শেহতীয়া খবৰ

NewzNow-ৰ সকলো শেহতীয়া খবৰ, সময় অনুসৰি।

  1. অসম

    জাগীৰোডৰ শিলচাঙত বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ, মূৰত দুটাকৈ গুলীৰ চিন

    মৰিগাঁও জিলাৰ জাগীৰোডৰ শিলচাঙত এটা বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ হৈছে। হাতীটোৰ মূৰত গুলী থকাৰ কথা নিশ্চিত হোৱাৰ পিছত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

  2. অসম

    মোবাইল সেৱাৰ মাচুল বৃদ্ধিৰ পোষকতা এয়াৰটেলৰ অধ্যক্ষ সুনীল মিত্তলৰ

    এয়াৰটেলৰ প্ৰতিষ্ঠাপক তথা অধ্যক্ষ সুনীল ভাৰতী মিত্তলে টেলিকম আন্তঃগাঁথনিৰ ব্যয় বহনৰ বাবে প্ৰতিগৰাকী গ্ৰাহকৰ পৰা মাহে গড়ে ৩৫০ টকা উপাৰ্জন হ…

  3. দেশ

    ৰসগোল্লা মুখত দিয়াৰ লগে লগে বিস্ফোৰণ! মৃত্যু যুৱক

    মধ্যপ্ৰদেশৰ ডিণ্ডোৰীত বোমা লুকুৱাই থোৱা ৰসগোল্লাত কামোৰ দিয়াত ৩৫ বছৰীয়া ৰাজেন্দ্ৰ বৰৌতীয়াৰ মৃত্যু হয়। ঘটনাত তেওঁৰ প্ৰতিবেশীক আৰক্ষীয়ে গ্ৰেপ্…

  4. উত্তৰ-পূৰ্বাঞ্চল

    মণিপুৰ হিংসা তদন্ত আয়োগৰ সময়সীমা সপ্তমবাৰৰ বাবে বৃদ্ধি

    মণিপুৰৰ ২০২৩ চনৰ জনগোষ্ঠীগত হিংসাৰ তদন্ত আয়োগক ২০২৭ চনৰ ২০ মে’ৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশ দিছে।

  5. দেশ

    মাইক্ৰ’ছফটৰ বিভ্ৰান্তিৰ বাবে দিল্লীৰ পৰা বাতিল স্পাইচজেটৰ ৩খন বিমান

    মাইক্ৰ’ছফটৰ কাৰিকৰী বিভ্ৰাটৰ প্ৰভাৱত দিল্লীৰ পৰা স্পাইচজেটৰ ৩খন বিমান বাতিল কৰা হৈছে। আন দুখন বিমানৰ যাত্ৰাতো পলম হৈছে।

  6. অসম

    আইতাকৰ শেষকৃত্যত অংশ ল’বলৈ অমৃতপাল সিঙক এদিনৰ অন্তৱৰ্তীকালীন জামিন

    আইতাক চৰণ কৌৰৰ শেষকৃত্যত অংশগ্ৰহণৰ বাবে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী অমৃতপাল সিঙক এদিনৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰিছে অমৃতসৰৰ এখন…

  7. ৰাজনীতি

    ‘মোৰ ফোন টেপ কৰা হৈছে’: প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে ৰাহুলৰ অভিযোগ

    প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে ফোন টেপ কৰাৰ অভিযোগ তুলিছে ৰাহুল গান্ধীয়ে। তেওঁ মোদীক মুখামুখি ৰাজহুৱা বিতৰ্কলৈও আহ্বান জনাইছে।

  8. অসম

    কাজিৰঙাৰ ৰঙাজানত ভয়ংকৰ পথ দুৰ্ঘটনা, ২৫ জন লোকৰ মৃত্যু

    ৰঙাজানত যাত্ৰীবাহী ট্ৰেভেলাৰে কণ্টেইনাৰ বাহনক খুন্দা মৰাত ২৫ জনতকৈ অধিক লোকৰ মৃত্যু হোৱা বুলি প্ৰাথমিকভাৱে জানিব পৰা গৈছে। উদ্ধাৰ অভিযান অব্…

  9. ব্যৱসায়-বাণিজ্য

    অক্টোবৰত ভাৰতৰ মুঠ ৰপ্তানি ২৯.৯ শতাংশ বৃদ্ধি, ৮৯.৯৯ বিলিয়ন ডলাৰলৈ উন্নীত

    অক্টোবৰত ভাৰতৰ সামগ্ৰী আৰু সেৱা খণ্ডৰ মুঠ ৰপ্তানি ৮৯.৯৯ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে। সামগ্ৰিক বাণিজ্য ঘাটি ২০.০৯ বিলিয়ন ডলাৰলৈ হ্ৰাস পাইছে।

  10. অসম

    ‘শিল-কয়লা খনন কৰিবলৈ দিয়া নহ'ব’: চিতু বৰুৱা

    ১৯ জুলাইৰ প্ৰলয়ংকাৰী বানৰ অভিজ্ঞতাৰ কথা উল্লেখ কৰি বৈধ বা অবৈধ কোনো ধৰণৰ শিল-কয়লা খনন কৰিবলৈ দিয়া নহ'ব বুলি সকীয়নি দিছে চিতু বৰুৱাই।

  11. অসম

    ১৪ ডিচেম্বৰৰ পৰা অসম বিধানসভাৰ শীতকালীন অধিৱেশন

    ১৪ ডিচেম্বৰৰ পুৱা ৯.৩০ বজাত আৰম্ভ হ'ব অসম বিধানসভাৰ শীতকালীন অধিৱেশন। অধিৱেশনত ২০২৬-২৭ বিত্তীয় বৰ্ষৰ পৰিপূৰক বাজেট উত্থাপনৰ সম্ভাৱনা আছে।

  12. অসম

    ৪৬ দিনত ভৰি দিলে চিচিবৰগাঁৱৰ সমজিলা কাৰ্যালয়ৰ দাবীত আন্দোলনে

    চিচিবৰগাঁৱত সমজিলা কাৰ্যালয় স্থাপনৰ দাবীত চলি থকা আন্দোলনে ৪৬ দিন সম্পূৰ্ণ কৰিছে। তিনিদিনৰ ভিতৰত পদক্ষেপ গ্ৰহণ নকৰিলে সাংসদ প্ৰদান বৰুৱাৰ ব…

  13. অসম

    উচ্ছেদৰ বিৰুদ্ধে ১৯ নৱেম্বৰত দিল্লীত প্ৰতিবাদৰ ঘোষণা এবিএমএছইউৰ

    সংখ্যালঘু সম্প্ৰদায়ক বাছি বাছি উচ্ছেদ চলোৱাৰ অভিযোগ তুলি ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ পুনৰ সংস্থাপনৰ দাবী কৰিছে এবিএমএছইউৱে।

  14. উত্তৰ-পূৰ্বাঞ্চল

    মণিপুৰ আৰক্ষীৰ বিৰুদ্ধে জনগোষ্ঠীগত পক্ষপাতিত্বৰ অভিযোগ কুকি ইনপিৰ, ৭২ ঘণ্টাৰ সময়সীমা নিৰ্ধাৰণ

    দুটা গুলীচালনাৰ ঘটনাত পৃথক ধৰণৰ বিবৃতি প্ৰকাশ কৰাৰ অভিযোগ তুলি মণিপুৰ আৰক্ষীৰ পৰা স্পষ্টীকৰণ আৰু সংশোধনীমূলক ব্যৱস্থাৰ দাবী জনাইছে কুকি ইনপি…

  15. দেশ

    মোদীয়ে মোৰ ফোন টেপ কৰাইছে: ৰাহুল গান্ধী

    প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ফোন টেপ কৰাইছে বুলি অভিযোগ উত্থাপন কৰি মুখামুখি ৰাজহুৱা বিতৰ্কৰ প্ৰত্যাহ্বান জনাইছে ৰাহুল গান্ধীয়ে।

  16. অসম

    হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২৭ৰ প্ৰ-পত্ৰ পূৰণৰ সময়সীমা বৃদ্ধি

    হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২৭ৰ প্ৰ-পত্ৰ পূৰণৰ অন্তিম তাৰিখ ১৭ নৱেম্বৰলৈ বৃদ্ধি কৰিছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে।

  17. অসম

    জাগীৰোডত কেইবাটাও দাবীৰে তিৱা সংগঠনৰ গণধৰ্ণা

    কেইবাটাও দাবীৰে জাগীৰোডত গণধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে তিৱা জনগোষ্ঠীৰ চাৰিটা সংগঠনে। দাবী পূৰণ নহ’লে তীব্ৰ আন্দোলনৰ হুংকাৰ দিছে সংগঠনকেইটাই।

  18. অসম

    শ্ৰীভূমিত ভয়ংকৰ হত্যাকাণ্ড! দুই ভাতৃক হত্যা, পিতৃ-মাতৃসহ আন এজন ভাতৃক আক্ৰমণ

    দক্ষিণ কৰিমগঞ্জৰ নিলামবজাৰৰ গোলাঘাটত মাজনিশা সংঘটিত আক্ৰমণত দুই নাবালক ভাতৃৰ মৃত্যু হৈছে। পিতৃ-মাতৃ আৰু আন এজন ভাতৃক শিলচৰলৈ প্ৰেৰণ কৰা হৈছে…

  19. দেশ

    'মুখামুখি বিতৰ্ক হওঁক,মুখামুখি বিতৰ্ক হ’লে মোদী আৰু প্ৰধানমন্ত্ৰী হৈ নাথাকিব’-মোদীক প্ৰত্যাহ্বান ৰাহুল গান্ধীৰ

    প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে একক ৰাজহুৱা বিতৰ্কৰ দাবী পুনৰ দোহাৰে ৰাহুল গান্ধীয়ে। এনে বিতৰ্কৰ পাছত মোদী প্ৰধানমন্ত্ৰী পদত নাথাকিব বুলি…

  20. অসম

    লখিমপুৰৰ বগীনদীত উচ্ছেদ অভিযান, ১৩২টা পৰিয়ালৰ বাসগৃহত চলিল বুলড’জাৰ

    লখিমপুৰৰ বগীনদীৰ ১ নং পি জি আৰ ভূমিত শুকুৰবাৰে পুৱাৰে পৰা উচ্ছেদ অভিযান। ১৩২টা পৰিয়ালৰ বাসগৃহ ভাঙি ৩২০ হেক্টৰ ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্য প্…

  21. দেশ

    শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰ সুৰক্ষিত কৰিবলৈ নতুন নিৰ্দেশনা প্ৰস্তুত, ২০২৭ৰ প্ৰথমাৰ্ধত প্ৰকাশৰ লক্ষ্য

    শিশুৰ ছ’চিয়েল মিডিয়া আৰু অনলাইন গেমিং ব্যৱহাৰ সুৰক্ষিত কৰিবলৈ NCPCR-এ নতুন নিৰ্দেশনাৰ খচৰা ডিচেম্বৰত ৰাজহুৱা মতামতৰ বাবে প্ৰকাশ কৰিব। ২০২৭…

  22. দেশ

    ভাৰতে মানসম্পন্ন চাকৰি সৃষ্টি আৰু উৎপাদনশীলতা বৃদ্ধিক অগ্ৰাধিকাৰ দিয়াৰ পৰামৰ্শ IMF-ৰ

    ভাৰতৰ মধ্যম্যাদী ৬.৮ শতাংশ সম্ভাৱ্য বৃদ্ধিৰ লক্ষ্য পূৰণৰ বাবে উৎপাদনশীলতা বৃদ্ধি, ব্যক্তিগত বিনিয়োগ শক্তিশালীকৰণ আৰু মানসম্পন্ন চাকৰি সৃষ্ট…

  23. আন্তঃৰাষ্ট্ৰীয়

    Jensen Huangৰ পদত্যাগত বিশ্বজুৰি জোকাৰণি, চীনৰ সৈতে সম্পৰ্কক লৈ NVIDIAৰ ওপৰত ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰশ্ন

    চীনৰ চোৰাংচোৱা সংস্থাৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহ কৰা ব্যৱসায়িক সহযোগীৰ সৈতে প্ৰেমৰ সম্পৰ্কৰ অভিযোগ; CFO Colette Kressক অন্তৱৰ্তীকালীন CEOৰ দা…

  24. উত্তৰ-পূৰ্বাঞ্চল

    চলচ্চিত্ৰৰ অডিচনৰ প্ৰলোভন: মানৱ সৰবৰাহ চক্ৰৰ কবলৰ পৰা উদ্ধাৰ ত্ৰিপুৰাৰ নাবালিকা

    চলচ্চিত্ৰত অভিনয়ৰ সুযোগৰ প্ৰলোভনেৰে বেংগালুৰুলৈ নিয়া ত্ৰিপুৰাৰ এগৰাকী নাবালিকাক উদ্ধাৰ কৰি নিৰাপদে ঘৰলৈ ঘূৰাই অনা হৈছে।