শেহতীয়া খবৰ

NewzNow-ৰ সকলো শেহতীয়া খবৰ, সময় অনুসৰি।

  1. অসম

    উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণ ১৪ নৱেম্বৰৰ পৰা

    ২০২৭ চনৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ অনলাইন প্ৰ-পত্ৰ পূৰণ ১৪ নৱেম্বৰৰ পৰা ৫ ডিচেম্বৰলৈ চলিব। নিয়মীয়া পৰীক্ষাৰ্থীৰ মাচুল ৯০০ টকা।

  2. দেশ

    ‘কিং’ৰ গেৰুৱা সাজৰ দৃশ্য আঁতৰোৱাৰ দাবী ৰবি নেগীৰ

    ‘তু মিল যায়ে’ গীতত দীপিকা পাডুকনৰ গেৰুৱা সাজক লৈ আপত্তি প্ৰকাশ কৰি ছবিখন বয়কটৰ হুংকাৰ দিছে দিল্লীৰ বিজেপি বিধায়ক ৰবি নেগীয়ে।

  3. অসম

    নগাঁৱত লাভ জেহাদ! ভুৱা পৰিচয়েৰে ৬ গৰাকী হিন্দু মহিলাক বিয়া কৰোৱাৰ অভিযোগত জুম্মাউদ্দিন আহমেদক গ্ৰেপ্তাৰ

    ভুৱা পৰিচয়েৰে ৬ গৰাকী হিন্দু মহিলাক বিয়া কৰোৱাৰ অভিযোগত চামগুৰিৰ জুম্মাউদ্দিন আহমেদক গ্ৰেপ্তাৰ কৰে খাটোৱাল আৰক্ষীয়ে।

  4. অসম

    ৰে’লপথত বিকল ট্ৰাক: কাটিগড়াত প্ৰায় ৪০ মিনিট আৱদ্ধ হৈ ৰ’ল হমছফৰ এক্সপ্ৰেছ

    কাছাৰ জিলাৰ কাটিগড়াত ৰে’লপথৰ ওপৰত ট্ৰাক বিকল হোৱাৰ ফলত প্ৰায় ৪০ মিনিট আবদ্ধ হৈ পৰে আগৰতলা-বেংগালুৰু হমছফৰ এক্সপ্ৰেছ।

  5. দেশ

    কাশ্মীৰ উপত্যকাত এতিয়া এজনো স্থানীয় সন্ত্ৰাসবাদী সক্ৰিয় হৈ থকা নাই: অমিত শ্বাহ

    কাশ্মীৰ উপত্যকাত এতিয়া কোনো স্থানীয় সন্ত্ৰাসবাদী সক্ৰিয় হৈ থকা নাই বুলি দাবী কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।

  6. আন্তঃৰাষ্ট্ৰীয়

    ২০বাংলাদেশীক বাংলাদেশলৈ পুছবেক কৰাত বাধা BGBৰ; ভাৰত-বাংলাদেশ সীমান্তত উত্তেজনা

    ভাৰত-বাংলাদেশ সীমান্তৰ বৰলেখাত ২০ জন লোকক বাংলাদেশলৈ ওভতাই পঠোৱাৰ চেষ্টা বিজিবিৰ বাধাৰ বাবে বিফল হোৱা বুলি দাবী কৰা হৈছে।

  7. ৰাজনীতি

    ২০২৬ৰ বিধানসভা নিৰ্বাচন আৰু নগাঁৱৰ উপ-নিৰ্বাচনক ‘অবৈধ’ আখ্যা গৌৰৱ গগৈৰ, বিজেপিৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰখাৰ ঘোষণা

    নিৰ্বাচনী অনিয়ম আৰু চৰকাৰৰ বিফলতাৰ বিৰুদ্ধে সৰৱ হৈ ২০২৬ৰ নিৰ্বাচন আৰু নগাঁও উপ-নিৰ্বাচনক ‘অবৈধ’ আখ্যা দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে…

  8. উত্তৰ-পূৰ্বাঞ্চল

    মণিপুৰত বিষাক্ত সুৰা সেৱন কৰি ১৬ জনৰ মৃত্যু: এছআইটি তদন্তৰ দাবী এনাল নাগা ইউনিয়নৰ

    মণিপুৰৰ চাণ্ডেল জিলাত সন্দেহযুক্ত বিষাক্ত সুৰা সেৱন কৰি মৃত্যু হোৱা লোকৰ সংখ্যা ১৬ জনলৈ বৃদ্ধি পাইছে। ঘটনা সন্দৰ্ভত উচ্চপৰ্যায়ৰ তদন্তৰ দাবী…

  9. অসম

    বৰ্ষাপাৰা উৰণীয়া সেতুত তীব্ৰবেগী বাহনৰ খুন্দাত ই-অট’ চালকৰ মৃত্যু, উত্তেজিত ৰাইজৰ প্ৰহাৰত আহত দুই যুৱক

    গুৱাহাটীৰ বৰ্ষাপাৰা উৰণীয়া সেতুত তীব্ৰবেগী চাৰিচকীয়া বাহনৰ প্ৰচণ্ড খুন্দাত এজন ই-অট' চালকৰ মৃত্যু হয়। ঘটনাৰ পিছতে উত্তেজিত ৰাইজে বাহনখনত…

  10. অসম

    দুলীয়াজান ট্ৰিপল মাৰ্ডাৰ গোচৰত তিনিচুকীয়া আৰক্ষীৰ বৃহৎ সফলতা; উদ্ধাৰ অভিযুক্তৰ মটৰচাইকেল

    ৰাজ্য কঁপাই যোৱা দুলীয়াজানৰ চাঞ্চল্যকৰ ট্ৰিপল মাৰ্ডাৰ গোচৰৰ তদন্তত আৰক্ষীয়ে লাভ কৰিছে আন এক বৃহৎ সফলতা। নৃশংস হত্যাকাণ্ড সংঘটিত কৰি পলায়ন…

  11. আন্তঃৰাষ্ট্ৰীয়

    পন্নুনক হত্যাৰ ষড়যন্ত্ৰ: আমেৰিকাত ভাৰতীয় নাগৰিক নিখিল গুপ্তাক কাৰাদণ্ড

    শিখ বিচ্ছিন্নতাবাদী গুৰপতৱন্ত সিং পন্নুনক হত্যাৰ ষড়যন্ত্ৰৰ গোচৰত নিখিল গুপ্তাক ১৯ বছৰ ৭ মাহৰ কাৰাদণ্ড বিহিছে আমেৰিকাৰ আদালতে।

  12. দেশ

    উত্তৰাখণ্ডৰ পৈতৃক গাঁৱত মাতৃক শেষ বিদায় জনালে যোগী আদিত্যনাথে

    উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে উত্তৰাখণ্ডৰ পৌড়ী গড়ৱাল জিলাৰ পৈতৃক গাঁও পঞ্চুৰত মাতৃ সাবিত্ৰী দেৱীক শেষ শ্ৰদ্ধা জনায়।

  13. ৰাজনীতি

    দেশৰ তিনিখন চহৰত Metaৰ কাৰ্যালয়ত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ!

    সামাজিক মাধ্যমৰ একাউণ্ট বন্ধ কৰাৰ বিৰুদ্ধে হায়দৰাবাদত মেটাৰ কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰা যুৱ কংগ্ৰেছৰ প্ৰায় ২০ গৰাকী কৰ্মীক আৰক্ষীয়ে…

  14. ক্ৰীড়া

    গুৱাহাটীত প্ৰথমবাৰলৈ অনুষ্ঠিত হ'ব ছিনিয়ৰ মহিলাৰ আন্তঃমণ্ডল টি-২০ ক্ৰিকেট

    অহা ২৪ নৱেম্বৰৰ পৰা গুৱাহাটীত আৰম্ভ হ'ব বিচিচিআইৰ ছিনিয়ৰ মহিলাৰ আন্তঃমণ্ডল টি-২০ প্ৰতিযোগিতা। অংশ ল'ব দেশৰ কেইবাগৰাকীও তাৰকা ক্ৰিকেটাৰে।

  15. অসম

    মাছৰ উৎপাদন আৰু বজাৰত খিলঞ্জীয়াৰ নেতৃত্ব নিশ্চিত কৰাৰ আহ্বান সাংসদ দিলীপ শইকীয়াৰ

    অসমৰ মাছৰ বজাৰত খিলঞ্জীয়াৰ নিয়ন্ত্ৰণ নিশ্চিত কৰাৰ লগতে মৎস্য খণ্ডক আত্মনিৰ্ভৰশীল কৰাৰ আহ্বান জনালে সাংসদ দিলীপ শইকীয়াই।

  16. অসম

    বৰ্ষাপাৰা উৰণীয়া সেতুত তীব্ৰবেগী বাহনৰ খুন্দাত ই-অট’ চালকৰ মৃত্যু, উত্তেজিত ৰাইজৰ প্ৰহাৰ

    গুৱাহাটীৰ বৰ্ষাপাৰা উৰণীয়া সেতুত তীব্ৰবেগী চাৰিচকীয়া বাহনৰ খুন্দাত এজন ই-অট' চালকৰ কৰুণ মৃত্যু হয়। ঘটনাৰ পাছতে উত্তেজিত ৰাইজে বাহনখনত থকা…

  17. অসম

    মালিগাঁৱৰ আদিংগিৰি পাহাৰত প্ৰশাসনৰ উচ্ছেদ অভিযান, ১৪ বিঘা ভূমি উদ্ধাৰৰ লক্ষ্য

    গুৱাহাটীৰ মালিগাঁৱৰ আদিংগিৰি পাহাৰত বেদখলমুক্ত কৰিবলৈ জিলা প্ৰশাসনে চলালে উচ্ছেদ অভিযান। প্ৰায় ১৪ বিঘা ভূমি উদ্ধাৰৰ পদক্ষেপ।

  18. উত্তৰ-পূৰ্বাঞ্চল

    ছিয়াং প্ৰকল্পৰ ক্ষতিগ্ৰস্ত লোকক দেশৰ সৰ্বোত্তম পুনৰ্সংস্থাপন পেকেজ দিয়া হ'ব: অমিত শ্বাহ

    ছিয়াং প্ৰকল্পত ক্ষতিগ্ৰস্তসকলক দেশৰ ভিতৰতে সৰ্বোত্তম পুনৰ্সংস্থাপন পেকেজ দিয়াৰ লগতে আলোচনাৰ মাধ্যমেৰে সিদ্ধান্ত লোৱা হ'ব বুলি জনালে গৃহমন্…

  19. অসম

    অসমৰ অস্থায়ী বনকৰ্মীৰ বাবে দুৰ্ঘটনা বীমাৰ ব্যৱস্থা, উপকৃত হ’ব ১০ হাজাৰ কৰ্মচাৰী

    অসমকে ধৰি দেশৰ সাতখন ৰাজ্যৰ ১০ হাজাৰ বনকৰ্মীক সামৰি প্ৰিন্স উইলিয়ামৰ নেতৃত্বত আৰম্ভ হৈছে ব্যক্তিগত দুৰ্ঘটনা বীমা আঁচনি।

  20. অসম

    তাইজুদ্দিন মডেল একাডেমীৰ দৰিদ্ৰ ছাত্ৰীক জিলা আমছুৰ শিক্ষা সামগ্ৰী প্ৰদান

    শিক্ষাৰ প্ৰতি অধিক উৎসাহিত কৰাৰ উদ্দেশ্যে হাতীশলা ভুলুকাবাৰীস্থিত তাইজুদ্দিন মডেল একাডেমীৰ দশম শ্ৰেণীৰ এগৰাকী দৰিদ্ৰ মেধাৱী ছাত্ৰীক আজি বিভি…

  21. অসম

    ডিগবৈত চোকা অস্ত্ৰৰ আঘাতত আহত চাৰিটা ঘোঁৰা! বন বিভাগৰ উদ্যোগত পশু চিকিৎসকৰ দ্বাৰা চিকিৎসা প্ৰদান

    তৈলনগৰী ডিগবৈ চহৰলৈ প্ৰৱেশৰ পূৰ্বে আদৰণি গেটৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত বিগত কিছুদিন ধৰি বিপদসংকুল অৱস্থাত বিচৰণ কৰি থকা চাৰিটা ঘোঁৰা গ…

  22. অসম

    শিৱসাগৰ কাজিৰঙাৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰ পিছতে সষ্টম পৰিবহণ বিভাগ

    ৰাজ্যজুৰি পথ সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্যৰে তৎপৰ হৈ পৰিছে পৰিবহণ বিভাগ। কাজিৰঙাত সংঘটিত শেহতীয়া ভয়ংকৰ পথ দুৰ্ঘটনাৰ পিছতে বিভিন্ন স্থানত আৰম…

  23. প্ৰযুক্তি

    বকোৰ লামপাৰাত বিজ্ঞান সমাৰোহ

    দক্ষিণ কামৰূপৰ বকোৰ 'লামপাৰা হাইস্কুল'ত 'বনগাঁও আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ'ৰ দ্বাৰা বৃহস্পতিবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় এক বিজ্ঞান সম…