ৰাজনীতি

‘ৰামলীলা ময়দানৰ আধা অংশও পূৰণ কৰিব নোৱাৰিলে ৰাহুল গান্ধীয়ে’—কটাক্ষ BJP সভাপতি নীতিন নবীনৰ

ৰাহুল গান্ধীৰ ভোট চুৰিৰ অভিযোগক তীব্ৰ সমালোচনা বিজেপি নেতা নীতিন নবীনৰ। বিৰোধী মিত্ৰজোঁটক কটাক্ষ কৰি তেওঁ কয় যে দেশৰ জনসাধাৰণ বিজেপিৰ লগত আছে।

  1. ‘ৰাজীৱ গান্ধী আৰু ছোনিয়া গান্ধী শিৱ-পাৰ্বতী নেকি?’ ৰাহুল গান্ধীক কটাক্ষ হিমন্ত বিশ্ব শৰ্মাৰ

    অৰ্ধনাৰীশ্বৰ সম্পৰ্কীয় ছ’চিয়েল মিডিয়া পোষ্টক লৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীক তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

  2. নিবিদাৰ নামত ১ কোটি টকা প্ৰৱঞ্চনাৰ অভিযোগ: বিজেপি বিধায়কৰ সহযোগী ৰিভা লামা গ্ৰেপ্তাৰ

    ৰে'ল প্ৰকল্পৰ কাম দিয়াৰ নামত ১ কোটি টকা আত্মসাতৰ অভিযোগত বিজেপি বিধায়ক নোমান ৰায়ৰ সহযোগী ৰিভা লামাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

  3. BJP-RSSক ‘জাতিবাদী পুৰুষতান্ত্ৰিক’ আখ্যা ৰাহুল গান্ধীৰ, অৰ্ধনাৰীশ্বৰ মূৰ্তিৰ ছবি শ্বেয়াৰ কৰি সমালোচনা

    অৰ্ধনাৰীশ্বৰৰ ছবি সামাজিক মাধ্যমত প্ৰকাশ কৰি বিজেপি আৰু আৰএছএছক তীব্ৰ সমালোচনা কৰিলে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে।

  4. SEBIৰ নিয়ম সলনিৰ প্ৰস্তাৱক লৈ কংগ্ৰেছৰ বিৰোধিতা, বিদেশী পুঁজিৰ স্বচ্ছতাক লৈ শংকা

    বিদেশী বিনিয়োগকাৰীৰ তথ্য প্ৰকাশৰ নিয়ম শিথিল কৰাৰ ছেবীৰ প্ৰস্তাৱক লৈ প্ৰশ্ন তুলিছে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে।

  5. বিজেপিৰ অ’বিচি মৰ্চাৰ ৰাষ্ট্ৰীয় উপ-সভাপতি হিচাপে নিযুক্তি সাংসদ যোগেন মোহনক

    বিজেপিৰ অ’বিচি মৰ্চাৰ ৰাষ্ট্ৰীয় উপ-সভাপতি হিচাপে অসমৰ যোগেন মোহনক দায়িত্ব প্ৰদান কৰা হৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জনালে শুভেচ…

  6. বিজেপিৰ ৰাজ্যসভাৰ সাংসদ ৰামৰাও ৱাডকুটেৰ দেহাৱসান, প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

    বিজেপিৰ ৰাজ্যসভাৰ সাংসদ ৰামৰাও ৱাডকুটেৰ ৭২ বছৰ বয়সত দেহাৱসান ঘটিছে। নতুন দিল্লীৰ এইমছত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে নেতাগৰাকীয়…

  7. ক্ৰিকেটাৰ যুজবেন্দ্ৰ চাহালৰ বিজেপিত যোগদান: অ’বিচি মৰ্চাত পালে গুৰুত্বপূৰ্ণ দায়িত্ব

    ভাৰতীয় ক্ৰিকেটাৰ যুজবেন্দ্ৰ চাহালে বিজেপিত যোগদান কৰিছে। দলটোৰ অ’বিচি মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ বিশেষ আমন্ত্ৰিত সদস্যৰ দায়িত্…

  8. ‘ড্ৰাগছ ছিণ্ডিকেটৰ ধনেৰে চলে BJP দল’—গৌৰৱ গগৈৰ বিস্ফোৰক অভিযোগ

    ড্ৰাগছ ছিণ্ডিকেটৰ পৰা সংগ্ৰহ কৰা ধনেৰে শাসকীয় বিজেপিৰ সাংগঠনিক কাম-কাজ চলোৱা হৈছে বুলি গুৱাহাটীত সংবাদমেলযোগে অভিযোগ কৰে সাংসদ গৌৰৱ গগৈয়ে।

  9. ছোনিয়া গান্ধীক লৈ গ্ৰন্থ লিখিব বিজেপি সাংসদ নিশিকান্ত ডুবেই, মাৰুতিৰ পৰা বফৰ্ছলৈ উত্থাপন কৰিলে ১০টা প্ৰশ্ন

    কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীক লৈ এখন গ্ৰন্থ ৰচনা কৰাৰ কথা ঘোষণা কৰিছে বিজেপিৰ সাংসদ নিশিকান্ত ডুবেই।

  10. ৬০ বছৰ পূৰ্বে দুই সন্তান নীতি থাকিলে হিমন্ত বিশ্ব শৰ্মাৰ জন্মই নহ'লহেঁতেন: ৰকিবুল হুছেইন

    মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দুই সন্তান নীতিক কটাক্ষ কৰি বিতৰ্কিত মন্তব্য কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনৰ।

  11. ধনদাবী আৰু ছিণ্ডিকেটৰ অভিযোগত বিজেপি যুৱ মৰ্চাৰ নেতা শিৱচান্দ হাতীবৰুৱাক বহিষ্কাৰ

    ধনদাবী আৰু ছিণ্ডিকেট চলোৱাৰ গুৰুতৰ অভিযোগত বিজেপি যুৱ মৰ্চাৰ নেতা শিৱচান্দ হাতীবৰুৱাক দলৰ পৰা বহিষ্কাৰ কৰিছে ৰাজ্যিক বিজেপিয়ে।

  12. ২০২৬ৰ বিধানসভা নিৰ্বাচন আৰু নগাঁৱৰ উপ-নিৰ্বাচনক ‘অবৈধ’ আখ্যা গৌৰৱ গগৈৰ, বিজেপিৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰখাৰ ঘোষণা

    নিৰ্বাচনী অনিয়ম আৰু চৰকাৰৰ বিফলতাৰ বিৰুদ্ধে সৰৱ হৈ ২০২৬ৰ নিৰ্বাচন আৰু নগাঁও উপ-নিৰ্বাচনক ‘অবৈধ’ আখ্যা দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে…

  13. দেশৰ তিনিখন চহৰত Metaৰ কাৰ্যালয়ত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ!

    সামাজিক মাধ্যমৰ একাউণ্ট বন্ধ কৰাৰ বিৰুদ্ধে হায়দৰাবাদত মেটাৰ কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰা যুৱ কংগ্ৰেছৰ প্ৰায় ২০ গৰাকী কৰ্মীক আৰক্ষীয়ে…

  14. ৰাজস্থানৰ পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ বৃহৎ অগ্ৰগতি; জিলা পৰিষদৰ ২৫ খনত কংগ্ৰেছৰ জয়, ৫খনত বিজেপি

    ৰাজস্থানৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফলত শাসকীয় বিজেপিক পিছ পেলাই বিৰোধী কংগ্ৰেছে বৃহৎ অগ্ৰগতি লাভ কৰিছে।

  15. ‘নামটো ছিৰাজ, সেয়াই জানো যথেষ্ট নহয়?’ মহম্মদ ছিৰাজক দলত স্থান নিদিয়াক লৈ কংগ্ৰেছ-বিজেপিৰ ৰাজনৈতিক বাকযুদ্ধ

    ৱেলিংটন টেষ্টত মহম্মদ ছিৰাজক প্ৰথম একাদশত স্থান নিদিয়াক লৈ ধৰ্মীয় বৈষম্যৰ ইংগিত দিছে কংগ্ৰেছে। বিজেপিয়ে এই অভিযোগ নাকচ কৰিছে।

  16. কনভয়ত কণী আৰু লাঠীৰে আক্ৰমণৰ অভিযোগ, BJP কৰ্মীৰ বিৰুদ্ধে সৰৱ TMC সাংসদ মহুৱা মৈত্ৰৰ

    নদীয়াৰ কালীগঞ্জত সাংসদ মহুৱা মৈত্ৰৰ কনভয়ত আক্ৰমণ আৰু পথ অৱৰোধৰ অভিযোগ উঠিছে। আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগো উত্থাপন কৰিছে তেওঁ।

  17. ২০ কোটিৰো অধিক মূল্যৰ মাটি ইউছুফ পাঠানক আৱণ্টনৰ প্ৰস্তাৱত অনুমোদন বিজেপি শাসিত বডোদৰা পৌৰ নিগমৰ

    তৃণমূল কংগ্ৰেছৰ সাংসদ ইউছুফ পাঠানক ২০ কোটি টকাতকৈ অধিক মূল্যৰ মাটি আৱণ্টনৰ প্ৰস্তাৱ সংখ্যাগৰিষ্ঠ ভোটেৰে গৃহীত কৰিছে বডোদৰা পৌৰ নিগমে।