← ই-কাকত ১ / ১০
NewzNow
ই-কাকত৫ নৱেম্বৰ ২০২৬অসম আৰু উত্তৰ-পূৰ্বৰ খবৰ
অসম

অসমত অপৰাধৰ হাৰ প্ৰায় ৬৮ শতাংশ হ্ৰাস পোৱা বুলি দাবী মুখ্যমন্ত্ৰীৰ

গুৱাহাটী, ৫ নৱেম্বৰঃ অসমত অপৰাধৰ হাৰ প্ৰায় ৬৮ শতাংশ হ্ৰাস পোৱাৰ লগতে আৰক্ষীৰ তদন্ত আৰু গোচৰ নিষ্পত্তিৰ ক্ষেত্ৰতো উন্নতি হোৱা বুলি দাবী কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সামাজিক মাধ্যমত প্ৰকাশ কৰা চৰকাৰী তথ্যৰ আধাৰত মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ আইন-শৃংখলাজনিত পৰিস্থিতিৰ উন্নতিৰ ছবি দাঙি ধৰিছে। মুখ্যমন্ত্ৰীয়ে ‘এক্স’ত প্ৰকাশ কৰা...

ৰাজনীতি

CJPৰ দুই নেতাই আমেৰিকা-পাকিস্তানৰ পৰা ধন লাভ কৰাৰ অভিযোগ কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙৰ

নতুন দিল্লী, ৫ নৱেম্বৰঃ ককৰোচ জনতা পাৰ্টি (CJP)ৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে আৰু সহ-প্ৰতিষ্ঠাপক আশুতোষ ৰাংকাই বিদেশৰ পৰা ধন লাভ কৰা বুলি অভিযোগ উত্থাপন কৰিছে কেন্দ্ৰীয় মন্ত...

ক্ৰীড়া

২৩ বছৰীয়া যাত্ৰাৰ সামৰণি, আন্তঃৰাষ্ট্ৰীয় ফুটবলক বিদায় ৰোনাল্ডোৰ

লিছবন, ৫ নৱেম্বৰঃ আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ গ্ৰহণৰ কথা ঘোষণা কৰিছে পৰ্তুগালৰ মহাতাৰকা ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে। বৃহস্পতিবাৰে সামাজিক মাধ্যমত প্ৰকাশ কৰা এটা ভিডিঅ’ ব...

অসম

জুবিনৰ হত‍্যাত অভিযুক্তই জামিন পালে কঁপিব অসম; সোণাপুৰত বিশাল গণসমাৱেশত অখিল গগৈৰ সকীয়নি

সোণাপুৰ, ৫ নৱেম্বৰঃ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ ন্যায় বিচাৰি বৃহস্পতিবাৰে গুৱাহাটীৰ সোণাপুৰস্থিত জুবিন ক্ষেত্ৰত হাজাৰ হাজাৰ অনুৰাগী আৰু সাধাৰণ ৰাইজৰ সমাৱেশ...

— ১ —
NewzNow ই-কাকত৫ নৱেম্বৰ ২০২৬পৃষ্ঠা ২
অসম

হোটেল বিলাশত কি হৈছিল? কেনেকৈ গুলীয়াইছিল ঘনকান্তই? স্ব-গৃহত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বৰ্ণনা সত্যেন্দ্ৰ পাঠকৰৰ

বৰপেটা , ৫ নৱেম্বৰঃ বিলাস ইনত সংঘটিত গুলীচালনাৰ ঘটনাৰ ভয়ংকৰ অভিজ্ঞতা বৰ্ণনা কৰিছে ঘটনাটোত আহত সত্যেন্দ্ৰ পাঠকে। ঘৰলৈ উভতি আহি তেওঁ প্ৰকাশ কৰা ভাষ্য অনুসৰি, গাড়ী ৰখাক কে...

অসম

দুদিনেও সম্পন্ন নহ’ল মৰণোত্তৰ পৰীক্ষা, ঘনকান্ত গগৈৰ মৃতদেহ চমজি লোৱাক লৈ পৰিয়ালৰ আপত্তি

ডিব্ৰুগড়, ৫ নৱেম্বৰঃ গুৱাহাটীৰ বিলাস ইন হত্যাকাণ্ডৰ অভিযুক্ত ঘনকান্ত গগৈৰ মৃতদেহ চমজি লোৱাক লৈ পৰিয়ালৰ সৈতে প্ৰশাসনৰ জটিলতাৰ সৃষ্টি হৈছে। পৰিয়ালে আজি মৃতদেহটো গতাই দিয...

দেশ

আটকৰ মুহূৰ্তৰ পৰাই ২৪ ঘণ্টাৰ গণনা: সৰ্বোচ্চ ন্যায়ালয়

নতুন দিল্লী, ৫ নৱেম্বৰ: কোনো ব্যক্তিক মেজিষ্ট্ৰেটৰ সন্মুখত হাজিৰ কৰাৰ ২৪ ঘণ্টাৰ সময়সীমা আনুষ্ঠানিক গ্ৰেপ্তাৰৰ সময়ৰ পৰা নহয়, আটক কৰাৰ মুহূৰ্তৰ পৰাই আৰম্ভ হয় বুলি সৰ্বো...

দেশ

ৰাহুলজী আপুনি ভিয়েটনামত কিমান দিন আছিল, কাৰ সৈতে সাক্ষাৎ কৰিছিল, কিয় গৈছিল ? : অমিত শ্বাহে

কৰ্ণাল, ৫ নৱেম্বৰঃ কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ বিদেশ ভ্ৰমণক লৈ প্ৰশ্ন উত্থাপন কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। বৃহস্পতিবাৰে হাৰিয়ানাৰ কৰ্...

— ২ —
NewzNow ই-কাকত৫ নৱেম্বৰ ২০২৬পৃষ্ঠা ৩
অসম

অসম ৰাইফলছ ভুৱা নিযুক্তি চক্ৰৰ মাষ্টাৰমাইণ্ডৰ সন্দেহত এজনক গ্ৰেপ্তাৰ

ওদালগুৰি, ৫ নৱেম্বৰঃ ভুৱা অসম ৰাইফলছ নিযুক্তি চক্ৰ চলোৱাৰ অভিযোগত আৰক্ষীয়ে এজন লোকক গ্ৰেপ্তাৰ কৰিছে। চাকৰি প্ৰত্যাশী লোকক অৰ্ধসামৰিক বাহিনীটোত নিযুক্তি দিয়াৰ প্ৰলোভন দে...

অসম

বিটিচিৰ পাঁচখন জিলাত ৯ নৱেম্বৰত স্থানীয় বন্ধ ঘোষণা

কোকৰাঝাৰ, ৫ নৱেম্বৰঃ দীপাৱলী উপলক্ষে অহা ৯ নৱেম্বৰত বিটিচিৰ অধীনৰ পাঁচখন জিলাত স্থানীয় বন্ধ ঘোষণা কৰিছে বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদে। এই বন্ধ পৰিষদৰ অধীনস্থ সকলো বিভাগৰ ক...

অসম

নগাঁৱত ৰূপক শৰ্মাৰ ব্যক্তিগত সহায়কৰ বিৰুদ্ধে দাদাগিৰিৰ অভিযোগ!

নগাঁও, ৫ নৱেম্বৰ, ২০২৬: নগাঁৱত বিধায়ক ৰূপক শৰ্মাৰ ব্যক্তিগত সহায়ক বুলি পৰিচিত দিপাংকৰ শৰ্মাৰ বিৰুদ্ধে ক্ষমতাৰ অপব্যৱহাৰৰ অভিযোগ উত্থাপন হৈছে। জুবিন উদ্যানৰ সন্মুখত সৰু...

অসম

ধুবুৰী জিলা কাৰাগাৰৰ বন্দীৰ চিকিৎসালয়ত মৃত্যু

ধুবুৰী, ৫ নৱেম্বৰঃ ধুবুৰী জিলা কাৰাগাৰত বন্দী হৈ থকা ৩০ বছৰীয়া মহলম ইছলামৰ বৃহস্পতিবাৰে মাজনিশাৰ পিছতে ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত মৃত্যু হয়। কাৰাগাৰত হ...

— ৩ —
NewzNow ই-কাকত৫ নৱেম্বৰ ২০২৬পৃষ্ঠা ৪
অসম

অসম সাহিত্য সভাৰ সভাপতি পদৰ বাবে পাঁচগৰাকীৰ নাম মনোনীত

গুৱাহাটী, ৫ নৱেম্বৰঃ অসম সাহিত্য সভাৰ ২০২৭–২৯ কাৰ্যকালৰ সভাপতি পদৰ বাবে পাঁচগৰাকী বিশিষ্ট ব্যক্তিৰ নাম মনোনীত কৰা হৈছে। সভাৰ মুখ্য কাৰ্যালয়ত জ্যেষ্ঠ সদস্যসকলৰ উপস্থিতিত...

অসম

GMCHৰ পৰা ঘৰলৈ উভতিল গুৱাহাটীৰ হোটেলৰ গুলীচালনাৰ ঘটনাত আহত সত্যেন্দ্ৰ পাঠক

গুৱাহাটী, ৫ নৱেম্বৰঃ গুৱাহাটীৰ Hotel Bilas Inn-ত ২৬ অক্টোবৰত সংঘটিত গুলীচালনাৰ ঘটনাত আহত সত্যেন্দ্ৰ পাঠকক বৃহস্পতিবাৰে Gauhati Medical College and Hospital (GMCH)ৰ পৰা যা...

অসম

মিছমিকাটা বিনা চাহ বাগিচাত পানীৰ গাঁতত পৰি শ্ৰমিকৰ মৃত্যু

তালাপঃ তিনিচুকীয়া জিলাৰ তালাপৰ সমীপৱৰ্তী মিছমিকাটা বিনা চাহ বাগিচাত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। বাগিচাৰ মাজত পানীৰ বাবে খান্দি থোৱা গাঁতত পৰি মৃত্যু হয় এজন ২৬ বছৰীয়া ব...

অসম

অসমৰ নদীপাৰৰ ভূমি ব্যৱহাৰ নিয়ন্ত্ৰণৰ বাবে হ'ব নতুন আইন প্ৰণয়ন

গুৱাহাটী, ৫ নৱেম্বৰঃ অসমৰ নদীপাৰৰ ভূমি ব্যৱহাৰ আৰু নিৰ্মাণ-কাৰ্য নিয়ন্ত্ৰণৰ লক্ষ্যৰে প্ৰস্তাৱিত বান-সমভূমি মণ্ডলীকৰণ বিধেয়কৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে মুখ্যমন্ত্ৰী হিমন্ত...

— ৪ —
NewzNow ই-কাকত৫ নৱেম্বৰ ২০২৬পৃষ্ঠা ৫
অসম

ডাইনী সন্দেহত মহিলাক হত্যা, ডিগবৈত তিনি মহিলাক গ্ৰেপ্তাৰ

ডিগবৈঃ তিনিচুকীয়া জিলাৰ ডিগবৈৰ উল্টাপুল ঔগুৰিত ডাইনী সন্দেহত এগৰাকী মহিলাক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। যোৱা ১ নৱেম্বৰত অঞ্চলটোৰ এখন ভিতৰুৱা গাঁৱত সংঘটিত এই ঘটনাৰ সৈত...

আন্তঃৰাষ্ট্ৰীয়

পাক-অধিকৃত কাশ্মীৰৰ ৰাৱালাকোটত ড্ৰ’ন আক্ৰমণ আৰু গুলীচালনাৰ অভিযোগ, ৩জন নিহত, ১৮জন আহত

নতুন দিল্লী, ৫ নৱেম্বৰঃ পাক-অধিকৃত জম্মু-কাশ্মীৰৰ ৰাৱালাকোটত বৃহস্পতিবাৰে পাকিস্তান সেনাৰ বিৰুদ্ধে ড্ৰ’ন আক্ৰমণ আৰু গুলীচালনাৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনাত তিনিজন লোক নি...

আন্তঃৰাষ্ট্ৰীয়

হৰমুজ প্ৰণালীৰ নিষেধাজ্ঞাৰ পৰা ভাৰতৰ জাহাজক ৰেহাই ইৰাণৰ

নতুন দিল্লী, ৪ নৱেম্বৰঃ পশ্চিম এছিয়াৰ যুদ্ধৰ পৰিস্থিতিৰ মাজতে কৌশলগতভাৱে গুৰুত্বপূৰ্ণ হৰমুজ প্ৰণালীৰে জাহাজ চলাচলৰ ক্ষেত্ৰত ভাৰতক বিশেষ ৰেহাই দিছে ইৰাণে। ভাৰতৰ লগতে চীন,...

দেশ

মঞ্চত ‘জে পি নাড্ডা মুৰ্দাবাদ’ ধ্বনি দি জিভা পিছলিল মুখ্যমন্ত্ৰীৰ!

ভূপাল, ৪ নৱেম্বৰ, ২০২৬: মঞ্চত ভাষণ দি থাকোঁতেই জিভা পিছলিল (Slip of the tongue) মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱৰ। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড...

— ৫ —
NewzNow ই-কাকত৫ নৱেম্বৰ ২০২৬পৃষ্ঠা ৬
ৰাজনীতি

'কংগ্ৰেছে শাসনকালত পাকিস্তানৰ আক্ৰমণৰ উচিত প্ৰত্যুত্তৰ দিব পৰা নাছিল' - সৰ্বানন্দ সোণোৱাল

শিলিগুৰি, ৫ নৱেম্বৰঃ অসমত বিদেশী অনুপ্ৰৱেশকাৰীক সুৰক্ষা দিয়াৰ উদ্দেশ্যে কংগ্ৰেছে নিজৰ শাসনকালত ষড়যন্ত্ৰ ৰচনা কৰিছিল বুলি অভিযোগ উত্থাপন কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন...

দেশ

বিৰোধীয়ে প্ৰতিবাদৰ বাবে জনসমাগম কৰিলে বিজেপি কৰ্মীয়েও তাৰ ‘উপযুক্ত প্ৰত্যুত্তৰ’ দিব: অমিত শ্বাহ

কৰ্ণাল, ৫ নৱেম্বৰঃ ‘ভোট চুৰি’ বিতৰ্কৰ মাজতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। সংসদৰ কাম-কাজত বাধা দিয়া আৰু ৰাজনৈতিক প্ৰত...

দেশ

ছয়খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধন ঘোষণা

নতুন দিল্লী, ৫ নৱেম্বৰঃ ভাৰতৰ নিৰ্বাচন আয়োগে ছয়খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ভোটাৰ তালিকাৰ বাৰ্ষিক বিশেষ সংক্ষিপ্ত সংশোধন প্ৰক্ৰিয়া ঘোষণা কৰিছে। এই প্ৰক্ৰিয়াৰ...

দেশ

জন্তৰ মন্তৰ গোচৰত CJPৰ দুজন নেতাক দিল্লী আৰক্ষীৰ জেৰা

নতুন দিল্লী, ৫ নৱেম্বৰঃ যন্তৰ-মন্তৰৰ প্ৰতিবাদৰ সৈতে জড়িত গোচৰত দিল্লী আৰক্ষীৰ অপৰাধ শাখাৰ কাৰ্যালয়ত হাজিৰ হৈছে কক্ৰ’চ জনতা পাৰ্টি (CJP)-ৰ সহ-আহ্বায়ক সৌৰভ দাস আৰু আশুতো...

— ৬ —
NewzNow ই-কাকত৫ নৱেম্বৰ ২০২৬পৃষ্ঠা ৭
দেশ

মেটাৰ প্লেটফৰ্মত শিশু নিৰ্যাতনৰ সামগ্ৰীৰ অভিযোগ, দিল্লী আৰক্ষীৰ এফআইআৰ

ফেচবুক আৰু ইনষ্টাগ্ৰামত শিশু যৌন শোষণ আৰু নিৰ্যাতন সম্পৰ্কীয় সামগ্ৰী থকা বুলি অভিযোগ উঠা প্ৰায় ১০টা লিংকৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে দিল্লী আৰক্ষীয়ে। অভিযোগ অনুসৰি, এই...

ব্যৱসায়-বাণিজ্য

দীপাৱলীৰ পূৰ্বেই শ্বেয়াৰ বজাৰত উত্থানৰ জোৱাৰ, বিনিয়োগকাৰীৰ সম্পত্তি ৭.৩ লাখ কোটি টকা বৃদ্ধি

নতুন দিল্লী, ৫ নৱেম্বৰঃ দীপাৱলীৰ পূৰ্বে বৃহস্পতিবাৰে ভাৰতীয় শ্বেয়াৰ বজাৰত দেখা গ’ল বৃহৎ উত্থান। BSE Sensex ১,৮৩৮.৬৪ পইণ্ট বা ২.৩৮ শতাংশ বৃদ্ধি পাই ৭৯,১৪০.০৪ পইণ্টত বন্ধ...

দেশ

দিল্লীৰ চাৱড়ী বজাৰত নিৰ্মীয়মাণ অট্টালিকা খহি দুজনৰ মৃত্যু, কেইবাজনো আৱদ্ধৰ আশংকা

নতুন দিল্লী, ৫ নৱেম্বৰঃ দিল্লীৰ পুৰণি দিল্লীৰ ব্যস্ত চাৱড়ী বজাৰ অঞ্চলত বৃহস্পতিবাৰে পুৱা নিৰ্মীয়মাণ তিনিমহলীয়া এটা অট্টালিকা খহি পৰাৰ ফলত দুজন লোকৰ মৃত্যু হৈছে। এই ঘটন...

ব্যৱসায়-বাণিজ্য

দীপাৱলীৰ পাছত ম'বাইলৰ দাম ১০ শতাংশ বাঢ়িব পাৰে

২৫ হাজাৰ টকাৰ তলৰ নতুন ৫জি স্মাৰ্টফোনৰ বিকল্প ক্ৰমাৎ কমি আহিছে। মেম'ৰি চিপৰ মূল্যবৃদ্ধি আৰু যন্ত্ৰাংশৰ যোগান-সংকটৰ ফলত আগন্তুক কম দামৰ ৫জি ম'বাইলৰ মূল্য বৃদ্ধি পাব পাৰে ব...

— ৭ —
NewzNow ই-কাকত৫ নৱেম্বৰ ২০২৬পৃষ্ঠা ৮
উত্তৰ-পূৰ্বাঞ্চল

মণিপুৰৰ উখৰুলত নগা সংগঠনৰ বিশাল প্ৰতিবাদ, অসম ৰাইফলছ প্ৰত্যাহাৰ আৰু ৰাজনৈতিক সমাধানৰ দাবী

উখৰুল, ৫ নৱেম্বৰঃ মণিপুৰৰ ৰাজনৈতিক সংকটৰ স্থায়ী সমাধান আৰু নগা অধ্যুষিত অঞ্চলৰ পৰা অসম ৰাইফলছ প্ৰত্যাহাৰৰ দাবীত বৃহস্পতিবাৰে উখৰুল জিলাত বিশাল প্ৰতিবাদী সমদল উলিয়ায় বি...

স্বাস্থ্য

উন্নত চিকিৎসাৰ বাবে মুম্বাইলৈ গৰিমা শইকীয়া গাৰ্গ

গুৱাহাটী, ৫ নৱেম্বৰঃ উন্নত চিকিৎসা আৰু বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণৰ বাবে মুম্বাইলৈ ৰাওনা হৈছে প্ৰয়াত কণ্ঠশিল্পী জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ। জুবিন গাৰ্গৰ মৃত্যুৰ...

উত্তৰ-পূৰ্বাঞ্চল

গ্ৰেপ্তাৰৰ পূৰ্বে সাত কৰ্মদিনৰ জাননী দিব লাগিব মণিপুৰৰ কংগ্ৰেছ সাংসদক

নতুন দিল্লী, ৫ নৱেম্বৰঃ যৌন নিৰ্যাতন আৰু পেছাগত অনুচিত আচৰণৰ অভিযোগ সম্পৰ্কীয় গোচৰত মণিপুৰৰ কংগ্ৰেছ সাংসদ তথা জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ (জেএনইউ) প্ৰাক্তন অধ্যাপক আং...

দেশ

শিখসকলৰ সুৰক্ষাক লৈ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীক সকাহ, এজাহাৰ দাখিলৰ নিৰ্দেশ ন্যায়ালয়ৰ নাকচ

নতুন দিল্লী, ৫ নৱেম্বৰঃ শিখ সম্প্ৰদায়ৰ সুৰক্ষাক লৈ ২০২৩ চনত আমেৰিকাত দিয়া মন্তব্যৰ বাবে কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ দাখিলৰ নিৰ্দ...

— ৮ —
NewzNow ই-কাকত৫ নৱেম্বৰ ২০২৬পৃষ্ঠা ৯
স্বাস্থ্য

বিশ্বত ২৪ কোটি কিশোৰ-কিশোৰীয়ে এদিনো কমেও ৬০ মিনিট মজলীয়াৰ পৰা জোৰদাৰ শাৰীৰিক সক্ৰিয়তা নকৰে

বিশ্বৰ ১১ৰ পৰা ১৭ বছৰ বয়সৰ প্ৰায় ২৪ কোটি কিশোৰ-কিশোৰীয়ে সপ্তাহৰ কোনো দিনেই কমেও ৬০ মিনিট মজলীয়া বা তীব্ৰ শাৰীৰিক সক্ৰিয়তাত অংশ নলয়। বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ নতুন মূল...

— ৯ —
✓

আজিৰ ই-কাকত শেষ হ'ল

৩৩টা খবৰ পঢ়িলে। কাইলৈ সন্ধিয়া নতুন সংখ্যা।

PDF ডাউনল'ড ← আগৰ সংখ্যা (৪ নৱেম্বৰ ২০২৬)

খবৰৰ কাটিং