শেহতীয়া খবৰ

NewzNow-ৰ সকলো শেহতীয়া খবৰ, সময় অনুসৰি।

  1. অসম

    ঘনকান্ত গগৈৰ মৃত্যুক লৈ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত আৰম্ভ

    শিৱসাগৰৰ গৌৰীসাগৰত আৰক্ষীৰ গুলীত ঘনকান্ত গগৈৰ মৃত্যুৰ ঘটনাত জিলা প্ৰশাসনে দণ্ডাধীশ পৰ্যায়ৰ তদন্ত আৰম্ভ কৰিছে।

  2. অসম

    ২৪ ডিচেম্বৰৰ পৰা খানাপাৰাত ১৪ দিনীয়া অসম গ্ৰন্থমেলা

    গুৱাহাটীৰ খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত ২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্ৰন্থমেলা অনুষ্ঠিত হ'ব।

  3. দেশ

    কুলগামত লস্কৰ-ই-তৈয়বাৰ সদস্য লতিফ ভাট নিহত

    কুলগামত নিৰাপত্তা বাহিনীৰ অভিযানত লস্কৰ-ই-তৈয়বাৰ শ্ৰেণী-এৰ সন্ত্ৰাসবাদী লতিফ ভাট নিহত হৈছে। সংগঠনটোত যোগদানৰ ঠিক এবছৰৰ দিনাই তেওঁৰ মৃত্যু হ…

  4. অসম

    ৰাজীৱ ভৱনত জুবিন গাৰ্গৰ জন্মদিন পালন, ন্যায়ৰ দাবীত সৰৱ কংগ্ৰেছ

    গুৱাহাটীৰ ৰাজীৱ ভৱনত জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। শিল্পীগৰাকীৰ ন্যায়ৰ দাবীত সংগ্ৰাম অব্যাহত ৰখাৰ আহ্বান…

  5. অসম

    গৌৰৱোজ্জ্বল ৭৫ সংখ্যক বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱসৰ জয়গানেৰে মুখৰিত হাওৰাঘাটৰ মেটেকা

    মাতৃভাষাৰ জয়গান আৰু স্বকীয় কৃষ্টিৰ সুবাস বিলাই পাৰ্বত্য জিলা কাৰ্বি আংলংৰ হাওৰাঘাটৰ সমীপবৰ্তী নমাটি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত মেটেকা গাঁৱৰ খ…

  6. অসম

    জুবিন ক্ষেত্ৰৰ প্ৰথম পৰ্যায়ৰ কাম বাবে ১৫ কোটি অনুমোদন মুখ্যমন্ত্ৰীৰ, কোকৰাঝাৰৰ জুবিন পাৰ্কৰ বাবে ৩০ কোটি টকাৰ আবণ্টন হাগ্ৰামাৰ

    জুবিন গাৰ্গৰ ৫৪সংখ্যক জন্মদিনত জুবিন ক্ষেত্ৰৰ প্ৰথম পৰ্যায়ৰ কামৰ অনুমোদন জনালে মুখ্যমন্ত্ৰীয়ে। কোকৰাঝাৰত জুবিন গাৰ্গৰ আদৰ্শ সংৰক্ষণৰ বাবে…

  7. অসম

    দুলীয়াজানত তিনিজনক হত্যাৰ গোচৰত দুই অভিযুক্তক ৭ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ

    দুলীয়াজানৰ কমলাবাৰীত একেটা পৰিয়ালৰ তিনিজন সদস্যক হত্যাৰ গোচৰত ৰাজু দাস আৰু আমিৰ দাসক ৭ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে ডিব্ৰুগড় আদালতে।

  8. অসম

    কোকৰাঝাৰত জুবিন গাৰ্গৰ ৫৪সংখ্যক জন্মদিন উদযাপন, জুবিনৰ সৃষ্টি আৰু আদৰ্শ সংৰক্ষণৰ বাবে ৩০ কোটি আবণ্টন হাগ্ৰামাৰ

    জুবিন গাৰ্গৰ ৫৪সংখ্যক জন্মদিনত কোকৰাঝাৰত বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়। হাগ্ৰামা মহিলাৰীয়ে শিল্পীগৰাকীৰ নামত পাৰ্ক নিৰ্মাণৰ বাবে ৩০ কোটি টকা…

  9. অসম

    মুকালমুৱাৰ চান্দাত আৰক্ষীৰ পোছাকত ডকাইতি! মাতৃ-পুত্ৰক বান্ধি ঘৰত লুটপাত

    চান্দাত মাতৃ-পুত্ৰক বান্ধি থৈ নগদ ধনসহ তিনিটা মোবাইল ফোন লুটি নিয়াৰ অভিযোগ। ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে মুকালমুৱা আৰক্ষীয়ে।

  10. অসম

    মহং গাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা! নদীত পৰিল বাহন, এজনৰ মৃত্যু

    তিনিচুকীয়া জিলাৰ বৰডুমচাৰ সমীপৱৰ্তী মহং গাঁৱত আজি পুৱাই নিৰ্মীয়মাণ কালভাৰ্টৰ কাষত নিয়ন্ত্ৰণ হেৰুৱাই এখন বাহন নদীত বাগৰি পৰে, যাৰ ফলত যাদৱ…

  11. অসম

    ৰাণী নৰহৰ বিৰুদ্ধে দুৰ্নীতিৰ গোচৰ চলিব বিশেষ ন্যায়াধীশৰ আদালতত

    প্ৰাক্তন সাংসদ ৰাণী নৰহৰ বিৰুদ্ধে ২০১৮ চনত ৰুজু হোৱা দুৰ্নীতিৰ গোচৰ বিশেষ ন্যায়াধীশৰ আদালতত বিচাৰ প্ৰক্ৰিয়াৰ পৰৱৰ্তী পৰ্যায়লৈ আগবাঢ়িছে।

  12. অসম

    ‘জুবিনদাই সুন্দৰৰ পূজাৰী আৰু জাতীয় চেতনা হৈ আমাৰ মাজত জীয়াই থাকক’—ভগ্নী পামী বৰঠাকুৰ

    জুবিন গাৰ্গৰ জন্মদিনত শিল্পীগৰাকীৰ চিন্তা, আদৰ্শ আৰু সৃষ্টিৰাজি নতুন প্ৰজন্মৰ মাজত জীয়াই ৰখাৰ আহ্বান জনাইছে পামী বৰঠাকুৰে।

  13. অসম

    ‘জুবিন গাৰ্গে ন্যায় পাবই লাগিব, ন্যায় নোপোৱালৈকে ক্ষান্ত নহওঁ’—সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

    জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায় নিশ্চিত নোহোৱালৈকে আছুৰ আন্দোলন আৰু দাবী অব্যাহত থাকিব বুলি জনাইছে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।

  14. অসম

    ‘সি পুনৰ আমাৰ মাজলৈ উভতি আহক’—জুবিনৰ জন্মদিনত আবেগিক পিতৃ কপিল বৰঠাকুৰ

    জুবিন গাৰ্গৰ ৫৪ সংখ্যক জন্মদিনত পিতৃ কপিল বৰঠাকুৰে পুত্ৰক পুনৰ উভতি আহিবলৈ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনায়।

  15. অসম

    'জন্মদিনত জুবিন ক্ষেত্ৰত নহ'ল কোনো চৰকাৰী আয়োজন, এয়া দুর্ভাগ্যজনক,গৰিহণাযোগ্য' -উৎপল শৰ্মা

    জুবিন গাৰ্গৰ অবৰ্তমানত দ্বিতীয়টো জন্মদিনত জুবিন ক্ষেত্ৰত চৰকাৰী কোনো আয়োজন নোহোৱাৰ অভিযোগ তুলি ক্ষোভ প্ৰকাশ কৰিছে আছুৰ সভাপতি উৎপল শৰ্মাই।

  16. দেশ

    ৰাস্তাত আৱৰ্জনা বুটলি পুত্ৰক পঢ়ুৱাইছিল মাতৃয়ে, আজি সেই পুত্ৰ IIT-ৰ পৰা গৈ হ'ল IFS বিষয়া!

    মুম্বাইৰ বস্তি অঞ্চলৰ পৰা আইআইটি মাদ্ৰাজলৈ যোৱা গৌতম পাডিভাৰে ২০২২ চনৰ ইউপিএছচি আইএফএছ পৰীক্ষাত ১৩৯ সংখ্যক স্থান লাভ কৰিছিল।

  17. অসম

    ‘জুবিন আমাৰ মাজতেই আছে’, জন্মদিনত শিল্পীগৰাকীক স্মৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

    জুবিন গাৰ্গৰ জন্মদিনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিল্পীগৰাকীক স্মৰণ কৰি কয় যে জুবিন আজিও অসমবাসীৰ মাজত জীয়াই আছে।

  18. দেশ

    'ভাৰতত হোৱা ৪০ শতাংশ বায়ু প্ৰদূষণৰ বাবে দায়ী মই' - কেন্দ্ৰীয় পৰিবহন মন্ত্ৰী নীতিন গাডকাৰী

    পৰিবহণ খণ্ডৰ সৈতে দেশৰ প্ৰায় ৪০ শতাংশ বায়ু প্ৰদূষণ জড়িত বুলি উল্লেখ কৰি নীতিন গাডকাৰীয়ে নৈতিক দায়িত্ব স্বীকাৰ কৰে।

  19. অসম

    চাইকেলেৰে এভাৰেষ্ট বেছ কেম্পলৈ মেৰাপানীৰ দুই যুৱক

    গোলাঘাটৰ মেৰাপানীৰ ৰূপম গগৈ আৰু সৌৰভ দাসে গুৱাহাটীৰ জুবিন ক্ষেত্ৰৰ পৰা চাইকেলেৰে এভাৰেষ্ট বেছ কেম্পলৈ যাত্ৰা আৰম্ভ কৰিছে।

  20. অসম

    গানছ এন’ ৰ’জৰ সংগীতানুষ্ঠানৰ পৰা উভতি অহা সাতজনীয়া দলৰ বিৰুদ্ধে যান-বাহন আৰক্ষীৰ কনিষ্টবলক প্ৰহাৰৰ অভিযোগ

    খানাপাৰাত কৰ্তব্যৰত যান-বাহন আৰক্ষীৰ কনিষ্টবলক প্ৰহাৰ কৰাৰ অভিযোগত এজন যুৱকক আটক কৰিছে দিছপুৰ আৰক্ষীয়ে।

  21. অসম

    বাৰে বাৰে হেলমেট নিপিন্ধিলে বাতিল হ’ব পাৰে চালকৰ অনুজ্ঞাপত্ৰ, বাহনৰ পঞ্জীয়ন

    হেলমেট নিপিন্ধি বাৰে বাৰে নিয়ম উলংঘা কৰা দুচকীয়া চালকৰ অনুজ্ঞাপত্ৰ আৰু বাহনৰ পঞ্জীয়ন বাতিল হ’ব পাৰে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই…

  22. অসম

    ৰাজ্যজুৰি অনুৰাগীৰ মাজত জুবিন গাৰ্গৰ জন্মদিন উদযাপন, সোণাপুৰৰ জুবিন ক্ষেত্ৰতো স্মৰণ

    প্ৰিয় শিল্পী জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে ৰাজ্যজুৰি অনুৰাগীসকলে কেক কাটি উদযাপন কৰে। গুৱাহাটীৰ কাহিলীপাৰাস্থিত বাসগৃহতো উদযাপন কৰা হয় শিল্…

  23. মনোৰঞ্জন

    গুৱাহাটীত গানছ এন’ ৰ’জেছৰ সংগীতানুষ্ঠানত ৩০ হাজাৰৰো অধিক অনুৰাগী

    খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত গানছ এন’ ৰ’জেছে উত্তৰ-পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে সংগীতানুষ্ঠান অনুষ্ঠিত কৰে।

  24. আন্তঃৰাষ্ট্ৰীয়

    ফ্লেগ মিটিঙৰ পাছত ভাৰতলৈ উভতিল বাংলাদেশত আটক বিএছএফ জোৱান

    মেঘালয় সীমান্তত ভুলবশতঃ বাংলাদেশত প্ৰৱেশ কৰা এজন বিএছএফ জোৱানক বিজিবিয়ে আটক কৰাৰ পাছত ফ্লেগ মিটিঙৰ জৰিয়তে ভাৰতলৈ ঘূৰাই অনা হয়।