শেহতীয়া খবৰ

NewzNow-ৰ সকলো শেহতীয়া খবৰ, সময় অনুসৰি।

  1. দেশ

    গুজৰাটৰ গোধৰা কেন্দ্ৰীয় বাছ আস্থানত অগ্নিকাণ্ড

    গুজৰাটৰ গোধৰা কেন্দ্ৰীয় বাছ আস্থানত সংঘটিত অগ্নিকাণ্ডত কেইবাখনো দোকান, পাৰ্চেল কাৰ্যালয় আৰু নিয়ন্ত্ৰণ কাৰ্যালয় জুইত জাহ যায়।

  2. অসম

    ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ জীয়ৰীৰ বিৰল কৃতিত্ব; NSG-ৰ প্ৰশিক্ষণত শ্ৰেষ্ঠত্ব অৰ্জন দগাঁৱৰ ছাবিনা ইয়াছমিনৰ!

    NSG-ৰ প্ৰথম মহিলা কমাণ্ডো প্ৰশিক্ষণত শ্ৰেষ্ঠত্ব অৰ্জন নগাঁও জিলাৰ জুৰীয়াৰ দগাঁৱৰ ছাবিনা ইয়াছমিনৰ!

  3. দেশ

    ৰাজীৱ-ছোনিয়াৰ প্ৰেমৰ কাহিনী কেম্ব্ৰিজৰ ভাৰ্ছিটি ৰেষ্টুৰেণ্টৰ সৈতে জড়িত!

    নতুন দিল্লীত ছোনিয়া গান্ধীৰ ‘বিলঙিং: এ জাৰ্নি অৱ লাভ’ উন্মোচন। ভাৰতত আপোনত্ব বিচাৰি পোৱাৰ যাত্ৰা, ৰাজীৱ গান্ধীৰ সৈতে সম্পৰ্ক আৰু পৰিয়ালৰ ক…

  4. অসম

    কঠোৰ মুখ্যমন্ত্ৰী: গোলাঘাটৰ ডি.টি.অ. ৰাজীৱ পেগুক নিলম্বনৰ নিৰ্দেশ

    কৰ্তব্যত গাফিলতিৰ অভিযোগত গোলাঘাটৰ জিলা পৰিবহণ বিষয়া ৰাজীৱ পেগুক নিলম্বনৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে। দুসপ্তাহৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দা…

  5. অসম

    কাজিৰঙা দুৰ্ঘটনা: জীৱিত উদ্ধাৰ শিশুটি দেৱ গোৱালা, অভিভাৱক জে এম চি এইচত

    ১৩ নৱেম্বৰৰ কাজিৰঙা পথ দুৰ্ঘটনাত জীৱিত উদ্ধাৰ হোৱা দুই বছৰীয়া দেৱ গোৱালাৰ পৰিচয় নিশ্চিত হৈছে। তেওঁৰ পিতৃ-মাতৃ ৰাহুল আৰু নিকিতা গোৱালা জে এ…

  6. অসম

    অসমত ৩.১৬ লাখ হেক্টৰৰো অধিক বনভূমি বেদখলৰ কবলত: মুখ্যমন্ত্ৰী

    ৰাজ্য চৰকাৰে বিগত পাঁচ বছৰত ১৮ হাজাৰ হেক্টৰৰো অধিক বনভূমি বেদখলমুক্ত কৰিছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনায়।

  7. আন্তঃৰাষ্ট্ৰীয়

    মিলিত হ’ব ছি-জিনপিং, ট্ৰাম্প আৰু পুটিন; ১৯ নৱেম্বৰত চীনত প্ৰথম ত্ৰিপাক্ষিক সন্মিলন

    চীনৰ শেনঝেনত ১৯ নৱেম্বৰত প্ৰথমবাৰৰ বাবে একেলগে বৈঠকত মিলিত হ’ব ছি জিনপিং, ড’নাল্ড ট্ৰাম্প আৰু ভ্লাদিমিৰ পুটিন।

  8. আন্তঃৰাষ্ট্ৰীয়

    ‘জীৱিত অৱস্থাত উভতি আহিব পাৰিম নে নাই নাজানো’, চিকিৎসাৰ দাবীত আদালতৰ কাষ চাপিল ইমৰান খান

    কাৰাগাৰত স্বাস্থ্যৰ অৱনতি ঘটাৰ অভিযোগেৰে পাকিস্তানৰ শীৰ্ষ আদালতসমূহলৈ মুকলি পত্ৰ প্ৰেৰণ কৰিছে কাৰাবন্দী প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানে।

  9. অসম

    দুলীয়াজানত একেটা পৰিয়ালৰ তিনিগৰাকীৰ মৃতদেহ উদ্ধাৰ

    দুলীয়াজানৰ কমলাবাৰী অঞ্চলত চন্দ্ৰকান্ত ভূঞা, তেওঁৰ পত্নী এলিজা ভূঞা আৰু কন্যা নীহাৰিকা ভূঞাৰ মৃতদেহ উদ্ধাৰ হৈছে। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছ…

  10. দেশ

    SIRক লৈ নিৰ্বাচন আয়োগক ৪৮টা প্ৰশ্ন বিৰোধীৰ, উচ্চতম ন্যায়ালয়ৰ অনুমতি বিচাৰিলে ৰাহুল গান্ধীসহ ইণ্ডিয়া মিত্ৰজোঁটে

    এছআইআৰ প্ৰক্ৰিয়াক লৈ ৪৮টা প্ৰশ্নৰ উত্তৰ বিচাৰি ৰাহুল গান্ধীসহ ইণ্ডিয়া মিত্ৰজোঁটে সৰ্বোচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছে।

  11. অসম

    দুলীয়াজানৰ কমলাবাৰীত একেটা পৰিয়ালৰ তিনিজনৰ মৃতদেহ উদ্ধাৰ

    দুলীয়াজানৰ কমলাবাৰীত এটা বন্ধ কোঠাৰ ভিতৰত পিতৃ-মাতৃ আৰু কন্যাৰ তেজেৰে লুতুৰি-পুতুৰি মৃতদেহ উদ্ধাৰ হৈছে। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে…

  12. অসম

    বগীনদীৰ ১৩২টা উচ্ছেদিত পৰিয়ালৰ পুনৰসংস্থাপনৰ দাবী কংগ্ৰেছৰ

    বগীনদীত উচ্ছেদিত ১৩২টা পৰিয়ালক সাক্ষাৎ কৰি শীঘ্ৰে স্থায়ী পুনৰসংস্থাপন আৰু ঘৰ সাজি দিয়াৰ দাবী জনালে কংগ্ৰেছৰ প্ৰতিনিধি দলে।

  13. অসম

    ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত গুৱাহাটী প্ৰেছ ক্লাবত আন্তঃসংবাদ মাধ্যম কুইজ প্ৰতিযোগিতা, অংকুৰজ্যোতি-ঝৰণা দল প্ৰথম

    ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত আন্তঃসংবাদ মাধ্যম কুইজত অংকুৰজ্যোতি শৰ্মা আৰু ঝৰণা ভৰালীৰ দলে প্ৰথম স্থান লাভ ক…

  14. দেশ

    ছোনিয়া গান্ধীৰ আত্মজীৱনী উন্মোচনী অনুষ্ঠানত ৰাহুল-প্ৰিয়ংকাসহ বিৰোধী নেতা

    নতুন দিল্লীত ছোনিয়া গান্ধীৰ আত্মজীৱনী ‘বিলঙিং : এ জাৰ্নি অৱ লাভ’ৰ উন্মোচনী অনুষ্ঠানত ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধীসহ কেইবাগৰাকীও বিৰোধী নে…

  15. দেশ

    কুলগামত চি আৰ পি এফৰ ওপৰত আক্ৰমণৰ পাছতে বৃহৎ সন্ত্ৰাসবাদবিৰোধী অভিযান, ৫০০ৰো অধিক লোকক সোধা-পোছা

    কুলগামত চি আৰ পি এফৰ জোৱানক লক্ষ্য কৰি আক্ৰমণৰ পিছত নিৰাপত্তা বাহিনীয়ে বৃহৎ তালাচী অভিযান চলাইছে। ৫০০ৰো অধিক লোকক সোধা-পোছাৰ পিছত মুকলি কৰি…

  16. অসম

    বিভিন্ন সমস্যা সমাধানৰ দাবীৰে মুখ্যমন্ত্ৰীক আজমলৰ সাক্ষাৎ

    উচ্ছেদ অভিযান স্থগিত, উচ্ছেদিত পৰিয়ালৰ পুনৰসংস্থাপন আৰু ভূমিৰ অধিকাৰ সুৰক্ষাৰ দাবীৰে মুখ্যমন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান কৰে বদৰুদ্দিন আজমলে।

  17. অসম

    ধেমাজিত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী মিচিং-সোনোৱাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ দুই প্ৰাৰ্থী

    গোগামুখৰ টংকেশ্বৰ সোণোৱাল আৰু জোনাইৰ বিজয় শইকীয়াই প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰৰ পাছত বিজয়ৰ প্ৰমাণপত্ৰ লাভ কৰে।

  18. অসম

    কাজিৰঙাৰ ভয়ংকৰ দুৰ্ঘটনাৰ পাছত সষ্টম ডিগবৈ আৰক্ষী

    কাজিৰঙাৰ ভয়ংকৰ দুৰ্ঘটনাৰ পাছত ডিগবৈ আৰক্ষীয়ে কেঁচা চাহপাত কঢ়িওৱা বাহনসহ আন যান-বাহনৰ নথি-পত্ৰ আৰু চালকৰ অনুজ্ঞাপত্ৰ পৰীক্ষা কৰি তালাচী অভ…

  19. অসম

    কাজিৰঙা দুৰ্ঘটনাত নিহতৰ পৰিয়াললৈ ৯ লাখ টকাকৈ সাহায্য

    কাজিৰঙাৰ ৰঙাজানত সংঘটিত পথ দুৰ্ঘটনাত নিহত ২৬গৰাকী লোকৰ পৰিয়াললৈ ৯ লাখ টকাকৈ সাহায্য ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

  20. অসম

    ডিগবৈত উলহ-মালহেৰে উদযাপন পৱিত্ৰ ষট্ পূজা

    ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তৈলনগৰী ডিগবৈতো উলহ-মালহেৰে উদযাপন কৰা হয় পৱিত্ৰ ষট্ পূজা। এই উপলক্ষে ডিগবৈৰ ভাচান পুখুৰীৰ পাৰত পৰিলক্ষিত হয়…

  21. অসম

    ডিগবৈত ১ কোটি টকাৰ প্ৰাইজমানিৰে ২৬ তম ছাৰ্ভ মাষ্টাৰ্চ গলফ্ প্ৰতিযোগিতা। দেশী- বিদেশী খেলুৱৈৰ অংশগ্ৰহণ।

    ভাৰতীয় তেল নিগম ( অসম তেল সংমণ্ডল)ৰ উদ্যোগত আজিৰে পৰা ডিগবৈ গলফ্ লিংকত ২১ নৱেম্বৰলৈ ২৬ তম ইণ্ডিয়ান অইল ছাৰ্ভ মাষ্টাৰ্চ গলফ্ প্ৰতিযোগিতা খনি…

  22. আন্তঃৰাষ্ট্ৰীয়

    শেখ হাছিনাক ঘূৰাই পঠিওৱাক লৈ জটিলতা, ভাৰত-বাংলাদেশৰ প্ৰত্যৰ্পণ চুক্তিত কি আছে?

    বাংলাদেশে শেখ হাসিনাক ঘূৰাই বিচৰাৰ মাজতে ভাৰত-বাংলাদেশৰ বন্দী প্ৰত্যৰ্পণ চুক্তিৰ আইনী ব্যতিক্ৰম আৰু প্ৰক্ৰিয়া গুৰুত্বপূৰ্ণ হৈ পৰিছে।