← ই-কাকত ১ / ৭
NewzNow
ই-কাকত২ নৱেম্বৰ ২০২৬অসম আৰু উত্তৰ-পূৰ্বৰ খবৰ
অসম

নৱেম্বৰৰ পৰা বৃদ্ধি পাব বিদ্যুৎ বিল, ১৫৫.৫৯ কোটি টকাৰ অতিৰিক্ত মাচুল সংগ্ৰহত APDCL-ক অনুমতি AERC-ৰ

গুৱাহাটী, ২ নৱেম্বৰ: অসমৰ বিদ্যুৎ গ্ৰাহকৰ ওপৰত পৰিব পাৰে অতিৰিক্ত আৰ্থিক বোজা। ২০২৬ চনৰ এপ্ৰিলৰ পৰা আগষ্টলৈ জমা হোৱা ১৫৫.৫৯ কোটি টকাৰ Fuel and Power Purchase Price Adjustment Surcharge (FPPPAS) পৰ্যায়ক্ৰমে সংগ্ৰহৰ বাবে Assam Power Distribution Company Limited (APDCL)-ক অনুমতি দিছে Assam Electricity Regulatory Commission (AERC)-...

অসম

‘‘ভৰালী পৰিয়ালে বাৰে বাৰে মাতিছিল ঘনকান্তক’’: আৰক্ষীৰ জেৰাত কি ক’লে অভিযুক্তৰ পত্নী জোনমণিয়ে?

গুৱাহাটী, ২ নৱেম্বৰ: বিলাস ইন হোটেল হত্যাকাণ্ডৰ তদন্তত অধিক তৎপৰ হৈ পৰিছে আৰক্ষী। পাঁচজন লোকৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত ঘনকান্ত গগৈক লৈ হোটেলখনত ক্ৰাইম ছীন ৰিক্ৰিয়েচন কৰে...

দেশ

‘এয়া ভোট বচাও সমাৱেশ নহয়, অনুপ্ৰৱেশকাৰী বচাও সমাৱেশ’—অমিত শ্বাহৰ কটাক্ষ

হায়দৰাবাদ, ২ নৱেম্বৰ: বিৰোধী INDIA মিত্ৰজোঁটৰ ‘ভোট বচাও, দেশ বচাও’ সমাৱেশক লৈ তীব্ৰ কটাক্ষ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। ‘এয়া ভোট বচাও সমাৱেশ নহয়, অনুপ্ৰৱেশকাৰী বচাও...

উত্তৰ-পূৰ্বাঞ্চল

অসম-অৰুণাচল সীমান্ত বিবাদ নিষ্পত্তিৰ চেষ্টা, ৰয়িঙত আঞ্চলিক সমিতিৰ বৈঠক

ৰয়িং, ২ নৱেম্বৰ: অসম আৰু অৰুণাচল প্ৰদেশৰ মাজৰ দীৰ্ঘদিনীয়া সীমান্ত বিবাদ নিষ্পত্তিৰ প্ৰক্ৰিয়া আগুৱাই নিয়াৰ উদ্দেশ্যে সোমবাৰে অৰুণাচল প্ৰদেশৰ ৰয়িঙত দুয়োখন ৰাজ্যৰ আঞ্চ...

— ১ —
NewzNow ই-কাকত২ নৱেম্বৰ ২০২৬পৃষ্ঠা ২
উত্তৰ-পূৰ্বাঞ্চল

ছিয়াং উচ্চ বহুমুখী প্ৰকল্পৰ বিৰোধিতাৰে ৩৬ ঘণ্টীয়া বন্ধ, অৰুণাচলৰ আপাৰ ছিয়াঙত জনজীৱন ব্যাহত

ইটানগৰ, ২ নৱেম্বৰ: প্ৰস্তাৱিত ছিয়াং উচ্চ বহুমুখী প্ৰকল্পৰ বিৰোধিতাৰে অৰুণাচল প্ৰদেশৰ ছিয়াং উপত্যকাত প্ৰতিবাদ তীব্ৰতৰ হৈছে। সোমবাৰে আপাৰ ছিয়াং জিলাত ৩৬ ঘণ্টীয়া বন্ধৰ প...

অসম

‘দিল্লীলৈ মাতি নি লুৰীণজ্যোতিক অৱজ্ঞা ৰাহুল গান্ধীৰ’: বিজেপি

গুৱাহাটী, ২ নৱেম্বৰ: দিল্লীৰ ৰামলীলা ময়দানত অনুষ্ঠিত কংগ্ৰেছৰ সমাৱেশত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈক উপযুক্ত সন্মান প্ৰদৰ্শন নকৰাৰ অভিযোগ উত্থাপন কৰিছে অসম বি...

দেশ

বিমান ভাড়া ৭০০% বৃদ্ধিৰ দাবীত ছুপ্ৰিম ক’ৰ্টৰ মন্তব্য—‘বিমানত নাযাব’

নতুন দিল্লী, ২ নৱেম্বৰ: বিমানৰ ভাড়া ৭০০ শতাংশ পৰ্যন্ত বৃদ্ধি পোৱাৰ অভিযোগক লৈ উচ্চতম ন্যায়ালয়ত উত্থাপন কৰা আবেদন সন্দৰ্ভত এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে ন্যায়াধীশ বিক্...

অসম

ডিমা হাছাওত চূণশিলৰ খননৰ পৰা বছৰি ১,০১৪ কোটি টকা লাভৰ সম্ভাৱনা: মুখ্যমন্ত্ৰী

ৱাহাটী, ২ নৱেম্বৰ: ডিমা হাছাও জিলাৰ চূণশিলৰ খননৰ পৰা ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদে বছৰি প্ৰায় ১,০১৪ কোটি টকা ৰাজহ লাভ কৰিব বুলি দাবী কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শ...

— ২ —
NewzNow ই-কাকত২ নৱেম্বৰ ২০২৬পৃষ্ঠা ৩
ৰাজনীতি

AAPত ৰাজনৈতিক সংকট, পদত্যাগৰ পাছতে BJPত যোগদান তিনি বিধায়কৰ

চণ্ডীগড়, ২ নৱেম্বৰ: পঞ্জাবত ২০২৭ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে শাসকীয় আম আদমি পাৰ্টি (AAP)ত সৃষ্টি হৈছে ৰাজনৈতিক সংকট। দলটোৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশৰ পাছতে বিগত ২৪ ঘণ্ট...

ৰাজনীতি

‘ভগ্নীক কথা ক’বলৈ সুযোগ নিদিলে ৰাহুলে’, গান্ধী পৰিয়ালত বিভাজনৰ অভিযোগ সম্বিত পাত্ৰৰ

নতুন দিল্লী, ২ নৱেম্বৰ: কংগ্ৰেছৰ ভিতৰত ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী বাদ্ৰাৰ নেতৃত্বত দুটা পৃথক শিবিৰ গঠন হোৱা বুলি অভিযোগ উত্থাপন কৰিছে বিজেপিয়ে। বিৰোধী দলপতি ৰাহুল...

দেশ

‘আমাৰ ৰাম পোন, তোমালোকৰ কৃষ্ণ তিনিটা ঠাইত বেঁকা’—ভগৱান শ্ৰীকৃষ্ণক লৈ ধীৰেন্দ্ৰ শাস্ত্ৰীৰ মন্তব্যক কেন্দ্ৰ কৰি বিতৰ্ক

শিৱপুৰী, ২ নৱেম্বৰ: ভগৱান শ্ৰীকৃষ্ণক লৈ কৰা মন্তব্যক কেন্দ্ৰ কৰি বিতৰ্কত সোমাই পৰিছে বাগেশ্বৰ ধামৰ পীঠাধীশ ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰী। ভগৱান ৰাম আৰু শ্ৰীকৃষ্ণৰ ৰূপ-ভংগীৰ তু...

উত্তৰ-পূৰ্বাঞ্চল

ত্ৰিপুৰাৰ ছেপাহিজালাত BSF আৰু গাঁওবাসীৰ মাজত সংঘৰ্ষ, আহত কেইবাজনো

আগৰতলা, ২ নৱেম্বৰ: ত্ৰিপুৰাৰ ছেপাহিজালা জিলাৰ বক্সনগৰৰ আশাবাৰী গাঁও অঞ্চলত সোমবাৰে সীমান্ত সুৰক্ষা বাহিনী (BSF) আৰু স্থানীয় গাঁওবাসীৰ মাজত হোৱা সংঘৰ্ষক কেন্দ্ৰ কৰি উত্তে...

— ৩ —
NewzNow ই-কাকত২ নৱেম্বৰ ২০২৬পৃষ্ঠা ৪
দেশ

ৰাম মন্দিৰৰ নিৰ্মাণস্থলক লৈ তদন্তৰ দাবী

নতুন দিল্লী, ২ নৱেম্বৰ: অযোধ্যাৰ ৰাম জন্মভূমি মন্দিৰ নিৰ্মাণ কৰা ভূমিৰ সঠিক স্থানক লৈ উত্থাপিত প্ৰশ্নৰ সন্দৰ্ভত দাখিল কৰা আবেদন শুনিবলৈ অস্বীকাৰ কৰিছে উচ্চতম ন্যায়ালয়ে।...

দেশ

‘নৰেন্দ্ৰ মোদী মহাভাৰতৰ অৰ্জুন, অভিমন্যু নহয়’, মন্তব্য আচাৰ্য প্ৰমোদ কৃষ্ণমৰ

হাপুৰ, ২ নৱেম্বৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মহাভাৰতৰ অৰ্জুনৰ সৈতে তুলনা কৰি বিৰোধী দলসমূহক ‘কৌৰৱ পক্ষ’ আখ্যা দিছে কংগ্ৰেছৰ পৰা বহিষ্কৃত নেতা আচাৰ্য প্ৰমোদ কৃষ্ণমে। উত্...

মনোৰঞ্জন

‘কিং’ৰ গেৰুৱা পোছাকে সোঁৱৰালে ‘বেশৰম ৰং’! পুনৰ চৰ্চাত দীপিকা

২০২৩ চনত ‘পাঠান’ৰ ‘বেশৰম ৰং’ গীতত দীপিকা পাডুকনৰ গেৰুৱা বিকিনিক লৈ সৃষ্টি হোৱা বিতৰ্কই ছবিখন মুক্তিৰ পূৰ্বেই দেশজুৰি চৰ্চা লাভ কৰিছিল। তিনি বছৰৰ পাছত শ্বাহৰুখ খানৰ নতুন ছ...

অসম

এটা কণীৰ দামেই ৯ টকা, প্ৰাথমিক শিক্ষাৰ্থীৰ বাবে চৰকাৰৰ আবণ্টন ৬.৭৮ টকা! মধ্যাহ্ন ভোজনক লৈ বিপাঙত শিক্ষক

গুৱাহাটী: ৰাজ্যত অত্যধিক মূল্যবৃদ্ধিৰ প্ৰভাৱ এইবাৰ পৰিছে চৰকাৰী বিদ্যালয়ৰ কণ কণ শিক্ষাৰ্থীৰ দুপৰীয়াৰ আহাৰত। মধ্যাহ্ন ভোজন অৰ্থাৎ PM-POSHAN আঁচনিৰ অধীনত যোগান ধৰা সামান্য...

— ৪ —
NewzNow ই-কাকত২ নৱেম্বৰ ২০২৬পৃষ্ঠা ৫
দেশ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ: দিল্লী-NCRত দুদিনৰ বাবে সেউজ ফটকাৰ অনুমতি

নতুন দিল্লী, ২ নৱেম্বৰ: দীপাৱলীৰ পূৰ্বে দিল্লী-NCRত সেউজ ফটকা ফুটোৱাৰ ক্ষেত্ৰত দুদিনৰ বাবে চৰ্তসাপেক্ষ অনুমতি প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে। সোমবাৰে আদালতে দিয়া নিৰ্দে...

দেশ

৫৩ হাজাৰ কোটিৰো অধিক টকাৰে ৮খন যুদ্ধজাহাজ নিৰ্মাণ! ভাৰতীয় নৌসেনাৰ শক্তি কিমান বৃদ্ধি পাব?

নতুন দিল্লী, ২ নৱেম্বৰ: ভাৰতীয় নৌসেনাৰ সামৰিক শক্তি বৃদ্ধিৰ লক্ষ্যৰে ৮খন নতুন যুদ্ধজাহাজ নিৰ্মাণৰ বাবে ৫৩,৮৬৬.৫০ কোটি টকাৰ চুক্তি স্বাক্ষৰ কৰিছে প্ৰতিৰক্ষা মন্ত্ৰালয়ে।...

মনোৰঞ্জন

‘৬১ বছৰত ভৰি দিলে বলীউডৰ বাদশ্বাহে’, জন্মদিনত মন্নতৰ বাহিৰত অনুৰাগীৰ ভিৰ

মুম্বাই, ২ নৱেম্বৰ: ৬১ বছৰত ভৰি দিলে বলীউডৰ জনপ্ৰিয় অভিনেতা শ্বাহৰুখ খানে। সোমবাৰে (২ নৱেম্বৰ) অভিনেতাগৰাকীৰ জন্মদিন উপলক্ষে মুম্বাইৰ বান্দ্ৰাত থকা তেওঁৰ বাসগৃহ Mannatৰ...

ক্ৰীড়া

‘এদিনীয়া ক্ৰিকেটত সৰ্বোচ্চ স্থানত আফগানিস্তান’, ICCৰ ৰেংকিঙত শ্ৰীলংকাক অতিক্ৰম কৰি ষষ্ঠ স্থানত দলটো

২ নৱেম্বৰ: এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত নতুন ইতিহাস গঢ়িলে আফগানিস্তানে। ICCৰ পুৰুষৰ এদিনীয়া দলৰ শেহতীয়া ৰেংকিঙত দুটা স্থান আগুৱাই ষষ্ঠ স্থান দখল কৰিছে দলটোৱে। ইয়...

— ৫ —
NewzNow ই-কাকত২ নৱেম্বৰ ২০২৬পৃষ্ঠা ৬
ক্ৰীড়া

এ চি এৰ ক্ৰিকেট একাডেমীত স্পীন বলিং প্ৰশিক্ষক হিচাপে নিযুক্তি লক্ষ্মণ শিৱৰামকৃষ্ণন

গুৱাহাটী: অসম ক্ৰিকেট সন্থাৰ (এ চি এ) ক্ৰিকেট একাডেমীত স্পীন বলিং প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে প্ৰাক্তন ভাৰতীয় টেষ্ট ক্ৰিকেটাৰ লক্ষ্মণ শিৱৰামকৃষ্ণনক। নৱেম্বৰ মাহ...

দেশ

বম্বে উচ্চ ন্যায়ালয়ত চৰ্তহীন ক্ষমা বিচাৰিলে অভিনেতা ইমৰান খানে

মুম্বাই, ২ নৱেম্বৰ: SIR বিৰোধী প্ৰতিবাদত অংশ লোৱাৰ বাবে অভিনেতা ইমৰান খানক চৰ্তহীন ক্ষমা বিচাৰিবলৈ অথবা শপতনামা বা লিখিত প্ৰতিশ্ৰুতিৰ জৰিয়তে দুখ প্ৰকাশ কৰিবলৈ নিৰ্দেশ দি...

অসম

বি বৰুৱা কলেজত বহনক্ষম বিজ্ঞান বিষয়ক আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ

গুৱাহাটী, ২ নৱেম্বৰ: ঐতিহ্যমণ্ডিত বি বৰুৱা কলেজৰ ৰসায়ন বিজ্ঞান বিভাগৰ উদ্যোগত ২ আৰু ৩ নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে ‘Progress and Challenges in Modern Day Sustainable S...

— ৬ —
✓

আজিৰ ই-কাকত শেষ হ'ল

২৩টা খবৰ পঢ়িলে। কাইলৈ সন্ধিয়া নতুন সংখ্যা।

PDF ডাউনল'ড ← আগৰ সংখ্যা (১ নৱেম্বৰ ২০২৬)

খবৰৰ কাটিং