে প্ৰাক্তন হাবিলদাৰ হানিফ আলীক দোষমুক্ত ঘোষণা কৰিছে।
লখিমপুৰৰ বৰবিলত প্ৰায় ১৭ বিঘা ভূমিত বসবাস কৰি অহা ৪২টা পৰিয়ালৰ বাসগৃহ উচ্ছেদৰ অভিযান আৰম্ভ কৰিছে জিলা প্ৰশাসনে।
আইচিচিৰ ব’ৰ্ডৰ বৈঠকত জয় শ্বাহক দ্বিতীয়টো কাৰ্যকালৰ বাবে বিনা প্ৰতিদ্বন্দ্বিতাৰে পুনৰ নিযুক্তি দিয়া হৈছে।
মৰিগাঁৱৰ দলবাৰীৰ আশ্ৰাফুল ইছলাম হত্যাকাণ্ডৰ অভিযোগত জাগীৰোড আৰক্ষীয়ে তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে। ঘটনাটোৰ তদন্ত অব্যাহত আছে।
ন্যূনতম মাহিলী দৰমহা ৩০ হাজাৰ টকালৈ বৃদ্ধিৰ দাবীত বাংলাদেশত গাৰ্মেণ্ট শ্ৰমিকৰ প্ৰতিবাদ তীব্ৰতৰ হৈছে।
ডাৱৰীয়া বতৰৰ মাজতে আজি সন্ধিয়া গুৱাহাটীত সংগীতানুষ্ঠান পৰিৱেশন কৰিব বিশ্ববিখ্যাত আমেৰিকান ৰক বেণ্ড গানছ এন ৰ’জেছে।
দুলীয়াজানৰ কমলাবাৰীত একেটা পৰিয়ালৰ তিনিগৰাকী সদস্য নিহত হোৱাৰ ঘটনাত আৰক্ষীয়ে ৰাজু দাসক মূল সন্দেহযুক্ত অভিযুক্ত হিচাপে চিনাক্ত কৰিছে।
তেহৰি গাৰহোৱাল জিলাত দলঙৰ পৰা প্ৰায় ১০০ মিটাৰ তলৰ খাৱৈত যাত্ৰীবাহী বাছ পৰি কমেও ৬ জনৰ মৃত্যু হৈছে।
ইম্ফল পূব জিলাৰ নিউ চেকন অঞ্চলত অভিযান চলাই নিষিদ্ধ কেওৱাইকেএলৰ দুজন সদস্যক গ্ৰেপ্তাৰ কৰা হৈছে। তিনিটা পিষ্টলসহ গুলী-বাৰুদ জব্দ কৰা হয়।
বন্ধুৰ সৈতে ফুৰিবলৈ যোৱাৰ পাছত গণ্ডিয়াৰ অৰণ্যত বৰ্ষা তুৰকাৰৰ ৰক্তাক্ত মৃতদেহ উদ্ধাৰ হৈছে। হত্যাৰ সন্দেহত আৰক্ষীয়ে বন্ধুক আটক কৰি জেৰা চলাই…
লোনীত আৰক্ষীৰ গুলীত দীপক নামৰ এজন অভিযুক্ত আহত হৈছে। তেওঁৰ পৰা সোণৰ চেইন, দেশীয় পিষ্টল আৰু সজীৱ কাৰ্টিজ উদ্ধাৰ কৰা হৈছে।