শেহতীয়া খবৰ

NewzNow-ৰ সকলো শেহতীয়া খবৰ, সময় অনুসৰি।

  1. অসম

    তেজপুৰত ধন দাবী আৰু উৎকোচ লোৱাৰ অভিযোগত দুই হোমগাৰ্ড গ্ৰেপ্তাৰ

    মিছন চাৰিআলিত বাছৰ অপেক্ষাত থকা এজন যুৱকৰ পৰা ধন দাবী কৰাৰ অভিযোগত কছাৰীগাঁও আৰক্ষীয়ে দুজন হোমগাৰ্ডক গ্ৰেপ্তাৰ কৰিছে।

  2. বুজি লওক

    ১০ নৱেম্বৰত জন্ম হৈছিল ধৰ্মীয় সংস্কাৰক মাৰ্টিন লুথাৰৰ

    ১৪৮৩ চনৰ ১০ নৱেম্বৰত জাৰ্মানীৰ আইছলেবেনত জন্মগ্ৰহণ কৰা মাৰ্টিন লুথাৰৰ চিন্তা আৰু প্ৰতিবাদে ইউৰোপৰ ধৰ্মীয় ইতিহাসত গভীৰ প্ৰভাৱ পেলাইছিল।

  3. অসম

    চামগুৰিত ৩ হাজাৰ টকাত সদ্যোজাত সন্তান বিক্ৰী মাতৃৰ !

    নগাঁৱৰ চামগুৰিত এগৰাকী অবিবাহিতা মাতৃয়ে ৩ হাজাৰ টকাৰ বিনিময়ত সদ্যোজাত সন্তান বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনাত নগাঁও চিকিৎসা মহাবি…

  4. দেশ

    প্ৰধানমন্ত্ৰী হোৱাৰ আকাংক্ষাৰ ইংগিত দিছিল প্ৰণৱ মুখাৰ্জীয়ে: ছোনিয়া গান্ধী

    ছোনিয়া গান্ধীৰ স্মৃতিকথাত ২০১০ চনত প্ৰণৱ মুখাৰ্জীয়ে ‘শীৰ্ষত পৰিৱৰ্তন’ৰ প্ৰয়োজনীয়তাৰ কথা তোলাৰ উল্লেখ আছে। ইউপিএ চৰকাৰৰ নেপথ্যৰ পৰা নিয়ন…

  5. অসম

    ডিমা হাছাওত শিক্ষা বিভাগৰ খালী পদ পূৰণৰ দাবী সমৰজিৎ হাফলংবাৰৰ

    কাছাৰৰ পৰা মিথুন জোহৰিক তৎক্ষণাৎ অব্যাহতি দি ডিমা হাছাও জিলা চাৰ্কলৰ বিদ্যালয় পৰিদৰ্শক হিচাপে দায়িত্ব গ্ৰহণৰ সুযোগ দিয়াৰ দাবী জনাইছে সমৰজ…

  6. অসম

    চুটি কাপোৰ পিন্ধি থানালৈ যোৱাৰ বাবেই খঙ উঠিল আৰক্ষীৰ, FIR নল'লে আৰক্ষীয়ে

    গোৱালপাৰা আৰক্ষী থানাত চুটি কাপোৰ পিন্ধি অহাৰ বাবেই এগৰাকী যুৱতীৰ এজাহাৰ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে।

  7. চাকৰি

    পশ্চিম গুৱাহাটী মহাবিদ্যালয়ত সহকাৰী অধ্যাপকৰ পদ খালী

    ধাৰাপুৰৰ পশ্চিম গুৱাহাটী মহাবিদ্যালয়ে সহকাৰী অধ্যাপকৰ পদসমূহত নিযুক্তিৰ বাবে আবেদন আহ্বান কৰিছে। আবেদন জমা দিয়াৰ অন্তিম সময়সীমা ২৩ নৱেম্ব…

  8. অসম

    গুৱাহাটী উচ্চ ন্যায়ালয়তো জামিন নাপালে নন্দেশ্বৰ বৰাই

    জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত ব্যক্তিগত দেহৰক্ষী নন্দেশ্বৰ বৰাই আজি ১০ নৱেম্বৰত গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিনৰ শুনানিতো জামিন লাভ নক…

  9. দেশ

    দিল্লী-এনচিআৰত বায়ু প্ৰদূষণৰ মুখ্য কাৰণ যানবাহনৰ নিৰ্গমন: সৰ্বোচ্চ ন্যায়ালয়

    দিল্লী-এনচিআৰত যানবাহনৰ ধোঁৱা বায়ু প্ৰদূষণৰ অন্যতম মুখ্য কাৰণ বুলি উল্লেখ কৰি সৰ্বোচ্চ ন্যায়ালয়ে দিল্লীসহ সংশ্লিষ্ট ৰাজ্যসমূহৰ পৰা বিশদ ক…

  10. অসম

    ডিগবৈৰ মুলিয়াবাৰী বজাৰ কালী পূজা মণ্ডপত অগ্নিকাণ্ড

    কালী পূজা উপলক্ষে খিচিৰি ৰান্ধি থকাৰ সময়তে ৰন্ধন গেছৰ পৰা জুই লাগে। পূজা সমিতিৰ সদস্য আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণলৈ আনে।

  11. অসম

    ৰূপহীহাটত ভূমি-বিবাদক লৈ গুলীচালনাৰ অভিযোগ

    ৰূপহীহাটৰ ১নং বৰঘুলীত ভূমি-বিবাদক কেন্দ্ৰ কৰি একে পৰিয়ালৰ দুটা ফৈদৰ মাজত গুলীচালনাৰ অভিযোগ উত্থাপিত হৈছে। এজন গুলীবিদ্ধ হোৱাৰ লগতে কেইবাজনো…

  12. অসম

    ডিব্ৰু নদীত অইলৰ পাইপলাইনৰ পৰা তেল নিৰ্গত হোৱাৰ অভিযোগ, আন্দোলনৰ সকীয়নি

    তিনিচুকীয়াৰ ডিব্ৰু নদীত অইলৰ পাইপলাইনৰ পৰা খাৰুৱা তেল নিৰ্গত হোৱাৰ অভিযোগ উঠিছে। অসম মৰাণ সভাই তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ নকৰিলে আন্দোলনৰ সকী…

  13. অসম

    দীপাৱলীত অসমত ১১২টা অগ্নিকাণ্ড, কামৰূপ মহানগৰত ২২টা

    দীপাৱলীৰ দিনা অসমত ১১২টা অগ্নিকাণ্ড সংঘটিত হয়। ইয়াৰে ৪৯টা ঘটনা ফটকা ফুটোৱাৰ সৈতে জড়িত আছিল বুলি অগ্নিনিৰ্বাপক আৰু জৰুৰী সেৱা বিভাগে জনাইছ…

  14. দেশ

    অন্ধ্ৰৰ উপ-মুখ্যমন্ত্ৰী পৱন কল্যাণ-আন্না লেজনেভাৰ বিচ্ছেদৰ সিদ্ধান্ত

    অন্ধ্ৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী পৱন কল্যাণ আৰু তেওঁৰ পত্নী আন্না লেজনেভাই পাৰস্পৰিক বুজাবুজি আৰু সন্মানেৰে পৃথক হোৱাৰ সিদ্ধান্ত ঘোষণা কৰিছে।

  15. উত্তৰ-পূৰ্বাঞ্চল

    উত্তৰ-পূবত উন্নয়নমূলক প্ৰকল্পৰ বাবে ৭৯.৫৩ কোটি টকা মুকলি

    উত্তৰ-পূব পৰিষদে অক্টোবৰ মাহত অঞ্চলটোৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ বাবে ৭৯.৫৩ কোটি টকা মুকলি কৰিছে। অসমৰ বাবে ধাৰ্য কৰা হৈছে ১৪.৭৯ কোটি টকা…

  16. বুজি লওক

    ২৮ বছৰৰ বিভাজনৰ অৱসান! ৯ নৱেম্বৰত খহিছিল বাৰ্লিন প্ৰাচীৰ, সলনি হৈছিল বিশ্বৰ ইতিহাস

    ১৯৮৯ চনৰ ৯ নৱেম্বৰত বাৰ্লিন প্ৰাচীৰৰ সীমান্ত মুকলি হোৱাৰ পিছতে প্ৰায় ২৮ বছৰীয়া বিভাজনৰ অন্ত পৰে। ১৯৯০ চনত পুনৰ একত্ৰিত হয় জাৰ্মানী।

  17. ক্ৰীড়া

    দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ ভাৰতীয় মহিলা টেষ্ট-এদিনীয়া দলত জিন্টিমণি কলিতা

    আগন্তুক ডিচেম্বৰত দক্ষিণ আফ্ৰিকা ভ্ৰমণ কৰিবলগীয়া ভাৰতীয় মহিলা টেষ্ট আৰু এদিনীয়া দলত স্থান লাভ কৰিছে অসমৰ ক্ৰিকেটাৰ জিন্টিমণি কলিতাই।

  18. দেশ

    ৰায়গঞ্জত আৰক্ষীৰ গুলীত নিহত ধৰ্ষণ-হত্যাৰ অভিযুক্ত

    উত্তৰ দিনাজপুৰৰ ৰায়গঞ্জত বিহাৰলৈ পলায়নৰ চেষ্টা কৰাৰ সময়ত আৰক্ষীৰ গুলীত নিহত হৈছে দিলীপ ৰায়। আৰক্ষীৰ দাবী, তেওঁ প্ৰথমে আৰক্ষীক লক্ষ্য কৰি…

  19. অসম

    কোকৰাঝাৰৰ তাৰাং ঝিজিৰিত বড়ো হাৰিমু ছান'ৰ সফল সামৰণি

    কোকৰাঝাৰ জিলাৰ হালোৱাদলৰ তাৰাং ঝিজিৰি খেলপথাৰত তিনিদিনীয়া বড়ো হাৰিমু ছান'ৰ সফল সামৰণি ঘটিছে। সংগীত নাটক একাডেমী বঁটাপ্ৰাপক ওস্তাদ কামিনী ক…

  20. দেশ

    দীপাৱলীৰ নিশা দুটাকৈ অগ্নিকাণ্ড, ১২জনৰ মৃত্যু; মাতৃৰ কোলাতে প্ৰাণ গ’ল দুমহীয়া শিশুৰ

    দীপাৱলীৰ নিশা সেউনী আৰু কাটনি জিলাত সংঘটিত দুটাকৈ অগ্নিকাণ্ডত ১২জন লোকৰ মৃত্যু আৰু চাৰিজন আহত হৈছে। মৃতসকলৰ ভিতৰত দুমহীয়া এটি শিশুও আছে।

  21. ৰাজনীতি

    ‘শব্দৰ অৰ্থ বুজি নোপোৱা লোক’, মল্লিকাৰ্জুন খৰ্গেৰ দীপাৱলীৰ শুভেচ্ছাক লৈ বিতৰ্কত কংগ্ৰেছৰ প্ৰত্যুত্তৰ

    মল্লিকাৰ্জুন খৰ্গেৰ দীপাৱলীৰ শুভেচ্ছা বাৰ্তাক লৈ বিজেপিয়ে আপত্তি তোলাৰ পাছত কংগ্ৰেছে ‘ঈদ’ শব্দৰ আক্ষৰিক অৰ্থ উৎসৱ বুলি মন্তব্য কৰিছে।

  22. অসম

    সেনালৈ সামগ্ৰী যোগানৰ নামত ১১.৫০ কোটি টকাৰ প্ৰৱঞ্চনা; শিলিগুৰিত হৰ্ষ আগৰৱাল গ্ৰেপ্তাৰ

    ভাৰতীয় সেনালৈ সামগ্ৰী যোগানৰ নামত গুৱাহাটীৰ এক ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা ১১,৫০,৫৬,১৮০ টকা প্ৰৱঞ্চনাৰে হস্তগত কৰাৰ অভিযোগত শিলিগুৰিৰ পৰা এজ…

  23. দেশ

    মানসাত ২৬ দিনৰ পাছত ড্ৰাগছ বিৰোধী কৰ্মী পাৰভিন্দৰ সিং ঝোটাৰ শেষকৃত্য

    মানসাত গুলীয়াই হত্যা কৰা ড্ৰাগছবিৰোধী কৰ্মী পাৰভিন্দৰ সিং ঝোটাৰ মৃতদেহ দেওবাৰে চাকেৰিয়ান ৰোডস্থিত নিজ খেতিপথাৰত দাহ কৰা হয়। পৰিয়ালৰ ২২ দিনীয়…