← ই-কাকত ১ / ৯
NewzNow
ই-কাকত৪ নৱেম্বৰ ২০২৬অসম আৰু উত্তৰ-পূৰ্বৰ খবৰ
অনুসন্ধান

২০,৭৩৬ কোটি টকাৰ হিচাপ নাই অসম চৰকাৰৰ! ৬,৫৪৫টা ব্যৱহাৰ প্ৰমাণপত্ৰক লৈ CAGৰ কঠোৰ প্ৰশ্ন

গুৱাহাটী, ৪ নৱেম্বৰঃ অসম চৰকাৰৰ ৰাজহুৱা ধনৰ ব্যৱহাৰ আৰু হিচাপ-নিকাচক লৈ গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে ভাৰতৰ নিয়ন্ত্ৰক আৰু মহাগণনা পৰীক্ষক (CAG)-এ। অসম চৰকাৰৰ ২০২৪-২৫ বিত্তীয় বৰ্ষৰ ৰাজ্যিক বিত্তীয় হিচাপ পৰীক্ষা প্ৰতিবেদনত পোহৰলৈ আহিছে যে ৩১ মাৰ্চ, ২০২৫ তাৰিখলৈ মুঠ ৬,৫৪৫টা ব্যৱহাৰ প্ৰমাণপত্ৰ (Utilisation Certificate) দাখিল হোৱা ন...

আন্তঃৰাষ্ট্ৰীয়

আমেৰিকাৰ মধ্যকালীন নিৰ্বাচনত ট্ৰাম্পলৈ মোক্ষম আঘাত! ছিনেটৰ নিয়ন্ত্ৰণ ডেম’ক্ৰেটিক পাৰ্টিৰ হাতলৈ

ৱাশ্বিংটন, ৪ নৱেম্বৰ: আমেৰিকাৰ ২০২৬ চনৰ মধ্যকালীন নিৰ্বাচনত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ Republican Party-লৈ মোক্ষম আঘাত হানিলে Democratic Party-য়ে। নিৰ্বাচনৰ ফলাফলত আমেৰ...

অসম

শিৱসাগৰত আৰক্ষীৰ এনকাউণ্টাৰত ঘাতক ঘনকান্ত গগৈৰ মৃত্যু

শিৱসাগৰ: গুৱাহাটীৰ পৰা শিৱসাগৰলৈ ঘনকান্ত গগৈক আনি থকা অৱস্থাতে আৰক্ষীৰ সৈতে সংঘটিত এনকাউণ্টাৰত তেওঁৰ মৃত্যু হৈছে। পুৱতি নিশা প্ৰায় ৩.১০ বজাত শিৱসাগৰৰ ফুলপানী চিগাৰ ৰংমন...

দেশ

দুটাতকৈ অধিক সন্তানৰ বাবে শাস্তিমূলক আইন অপ্ৰাসংগিক! দুটা সন্তানৰ নীতি পুনৰ বিবেচনাৰ পোষকতা উচ্চতম ন্যায়ালয়ৰ

নতুন দিল্লী, ৪ নৱেম্বৰঃ দেশত জনন হাৰ ক্ৰমাৎ হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত দুটাতকৈ অধিক সন্তান থকা লোকক শাস্তি বা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰা বঞ্চিত কৰা আইনসমূহৰ প্ৰাস...

— ১ —
NewzNow ই-কাকত৪ নৱেম্বৰ ২০২৬পৃষ্ঠা ২
অসম

‘ন্যায় পোৱা যেন অনুভৱ হৈছে’, ঘনকান্ত গগৈৰ মৃত্যুত ভৰালী পৰিয়ালৰ স্বস্তি

গুৱাহাটী, ৪ নৱেম্বৰঃ শিৱসাগৰৰ ফুলপানীছিগাত আৰক্ষীৰ গুলীত বিলাস ইন হত্যাকাণ্ডৰ অভিযুক্ত ঘনকান্ত গগৈৰ মৃত্যু হোৱাৰ পাছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভৰালী পৰিয়ালৰ সদস্যসকলে।...

আন্তঃৰাষ্ট্ৰীয়

ট্ৰাম্পৰ দলৰ নিৰ্বাচনী বিপৰ্যয়ক লৈ ইৰানৰ প্ৰতিক্ৰিয়া, ‘যুদ্ধক নাকচ কৰিছে আমেৰিকাৰ জনতাই’

৪ নৱেম্বৰ: আমেৰিকাৰ মধ্যকালীন নিৰ্বাচনত ৰিপাব্লিকান দলৰ শোচনীয় প্ৰদৰ্শনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইৰানে। ইৰানৰ সংসদৰ অধ্যক্ষ মহম্মদ বাঘেৰ গালিবাফে দাবী কৰিছে যে আমেৰিক...

দেশ

‘পুনৰ SIR কৰক, বাবৰ-ঔৰংজেৱৰ সকলো নাম কৰ্তন কৰক’—মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

১ নৱেম্বৰ: বিশেষ সংশোধন (SIR)ক লৈ পুনৰ সৰৱ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কংগ্ৰেছ নেতা ৰাহুল গান্ধীক লক্ষ্য কৰি তেওঁ কয়, SIRৰ জৰিয়তে ভোটাৰ তালিকাৰ পৰা অনুপ্ৰৱেশক...

অসম

ডিব্ৰুগড়ৰ AMCHত হ’ব ঘনকান্ত গগৈৰ মৰণোত্তৰ পৰীক্ষা, শিৱসাগৰ অসামৰিক চিকিৎসালয়ত প্ৰয়োজনীয় সুবিধাৰ অভাৱ

ৱাহাটীৰ বিলাস ইন হোটেলৰ পাঁচজন লোকৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত ঘনকান্ত গগৈৰ মৰণোত্তৰ পৰীক্ষা ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (AMCH)ত সম্পন্ন কৰা হ’ব। প্ৰ...

— ২ —
NewzNow ই-কাকত৪ নৱেম্বৰ ২০২৬পৃষ্ঠা ৩
অসম

৭ নৱেম্বৰৰ পৰা যমুনাৰ সম্পূৰ্ণ বেদখল উচ্ছেদৰ সিদ্ধান্ত, পট্টা থকা সকলক ক্ষতিপূৰণ দি বেদখল মুক্ত কৰা হ'ব - অখিল গগৈ

শিৱসাগৰ, ৪ নৱেম্বৰ, ২০২৬: শিৱসাগৰৰ ঐতিহ্যমণ্ডিত ৰজাদিনীয়া যমুনাক বেদখলমুক্ত কৰাৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে জিলা প্ৰশাসনে। অহা ৭ নৱেম্বৰৰ পৰা যমুনাৰ বেদখলকা...

দেশ

‘জ্ঞানেশ কুমাৰ থাকিলে ট্ৰাম্পৰ পৰাজয় নহ’লহেঁতেন!’ আমেৰিকাৰ নিৰ্বাচনক লৈ অভিজিৎ দীপকেৰ কটাক্ষ

৪ নৱেম্বৰঃ আমেৰিকাৰ Midterm Electionত ড’নাল্ড ট্ৰাম্পৰ Republican Partyয়ে House আৰু Senate—দুয়োখন সদনতে নিয়ন্ত্ৰণ হেৰুওৱাৰ পিছতে ভাৰততো ৰাজনৈতিক প্ৰতিক্ৰিয়া প্ৰকাশ পা...

অসম

ৰজাদিনীয়া যমুনাৰ ভূমিত PWDৰ বেদখলৰ অভিযোগ, ৬ নৱেম্বৰত শিৱসাগৰ বন্ধৰ আহ্বান আটাছুৰ

শিৱসাগৰ, ৪ নৱেম্বৰ, ২০২৬: যমুনাৰ ভূমি বেদখলৰ অভিযোগত নতুন বিতৰ্কশিৱসাগৰৰ ঐতিহ্যমণ্ডিত ৰজাদিনীয়া যমুনাৰ সংৰক্ষিত ভূমি বেদখলৰ অভিযোগক লৈ নতুনকৈ বিতৰ্কৰ সৃষ্টি হৈছে। এইবাৰ...

অসম

ডিমৰীয়াৰ কৃষকক ৮৩টা তৈল খেজুৰৰ পুলি যোগান পীযুষ হাজৰীকাৰ

ডিমৰীয়া: ডিমৰীয়া সমষ্টিৰ সোণাপুৰৰ চিয়ালকাটি পথাৰৰ কৃষক কেশৱ দে’ই বুধবাৰে দাবী কৰিছে যে, কৃষিমন্ত্ৰী পীযূষ হাজৰিকাক ফেচবুকত অনুৰোধ কৰাৰ ১০ মিনিটৰ ভিতৰতে তেওঁৰ লগত যোগাযোগ...

— ৩ —
NewzNow ই-কাকত৪ নৱেম্বৰ ২০২৬পৃষ্ঠা ৪
মতামত

‘ঘনকান্তৰ দৰে জুবিনৰ মৃত্যুৰ গোচৰৰ অভিযুক্তসকলকো এনকাউণ্টাৰ কৰক’—অসমীয়া যুৱ মঞ্চৰ আহ্বান

গুৱাহাটী, ৪ নৱেম্বৰ, ২০২৬: শিৱসাগৰত ঘনকান্ত গগৈৰ আৰক্ষীৰ এনকাউণ্টাৰত মৃত্যুৰ ঘটনাৰ পাছতে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈও এক দাবী উত্থাপন কৰিছে অসমীয়া যুৱ মঞ্চই। ঘনকান্ত গ...

দেশ

‘৩ কোটি অনুপ্ৰৱেশকাৰী ১২ বছৰে দেশত ঘূৰি ফুৰিছিল, মোদী-শ্বাহে কি ঘাঁহ কাটি আছিল?’—প্ৰশ্ন সঞ্জয় সিঙৰ

অযোধ্যা, ৪ নৱেম্বৰ: দেশত ৩ কোটি বাংলাদেশী অনুপ্ৰৱেশকাৰী থকা বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৰা দাবীক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহক প্ৰশ্নৰে আক্ৰম...

ৰাজনীতি

‘সিদ্ধু মুছেৱালাৰ হত্যাকাৰীৰ মানসিকতা এতিয়াও পঞ্জাবত ঘূৰি ফুৰিছে’: ৰাহুল গান্ধী

ছাংগৰুৰ, ৪ নৱেম্বৰঃ পঞ্জাবৰ ছাংগৰুৰত বুধবাৰে অনুষ্ঠিত কংগ্ৰেছৰ ‘ইনছাফ ৰেলী’ত অংশগ্ৰহণ কৰি লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে প্ৰয়াত পঞ্জাবী গায়ক সিদ্ধু মুছেৱালাৰ হত্য...

দেশ

ৰাহুল গান্ধীয়ে দেশত ‘পাপ্পু মডেল’ গঢ়িব বিচাৰে: কটাক্ষ হিমন্ত বিশ্ব শৰ্মাৰ

ৰাহুল গান্ধীয়ে দেশত ‘পাপ্পু মডেল’ গঢ়িব বিচাৰে, আনহাতে তেওঁলোকে দেশত ‘ৰাম মডেল’ গঢ়িব বিচাৰে বুলি কটাক্ষ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাম মন্দিৰ নিৰ্মাণ হৈছে বু...

— ৪ —
NewzNow ই-কাকত৪ নৱেম্বৰ ২০২৬পৃষ্ঠা ৫
উত্তৰ-পূৰ্বাঞ্চল

ইটানগৰত ১২ ঘণ্টীয়া বন্ধ: বন্ধ দোকান-পোহাৰ, চৰকাৰী কাৰ্যালয় খোলা

ইটানগৰঃ অৰুণাচল প্ৰদেশৰ ইটানগৰ ৰাজধানী অঞ্চলত People's Rights Action Committee (PRAC)-এ আহ্বান জনোৱা ১২ ঘণ্টীয়া বন্ধৰ মিশ্ৰিত প্ৰভাৱ পৰিল। বুধবাৰে পুৱা ৫ বজাৰ পৰা আৰম্ভ...

অসম

সৰভোগত ৫১.২৫ লাখ টকাৰ তিনিটা উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ ৰণজিৎ কুমাৰ দাসৰ

সৰভোগ, ৪ নৱেম্বৰঃ সৰভোগত ৫১ লাখ ২৫ হাজাৰ ১০০ টকা ব্যয়সাপেক্ষে সম্পূৰ্ণ হোৱা তিনিটা উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰে অসম বিধানসভাৰ অধ্যক্ষ তথা ভৱানীপুৰ–সৰভোগ সমষ্টিৰ বিধ...

আন্তঃৰাষ্ট্ৰীয়

আমেৰিকাৰ নিৰ্বাচনত ভাৰতীয় মূলৰ ৰাজনীতিকৰ সাফল্য; পিয়া দাণ্ডিয়া, সুহাস সুব্ৰমনিয়ম আৰু অৰুণা মিলাৰৰ জয়

২০২৬ চনৰ আমেৰিকাৰ মধ্যৱৰ্তী নিৰ্বাচনত ভাৰতীয় মূলৰ কেইবাগৰাকীও ৰাজনীতিকে উল্লেখযোগ্য সফলতা লাভ কৰিছে। পিয়া দাণ্ডিয়া, সুহাস সুব্ৰমনিয়ম আৰু অৰুণা মিলাৰে নিজ নিজ নিৰ্বাচন...

শিক্ষা

এছিয়াৰ ১,৭২২খন বিশ্ববিদ্যালয়ৰ তালিকাত ভাৰতৰ ৩২৫খন প্ৰতিষ্ঠান; IIT গুৱাহাটীৰ স্থান ১২০।

QS Asia University Rankings 2027ৰ তালিকাত ভাৰতৰ উচ্চ শিক্ষানুষ্ঠানসমূহৰ প্ৰদৰ্শনত মিশ্ৰিত ছবি দেখা গৈছে। দেশৰ প্ৰতিনিধিত্ব বৃদ্ধি পোৱাৰ বিপৰীতে শীৰ্ষস্থানত থকা ছখন ভাৰতীয...

— ৫ —
NewzNow ই-কাকত৪ নৱেম্বৰ ২০২৬পৃষ্ঠা ৬
অসম

‘সংবিধানৰ শ্ৰাদ্ধ কৰাসকলেই আজি সংবিধান বচোৱাৰ নাটক কৰিছে’-ভৱেশ কলিতা

ৰঙিয়া, ৪ নৱেম্বৰঃ ‘গণতন্ত্ৰ বচাও, অৰাজকতা হটাও’ শীৰ্ষক এক নাগৰিক সন্মিলন ৰঙিয়াৰ ঐতিহ্যমণ্ডিত হৰদত্ত-বীৰদত্ত ভৱনত অনুষ্ঠিত হয়। ৩১ নং ৰঙিয়া বিধানসভা সমষ্টিৰ উদ্যোগত অনু...

অসম

আমগুৰিত বাইকৰ খুন্দাত নিহত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা পল্লৱ শইকীয়া

আমগুৰি, ৪ নৱেম্বৰঃ শিৱসাগৰ জিলাৰ আমগুৰিত মটৰচাইকেলৰ খুন্দাত নিহত হৈছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা পল্লৱ শইকীয়া। তেওঁ সংগঠনটোৰ শিৱসাগৰ জিলা সমিতিৰ যুটীয়া সভাপতিৰ দা...

মনোৰঞ্জন

অভিনেতা আয়ুষ্মান খুৰানালৈ ধন দাবীৰ ফোন, লৰেন্স বিষ্ণোই গেঙৰ নাম লৈ কোটি টকা দাবীৰ অভিযোগ

মুম্বাই: ১৮ অক্টোবৰত জুহুত অভিনেতা টাইগাৰ শ্ৰফৰ গাড়ীলৈ গুলী চলোৱাৰ ঘটনাত শ্ৰফ অক্ষত থাকিলেও তেওঁৰ চালক আৰু এজন পথচাৰী আহত হৈছিল। সেই ঘটনাৰ পিছতে বলীউডৰ আন অভিনেতাসকলক লক্...

দেশ

Gen Zৰ প্ৰতিবাদৰ আঁৰত ষড়যন্ত্ৰৰ সন্দেহ RSSৰ, অভিযোগ দত্তাত্ৰেয় হোছাবালেৰ

দেশৰ বিভিন্ন প্ৰান্তত Gen Zৰ প্ৰতিবাদৰ আঁৰত ষড়যন্ত্ৰ থকাৰ সন্দেহ প্ৰকাশ কৰিছে Rashtriya Swayamsevak Sangh (RSS)ৰ সাধাৰণ সম্পাদক দত্তাত্ৰেয় হোছাবালে। তেওঁৰ অভিযোগ, দেশৰ...

— ৬ —
NewzNow ই-কাকত৪ নৱেম্বৰ ২০২৬পৃষ্ঠা ৭
মতামত

ঘনকান্ত গগৈৰ এনকাউণ্টাৰক লৈ প্ৰশ্ন, ন্যায়ব্যৱস্থাৰ ভূমিকাক লৈ উদ্বেগ প্ৰকাশ প্ৰাক্তন IPS বিষয়া জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ

ঘনকান্ত গগৈৰ আৰক্ষীৰ গুলীত মৃত্যুৰ ঘটনাক লৈ প্ৰশ্ন উত্থাপন কৰিছে প্ৰাক্তন IPS বিষয়া জ্যোতিৰ্ময় চক্ৰৱৰ্তীয়ে। সামাজিক মাধ্যমত দিয়া এটা পোষ্টত তেওঁ এনকাউণ্টাৰৰ ঘটনাই ন্য...

দেশ

মহাদেৱ বেটিং এপ কাণ্ডঃ ৮ দিনৰ আৰক্ষী জিম্মালৈ সৌৰভ চন্দ্ৰকাৰ

ৰায়পুৰ, ৪ নৱেম্বৰঃ মহাদেৱ Online Betting App গোচৰৰ অন্যতম অভিযুক্ত সৌৰভ চন্দ্ৰকাৰক ৮ দিনৰ CBI জিম্মালৈ প্ৰেৰণ কৰিছে ছত্তীশগড়ৰ ৰায়পুৰৰ এখন বিশেষ আদালতে। বুধবাৰে বিশেষ C...

দেশ

অগ্নিপথ আঁচনিত বৃহৎ পৰিৱৰ্তন, ৭৫ শতাংশ অগ্নিবীৰে পাব দুবছৰীয়া সেৱা-সম্প্ৰসাৰণ

নতুন দিল্লী, ৪ নৱেম্বৰঃ কেন্দ্ৰীয় চৰকাৰে অগ্নিপথ আঁচনিত বৃহৎ পৰিৱৰ্তন সাধন কৰিছে। নতুন ব্যৱস্থা অনুসৰি, চাৰি বছৰৰ সেৱাকাল সম্পূৰ্ণ কৰাৰ পিছত নিয়মীয়া সশস্ত্ৰ বাহিনীত স্...

উত্তৰ-পূৰ্বাঞ্চল

আগৰতলাৰ মেয়ৰ দীপক মজুমদাৰক প্ৰাৰ্থিত্ব নিদিলে BJP-য়ে, ৪৫গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা

৪ নৱেম্বৰঃ ত্ৰিপুৰাৰ পৌৰ নিৰ্বাচনক কেন্দ্ৰ কৰি ৪৫গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে BJP-য়ে। কিন্তু আগৰতলা পৌৰ নিগমৰ (AMC) বৰ্তমানৰ মেয়ৰ তথা ৰামনগৰ বিধানসভা সমষ্টিৰ বিধায়ক দী...

— ৭ —
NewzNow ই-কাকত৪ নৱেম্বৰ ২০২৬পৃষ্ঠা ৮
ক্ৰীড়া

শচীন তেণ্ডুলকাৰক অতিক্ৰম কৰি ODIত নতুন বিশ্ব অভিলেখ বিৰাট কোহলীৰ

অকলেণ্ড: এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আন এক ঐতিহাসিক কৃতিত্ব অৰ্জন কৰিলে ভাৰতীয় তাৰকা বেটাৰ বিৰাট কোহলীয়ে। ODIত লক্ষ্য অনুসৰণ কৰি সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটাৰ হিচ...

ক্ৰীড়া

বিৰাট কোহলীৰ ৭৪ ৰানৰ দুৰ্দান্ত ইনিংছ; অৰ্শ্বদীপ সিঙৰ ৪টা উইকেট, শৃংখলাত ১-০ ব্যৱধানত আগবাঢ়িল ভাৰত

অকলেণ্ড, ৪ নৱেম্বৰঃ নিউজিলেণ্ডৰ বিৰুদ্ধে বৰষুণে বিঘ্নিত কৰা প্ৰথমখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচত ৫ উইকেটত জয়লাভ কৰিছে ভাৰতে। বুধবাৰে অকলেণ্ডৰ Eden Parkত অনুষ্ঠি...

— ৮ —
✓

আজিৰ ই-কাকত শেষ হ'ল

৩০টা খবৰ পঢ়িলে। কাইলৈ সন্ধিয়া নতুন সংখ্যা।

PDF ডাউনল'ড ← আগৰ সংখ্যা (৩ নৱেম্বৰ ২০২৬)

খবৰৰ কাটিং