অসম

  1. সমাজ-জাতিৰ প্ৰতি হাগ্ৰামাৰ দায়বদ্ধতা নাই: প্ৰমোদ বড়ো

    ওদালগুৰিৰ খাগ্ৰাবাৰীত ইউপিপিএলৰ পঞ্চম ত্ৰিবাৰ্ষিক অধিৱেশনত প্ৰমোদ বড়ো পুনৰ তিনি বছৰৰ বাবে সভাপতি নিৰ্বাচিত হৈছে।

  2. ৰঙাজান দুৰ্ঘটনাত নিহত ২৬গৰাকীৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন

    কাজিৰঙাৰ ৰঙাজানত সংঘটিত পথ দুৰ্ঘটনাত নিহত ২৬গৰাকী লোকৰ মৰণোত্তৰ পৰীক্ষা শনিবাৰে সম্পন্ন হয়। গোলাঘাটত ২৩টা আৰু যোৰহাটত তিনিটা মৃতদেহৰ মৰণোত্…

  3. দেৰগাঁৱৰ জীয়েকৰ ঘৰৰ পৰা ঘৰলৈ বুলি উঠা ট্ৰেভেলাৰখনেই হৈ পৰিল শেষ যাত্ৰাৰ বাহন

    কাজিৰঙাৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা নগাঁৱৰ অসীম ফুকনৰ মৃতদেহ গোলাঘাট চিকিৎসালয়ত চিনাক্ত কৰে কন্যা আৰু জোঁৱায়েকে।

  4. কাজিৰঙা দুৰ্ঘটনাৰ ৭জন আহতৰ অৱস্থা সংকটজনক, ৫জন ভেণ্টিলেটৰত

    কাজিৰঙাৰ ৰঙাজানৰ পথ দুৰ্ঘটনাত আহত ১৭জনৰ ভিতৰত ৭জন যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ আই চি ইউত চিকিৎসাধীন। ইয়াৰে ৫জনক ভেণ্টিলেটৰত…

  5. ছয়গাঁৱত গীৰ্জা লণ্ডভণ্ডৰ অভিযোগত তিনিজন গ্ৰেপ্তাৰ

    কামৰূপ গ্ৰাম্যৰ ছয়গাঁৱত গীৰ্জা লণ্ডভণ্ড কৰাৰ অভিযোগত তিনিজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ঘটনাটো স্থানীয় দুটা গোটৰ সংঘাত বুলি আৰক্ষীয়ে প্ৰক…

  6. বল বিকৃতি কাণ্ডৰ তদন্তক লৈ ক্ৰিকেট অষ্ট্ৰেলিয়াক কাঠগড়াত তুলিলে ডেভিড ৱাৰ্নাৰে

    ২০১৮ চনৰ বল বিকৃতি কাণ্ডৰ তদন্তৰ সময়ত মিচেল ষ্টাৰ্ক, নাথান লায়ন আৰু জশ হেজলউডৰ সাক্ষাৎকাৰ লোৱা হোৱা নাছিল বুলি অভিযোগ তুলিছে ডেভিড ৱাৰ্নাৰ…

  7. ৰঙাজান দুৰ্ঘটনাত বৌৱেক-ননদৰ মৃত্যু!

    ৰঙাজানত ট্ৰেভেলাৰ আৰু কণ্টেইনাৰ ট্ৰাকৰ সংঘৰ্ষত বামুণবাৰী চাহ বাগিচাৰ জয়ন্তী ৰবিদাস আৰু তেওঁৰ হ'বলগীয়া বৌৱেক সুজাতা তাঁতীৰ মৃত্যু হয়।

  8. এপ্ৰিলত মুকলি হ'ব বিশ্বনাথ ঘাট-উমাটুমনি ৰ'পৱে

    প্ৰায় ৫৯ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণাধীন ৪৪৬ মিটাৰ দৈৰ্ঘ্যৰ বিশ্বনাথ ঘাট-উমাটুমনি ৰ'পৱে অহা এপ্ৰিলত মুকলি কৰা হ'ব বুলি মুখ্যমন্ত্ৰী হিমন…

  9. ৰঙাজান দুৰ্ঘটনা: ট্ৰেভেলাৰ চালকৰ বিশেষ মৰণোত্তৰ পৰীক্ষাৰ নিৰ্দেশ

    ৰঙাজানৰ পথ দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ জানিবলৈ ট্ৰেভেলাৰ চালকজনৰ বিশেষ মৰণোত্তৰ পৰীক্ষাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

  10. বাংলাদেশী নাগৰিকক সৰবৰাহ আৰু আশ্ৰয় দিয়াৰ অভিযোগত ৪জন গ্ৰেপ্তাৰ

    মহানগৰ আৰক্ষীৰ সীমান্ত শাখাই বাংলাদেশী নাগৰিকক অবৈধভাৱে সৰবৰাহ আৰু আশ্ৰয় দিয়াৰ অভিযোগত দুজন কেব চালক আৰু দুটা হোটেলৰ দুজন মেনেজাৰক গ্ৰেপ্ত…

  11. জুৰীয়াৰ কেন্দ্ৰুগুৰীত শিশু দিৱস উদযাপন

    নগাঁও জিলাৰ জুৰীয়াৰ কেন্দ্ৰুগুৰীস্থিত টেলেন্ট একাডেমী চিনিয়ৰ চেকেণ্ডাৰী স্কুলত সাংস্কৃতিক শোভাযাত্ৰাসহ দিনজোৰা কাৰ্যসূচীৰে শিশু দিৱস পালন…

  12. ছট্ পূজাত গুৱাহাটীত যান-বাহন চলাচলত বিশেষ নিষেধাজ্ঞা

    ছট্ পূজা উপলক্ষে ১৫ আৰু ১৬ নৱেম্বৰত গুৱাহাটীৰ কেইবাটাও পথত যান-বাহন চলাচল, পথ সলনি আৰু পাৰ্কিঙৰ বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে।

  13. কাজিৰঙাৰ দুৰ্ঘটনাত ২৬ নিহতৰ মাজত বিহাৰৰো এজন

    কাজিৰঙাৰ ৰঙাজানৰ পথ দুৰ্ঘটনাত নিহত ২৬গৰাকীৰ ভিতৰত বিহাৰৰ ৩৮ বছৰীয়া মহম্মদ ৰফিক আলীও আছে। এতিয়ালৈ ২৩গৰাকী নিহতৰ পৰিচয় নিশ্চিত কৰা হৈছে।

  14. অবৈধ ধন সংগ্ৰহ, ভাবুকিৰ অভিযোগত গুৱাহাটীত ২২গৰাকী তৃতীয় লিংগৰ ব্যক্তি গ্ৰেপ্তাৰ

    পথচাৰী আৰু ৰাজপথেৰে চলাচল কৰা বাহনৰ গৰাকীৰ পৰা অবৈধভাৱে ধন সংগ্ৰহ তথা ভাবুকি দিয়াৰ অভিযোগত গুৱাহাটী আৰক্ষীয়ে ২২গৰাকী তৃতীয় লিংগৰ ব্যক্তিক…

  15. কাজিৰঙা দুৰ্ঘটনা: চালকৰ ষ্ট্ৰোক বা হাৰ্ট এটেকৰ সম্ভাৱনা মুখ্যমন্ত্ৰীৰ

    ৰঙাজানৰ ট্ৰেভেলাৰ দুৰ্ঘটনাত চালকজনৰ স্বাস্থ্যজনিত সমস্যা আছিল নেকি, সেয়া তদন্ত কৰা হ’ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনায়।

  16. কাজিৰঙা দুৰ্ঘটনাত নিহতসকলৰ পৰিয়াললৈ ৭ লাখ টকাকৈ সাহায্য ঘোষণা মুখ্যমন্ত্ৰীৰ

    কাজিৰঙাৰ ৰঙাজানত সংঘটিত পথ দুৰ্ঘটনাত নিহত ২৬গৰাকী লোকৰ পৰিয়াললৈ ৭ লাখ টকাকৈ সাহায্য ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

  17. একেলগে জ্বলিব তিনি ভগ্নীৰ চিতা, কাজিৰঙাৰ দুৰ্ঘটনাই কাঢ়িলে একেটা পৰিয়ালৰ তিনিগৰাকীকৈ কন্যাৰ প্ৰাণ

    কাজিৰঙাৰ ৰঙাজানত সংঘটিত পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰ জ্যোতি মাঝি, দৰ্পণা মাঝি আৰু লক্ষ্মী মাঝিৰ মৃত্যু হৈছে।